Difference between revisions of "Scilab/C4/Linear-equations-Iterative-Methods/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 |'''Time''' |'''Narration''' |- | 00:01 | মৰমৰ বন্ধুসকল, '''লিনিয়াৰ সমীকৰণ ইতিৰেতিভ পদ...")
 
 
Line 108: Line 108:
 
|02:10
 
|02:10
  
| '''মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স,'''  
+
| '''the matrices coefficient matrix (মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স),'''  
  
 
|-
 
|-
Line 114: Line 114:
 
|02:12
 
|02:12
  
|| '''সোফালৰ মেত্ৰিক্স,'''  
+
|| '''right hand side matrix (সোফালৰ মেত্ৰিক্স),'''  
  
 
|-
 
|-
 
|02:14
 
|02:14
| '''প্ৰাথমিক মানৰ মেত্ৰিক্স,'''  
+
| '''initial values matrix (প্ৰাথমিক মানৰ মেত্ৰিক্স),'''  
  
 
|-
 
|-
 
| 02:17
 
| 02:17
| '''ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু'''  
+
| '''maximum number of iteration and (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু)'''  
  
 
|-
 
|-
  
 
| 02:19
 
| 02:19
|| '''অভিসৃত সহনশীলতা'''
+
|| '''convergence tolerance (অভিসৃত সহনশীলতা)'''
  
 
|-
 
|-
Line 171: Line 171:
 
|-
 
|-
 
| 03:09
 
| 03:09
| '''সৰ্বোচ্চ ইতিৰেচন''' আৰু '''সহনশীলতা লেভেল'''
+
| '''মেক্সিমাম ইতিৰেচন''' আৰু '''টৌলাৰেঞ্চ লেভেল'''
  
 
|-
 
|-
Line 183: Line 183:
 
|-
 
|-
 
|03:28
 
|03:28
| আমি '''x k p ওৱানৰ''' মান গণনা কৰো আৰু তেতিয়া  '''আপেক্ষিক এৰ’ৰ''' '''সহনশীলতা লেভেলতকৈ''' কম হয়নেকি চাওঁ
+
| আমি '''x k p ওৱানৰ''' মান গণনা কৰো আৰু তেতিয়া  '''আপেক্ষিক এৰ’ৰ''' '''টৌলাৰেঞ্চ লেভেলতকৈ''' কম হয়নেকি চাওঁ
  
 
|-
 
|-
 
| 03:38
 
| 03:38
| যদি ই '''সহনশীলতা লেভেলতকৈ''' কম হয়, আমি ইতিৰেচনটো '''ব্ৰেক''' কৰো আৰু সমাধানটো ঘূৰাই দিয়ে  
+
| যদি ই '''টৌলাৰেঞ্চ লেভেলতকৈ''' কম হয়, আমি ইতিৰেচনটো '''ব্ৰেক''' কৰো আৰু সমাধানটো ঘূৰাই দিয়ে  
 
|-
 
|-
  
Line 260: Line 260:
 
| 04:36
 
| 04:36
  
| ধৰক '''অভিসৃত সহনশীলতা লেভেল জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱান''' হয়  
+
| ধৰক '''কনভাৰজেঞ্চ টৌলাৰেঞ্চ লেভেল জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱান''' হয়  
  
 
|-
 
|-
Line 369: Line 369:
 
| 06:32
 
| 06:32
  
| '''গুণাংক মেত্ৰিক্স, '''
+
| '''coefficient মেত্ৰিক্স, '''
  
 
|-
 
|-
Line 375: Line 375:
 
| 06:34
 
| 06:34
  
| '''সোফালৰ মেত্ৰিক্স,'''
+
| '''right hand side মেত্ৰিক্স,'''
  
 
|-
 
|-
Line 381: Line 381:
 
| 06:36
 
| 06:36
  
| '''ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান, '''
+
| '''initial values of the variables matrix (ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান), '''
  
 
|-
 
|-
Line 387: Line 387:
 
| 06:38
 
| 06:38
  
| '''ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু'''   
+
| '''maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা) আৰু'''   
  
 
|-
 
|-
Line 393: Line 393:
 
| 06:40
 
| 06:40
  
| '''সহনশীলতা লেভেল'''
+
| '''টৌলাৰেঞ্চ লেভেল'''
  
 
|-
 
|-
Line 399: Line 399:
 
| 06:43
 
| 06:43
  
| তেতিয়া আমি '''গ’চ চাইদেল''' ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ '''A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ''' আৰু '''সহনশীলতা লেভেল''' আৰু আউতপুত আৰগুমেন্ত '''চলিওচনৰে'''  
+
| তেতিয়া আমি '''গ’চ চাইদেল''' ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ '''A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ''' আৰু '''টৌলাৰেঞ্চ লেভেল''' আৰু আউতপুত আৰগুমেন্ত '''চলিওচনৰে'''  
  
 
|-
 
|-
Line 441: Line 441:
 
| 07:44
 
| 07:44
  
| লগতে, আমি '''আপেক্ষিক এৰ’ৰ''' '''সহনশীলতা লেভেলতকৈ''' কম হয়নেকি চাওঁ
+
| লগতে, আমি '''আপেক্ষিক এৰ’ৰ''' '''টৌলাৰেঞ্চ লেভেলতকৈ''' কম হয়নেকি চাওঁ
  
 
|-
 
|-
Line 522: Line 522:
 
| 08:45
 
| 08:45
  
| তেতিয়া আমি '''ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা''' তুৱেন্তি ফাইভলৈ সূচীত কৰো  
+
| তেতিয়া আমি '''maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা)''' তুৱেন্তি ফাইভলৈ সূচীত কৰো  
  
 
|-
 
|-
Line 534: Line 534:
 
| 08:52
 
| 08:52
  
| আহক '''সহনশীলতা লেভেলক''' জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱানলৈ সূচীত কৰো  
+
| আহক '''টৌলাৰেঞ্চ লেভেলক''' জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱানলৈ সূচীত কৰো  
 
|-
 
|-
  

Latest revision as of 11:01, 8 May 2019

Time Narration
00:01 মৰমৰ বন্ধুসকল, লিনিয়াৰ সমীকৰণ ইতিৰেতিভ পদ্ধতিৰে সমাধান কৰা চিষ্টেমৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:10 এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব:
00:14 লিনিয়াৰ সমীকৰণৰ চিষ্টেমক ইতিৰেতিভ পদ্ধতিৰে সমাধান কৰিবলৈ
00:18 লিনিয়াৰ সমীকৰণ সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ
00:22 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো
00:25 উবুন্তো 12.04 অপাৰেতিং চিষ্টেম আৰু
00:28 চাইলেব 5.3.3 ভাৰ্চন
00:33 এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, শিকাৰু এজনৰ মৌলিক জ্ঞান থাকিব লাগিব
00:38 চাইলেব, আৰু লিনিয়াৰ সমীকৰণ সমাধান কৰাৰ
00:42 চাইলেবৰ বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইতত উপলদ্ধ সংগত টিউট’ৰিয়েলচ চাওঁক
00:50 আমি চাবলগা প্ৰথম ইতিৰেতিভ পদ্ধতিটো হৈছে জাক’বি পদ্ধতি
00:56 প্ৰদত্ত এটা লিনিয়াৰ সমীকৰণৰ চিষ্টেম, n সমীকৰণ আৰু n অজ্ঞাতৰ সৈতে,
01:02 আমি সমীকৰণটো পুনৰ লিখিম যাতে x of i k প্লাচ ওৱান সমান b i মাইনাচ a i j x j k ৰ যোগফলৰ পৰা j সমান ওৱান তু n হৰণ a i i য’ত i হৈছে ওৱান তু n লৈকে
01:24 আমি প্ৰতিটো x of i ৰ মান ধৰিম
01:27 তেতিয়া আমি আগৰ ষ্টেপত পোৱা মানক সমীকৰণত প্ৰতিস্থাপিত কৰিম
01:34 আমি সমাধান নোপোৱালৈকে ইতিৰেচনটো চলাম
01:39 আহক এই উদাহৰণক জাক’বি পদ্ধতিৰে সমাধান কৰো
01:44 আহক জাক’বি পদ্ধতিৰ ক’ডক চাওঁ
01:48 আমি ফৰ্মেত পদ্ধতিৰে চাইলেব কনচ’লত দৰ্শিত উত্তৰৰ ফৰ্মেতক সূচীত কৰো
01:56 ইয়াত e এ কয় উত্তৰটো বৈজ্ঞানিক লিপিত হ’ব লাগিব
02:01 আৰু তুৱেন্তিয়ে দৰ্শিত হ’বলগা অংকৰ সংখ্যাক সূচায়
02:06 তেতিয়া আমি ইনপুত ফাংচনৰে মান পাওঁ
02:10 the matrices coefficient matrix (মেত্ৰিক্সসমূহৰ গুণাংক মেত্ৰিক্স),
02:12 right hand side matrix (সোফালৰ মেত্ৰিক্স),
02:14 initial values matrix (প্ৰাথমিক মানৰ মেত্ৰিক্স),
02:17 maximum number of iteration and (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা আৰু)
02:19 convergence tolerance (অভিসৃত সহনশীলতা)
02:22 পাছত আমি চাইজ ফাংচনৰে মেত্ৰিক্স A এটা স্কোৱাৰ মেত্ৰিক্স হয়নেকি চাম
02:29 যদি ই নহয়, আমি এৰ’ৰ ফাংচনৰে এৰ’ৰ এটা দেখুৱাম
02:34 তেতিয়া আমি চাম মেত্ৰিক্স A কোণাকুণিকৈ প্ৰভাৱশালি হয়নে
02:40 মেত্ৰিক্সটোৰ প্ৰথম আধাই প্ৰতিটো ৰৌৰ যোগফলক গণনা কৰে
02:45 তেতিয়া ই চায় কাষৰ উপাদানৰ প্ৰদাক্তৰ দুগুণ সেই ৰৌৰ উপাদানৰ যোগফলতকৈ ডাঙৰ হয়নেকি
02:54 যদি ই নহয়, এৰ’ৰ ফাংচনে এৰ’ৰ এটা দেখুৱায়
03:01 তেতিয়া আমি ফাংচন জাক’বি ইতিৰেচনক ইনপুত আৰগুমেন্তৰে সূচীত কৰো
03:07 A, b , x জিৰ’,
03:09 মেক্সিমাম ইতিৰেচন আৰু টৌলাৰেঞ্চ লেভেল
03:14 ইয়াত x জিৰ’ হৈছে প্ৰাথমিক মানৰ মেত্ৰিক্স
03:19 আমি চাওঁ A মেত্ৰিক্সৰ আৰু প্ৰাথমিক মানৰ মেত্ৰিক্সৰ আকাৰ পৰস্পৰৰ সৈতে সুসংগত হয়নে নহয়
03:28 আমি x k p ওৱানৰ মান গণনা কৰো আৰু তেতিয়া আপেক্ষিক এৰ’ৰ টৌলাৰেঞ্চ লেভেলতকৈ কম হয়নেকি চাওঁ
03:38 যদি ই টৌলাৰেঞ্চ লেভেলতকৈ কম হয়, আমি ইতিৰেচনটো ব্ৰেক কৰো আৰু সমাধানটো ঘূৰাই দিয়ে
03:45 অবশেষত আমি ফাংচনটো শেষ কৰো
03:48 আহক ফাংচনটো ছেভ আৰু এক্সিকিউত কৰো
03:51 চাইলেব কনচ’ললৈ যাওঁক
03:54 আহক প্ৰতিটো প্ৰমপ্তত মান ভৰাওঁ
03:57 মেত্ৰিক্স A ৰ গুণাংক হৈছে খোলা বৰ বন্ধনী তু স্পেচ ওৱান চেমিক’লন ফাইভ স্পেচ চেভেন বন্ধ বৰ বন্ধনী
04:08 এন্টাৰ টিপক
04:10 তেতিয়া আমি লিখো খোলা বৰ বন্ধনী ইলেভেন চেমিক’লন থাৰতিন বন্ধ বৰ বন্ধনী
04:17 এন্টাৰ টিপক
04:20 প্ৰাথমিক মানৰ মেত্ৰিক্সটো হৈছে খোলা বৰ বন্ধনী ওৱান চেমিক’লন ওৱান বন্ধ বৰ বন্ধনী
04:28 এন্টাৰ টিপক
04:30 ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা হৈছে তুৱেন্তি ফাইভ
04:34 এন্টাৰ টিপক
04:36 ধৰক কনভাৰজেঞ্চ টৌলাৰেঞ্চ লেভেল জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱান হয়
04:44 এন্টাৰ টিপক
04:46 আমি ফাংচনটো মাতো লিখি
04:48 জাক’বি ইতিৰেচন খোলা পেৰেনথেচিচ A ক’মা b ক’মা x জিৰ’ ক’মা M a x I t e r ক’মা t o l বন্ধ পেৰেনথেচিচ
05:04 এন্টাৰ টিপক
05:06 x ওৱান আৰু x তুৰ মান কনচ’লত দৰ্শিত হৈছে
05:11 ইতিৰেচনৰ সংখ্যাটোও দৰ্শিত হৈছে
05:14 আহক এতিয়া গ’চ চাইদেল পদ্ধতি চাওঁ
05:19 প্ৰদত্ত এটা লিনিয়াৰ সমীকৰণৰ চিষ্টেম, n সমীকৰণ আৰু n অজ্ঞাতৰ সৈতে
05:26 আমি প্ৰতিটো অজ্ঞাতলৈ সমীকৰণটো পুনৰ লিখিম
05:29 সোফালৰ উপাদানৰ পৰা অন্য ভেৰিয়েবল আৰু সিহতৰ গুণাংকক প্ৰতিস্থাপিত কৰি
05:37 তেতিয়া আমি ইয়াক হৰণ কৰো সেই ভেৰিয়েবলৰ অজ্ঞাত ভেৰিয়েবলৰ গুণাংক a i i ৰে
05:45 ইয়াক প্ৰতিটো প্ৰদত্ত সমীকৰণত কৰা হয়
05:49 জাক’বি পদ্ধতিত, x of i k প্লাচ ওৱানৰ গণনাৰ বাবে, x of i k ৰ প্ৰতিটো উপাদান ব্যৱহৃত হয় মাত্ৰ x of i k প্লাচ ওৱানৰ বাহিৰে
06:03 গ’চ চাইদেল পদ্ধতি, আমি x of i k ৰ মান x of i k প্লাচ ওৱানৰে অভাৰ ৰাইত কৰো
06:12 আহক এই উদাহৰণক গ’চ চাইদেল পদ্ধতিৰে সমাধান কৰো
06:17 আহক গ’চ চাইদেল পদ্ধতিৰ ক’ডক চাওঁ
06:21 প্ৰথম শাৰীয়ে ফৰ্মেত ফাংচনৰে কনচ’লত দৰ্শিত উত্তৰৰ ফৰ্মেতক সূচীত কৰে
06:29 তেতিয়া আমি ইনপুত ফাংচনৰে মান পাওঁ
06:32 coefficient মেত্ৰিক্স,
06:34 right hand side মেত্ৰিক্স,
06:36 initial values of the variables matrix (ভেৰিয়েবল মেত্ৰিক্সৰ প্ৰাথমিক মান),
06:38 maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা) আৰু
06:40 টৌলাৰেঞ্চ লেভেল
06:43 তেতিয়া আমি গ’চ চাইদেল ফাংচনক সূচীত কৰো ইনপুত আৰগুমেন্তচ A ক’মা b ক’মা x জিৰ’ ক’মা max ইতিৰেচনচ আৰু টৌলাৰেঞ্চ লেভেল আৰু আউতপুত আৰগুমেন্ত চলিওচনৰে
06:58 আমি মেত্ৰিক্স A স্কোৱাৰ হয়নে আৰু প্ৰাথমিক ভেক্তৰ আৰু মেত্ৰিক্স A ৰ আকাৰ চাইজ আৰু লেনথ ফাংচন ব্যৱ্হাৰ কৰি উপযুক্ত হয়নে চাওঁ
07:10 তেতিয়া আমি ইতিৰেচন আৰম্ভ কৰো
07:13 আমি প্ৰাথমিক মান ভেক্তৰ x জিৰ’ তু x k গণ্য কৰো
07:19 আমি এটা জিৰ’ৰ মেত্ৰিক্স বনাওঁ x k ৰ সমান আকাৰৰ আৰু ইয়াক x k p ওৱান বুলি কওঁ
07:28 আমি x k p ওৱানৰে সেই সমীকৰণৰ অজ্ঞাত ভেৰিয়েবলৰ মান পাবলৈ প্ৰতিটো সমীকৰণ সমাধান কৰো
07:38 প্ৰতিটো ইতিৰেচনত, x k p ওৱানৰ মান আপদেত হয়
07:44 লগতে, আমি আপেক্ষিক এৰ’ৰ টৌলাৰেঞ্চ লেভেলতকৈ কম হয়নেকি চাওঁ
07:50 যদি ই হয়, আমি ইতিৰেচনটো ব্ৰেক কৰো
07:54 তেতিয়া x k p ওৱানক ভেৰিয়েবল চলিউচনলৈ গণ্য কৰক
07:59 অবশেষত, আমি ফাংচনটো শেষ কৰো
08:02 আহক ফাংচনটো ছেভ আৰু এক্সিকিউত কৰো
08:06 চাইলেব কনচ’ললৈ যাওঁক
08:09 প্ৰথম প্ৰমপ্তত, আমি লিখো মেত্ৰিক্স A
08:12 লিখক খোলা বৰবন্ধনী তু স্পেচ ওৱান চেমিক’লন ফাইভ স্পেচ চেভেন বন্ধ বৰবন্ধনী
08:21 এন্টাৰ টিপক । পাছৰ প্ৰমপ্তত,
08:24 লিখক খোলা বৰবন্ধনী ইলেভেন চেমিক’লন থাৰতিন বন্ধ বৰবন্ধনী
08:31 এন্টাৰ টিপক
08:33 আমি প্ৰাথমিক মানৰ ভেক্তৰৰ মান দিওঁ লিখি
08:38 খোলা বৰ বন্ধনী ওৱান চেমিক’লন ওৱান বন্ধ বৰ বন্ধনী
08:43 এন্টাৰ টিপক
08:45 তেতিয়া আমি maximum number of iterations (ইতিৰেচনৰ সৰ্বোচ্চ সংখ্যা) তুৱেন্তি ফাইভলৈ সূচীত কৰো
08:50 এন্টাৰ টিপক
08:52 আহক টৌলাৰেঞ্চ লেভেলক জিৰ’ পইন্ত জিৰ’ জিৰ’ জিৰ’ জিৰ’ ওৱানলৈ সূচীত কৰো
08:58 এন্টাৰ টিপক
09:01 শেষত আমি ফাংচনটো মাতো লিখি
09:04 G a u s s S e i d e l খোলা পেৰেনথেচিচ A ক’মা b ক’মা x জিৰ’ ক’মা M a x I t e r ক’মা t o l বন্ধ পেৰেনথেচিচ
09:24 এন্টাৰ টিপক
09:26 x ওৱান আৰু x তুৰ মান দৰ্শিত হৈছে
09:30 একেটা সমস্যা সমাধান কৰিবলৈ ইতিৰেচনৰ সংখ্যা জাক’বি পদ্ধতিতকৈ কম হয়
09:37 আপুনি নিজে এই সমস্যাটো জাক’বি আৰু গ’চ চাইদেল পদ্ধতিৰে সমাধান কৰক
09:43 এই টিউট’ৰিয়েলটোত আমি শিকিলো:
09:47 লিনিয়াৰ সমীকৰণৰ চিষ্টেম সমাধান কৰিবলৈ চাইলেব ক’ড বনাবলৈ
09:52 লিনিয়াৰ সমীকৰণৰ চিষ্টেম এটাৰ অজ্ঞাত ভেৰিয়েবলৰ মানটো বিচাৰিবলৈ
09:58 তলৰ লিংকত উপলদ্ধ ভিদিঅ’টো চাওঁক
10:01 ই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শাই
10:04 যদি আপোনাৰ ভাল বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
10:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
10:11 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে,
10:15 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰমাণপত্ৰ দিয়ে
10:18 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
10:25 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয়
10:30 ই নেচ’নেল মিচন অন এদুকেচনৰ সৈতে ICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
10:37 এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ
10:49 মই মৌচুম হাজৰিকা
10:51 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9