Scilab/C4/Optimization-Using-Karmarkar-Function/Assamese

From Script | Spoken-Tutorial
Revision as of 21:36, 4 August 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, লিনিয়াৰ কনচষ্ট্ৰেইনচৰ সৈতে চাইলেব ব্যৱ্হাৰ কৰি লিনিয়াৰ ফাংচনৰ অপ্তিমাইজেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:10 এই টিউট’ৰিয়েলটোত, আমি শিকিম:
00:12 অপ্তিমাইজেচনে (Optimization) কি বুজায় ?
00:15 আৰু কেনেকৈ ব্যৱ্হাৰ কৰা হয় চাইলেব ফাংচন কৰমৰকাৰ (Scilab function karmarkar), অপ্তিমাইজেচনৰ বাবে
00:20 অপ্তিমাইজেচনে (Optimization) বুজায়
00:22 এটা প্ৰদত্ত অবজেক্তিভ ফাংচন (objective function) মিনিমাইজ বা মেক্সিমাইজ কৰা
00:26 যাক কেতিয়াবা লগতে কষ্ট ফাংচন (Cost function) বুলি কোৱা হয়,
00:30 দিচিজন ভেৰিয়েবলচ বিভিন্ন কৰি
00:33 দিচিজন ভেৰিয়েবলচ পূৰ্বেসূচীত কনচষ্ট্ৰেইনচৰ বিষয় অনুসৰি ভিন্ন হয়
00:38 এই কনচষ্ট্ৰেইনচ লগতে ভেৰিয়েবলচৰ কিবা ফাংচনৰ ফৰ্মত থাকে
00:44 অপ্তিমাইজেচন (Optimization) ব্যাপকভাবে অধিকাংশ ইঞ্জিনিয়াৰিংত ব্যৱহৃত হয় লগতে নন-ইঞ্জিনিয়াৰিং ফিল্দটো হয় যেনে:
00:52 ইক’নমিকচ
00:54 কনট্ৰ’ল থিঅৰি আৰু
00:56 অপাৰেচনচ আৰু ৰিচাৰ্চ
00:58 চাইলেব ফাংচন কৰমৰকাৰ (Scilab function karmarkar) ব্যৱহৃত হয়
01:01 লিনিয়াৰ অবজেক্তিভ ফাংচনটো অপ্তিমাইজ কৰোতে,
01:05 লিনিয়াৰ কনচষ্ট্ৰেইনচৰ বিষয়লৈ
01:07 দিচিজন ভেৰিয়েবলচত
01:10 আমি তলৰ উদাহৰণটো সমাধান কৰিম কৰমৰকাৰ (karmarkar) ফাংচন ব্যৱ্হাৰ কৰি:
01:14 মিনিমাইজ মাইনাচ থ্ৰি 'x' ওৱান মাইনাচ 'x' তু মাইনাচ থ্ৰি 'x' থ্ৰি
01:19 ফৰ: তু 'x' ওৱান প্লাচ 'x' তু প্লাচ 'x' থ্ৰি লেচ দেন অৰ ইকুৱেল তু তু
01:26 'x' ওৱান প্লাচ তু 'x' তু প্লাচ থ্ৰি 'x' থ্ৰি লেচ দেন অৰ ইকুৱেল তু ফাইভ
01:32 তু 'x' ওৱান প্লাচ তু 'x' তু প্লাচ 'x' থ্ৰি লেচ দেন অৰ ইকুৱেল তু চিক্স
01:36 য’ত 'x' ওৱান 'x' তু 'x' থ্ৰি সকলো গ্ৰেতাৰ দেন (greater than) বা ইকুৱেল তু জিৰ’ (equal to zero)
01:42 মন কৰিব যে সকলো ফাংচনচ, অবজেক্তিভ ফাংচনচ লগতে কনচষ্ট্ৰেইনচ, লিনিয়াৰ হয়
01:49 আমি প্ৰদত্ত সমস্যাটো সমাধান কৰাৰ আগতে, চাইলেব ক’নচ’ললৈ (scilab console) যাওঁক আৰু লিখক:
01:54 হেল্প কৰমৰকাৰ (help karmarkar)
01:57 আৰু এন্টাৰ (Enter) টিপক
01:59 আপুনি আৰগুমেন্তটোৰ কলিং ক্ৰমটো চাব পাৰে
02:03 আৰগুমেন্তটোৰ ব্যাখ্যা, বিবৰণ আৰু হেল্প ব্ৰৌজাৰটোত (Help Browser) কিছু উদাহৰণ
02:12 হেল্প ব্ৰৌজাৰটো (Help Browser) বন্ধ কৰক
02:14 আমি ইয়াত ইনপুত আৰু আউতপুতৰ মূলভাৱ চাম
02:19 আউতপুত আৰগুমেন্তচ হৈছে 'x' opt, 'f' opt, exitflag, iter, 'y' opt
02:25 'x' opt: হৈছে অপ্তিমাম সমাধান
02:28 'f' opt: হৈছে অপ্তিমাম সমাধানত অবজেক্তিভ ফাংচনৰ মান
02:33 'exitflag' : হৈছে এক্সিকিউচনৰ অৱস্থাটো, ই এলগ’ৰিথিমটো কনভাৰজিং হৈছেনে নাই চিনাক্ত কৰাত সহায় কৰে
02:41 'iter' : হৈছে 'x' opt পাবলৈ প্ৰয়োজন হোৱা আইতিৰেচনচৰ সংখ্যা
02:46 'y' opt : হৈছে দ্বৈত সমাধান ধৰি থকা গাঠণিটো
02:49 ই লাগৰেঞ্জ মাল্টিপ্লায়াৰচ দিয়ে
02:53 ইনপুত আৰগুমেন্তচ হৈছে 'Aeq' 'beq' 'c' 'x zero' 'rtolf 'gam' 'maxiter' 'outfun' 'A' 'b' 'lb' আৰু 'ub'
03:09 'Aeq'  : হৈছে লিনিয়াৰ সমতাৰ কনচট্ৰেইনচত থকা মেত্ৰিক্সটো
03:12 'beq'  : হৈছে লিনিয়াৰ সমতাৰ কনচট্ৰেইনটৰ সোফাল
03:17 'c'  : হৈছে লিনিয়াৰ অবজেক্তিভ ফাংচন (Linear objective function) 'x' ৰ গুণাঙ্ক
03:21 'x' zero : হৈছে ইনিচিয়েল গেচ (Initial guess)
03:25 rtolf : হৈছে সংগত ট’লাৰেঞ্চ 'f' অফ 'x' ইজ ইকুৱেল তু 'c' ট্ৰানচপ’জ মাল্টিপ্লাইদ বাই 'x'
03:34 'gam'  : হৈছে স্কেলিং ফেক্টৰ
03:36 'maxiter'  : হৈছে আইতিৰেচনচৰ মেক্সিমাম ( maximum) নাম্বাৰ যাৰ পাছত আউতপুতটো ঘূৰি আহে
03:43 'outfun'  : হৈছে অতিৰিক্ত ইউজাৰ-সূচীত আউত্পুত ফাংচন
03:47 'A' : হৈছে লিনিয়াৰ অসমতাৰ কনচট্ৰেইনচৰ মেত্ৰিক্সটো
03:51 'b' : হৈছে লিনিয়াৰ অসমতাৰ কনচট্ৰেইনটৰ সোফাল
03:55 'lb' : হৈছে 'x' ৰ নিম্ন সীমা
03:58 'ub' হৈছে 'x' ৰ উচ্চ সীমা
04:02 এতিয়া, আমি প্ৰ্দত্ত উদাহৰণটো চাইলেবত কৰমৰকাৰ (karmarkar) ফাংচন ব্যৱ্হাৰ কৰি সমাধান কৰিব পাৰো
04:07 চাইলেব কনচ’ললৈ (scilab console) যাওঁক আৰু লিখক:
04:11 'A' সমান আৰম্ভণী বৰ বন্ধনী, তু <স্পেচ> ওৱান <স্পেচ> ওৱান <চেমিক’লন> ওৱান <স্পেচ> তু <স্পেচ> থ্ৰি <চেমিক’লন> তু <স্পেচ> তু <স্পেচ> ওৱান, সামৰণী বৰ বন্ধনী
04:26 আৰু এন্টাৰ (Enter) টিপক
04:28 একেদৰে লিখক: সৰুফলা 'b' সমান আৰম্ভণী বৰ বন্ধনী, তু <চেমিক’লন> ফাইভ <চেমিক’লন> চিক্স, সামৰণী বৰ বন্ধনী
04:38 আৰু এন্টাৰ (Enter) টিপক
04:41 লিখক: 'c' সমান আৰম্ভণী বৰ বন্ধনী, মাইনাচ থ্ৰি <চেমিক’লন> মাইনাচ ওৱান <চেমিক’লন> মাইনাচ থ্ৰি, সামৰণী বৰ বন্ধনী
04:53 আৰু এন্টাৰ (Enter) টিপক
04:55 লিখক: 'lb' সমান আৰম্ভণী বৰ বন্ধনী, জিৰ’ <চেমিক’লন> জিৰ’ <চেমিক’লন> জিৰ’, সামৰণী বৰ বন্ধনী
05:05 আৰু এন্টাৰ (Enter) টিপক
05:07 এতিয়া clc কমান্দ ব্যৱ্হাৰ কৰি কনচ’লটো খালী কৰক
05:12 লিখক: আৰম্ভণী বৰ বন্ধনী, 'x' opt <ক’মা> 'f' opt <ক’মা> 'exitflag' <ক’মা> iter, সামৰণী বৰ বন্ধনী সমান কৰমৰকাৰ অ’পেন ৰাউন্দ ব্ৰেকেত, আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> 'c' <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> আৰম্ভণী বৰ বন্ধনী, সামৰণী বৰ বন্ধনী <ক’মা> বৰফলা 'A' <ক’মা> 'সৰুফলা b' <ক’মা> 'lb', ক্ল’জ ৰাউন্দ ব্ৰেকেত
06:09 আৰু এন্টাৰ (Enter) টিপক
06:11 দিচপ্লেটো কন্তিনিউ কৰিবলৈ এন্টাৰ (Enter) টিপক
06:14 ই পৰ্দাত দৰ্শিত ধৰণে আউতপুতটো দিব
06:18 য’ত xopt হৈছে সমস্যাটোৰ অপ্তিমাম সমাধান,
06:23 fopt হৈছে অবজেক্তিভ ফাংচনটোৰ মানটো, অপ্তিমাম সমাধানত গণনা কৰা হৈছে x সমান xopt
06:32 আৰু অপ্তিমাম সমাধান xopt পাবলৈ প্ৰয়োজন হোৱা আইতিৰেচনৰ সংখ্যাটো হৈছে 70
06:39 অনুগ্ৰহ কৰি মন কৰিব যে: একেটা ক্ৰমত ইনপুত আৰগুমেন্তক সূচীত কৰাটো দৰকাৰ
06:46 যিদৰে সিহত ওপৰত লিষ্টেদ হৈছে, ফাংচনটো কল কৰোতে
06:51 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:
06:53 অপ্তিমাইজেচন (Optimization) কি হয়?
06:55 লিনিয়াৰ সমস্যা সমাধান কৰিবলৈ অপ্তিমাইজেচনত চাইলেব ফাংচন কৰমৰকাৰৰ (Scilab function karmarkar) ব্যৱ্হাৰ
07:01 চাইলেব দলক সংযোগ কৰিবলৈ, অনুগ্ৰহ কৰি contact@scilab.in লৈ লিখক
07:08 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক
07:10 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
07:14 আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
07:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে:
07:20 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
07:23 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:27 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:34 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয়
07:37 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
07:44 এই মিচনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ
07:53 মই মৌচুম হাজৰিকা
07:57 সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায়

Contributors and Content Editors

Mausamh9, Mousumi