Scilab/C2/Why-Scilab/Assamese

From Script | Spoken-Tutorial
Revision as of 19:13, 8 January 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Why Scilab(হোৱাই চাইলেব)ৰ spoken tutorial (স্পকেন টিউট’ৰিয়েল)লৈ স্বাগতম( Welcome)
00:06 এই টিউট’ৰিয়েল(tutorial)ত আপুনি চাইলেব পেকেজ( Scilab package)ৰ কিছু ক্ষমতা( capabilities) আৰু চাইলেব( Scilab)লৈ স্থানান্তৰ কৰা(shifting) লাভ ৰ বিষয়ে জানিবলৈ পাব
00:16 চাইলেব(Scilab) বিনামূলীয়া আৰু মুক্ত উৎসৰ,উপভোক্তাক সহায়কাৰী সাংখ্যিক আৰু গণনাকাৰিক পেকেজ (package) হয়
00:23 বিভিন্ন অভিযান্ত্ৰিক( Engineering) আৰু বিজ্ঞান বিভাগত ব্যৱ্হাৰ হয়
00:28 ই উইনদ’চ(Windows), লিনাক্স( Linux) আৰু মেক(Mac)OS/Xনামৰ বিভিন্ন অপাৰেটিং ছিচটেম( operating system)ৰ (OS) বাবে উপলব্ধ
00:35 চাইলেব(Scilab) উচ্চাৰিত হয় “Sci” চাইন্তিফিক(Scientific)ত থকা কৰে আৰু “Lab” লেবৰে্ট’ৰী (Laboratory) ত থকা দৰে
00:43 যিহেতু চাইলেব(Scilab) এটা বিনামূলীয়া আৰু মুক্ত উৎস( open source)ৰ চ’ফটৱেৰ( software) হয়, উপভোক্তাই পাৰেঃ
00:48 চ’ৰ্চ ক’ড( source code) চাব আৰু পুনৰগঠন( modify) কৰিব পাৰে
00:51 চ’ৰ্চ ক’ড( source code)টো পুনৰবিতৰন( Redistribute) আৰু উন্নত কৰা
00:55 চ’ফটৱেৰ( software)টো যিকোনো উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা
00:59 এইটো নিশ্বয় সুবিধাজনক হয় বেচৰকাৰী উদ্যোগ( Private Industries), উদ্যোগ পতি( Entrepreneurs), প্ৰতিৰক্ষা প্ৰতিস্থান( Defence Establishments),
01:05 গৱেষণা সংস্থা( Research Organisations),শিক্ষা প্ৰতিষ্ঠান( Academic Institutions) আৰু একক উপভোক্তা( Individual User)ৰ বাবে
01:12 এটা প্ৰতিষ্ঠান হিচাবে, FOSS টোলচ(tools)ৰ দ্বাৰা বাণিজ্যিক পেকেজ(package) ৰ নকলকৰণ( piracy) সম্পূৰ্ণ ৰোধ কৰিব পাৰি
01:20 শৈক্ষিক পৰ্যায়ত( academic level) চাইলেব( Scilab) ব্যৱ্হাৰ কৰি শিকা সক্ষমতা( Skills) পাছলৈ উদ্যোগত সহায়ক হয় যিহেতু ই বিনামূলীয়া
01:29 চাইলেবে( Scilab) একেলগে বিভিন্ন বিনামূলীয়া টোলবক্স( toolboxes)ৰ সৈতে অপাৰেচন (operation) প্ৰদৰ্শন কৰিব পাৰে যেনে
01:36 মেট্ৰিকছ অপাৰেচন( Matrix operations)
01:38 কন্ট্ৰল চিষ্টেম( Control Systems)
01:40 চিত্ৰ আৰু কথাচিত্ৰ সঞ্চালন( Video Processing)
01:43 (চিৰিয়েল টোলবক্স)( Serial Toolbox)ব্যৱ্হাৰ কৰি হাৰ্ডৱেৰ( Hardware)ৰ ৰিয়েল টাইম কন্ট্ৰ’ল (Real-time Control)
01:48 ইন্টাৰফেচিং দাতা একোইচিছন চিষ্টেমচ/কাৰ্ডচ( Interfacing Data Acquisition Systems/Cards) (হাৰ্ট টোলবক্স) (HART Toolbox)ব্যৱ্হাৰ কৰি
01:54 ( Xcos ব্লক দায়েগ্ৰাম চিমুলেটৰ) (Xcos-Block Diagram Simulator)ৰ সহায়্ত চিমুলেচন( Simulation)
01:59 প্লটিং(Plotting)
02:01 লোপ( Loop)ত হাৰ্ডৱেৰ( Hardware) যিটো (HIL) চিমুলেচন ( Simulation)
02:06 লোপ( Loop)টোত এটা প্ৰকৃত উপাদান( component)ৰ যোগৰ দ্বাৰা হাৰ্ডৱেৰ-ইন-লোপ(Hardware-In—Loop)টো পিয়’ৰ ৰিয়েল-টাইম চিমুলেচন( pure real-time simulation) ৰ পৰা পৃথক হয়
02:14 কন্ট্ৰ’ল চিষ্টেম এক্সপ্ৰিমেন্ত্চ( control system experiments) প্ৰদৰ্শন কৰিবলৈ চাইলেব( Scilab) আৰু চিংগল বৰ্ড হিটাৰ চিষ্টেম দিভাইচ('Single Board Heater System device')টো এটা HIL ছেটাপ(setup)হিচাবে ব্যৱ্হাৰ হ্য়
02:26 চাইলেব( Scilab)ৰ গাঠণি( Syntax)টো অতি সহজ
02:29 ক’ড লাইন(code lines)ৰ অৱ্নমিত( reduced) শাৰীত বহুতো সাংখ্যিক সমস্যা( numerical problems) প্ৰকাশ কৰিব পাৰি, যিদৰে ট্ৰেডিচনেল লেংগুৱেজ(traditional languages) যেনে Fortran, C, বা C++ ব্যৱ্হাৰ কৰি একেধৰণৰ সমাধান তুলনা কৰিব পাৰি
02:42 চাইলেবে( Scilab) বহুটো জনাজাত প্ৰপ্ৰিএটাৰি পেকে’জেচ(proprietary packages) ব্যৱ্হাৰ কৰে যেনে “State-of-art” লাইব্ৰেৰিজ ( libraries) য’ত LAPACK হৈছে সাংখ্যিক গণনাৰ বাবে
02:52 তাত এটা বহুত ডাঙৰ উপভোক্তাৰ গোট( community) আছে যি এটা মহান চুক্তিৰ অৱ্দানেৰে চাইলেব( Scilab) ব্যৱ্হাৰ আৰু সমৰ্থন এই ৰূপেৰে কৰে
03:00 মেইলিং লিষ্ট( Mailing lists),
03:02 ইউজনেট গ্ৰুপ(Usenet groups) যেনে(ইন্টাৰনেট ডিচকাচন ফ’ৰাম)(Internet Discussion forums), আৰু উৱেবচাইটচ(websites)
03:07 চাইলেব( scilab), ইয়াৰ টোলবক্স্( toolboxes)আৰু মেইলিং লিষ্ট(mailing lists) ৰ অধিক তথ্য পাবৰ বাবে scilab.org বা scilab.in উৱেবচাইট(website) চাওঁক
03:18 কিছুমান অতি সফলতাৰে( successfully) চাইলেব( scilab) ব্যৱহাৰ প্ৰতিষ্ঠান( organisations) হৈছে
03:23 CNES যিটো হৈছে (ফ্ৰেনচ স্পেছ চেটে্লাইট এজেঞ্চি) (French Space Satellite Agency),
03:28 EQUALIS
03:31 টেকপেচনটেক(Techpassiontech) আৰু
03:33 IIT ব’ম্বে(Bombay) গৱেষণা( research) আৰু শিক্ষাগত কাৰণৰ(academic purposes) বাবে
03:37 IIT ব’ম্বে(Bombay)ত NMEICT প্ৰকল্পৰ(projects) দ্বাৰা চাইলেব সক্ৰিয়(promoting) কৰিবৰ বাবে কিছুমান কাৰ্যক্ৰম( activities) হৈছে
03:45 লেব মাইগ্ৰেচন(Lab Migration) যি হৈছে (সকলোবিলাক গণনামূলক পৰীক্ষাগৃহক চাইলেবলৈ স্থানান্তৰ কৰা) ( Shifting all computational laboratories to Scilab)
03:51 ভাৰচুৱেল লেবচ(Virtual Labs) যি হৈছে (ৰিম’ট এক্সেচ তু দা চিংগ’ল বৰ্ড হিতাৰ চিষ্টেম)( Remote Access to the Single Board Heater System: )
03:56 লগতে, FOSSEE প্ৰকল্প(Project)টোক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে বৰঙণি(fund) দিয়ে, বৰ্তমান পাইথন (Python) আৰু চাইলেব( Scilab)ত মনোনিৱেশ(focus) কৰিছে
04:07 এই সময়ত চাইলেব( Scilab)ত আমাৰ বহুটো অন্য( several) স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial ) আছে
04:12 scilab.in উৱেবচাইট( website)ৰ সহযোগীতা(co-ordinate)ৰে ভাৰতত চাইলেবে প্ৰচেষ্টা( Effort) চলাইছে
04:18 তাত কিছুমান আগ্ৰহী প্ৰকল্প(interesting project) আছে তাৰে এটা হৈছে টে্কষ্ট বুক ক’ম্পেনিয়্ন প্ৰজেক্ট (Textbook Companion project) য’ত ক’ড (code) সমূহে চাইলেব ব্যৱহাৰ কৰি ষ্টেনদাৰ্দ টেকষ্টবুক( standard textbooks)ৰ উদাহৰণ সমূহ প্ৰতিফলিত( worked out)কৰে
04:28 সংযোজন প্ৰকল্প(links project) ই উপভোক্তাক জ্ঞাত চাইলেব দকোমেন্ত( documents) সমূহক সংযোগ( link) আৰু খিতাপ( rank) দিবলৈ অনুমতি দিয়ে
04:34 আমি লগতে চাইলেবৰ কৰ্মশালা(Workshop) অনুষ্ঠিত( organize) কৰিবলৈ সহায় কৰো
04:38 আমাৰ ওচৰত দুখন মেইলিং( mailing) তালিকা আছে, এখন ঘোষণা( announce)ৰ বাবে আৰু আনখন আলোচনা( discuss)ৰ বাবে
04:43 আমি আমাৰ সকলো কাৰ্যক্ৰম( activities)ত আপোনাৰ অংশগ্ৰহণ( participation) বিচাৰিছো
04:47 আহক আমি স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ ঘূৰি যাওঁ
04:50 স্পকেন অংশ( spoken part)টো বিভিন্ন ভাৰতীয় ভাষাত( Indian Languages)উপলব্ধ
04:56 এই সমূহ spoken-tutorial.org উৱে্বচাইট (website) ত উপলব্ধ
05:01 এই টিউটৰিয়েল( tutorial)টোৱে চাইলেবত Level 0 ট্ৰেইনিং( training) ৰ এটা অংশ গঠন কৰে
05:06 এই টিউটৰিয়েল( tutorial)সমূহ একেবাৰে (absolutely)বিনামূলীয়াকৈ উপলব্ধ
05:10 আমি এই পথেৰে বহুতো FOSS চিষ্টেম ( systems) সামৰিম বুলি আশা কৰো
05:14 আমি ইয়াৰ ওপৰত আপোনাৰ মতামত( feedback)ক আদৰনি জনাওঁ
05:17 আমি লগতে আপোনাৰ অংশগ্ৰহণ (participation )ক আদৰনি জনাওঁ
05:19 চফটৱেৰ( software)ৰ বাবে আউতলাইন( outline) লিখাত
05:22 মূল স্ক্ৰিপ্ত(script) সমূহ লিখাৰ বাবে
05:24 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) টো বানীবদ্ধ( record ) কৰিবলৈ
05:27 স্ক্ৰিপ্ত(script) টো বিভিন্ন( various) ভাৰতীয় ভাষাত অনুবাদ কৰিবলৈ
05:31 স্ক্ৰিপ্ত(script)টো ব্যৱহাৰ কৰি শ্ৰব্যটো ভাৰতীয় ভাষাত কন্ঠপৰিবৰ্তন( dub) কৰিবলৈ
05:35 ওপৰৰ সকলোতে পুনৰদৰ্শন( review) কৰিবলৈ আৰু আপোনাৰ মতামত দিবলৈ
05:39 আমি আপোনাক এই স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰ কৰি কৰ্মশালা( workshops) পাতিবলৈ আদৰনি জনাওঁ
05:44 আমি লগতে আপোনাক স্পকেন টিউটৰিয়েল( Spoken tutorials)ৰ গুণমূলক( efficacy) অধ্যয়ন পাতিবলৈ আহ্বান জনাওঁ
05:49 আমি লগতে শ্ৰব্য( audio),কথাচিত্ৰ(video), নিজাকৈ অনুবাদ( automatic translation) আদিত কাৰিকৰী সহযোগীতা( technology support) দিব পৰা পাৰ্গত লোক( experts)ক বিচাৰিছো
05:57 আমি এই কাৰ্যক্ৰম( activities) বিলাকৰ বাবে বৰঙণি দি আহিছো
06:00 এই স্পকেন টিউটৰিয়েলটো Free and Open Source Software in Science and Engineering Education(FOSSEE) ৰ দ্বাৰা নিৰ্মান হৈছে
06:08 FOSSEE প্ৰকল্পৰ অধিক তথ্য fossee.in or scilab.in উৱে্বচাইট(website) টোৰ পৰা পাব (obtaine)পাৰি
06:16 আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
06:22 অধিক তথ্য( information)ৰ বাবে চাবঃ http://spoken-tutorial.org/NMEICT-Intro
06:31 মই মৌচম হাজৰিকা
06:34 আমাক সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ, শুভবিদায়

Contributors and Content Editors

Mausamh9