Scilab/C4/Integration/Assamese

From Script | Spoken-Tutorial
Revision as of 11:34, 8 May 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, কম্প’জিত নিউমেৰিকেল ইন্তিগ্ৰেচনৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব :
00:11 বিভিন্ন কম্প’জিত নিউমেৰিকেল ইন্তিগ্ৰেচন এলগ’ৰিথমচৰ বাবে চাইলেব ক’ড বনাবলৈ
00:17 ইন্তিগ্ৰেলক সমান ইন্তাৰভেলচত ভগাবলৈ
00:21 প্ৰতিটো ইন্তাৰভেলত এলগ’ৰিথমটো প্ৰয়োগ কৰিবলৈ আৰু
00:24 ইন্তিগ্ৰেলৰ কম্প’জিত ভেলুটো গণনা কৰিবলৈ
00:28 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো
00:30 উবুন্তো 12.04 অপাৰেতিং চিষ্টেম
00:34 চাইলেব 5.3.3 ভাৰ্চনৰ সৈতে
00:38 এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, শিকাৰু এজনৰ মৌলিক জ্ঞান থাকিব লাগিব
00:42 চাইলেব আৰু
00:44 সাংখ্যিক পদ্ধতি ব্যৱ্হাৰ কৰি ইন্তিগ্ৰেচন
00:47 চাইলেবৰ বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইতত উপলদ্ধ প্ৰাসঙ্গিক টিউট’ৰিয়েলচ চাওঁক
00:55 নিউমেৰিকেল ইন্তিগ্ৰেচন হৈছে
00:58 ইন্তিগ্ৰেল এটাৰ নিউমেৰিকেল ভেলু কেনেকৈ পাব পাৰি তাৰ অধ্যয়্ণ
01:03 ই ব্যৱহৃত হয় যেতিয়া সঠিক গাণিতিক ইন্তিগ্ৰেচন উপলদ্ধ নহয়
01:08 ইন্তিগ্ৰেন্দৰ মানসমূহৰ পৰা মোটামুতি নিৰ্দিষ্ট ইন্তিগ্ৰেল এটা লয়
01:15 আহক যৌগিক ট্ৰেপিজইদেল নিয়ম চাওঁ
01:18 এই নিয়মটো হৈছে ট্ৰেপিজইদেল নিয়মৰ প্ৰসাৰণ
01:22 আমি ইন্তাৰভেল a কমা b ক n সমান ইন্তাৰভেলচলৈ ভগাওঁ
01:29 পাছত h সমান b বিয়োগ a হৰণ n হৈছে ইন্তাৰভেলচৰ কমন দৈৰ্ঘ্য
01:36 পাছত যৌগিক ট্ৰেপিজইদেল নিয়ম এনেদৰে দিয়া হৈছে:
01:41 a তু b ইন্তাৰভেলত F অফ x ফাংচনৰ ইন্তিগ্ৰেলটো মোটামুটিভাবে সমান হয় h পুৰণ x zero to x n ফাংচনৰ মানসমূহৰ যোগফলৰ সৈতে
01:57 আহক যৌগিক ট্ৰেপিজইদেল নিয়ম ব্যৱ্হাৰ কৰি উদাহৰণ এটা সমাধান কৰো
02:02 ধৰক ইন্তাৰভেলচৰ সংখ্যা n সমান দহ (n=10)
02:09 আহক যৌগিক ট্ৰেপিজইদেল নিয়মৰ ক’ডক চাইলেব এদিতৰত চাওঁ
02:16 আমি প্ৰথমে ফাংচনটো f , a , b , n পাৰামিটাৰচৰে সূচীত কৰিম
02:22 f এ আমি সমাধান কৰিবলগা ফাংচনটো বুজায়,
02:25 a হৈছে ইন্তিগ্ৰেলৰ নিম্ন সীমা,
02:28 b হৈছে ইন্তিগ্ৰেলৰ উচ্চ সীমা আৰু
02:31 n হৈছে ইন্তাৰভেলচৰ সংখ্যা
02:34 লিনস্পেচ ফাংচন শূণ্য আৰু একৰ মাজত দহটা সমান ইন্তাৰভেলচ বনাবলৈ ব্যৱহৃত হয়
02:42 আমি ইন্তিগ্ৰেলৰ মানটো পালো আৰু ইয়াক I one ত জমা ৰাখিছো
02:49 চাইলেব এদিতৰত এক্সিকিউতত ক্লিক কৰক আৰু ছেভ এন্দ এক্সিকিউত ক’ড বাচক
03:02 উদাহৰণৰ ফাংচনটো সূচীত কৰক লিখি:
03:05 d e f f খোলা পেৰেনথেচিচ খোলা একক উৰ্দ্ধক’মা খোলা বৰবন্ধনী y বন্ধ বৰবন্ধনী সমান f of x বন্ধ উৰ্দ্ধক’মা ক’মা খোলা উৰ্দ্ধক’মা y সমান one by খোলা পেৰেনথেচিচ দুই এচতেৰিক্স x যোগ এক বন্ধ পেৰেনথেচিচ বন্ধ উৰ্দ্ধক’মা বন্ধ পেৰেনথেচিচ
03:30 এন্টাৰ টিপক । লিখক ট্ৰেপ আন্দাৰস্ক’ৰ কম্প’জিত খোলা পেৰেনথেচিচ f ক’মা জিৰ’ ক’মা ওৱান ক’মা তেন বন্ধ পেৰেনথেচিচ
03:41 এন্টাৰ টিপক
03:43 উত্তৰটো কনচ’লত দৰ্শিত হৈছে
03:47 পাছত আমি চাম কম্প’জিত Simpson's ্ৰোল
03:51 এই নিয়মত, আমি বিশ্লেষণ কৰিম ইন্তাৰভেল a ক’মা bn ডাঙৰ 1 ত কৈ সমান দৈৰ্ঘ্যৰ চাব-ইন্তাৰভেলচ
04:03 Simpson's নিয়ম প্ৰতিটো ইন্তাৰভেললৈ প্ৰয়োগ কৰক
04:06 আমি ইন্তিগ্ৰেলৰ মানটো পাওঁ:
04:10 h by থ্ৰি পূৰণ f জিৰ’, ফৌৰ ইনতু f ওৱান, তু ইনতু f তু তু f n ৰ যোগফল
04:19 আহক কম্প’জিত Simpson's ্ৰোল ব্যৱ্হাৰ কৰি উদাহৰণ এটা সমাধান কৰো
04:24 আমাক দিয়া হৈছে এটা ফাংচন ওৱান বাই ওৱান প্লাচ x cube d x ইন্তাৰভেল ওৱান তু তুত
04:32 ধৰক ইন্তাৰভেলচৰ সংখ্যা তুৱেন্তি
04:37 আহক কম্প’জিত Simpson's ্ৰোলৰ ক’ডক চাওঁ
04:42 আমি প্ৰথমে ফাংচনটো f , a , b , n পাৰামিটাৰচৰে সূচীত কৰিম
04:49 f এ আমি সমাধান কৰিবলগা ফাংচনটো বুজায়,
04:52 a হৈছে ইন্তিগ্ৰেলৰ নিম্ন সীমা,
04:56 b হৈছে ইন্তিগ্ৰেলৰ উচ্চ সীমা আৰু
04:58 n হৈছে ইন্তাৰভেলচৰ সংখ্যা
05:02 আমি পইন্তৰ দুটা চেত পাইছো
05:04 আমি ফাংচনৰ মানটো এটা চেতৰ সৈতে পাইছো আৰু ইয়াক দুইৰে পূৰণ কৰিছো
05:10 আনটো চেতৰ সৈতে, আমি মানটো পাইছো আৰু ইয়াক চাৰিৰে পূৰণ কৰিছো
05:16 আমি মানদুটাক যোগ কৰিছো আৰু তাক h বাই থ্ৰিৰে পূৰণ কৰিছো আৰু অন্তিম মানটো Iত জমা ৰাখিছো
05:24 আহক ক’ডটো এক্সিকিউত কৰো
05:28 ছেভ আৰু এক্সিকিউত কৰক ফাইল Simp আন্দাৰস্ক’ৰ কম্প’জিত দত s c i
05:39 প্ৰথমে মই স্ক্ৰিণ খালি কৰো
05:42 উদাহৰণৰ ফাংচনটো সূচীত কৰক লিখি:
05:45 d e f f খোলা পেৰেনথেচিচ খোলা একক উৰ্দ্ধক’মা খোলা বৰবন্ধনী y বন্ধ বৰবন্ধনী সমান f of x বন্ধ উৰ্দ্ধক’মা ক’মা খোলা উৰ্দ্ধক’মা y সমান ওৱান হৰণ খোলা পেৰেনথেচিচ ওৱান প্লাচ x কিউব বন্ধ পেৰেনথেচিচ বন্ধ উৰ্দ্ধক’মা বন্ধ পেৰেনথেচিচ
06:12 এন্টাৰ টিপক
06:14 লিখক Simp আন্দাৰস্ক’ৰ কম্প’জিত খোলা পেৰেনথেচিচ f ক’মা ওৱান ক’মা তু ক’মা তুৱেন্তি বন্ধ পেৰেনথেচিচ
06:24 এন্টাৰ টিপক
06:26 উত্তৰটো কনচ’লত দৰ্শিত হৈছে
06:31 এতিয়া আহক কম্প’জিত মিদপইন্ত ৰোল চাওঁ
06:35 ই ডিগ্ৰী ওৱান বা কমৰ পলিন’মিয়েলচক ইন্তিগ্ৰেতচ কৰে,
06:40 ইন্তাৰভেল a ক’মা b ক এটা সমান প্ৰস্থৰ চাব-ইন্তাৰভেলচলৈ বিভাজিত কৰে
06:49 x i ৰ দ্বাৰা সূচীত প্ৰতিটো ইন্তাৰভেলৰ মিদপইন্ত বিচাৰে
06:54 আমি ইন্তিগ্ৰেলৰ মানসমূহৰ যোগফলটো প্ৰতিটো মিদপইন্তত বিচাৰো
07:00 আহক এই সমস্যাক কম্প’জিত মিদপইন্ত ৰোল ব্যৱ্হাৰ কৰি সমাধান কৰো
07:05 আমাক এটা ফাংচন দিয়া হৈছে ওৱান বিয়োগ x স্কোৱাৰ d x ইন্তাৰভেল জিৰ’ তু ওৱান পইন্ত ফাইভত
07:15 আমি ধৰো n সমান তুৱেন্তি
07:18 আহক যৌগিক মিদপইন্ত নিয়মৰ ক’ডক চাওঁ
07:24 আমি প্ৰথমে ফাংচনটো f , a , b , n পাৰামিটাৰচৰে সূচীত কৰিম
07:30 f এ আমি সমাধান কৰিবলগা ফাংচনটো বুজায়,
07:33 a হৈছে ইন্তিগ্ৰেলৰ নিম্ন সীমা,
07:36 b হৈছে ইন্তিগ্ৰেলৰ উচ্চ সীমা আৰু
07:39 n হৈছে ইন্তাৰভেলচৰ সংখ্যা
07:41 আমি প্ৰতিটো ইন্তাৰভেলৰ মিদপইন্ত বিচাৰো
07:45 ইন্তিগ্ৰেলৰ মান প্ৰতিটো মিদপইন্তত বিচাৰক আৰু পাছত যোগফলটো বিচাৰি তাক I ত জমা ৰাখক
07:53 আহক এতিয়া উদাহৰণটো সমাধান কৰো
07:55 ছেভ আৰু এক্সিকিউত কৰক ফাইল mid আন্দাৰস্ক’ৰ কম্প’জিত দত s c i
08:04 মই স্ক্ৰিণ খালি কৰো
08:08 আমি উদাহৰণৰ ফাংচনটো সূচীত কৰিম লিখি:
08:13 d e f f খোলা পেৰেনথেচিচ খোলা একক উৰ্দ্ধক’মা খোলা বৰবন্ধনী y বন্ধ বৰবন্ধনী সমান f of x বন্ধ উৰ্দ্ধক’মা ক’মা খোলা উৰ্দ্ধক’মা y সমান ওৱান মাইনাচ x স্কোৱাৰ বন্ধ উৰ্দ্ধক’মা বন্ধ পেৰেনথেচিচ
08:37 এন্টাৰ টিপক
08:39 তেতিয়া লিখক mid আন্দাৰস্ক’ৰ কম্প’জিত খোলা পেৰেনথেচিচ f ক’মা জিৰ’ ক’মা ওৱান পইন্ত ফাইভ ক’মা তুৱেন্তি বন্ধ পেৰেনথেচিচ
08:53 এন্টাৰ টিপক । উত্তৰটো কনচ’লত দৰ্শিত হৈছে
08:59 আহক টিউট’ৰিয়েলটোৰ মূলভাব চাওঁ
09:02 এই টিউট’ৰিয়েলটোত আমি শিকিলো:
09:04 নিউমেৰিকেল ইন্তিগ্ৰেচনৰ বাবে চাইলেব ক’ড বনাবলৈ
09:08 ইন্তিগ্ৰেল এটাৰ মান বিচাৰিবলৈ
09:11 তলৰ লিংকত উপলদ্ধ ভিদিঅ’টো চাওঁক
09:15 ই স্প’কেন টিউট’ৰিয়েলৰ মূলভাব দৰ্শাই
09:18 যদি আপোনাৰ ভাল বেন্দউইথ নাই, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
09:23 স্প’কেন টিউট’ৰিয়েল দলে:
09:25 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে
09:29 অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱাক প্ৰমাণপত্ৰ দিয়ে
09:32 অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
09:40 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয়
09:45 ই নেচ’নেল মিচন অন এদুকেচনৰ সৈতে ICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
09:52 এই মিচনৰ বিষয়ে অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ
10:03 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9