Scilab/C4/Control-systems/Assamese

From Script | Spoken-Tutorial
Revision as of 16:46, 6 August 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 মৰমৰ বন্ধুসকল, এদভাঞ্চদ কনট্ৰ’ল অফ কন্তিনোৱাচ টাইম চিষ্টেমচৰ (Advanced Control of Continuous Time systems) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোৰ শেষত, আপুনি শিকিব কেনেকৈ:
00:12 কন্তিনোৱাচ টাইম চিষ্টেম এটা সূচীত কৰিবলৈ: দ্বিতীয় আৰু উচ্চ ক্ৰমৰ
00:17 ষ্টেপ (step) আৰু চাইন ইনপুতচলৈ প্ল’ত ৰেচপনচ কৰা
00:20 ব’দি প্ল’ত (Bode plot) এটা কৰিবলৈ
00:22 নিউমাৰ (numer) আৰু দেন’ম চাইলেব ফাংচনচ (denom Scilab functions) অধ্যয়্ণ কৰিবলৈ
00:26 চিষ্টেম এটাৰ প’লচ (poles) আৰু জিৰ’চ (zeros) প্ল’ত কৰিবলৈ
00:30 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো
00:33 উবুন্তো 12.04 অপাৰেতিং চিষ্টেম হিচাবে
00:36 চাইলেব ভাৰ্চন 5.3.3 ৰ সৈতে
00:40 এই টিউট’ৰিয়েলটো অভ্যাস কৰাৰ আগতে, লাৰনাৰ এজনৰ চাইলেব (Scilab) আৰু কনট্ৰ’ল চিষ্টেমচৰ (control systems) মুল জ্ঞান থাকিব লাগিব
00:48 চাইলেবৰ (Scilab) বাবে, অনুগ্ৰহ কৰি স্প’কেন টিউট’ৰিয়েল ওৱেবচাইতত উপলদ্ধ চাইলেব টিউট’ৰিয়েলচ (Scilab tutorials) চাওঁক
00:55 এই টিউট’ৰিয়েলটোত, মই কেনেকৈ দ্বিতীয়-ক্ৰমৰ লিনিয়াৰ চিষ্টেম (second-order linear system) সূচীত কৰা হয় ব্যাখ্যা কৰিম
01:02 গতিকে, প্ৰথমে আমি জটিল দ’মেইন ভেৰিয়েবল 's' ক সূচীত কৰিব লাগিব
01:08 আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ (Scilab console window) যাওঁ
01:11 ইয়াত, লিখক s সমান প’লি আৰম্ভণী পেৰেনথেচিচ জিৰ’ ক’মা আৰম্ভণী একক উৰ্দ্ধক’মা s সামৰণী একক উৰ্দ্ধক’মা সামৰণী পেৰেনথেচিচ, এন্টাৰ (Enter) টিপক
01:25 আউতপুতটো হৈছে 's'
01:27 আনএটা পদ্ধতি আছে 's' ক কন্তিনোৱাচ টাইম কমপ্লেক্স ভেৰিয়েবল (continuous time complex variable) হিচাবে সূচীত কৰিবলৈ
01:32 কনচ’ল উইন্দ’ খোলক, লিখক:
01:35 s সমান পাৰচেন্তেজ s, এন্টাৰ (Enter) টিপক
01:41 আহক আমি চিচলিন চাইলেব কমান্দ (syslin Scilab command) অধ্যয়্ণ কৰো
01:44 কন্তিনোৱাচ টাইম চিষ্টেমটো সূচীত কৰিবলৈ চিচলিন ( ’syslin’ ) চাইলেব (Scilab) ফাংচনটো ব্যৱ্হাৰ কৰক
01:51 G অফ s ইজ ইকুৱেল তু 2 অভাৰ 9 প্লাচ 2 s প্লাচ s স্কোৱাৰ
01:58 ষ্টেপ (step) অপচনৰ সৈতে csim ব্যৱ্হাৰ কৰক, ষ্টেপ ৰেচপনচটো পাবলৈ আৰু তেতিয়া ষ্টেপ ৰেচপনচটো (step response) প্ল’ত কৰক
02:06 আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ (Scilab console window) যাওঁ
02:09 ইয়াত, লিখক: sys বৰফলা G সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা তু হৰণ আৰম্ভণী পেৰেনথেচিচ s স্কোৱাৰ যোগ তু আচতেৰিক s যোগ নাইন সামৰণী পেৰেনথেচিচ সামৰণী পেৰেনথেচিচ
02:32 ইয়াত c ব্যৱহৃত হৈছে, যিহেতু আমি এটা কন্তিনোৱাচ টাইম চিষ্টেম সূচীত কৰিছো
02:38 এন্টাৰ (Enter) টিপক
02:40 আউতপুতটোত লিনিয়াৰ দ্বিতীয় ক্ৰমৰ চিষ্টেম প্ৰদৰ্শিত হৈছে
02:44 2 অভাৰ 9 যোগ 2 s যোগ s স্কোৱাৰৰ দ্বাৰা
02:49 তেতিয়া, লিখক t সমান জিৰ’ ক’লন জিৰ’ পইন্ত ওৱান ক’লন তেন চেমিক’লন
02:57 এন্টাৰ (Enter) টিপক
02:59 তেতিয়া, লিখক y ওৱান সমান c চিম আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা ষ্টেপ সামৰণী একক উৰ্দ্ধক’মা ক’মা t ক’মা sys বৰফলা G সামৰণী পেৰেনথেচিচ চেমিক’লন
03:15 এন্টাৰ (Enter) টিপক
03:17 তেতিয়া, লিখক প্ল’ত আৰম্ভণী পেৰেনথেচিচ t ক’মা y ওৱান সামৰণী পেৰেনথেচিচ চেমিক’লন
03:24 এন্টাৰ (Enter) টিপক
03:26 আউতপুতটোৱে প্ৰদত্ত দ্বিতীয় ক্ৰমৰ চিষ্টেমৰ ষ্টেপ ৰেচপনচটো (step response) দৰ্শিত কৰিব
03:33 আহক আমি চাইন ইনপুতৰ (sine input) বাবে দ্বিতীয় ক্ৰমৰ চিষ্টেমৰ ৰেচপনচটো অধ্যয়্ণ কৰো
03:39 চাইন ইনপুতচক (Sine inputs) সহজে ইনপুত হিচাবে দিব পাৰি এটা দ্বিতীয় ক্ৰমৰ চিষ্টেমৰ পৰা কন্তিনোৱাচ টাইম চিষ্টেম এটালৈ
03:47 আহক আমি চাইলেব কনচ’ল উইন্দ’লৈ (Scilab console window) যাওঁ
03:51 লিখক U তু সমান চাইন আৰম্ভণী পেৰেনথেচিচ t সামৰণী পেৰেনথেচিচ চেমিক’লন
03:59 এন্টাৰ (Enter) টিপক
04:01 তেতিয়া, লিখক: y তু সমান c চিম আৰম্ভণী পেৰেনথেচিচ তু ক’মা t ক’মা sys বৰফলা G সামৰণী বন্ধনী চেমিক’লন
04:15 এন্টাৰ (Enter) টিপক
04:17 ইয়াত আমি ব্যৱ্হাৰ কৰিছো sysG, কন্তিনোৱাচ টাইম দ্বিতীয় ক্ৰমৰ চিষ্টেম, আমি আগতে সূচীত কৰিছিলো
04:25 তেতিয়া, লিখক: প্ল’ত আৰম্ভণী পেৰেনথেচিচ t ক’মা আৰম্ভণী বৰ বন্ধনী u তু চেমিক’লন y তু সামৰণী বৰ বন্ধনী সামৰণী পেৰেনথেচিচ
04:39 আপুনি u2 আৰু y2 ৰ মাজত চেমিক’লন (semicolon) এটা দিয়াটো নিশ্বিত কৰক কাৰণ u2 আৰু y2 হৈছে একে চাইজৰ ৰৌ ভেক্তৰচ
04:50 এন্টাৰ (Enter) টিপক
04:52 এই প্ল’তটোৱে এটা ষ্টেপ ইনপুত (step input) আৰু চাইন ইনপুতলৈ (sine input) চিষ্টেমটোৰ ৰেচপনচ দৰ্শাই । ইয়াক কোৱা হয় ৰেচপনচ প্ল’ত (response plot)
05:01 ৰেচপনচ প্ল’তে (response plot) ইনপুত আৰু আউতপুত দুয়োটাকে একেদাল গ্ৰাফত প্ল’ত কৰে
05:06 আশাকৰা দৰে, আউতপুতটোওঁ লগতে এটা চাইন ওৱেভ (sine wave) আৰু
05:11 ইনপুত আৰু আউতপুতৰ মাজত এটা ফেজ লেগ (phase lag) আছে
05:15 আমপ্লিতিউদ (Amplitude) ইনপুত আৰু আউতপুতৰ বাবে বেলেগ হয় যিহেতু ই এটা ট্ৰেনচফাৰ (transfer) ফাংচনৰ দ্বাৰা পাৰ হৈছে
05:23 এইটো এটা আদৰ্শ আন্দাৰ-দাম্পদ (under-damped) উদাহৰণ
05:26 আহক আমি বদি প্ল’ত অফ 2 অভাৰ 9 প্লাচ 2 s প্লাচ s স্কোৱাৰক প্ল’ত কৰো
05:32 অনুগ্ৰহ কৰি মন কৰিব, 'f r e q' কমান্দ হৈছে ফ্ৰিকোৱেঞ্চি ৰেচপনচৰ (frequency response) বাবে এটা চাইলেব (Scilab) কমান্দ
05:39 f r e q ক এটা ভেৰিয়েবল (variable) হিচাবে ব্যৱ্হাৰ নকৰিব!!
05:44 চাইলেব কনচ’ল (Scilab console) খোলক আৰু লিখক:
05:47 f r সমান আৰম্ভণী বৰ বন্ধনী জিৰ’ পইন্ত জিৰ’ ওৱান ক’লন তেন সামৰণী বৰ বন্ধনী চেমিক’লন
06:00 এন্টাৰ (Enter) টিপক
06:03 ফ্ৰিকোৱেঞ্চিটো (frequency) হাৰ্তজত (Hertz) আছে
06:06 তেতিয়া লিখক বদি আৰম্ভণী পেৰেনথেচিচ sys বৰফলা G ক’মা fr সামৰণী পেৰেনথেচিচ
06:15 আৰু এন্টাৰ (Enter) টিপক
06:17 বদি প্ল’তটো (bode plot) দৰ্শিত হৈছে
06:20 আহক আমি আনএটা চিষ্টেম সূচীত কৰো
06:23 আমাৰ আছে এটা অভাৰ-দাম্পদ চিষ্টেম p সমান s স্কোৱাৰ প্লাচ নাইন s প্লাচ নাইন
06:32 আহক আমি এই চিষ্টেমটোৰ বাবে ষ্টেপ ৰেচপনচ (step response) প্ল’ত কৰো
06:36 চাইলেব কনচ’ললৈ (Scilab console) যাওঁক
06:38 আপোনাৰ কনচ’লত এইটো লিখক:
06:40 p সমান s স্কোৱাৰ প্লাচ নাইন আচত্ৰিক s প্লাচ নাইন
06:47 আৰু তেতিয়া এন্টাৰ (Enter) টিপক
06:49 তেতিয়া আপোনাৰ কনচ’লত এইটো লিখক:
06:51 sys তু সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা নাইন হৰণ p সামৰণী পেৰেনথেচিচ
07:04 আৰু এন্টাৰ (Enter) টিপক
07:07 তেতিয়া লিখক: t সমান জিৰ’ ক’লন জিৰ’ পইন্ত ওৱান ক’লন তেন চেমিক’লন
07:14 এন্টাৰ (Enter) টিপক
07:17 y সমান c চিম আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা ষ্টেপ সামৰণী একক উৰ্দ্ধক’মা ক’মা t ক’মা sys তু সামৰণী পেৰেনথেচিচ চেমিক’লন
07:31 এন্টাৰ (Enter) টিপক
07:33 তেতিয়া লিখক প্ল’ত আৰম্ভণী পেৰেনথেচিচ t ক’মা y সামৰণী পেৰেনথেচিচ
07:39 এন্টাৰ (Enter) টিপক
07:41 অভাৰ-দাম্পদ চিষ্টেমটোৰ বাবে ৰেচপনচ প্ল’তটো দৰ্শিত হৈছে
07:46 p ৰ ৰোতচ পাবলৈ আপোনাৰ কনচ’লত এইটো লিখক -
07:49 p ৰ ৰোতচ আৰু এন্টাৰ (Enter) টিপক
07:54 এই ৰোতচ (roots) হৈছে চিচ তু (sys two) চিষ্টেমটোৰ প’লচ
07:59 চিষ্টেমটোৰ ৰোতচ বা প’লচ (roots or poles) দৰ্শিত হৈছে
08:02 অনুগ্ৰহ কৰি এই চিষ্টেমটোৰ বাবে ষ্টেপ ৰেচপনচ (Step response) প্ল’ত কৰক একেধৰণৰ শাৰীৰ সৈতে, অভাৰ দাম্পদ চিষ্টেমটোৰ (over damped system) দৰে
08:11 G অফ s সমান 2 অভাৰ 9 প্লাচ 6 s প্লাচ s স্কোৱাৰ যি হৈছে এটা ক্ৰিতিকেলি দাম্পদ চিষ্টেম (critically damped system)
08:20 তেতিয়া G অফ s সমান 2 অভাৰ 9 প্লাচ s স্কোৱাৰ যি হৈছে এটা আনদাম্প্দ চিষ্টেম (undamped system)
08:28 G অফ s সমান 2 অভাৰ 9 মাইনাচ 6 s প্লাচ s স্কোৱাৰ যি হৈছে এটা আনষ্টেবল চিষ্টেম (unstable system)
08:36 চিনোচইদেল ইনপুতচৰ (sinusoidal inputs) ৰেচপনচ চাওঁক সকলো কেচৰ বাবে আৰু লগতে বদি প্ল’তক (bode plot) প্ল’ত কৰক
08:45 চাইলেব কনচ’ললৈ (Scilab console) যাওঁক
08:48 এটা সাধাৰণ ট্ৰেনচফাৰ ফাংচনৰ (transfer function) বাবে, নিউমেৰেতৰ আৰু দিন’মিনেতৰক পৃথককৈ সূচীত কৰিব পাৰি
08:55 আহক মই আপোনাক দেখুৱাও কেনেকৈ
08:57 কনচ’লত (console) লিখক:
08:59 sys থ্ৰি সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা s প্লাচ চিক্স ক’মা s স্কোৱাৰ প্লাচ চিক্স আচত্ৰিকচ s প্লাচ নাইনতিন সামৰণী পেৰেনথেচিচ
09:19 এন্টাৰ (Enter) টিপক
09:21 আনএটা পদ্ধতিত চিষ্টেম এটা সূচীত কৰিবলৈ লিখক:
09:24 g সমান আৰম্ভণী পেৰেনথেচিচ s প্লাচ চিক্স সামৰণী পেৰেনথেচিচ হৰণ আৰম্ভণী পেৰেনথেচিচ s স্কোৱাৰ প্লাচ চিক্স আচত্ৰিকচ s প্লাচ নাইনতিন সামৰণী পেৰেনথেচিচ
09:40 এন্টাৰ (Enter) টিপক
09:42 তেতিয়া আপোনাৰ কনচ’লত (console) এইটো লিখক:
09:44 চিচ ফৌৰ সমান চিচলিন আৰম্ভণী পেৰেনথেচিচ আৰম্ভণী একক উৰ্দ্ধক’মা c সামৰণী একক উৰ্দ্ধক’মা ক’মা g সামৰণী পেৰেনথেচিচ
09:55 এন্টাৰ (Enter) টিপক
09:58 দুয়োটা পদ্ধতিত, আমি একেটা আউতপুত পাওঁ;
10:01 চিক্স প্লাচ s অভাৰ 19 প্লাচ চিক্স s প্লাচ s স্কোৱাৰ
10:07 ভেৰিয়েবল ’sys’ টো ৰেচনেল (’rational’) ধৰণৰ হয়
10:10 ইয়াৰ নিউমেৰেতৰ আৰু দিন’মিনেতৰক বিভিন্ন পদ্ধতিৰে এক্সত্ৰেক্ত কৰিব পাৰি
10:16 চিচ অফ তু, নিউমাৰ অফ চিচ বা নিউমাৰ অফ g এ নিউমেৰেতটো দিয়ে
10:22 দিন’মিনেতৰটোক গণনা কৰিব পাৰি sys(3) বা চিচ ফাংচনৰ দিন’ম ব্যৱ্হাৰ কৰি
10:30 চিষ্টেমটোৰ প’লচ (poles) আৰু জিৰ’চ (zeros) প্ল’ত কৰিব পাৰি p l z r ফাংচনটো ব্যৱ্হাৰ কৰি
10:37 গাঠণিটো হৈছে p l z r অফ চিচ
10:41 প্ল’তটোৱে (plot) দেখুৱাই 'x ফৰ প’লচ' আৰু 'চাৰ্কলচ ফৰ জিৰ’চ'
10:46 চাইলেব কনচ’ললৈ যাওঁক
10:48 আপোনাৰ চাইলেব কনচ’লত এইটো লিখক:
10:50 চিচ থ্ৰি আৰম্ভণী পেৰেনথেচিচ তু সামৰণী পেৰেনথেচিচ
10:55 এন্টাৰ (Enter) টিপক । ই চিচ থ্ৰি (sys three) ৰেচনেল ফাংচনটোৰ নিউমেৰেতটো দিয়ে যি হৈছে '6 + s'
11:03 অন্যথা, আপুনি লিখিব পাৰে:
11:05 নিউমাৰ আৰম্ভণী পেৰেনথেচিচ চিচ থ্ৰি সামৰণী পেৰেনথেচিচ
11:11 এন্টাৰ (Enter) টিপক
11:13 চিষ্টেম থ্ৰিৰ (system three) নিউমেৰেতটো দৰ্শিত হৈছে
11:17 দিন’মিনেতৰটোক পাবলৈ, লিখক:
11:19 চিচ থ্ৰি আৰম্ভণী পেৰেনথেচিচ থ্ৰি সামৰণী পেৰেনথেচিচএন্টাৰ (Enter) টিপক
11:26 ফাংচনটোৰ দিন’মিনেতৰটো দৰ্শিত হৈছে
11:30 আপুনি লগতে লিখিব পাৰে দিন’ম আৰম্ভণী পেৰেনথেচিচ চিচ থ্ৰি সামৰণী পেৰেনথেচিচ
11:36 এন্টাৰ (Enter) টিপক
11:38 তেতিয়া লিখক p l z r আৰম্ভণী পেৰেনথেচিচ চিচ থ্ৰি সামৰণী পেৰেনথেচিচ
11:44 এন্টাৰ (Enter) টিপক
11:47 আউতপুত গ্ৰাফে প’লচ (poles) আৰু জিৰ’চ (zeros) প্ল’ত কৰে
11:50 ই চিষ্টেমটোৰ প’লচ আৰু জিৰ’চৰ বাবে ক্ৰচ আৰু চাৰ্কলচ দৰ্শাই
11:58 ই কমপ্লেক্স প্লেইনত প্ল’ত হৈছে
12:01 এই টিউট’ৰিয়েলটোত, আমি শিকিলো কেনেকৈ:
12:03 চিষ্টেম এটা সূচীত কৰা হয় ইয়াৰ ট্ৰেনচফাৰ ফাংচনৰ দ্বাৰা
12:08 ষ্টেপ আৰু চিনোচইদেল ৰেচপনচ প্ল’ত কৰিবলৈ
12:11 ট্ৰেনচফাৰ ফাংচন এটাৰ প’লচ আৰু জিৰ’চ এক্সত্ৰেক্ত কৰিবলৈ
12:15 তলৰ সংযোজনত থকা কথাচিত্ৰটো চাওঁক
12:19 ই স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায়
12:22 আপোনাৰ বেন্দউইথ যদি ভাল নহয়, আপুনি ইয়াক দাউনল’দ কৰি চাব পাৰে
12:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে :
12:29 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
12:32 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
12:36 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
12:43 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্প টক তু এ টিচাৰ প্ৰকল্পৰ এটা অংশ হয়
12:47 ই ভাৰত চৰকাৰৰ নেচনেল মিচন অন এদুকেচনৰ ICT, MHRD ৰদ্বাৰা সমর্থিত
12:55 এই মিচনৰ বিষয়ে অধিক তথ্য spoken-tutorial.org/NMEICT-Intro ত উপলদ্ধ
13:06 মই মৌচুম হাজৰিকা
13:08 সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায়

Contributors and Content Editors

Mausamh9, Mousumi