Scilab/C4/Linear-equations-Iterative-Methods/Assamese

From Script | Spoken-Tutorial
Revision as of 11:51, 26 April 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, লিনিয়াৰ সমীকৰণ ইতিৰেতিভ পদ্ধতিৰে সমাধান কৰা চিষ্টেমৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:10 এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব:
00:14 লিনিয়াৰ সমীকৰণৰ চিষ্টেমক ইতিৰেতিভ পদ্ধতিৰে সমাধান কৰিবলৈ
00:18 লিনিয়াৰ সমীকৰণ সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো
00:25 উবুন্তো 12.04 অপাৰেতিং চিষ্টেম আৰু
00:28 চাইলেব 5.3.3 ভাৰ্চন
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, শিকাৰু এজনৰ মৌলিক জ্ঞান থাকিব লাগিব
00:38 চাইলেব, আৰু লিনিয়াৰ সমীকৰণ সমাধান কৰাৰ
00:42 চাইলেবৰ বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইতত উপলদ্ধ সংগত টিউট’ৰিয়েলচ চাওঁক
00:50 আমি চাবলগা প্ৰথম ইতিৰেতিভ পদ্ধতিটো হৈছে জাক’বি পদ্ধতি
00:56 প্ৰদত্ত এটা লিনিয়াৰ সমীকৰণৰ চিষ্টেম, n সমীকৰণ আৰু n অজ্ঞাতৰ সৈতে,
01:02 আমি সমীকৰণটো পুনৰ লিখিম যাতে x of i k প্লাচ ওৱান সমান b i মাইনাচ a i j x j k ৰ যোগফলৰ পৰা j সমান ওৱান তু n হৰণ a i i য’ত i হৈছে ওৱান তু n লৈকে
01:24 আমি প্ৰতিটো x of i ৰ মান ধৰিম
01:27 তেতিয়া আমি আগৰ ষ্টেপত পোৱা মানক সমীকৰণত প্ৰতিস্থাপিত কৰিম
01:34 আমি সমাধান নোপোৱালৈকে ইতিৰেচনটো চলাম
01:39 আহক এই উদাহৰণক জাক’বি পদ্ধতিৰে সমাধান কৰো
01:44 আহক জাক’বি পদ্ধতিৰ ক’ডক চাওঁ
01:48 আমি ফৰ্মেত পদ্ধতিৰে চাইলেব কনচ’লত দৰ্শিত উত্তৰৰ ফৰ্মেতক সূচীত কৰো
01:56 ইয়াত e এ কয় উত্তৰটো বৈজ্ঞানিক লিপিত হ’ব লাগিব
02:01 আৰু তুৱেন্তিয়ে দৰ্শিত হ’বলগা অংকৰ সংখ্যাক সূচায়
02:06 তেতিয়া আমি ইনপুত ফাংচনৰে মান পাওঁ
02:10 মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স,
02:12 সোফালৰ মেত্ৰিক্স,
02:14 প্ৰাথমিক মানৰ মেত্ৰিক্স,
02:17 ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু
02:19 অভিসৃত সহনশীলতা
02:22 পাছত আমি চাইজ ফাংচনৰে মেত্ৰিক্স A এটা স্কোৱাৰ মেত্ৰিক্স হয়নেকি চাম
02:29 যদি ই নহয়, আমি এৰ’ৰ ফাংচনৰে এৰ’ৰ এটা দেখুৱাম
02:34 তেতিয়া আমি চাম মেত্ৰিক্স A কোণাকুণিকৈ প্ৰভাৱশালি হয়নে
02:40 মেত্ৰিক্সটোৰ প্ৰথম আধাই প্ৰতিটো ৰৌৰ যোগফলক গণনা কৰে
02:45 তেতিয়া ই চায় কাষৰ উপাদানৰ প্ৰদাক্তৰ দুগুণ সেই ৰৌৰ উপাদানৰ যোগফলতকৈ ডাঙৰ হয়নেকি
02:54 যদি ই নহয়, এৰ’ৰ ফাংচনে এৰ’ৰ এটা দেখুৱায়
03:01 তেতিয়া আমি ফাংচন জাক’বি ইতিৰেচনক ইনপুত আৰগুমেন্তৰে সূচীত কৰো
03:07 A, b , x জিৰ’,
03:09 সৰ্বোচ্চ ইতিৰেচন আৰু সহনশীলতা লেভেল
03:14 ইয়াত x জিৰ’ হৈছে প্ৰাথমিক মানৰ মেত্ৰিক্স
03:19 আমি চাওঁ A মেত্ৰিক্সৰ আৰু প্ৰাথমিক মানৰ মেত্ৰিক্সৰ আকাৰ পৰস্পৰৰ সৈতে সুসংগত হয়নে নহয়
03:28 আমি x k p ওৱানৰ মান গণনা কৰো আৰু তেতিয়া আপেক্ষিক এৰ’ৰ সহনশীলতা লেভেলতকৈ কম হয়নেকি চাওঁ
03:38 যদি ই সহনশীলতা লেভেলতকৈ কম হয়, আমি ইতিৰেচনটো ব্ৰেক কৰো আৰু সমাধানটো ঘূৰাই দিয়ে
03:45 অবশেষত আমি ফাংচনটো শেষ কৰো
03:48 আহক ফাংচনটো ছেভ আৰু এক্সিকিউত কৰো
03:51 চাইলেব কনচ’ললৈ যাওঁক
03:54 আহক প্ৰতিটো প্ৰমপ্তত মান ভৰাওঁ
03:57 মেত্ৰিক্স A ৰ গুণাংক হৈছে খোলা বৰ বন্ধনী তু স্পেচ ওৱান চেমিক’লন ফাইভ স্পেচ চেভেন বন্ধ বৰ বন্ধনী
04:08 এন্টাৰ টিপক
04:10 তেতিয়া আমি লিখো খোলা বৰ বন্ধনী ইলেভেন চেমিক’লন থাৰতিন বন্ধ বৰ বন্ধনী
04:17 এন্টাৰ টিপক
04:20 প্ৰাথমিক মানৰ মেত্ৰিক্সটো হৈছে খোলা বৰ বন্ধনী ওৱান চেমিক’লন ওৱান বন্ধ বৰ বন্ধনী
04:28 এন্টাৰ টিপক
04:30 ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা হৈছে তুৱেন্তি ফাইভ
04:34 এন্টাৰ টিপক
04:36 ধৰক অভিসৃত সহনশীলতা লেভেল জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱান হয়
04:44 এন্টাৰ টিপক
04:46 আমি ফাংচনটো মাতো লিখি
04:48 জাক’বি ইতিৰেচন খোলা পেৰেনথেচিচ A ক’মা b ক’মা x জিৰ’ ক’মা M a x I t e r ক’মা t o l বন্ধ পেৰেনথেচিচ
05:04 এন্টাৰ টিপক
05:06 x ওৱান আৰু x তুৰ মান কনচ’লত দৰ্শিত হৈছে
05:11 ইতিৰেচনৰ সংখ্যাটোও দৰ্শিত হৈছে
05:14 আহক এতিয়া গ’চ চাইদেল পদ্ধতি চাওঁ
05:19 প্ৰদত্ত এটা লিনিয়াৰ সমীকৰণৰ চিষ্টেম, n সমীকৰণ আৰু n অজ্ঞাতৰ সৈতে
05:26 আমি প্ৰতিটো অজ্ঞাতলৈ সমীকৰণটো পুনৰ লিখিম
05:29 সোফালৰ উপাদানৰ পৰা অন্য ভেৰিয়েবল আৰু সিহতৰ গুণাংকক প্ৰতিস্থাপিত কৰি
05:37 তেতিয়া আমি ইয়াক হৰণ কৰো সেই ভেৰিয়েবলৰ অজ্ঞাত ভেৰিয়েবলৰ গুণাংক a i i ৰে
05:45 ইয়াক প্ৰতিটো প্ৰদত্ত সমীকৰণত কৰা হয়
05:49 জাক’বি পদ্ধতিত, x of i k প্লাচ ওৱানৰ গণনাৰ বাবে, x of i k ৰ প্ৰতিটো উপাদান ব্যৱহৃত হয় মাত্ৰ x of i k প্লাচ ওৱানৰ বাহিৰে
06:03 গ’চ চাইদেল পদ্ধতি, আমি x of i k ৰ মান x of i k প্লাচ ওৱানৰে অভাৰ ৰাইত কৰো
06:12 আহক এই উদাহৰণক গ’চ চাইদেল পদ্ধতিৰে সমাধান কৰো
06:17 আহক গ’চ চাইদেল পদ্ধতিৰ ক’ডক চাওঁ
06:21 প্ৰথম শাৰীয়ে ফৰ্মেত ফাংচনৰে কনচ’লত দৰ্শিত উত্তৰৰ ফৰ্মেতক সূচীত কৰে
06:29 তেতিয়া আমি ইনপুত ফাংচনৰে মান পাওঁ
06:32 গুণাংক মেত্ৰিক্স,
06:34 সোফালৰ মেত্ৰিক্স,
06:36 ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান,
06:38 ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু
06:40 সহনশীলতা লেভেল
06:43 তেতিয়া আমি গ’চ চাইদেল ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ আৰু সহনশীলতা লেভেল আৰু আউতপুত আৰগুমেন্ত চলিওচনৰে
06:58 আমি মেত্ৰিক্স A স্কোৱাৰ হয়নে আৰু প্ৰাথমিক ভেক্তৰ আৰু মেত্ৰিক্স A ৰ আকাৰ চাইজ আৰু লেনথ ফাংচন ব্যৱ্হাৰ কৰি উপযুক্ত হয়নে চাওঁ
07:10 তেতিয়া আমি ইতিৰেচন আৰম্ভ কৰো
07:13 আমি প্ৰাথমিক মান ভেক্তৰ x জিৰ’ তু x k গণ্য কৰো
07:19 আমি এটা জিৰ’ৰ মেত্ৰিক্স বনাওঁ x k ৰ সমান আকাৰৰ আৰু ইয়াক x k p ওৱান বুলি কওঁ
07:28 আমি x k p ওৱানৰে সেই সমীকৰণৰ অজ্ঞাত ভেৰিয়েবলৰ মান পাবলৈ প্ৰতিটো সমীকৰণ সমাধান কৰো
07:38 প্ৰতিটো ইতিৰেচনত, x k p ওৱানৰ মান আপদেত হয়
07:44 লগতে, আমি আপেক্ষিক এৰ’ৰ সহনশীলতা লেভেলতকৈ কম হয়নেকি চাওঁ
07:50 যদি ই হয়, আমি ইতিৰেচনটো ব্ৰেক কৰো
07:54 তেতিয়া x k p ওৱানক ভেৰিয়েবল চলিউচনলৈ গণ্য কৰক
07:59 অবশেষত, আমি ফাংচনটো শেষ কৰো
08:02 আহক ফাংচনটো ছেভ আৰু এক্সিকিউত কৰো
08:06 চাইলেব কনচ’ললৈ যাওঁক
08:09 প্ৰথম প্ৰমপ্তত, আমি লিখো মেত্ৰিক্স A
08:12 লিখক খোলা বৰবন্ধনী তু স্পেচ ওৱান চেমিক’লন ফাইভ স্পেচ চেভেন বন্ধ বৰবন্ধনী
08:21 এন্টাৰ টিপক । পাছৰ প্ৰমপ্তত,
08:24 লিখক খোলা বৰবন্ধনী ইলেভেন চেমিক’লন থাৰতিন বন্ধ বৰবন্ধনী
08:31 এন্টাৰ টিপক
08:33 আমি প্ৰাথমিক মানৰ ভেক্তৰৰ মান দিওঁ লিখি
08:38 খোলা বৰ বন্ধনী ওৱান চেমিক’লন ওৱান বন্ধ বৰ বন্ধনী
08:43 এন্টাৰ টিপক
08:45 তেতিয়া আমি ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা তুৱেন্তি ফাইভলৈ সূচীত কৰো
08:50 এন্টাৰ টিপক
08:52 আহক সহনশীলতা লেভেলক জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱানলৈ সূচীত কৰো
08:58 এন্টাৰ টিপক
09:01 শেষত আমি ফাংচনটো মাতো লিখি
09:04 G a u s s S e i d e l খোলা পেৰেনথেচিচ A ক’মা b ক’মা x জিৰ’ ক’মা M a x I t e r ক’মা t o l বন্ধ পেৰেনথেচিচ
09:24 এন্টাৰ টিপক
09:26 x ওৱান আৰু x তুৰ মান দৰ্শিত হৈছে
09:30 একেটা সমস্যা সমাধান কৰিবলৈ ইতিৰেচনৰ সংখ্যা জাক’বি পদ্ধতিতকৈ কম হয়
09:37 আপুনি নিজে এই সমস্যাটো জাক’বি আৰু গ’চ চাইদেল পদ্ধতিৰে সমাধান কৰক
09:43 এই টিউট’ৰিয়েলটোত আমি শিকিলো:
09:47 লিনিয়াৰ সমীকৰণৰ চিষ্টেম সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ
09:52 লিনিয়াৰ সমীকৰণৰ চিষ্টেম এটাৰ অজ্ঞাত ভেৰিয়েবলৰ মানটো বিচাৰিবলৈ
09:58 তলৰ লিংকত উপলদ্ধ ভিদিঅ’টো চাওঁক
10:01 ই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শাই
10:04 যদি আপোনাৰ ভাল বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
10:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
10:11 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে,
10:15 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰমাণপত্ৰ দিয়ে
10:18 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
10:25 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয়
10:30 ই নেচ’নেল মিচন অন এদুকেচনৰ সৈতে ICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
10:37 এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ
10:49 মই মৌচুম হাজৰিকা
10:51 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9