Difference between revisions of "Scilab/C2/Scripts-and-Functions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border = 1 |'''Time''' |'''Narration''' |- | 00:01 |স্ক্ৰিপ্ত এন্দ ফাংচনচ উইথ চাইলেব(Scripts and Functions with S...")
 
Line 195: Line 195:
 
|-
 
|-
 
| 06:44
 
| 06:44
|আৰু এতিয়া আমি x1 কমা(comma) y1 আউত্পুত পেৰামিতাৰ(output parameters)টো ফাংচন নাম(function name) polar2rect পুৰণ বন্ধনী  r কমা(comma)থিতা( theta)ৰ সৈতে সমান( is equal to) বুলি ক’ম আৰু এন্টাৰ টিপক
+
|আৰু এতিয়া আমি x1 কমা(comma) y1 আউত্পুত পেৰামিতাৰ(output parameters)সমান( is equal to) ফাংচন নাম(function name) polar2rect পুৰণ বন্ধনী  r কমা(comma)থিতা( theta) আৰু এন্টাৰ টিপক
  
 
|-
 
|-
Line 207: Line 207:
 
|-
 
|-
 
| 07:38
 
| 07:38
|এইটো কৰোতে মনত ৰাখিব যে এটা ফাংচনত সূচীত(define) কৰা সকলোবিলাক ভেৰিয়েবল (variable) নিজস্বভাৱে(by default) ল’কেল হয়,এটা নিৰ্দিষ্ট( particular) ফাংচনত ব্যৱ্হাৰ কৰা এই ভেৰিয়েবলসমূহৰ পৰিসৰ( scope) ফাংচন সূচীতকৰণ( definition)ৰ ইন্ডফাংচন (endfunction) কীৱৰ্ডটোৰে শেষ হয়
+
|এইটো কৰোতে মনত ৰাখিব যে এটা ফাংচনত সূচীত(define) কৰা সকলোবিলাক ভেৰিয়েবল (variable) নিজস্বভাৱে(by default) ল’কেল হয়,এটা নিৰ্দিষ্ট( particular) ফাংচনত ব্যৱ্হাৰ কৰা এই ভেৰিয়েবলসমূহৰ পৰিসৰ( scope) ফাংচন সূচীতকৰণ( definition)ৰ ইন্ডফাংচন (endfunction) কীৱৰ্ডৰে শেষ হয়
  
 
|-
 
|-
Line 287: Line 287:
 
|-
 
|-
 
| 10:13
 
| 10:13
|আমি এই ফাংচনটো চাইলেব এদিতৰ( editor)ত ল’ড( load) কৰিম আৰু মানটো নিৰ্ণয় কৰিবলৈ ব্যৱ্হাৰ কৰিম 90ৰ ডিগ্ৰীচ তু ৰেডিয়ানচ (degrees2radians) of  আৰু 45ৰ ডিগ্ৰীচ তু ৰেডিয়ানচ (degrees2radians)  
+
|আমি এই ফাংচনটো চাইলেব এদিতৰ( editor)ত ল’ড( load) কৰিম আৰু মানটো নিৰ্ণয় কৰিবলৈ ব্যৱ্হাৰ কৰিম ডিগ্ৰীচ তু ৰেডিয়ানচ (degrees2radians) of  90 আৰু ডিগ্ৰীচ তু ৰেডিয়ানচ (degrees2radians) of  45
  
 
|-
 
|-

Revision as of 19:16, 8 January 2015

Time Narration
00:01 স্ক্ৰিপ্ত এন্দ ফাংচনচ উইথ চাইলেব(Scripts and Functions with Scilab) ৰ স্পকেন টিউট’ৰিয়েল (spoken tutorial)লৈ স্বাগতম
00:06 আহক আমি চাইলেবত ফাইল ফৰ্মেট( file formats)ৰ এটা বৃষ্টিত( brief) পৰিচয়ে( introduction)ৰে আৰম্ভ কৰো
00:12 যেতিয়া বহুতো কমান্ড(command) কাৰ্যকৰী (execute)কৰিবলগীয়া হয়,চাইলেব এডিতৰ( editor)ৰ সহায়ত এই ষ্টেতমেন্ত(statement) সমূহক এটা ফাইলত লিখাতো অধিক উপযোগী (convenient) হয়
00:21 এই বিলাকক স্ক্ৰিপ্ত(SCRIPT) ফাইল বুলি কোৱা হয়
00:24 তেনেধৰণৰ এটা স্ক্ৰিপ্ত ফাইল(script file)ত লিখা কমান্ডসমূহক(commands) কাৰ্যকৰী কৰিবলৈ, exec ফাংচন(function)টো ব্যৱ্হাৰ কৰিব পাৰি, স্ক্ৰিপ্ত ফাইলৰ( script file) নামটোৰ আগত
00:34 উপাদানৰ( content) ওপৰত নিৰ্ভৰ কৰি সাধাৰণতে( generally) এই ফাইল বিলাকৰ এক্সতেনচন( extension) .sce বা .sci হয়
00:42 .sci এক্সতেনচন(extension)ৰ ফাইল সমূহত চাইলেব ফাংচন( function) আৰু বা user defined (উপভোক্তা সূচীত) ফাংচন( function) থাকে
00:51 এই ফাইল সমূহক কাৰ্যকৰী কৰিলে ফাংচন বিলাক চাইলেব এনভাইৰনমেন্ত( environment)ত ল’ড হয় (কিন্তু সিহঁত কাৰ্যকৰী নহয়),যদিওঁবা
01:00 .sce এক্সতেনচন(extension)ৰ ফাইল সমূহত চাইলেব ফাংচন( function) আৰু উপভোক্তা সূচীত( user defined) ফাংচন( function) থাকে
01:08 অনুগ্ৰহ কৰি মনত ৰাখিব যে এক্সতেনচন (extension)টো .sce আৰু .sci হিচাবে নামাকৰন কৰা চিৰগ্ৰাহ্য পথ( convention)টো নিয়ম (RULES)নহয়,কিন্তু চাইলেব গোটে( community) অনুসৰণ(followe) কৰা এটা চিৰগ্ৰাহ্য পথ( convention)
01:21 আহক আমি কম্পিউটাৰ( computer)ত চাইলেব কনচ’ল উইন্দ’(Console window) খোলো
01:27 কমান্ড প্ৰম্পত( command prompt)ত pwd কমান্ড লিখি বৰ্তমান কাম কৰা দাইৰেক্তৰী( directory) পৰীক্ষা( Check) কৰক
01:35 চাইলেব এদিটৰ খুলিবলৈ( Open) চাইলেব কনচ’ল উইন্দ’(Console window) ৰ টাস্ক বাৰ ( Task bar)লৈ যাওঁক আৰু এদিটৰ অপচন (editor option)ত টিপক
01:49 মই আগতিয়াকৈ কমান্ডটো এটা ফাইলত লিখি helloworld.sce হিচাবে ছেভ কৰি থৈছো,গতিকে অ’পেন এ ফাইল চৰ্তকাট আইকন (Open a file shortcut icon)ব্যৱ্হাৰ কৰি মই ফাইলটো খুলিম
02:03 helloworld.sce ফাইলটো বাচি লওঁক আৰু অ’পেন( Open)ত টিপক
02:10 আপুনি কমান্ড সমূহ নতুন ফাইলটোত লিখিব পাৰে আৰু ফাইল মেনু্( File Menu)ৰ জড়িয়তে( through) বৰ্তমান কাম কৰা দাইৰেক্তৰী( directory)ত এই ফাইলটো helloworld.sce হিচাবে ছেভ( Save) কৰিব পাৰে
02:20 চাইলেব এদিটৰৰ মেনুবাৰ( scilab editors menu bar)ত থকা এক্সিকিওট বাটন(Execute button)লৈ যাওঁক আৰু ল’ড ইন্টু চাইলেব(Load into Scilab) অপচন বাচি (select) লওঁক
02:29 ই চাইলেব কনচল( console)ত ফাইলটো ল’ড( load) কৰিব
02:34 কনচল( console)ত ফাইলটো ল’ড হোৱাৰ পাচত স্ক্ৰিপ্ত( script)টোৱে আউতপুত( output)টো উৎপন্ন কৰিব যি আপুনি দেখিছেঃ
02:43 ই উল্লেখিত( respective) কমান্ডসমূহৰ বাবে দুয়োটা কমান্ড আৰু ফলাফলৰ আউত্পুত( resulting output)টো ধৰি ৰাখে
02:49 এতিয়া a ৰ মান 1লৈ সলাওঁক( change)
02:55 এদিটৰ( editor)ত ফাইলমেনু( File menu)লৈ যাওঁক আৰু ছেভ( Save) টিপক( click)
03:02 আমি exec কমান্ডটো ব্যৱহাৰ কৰি আৰু স্ক্ৰিপ্তফাইল( script file)টোলৈ পাথ(path)টো দি চাইলেব ইন্টাৰপ্ৰিটাৰ (scilab interpreter) ৰ পৰা স্ক্ৰিপ্তটো পোনপতিয়াকৈ( directly) কাৰ্যকৰী( execute) কৰিব পাৰো
03:12 এনেকৈ exec ইন্টু ব্ৰেকেটচ ইন্টু ডাব’ল ক্য’টচ( into brackets into double quotes) helloworld.sce এইটো হৈছে ফাইল নাম আৰু এন্টাৰ টিপক
03:31 স্ক্ৰিপ্ত ফাইল( script file)টোৱে exec ফাংচনটোৰ ব্যৱহাৰৰে এটা একেধৰণৰ আউতপুত উৎপন্ন( produce)কৰে
03:37 আহক আমি এতিয়া ফাংচনৰ বিষয়ে কওঁ
03:39 এটা ফাংচনৰ সূচীতকৰণ( definition) ফাংচন (function) কীৱৰ্ডৰে আৰম্ভ হয় আৰু ইন্ডফাংচন(endfunction) কীৱৰ্ডৰে শেষ হয়
03:46 মই ইতিমধ্যে চাইলেব এদিটৰ( scilab editor) ব্যৱ্হাৰ কৰি function.sciত এটা ফাংচন ছেভ কৰিছো
03:57 মই সেই ফাইলটো খুলিম
04:03 আপুনি ফাংচনটো ইয়াত সূচীত( defined) কৰা দেখিছে
04:08 এইবিলাকত ডিগ্ৰী(degree)হৈছে আউত্পুত পেৰামিতাৰ (output parameter) আৰু ৰেডিয়ানচ ( radians) হৈছে ইনপুত পেৰামিতাৰ( input parameter)
04:21 ফাংচন নাম( function name) ৰেডিয়ানচ তু ডিগ্ৰীচ(radians2degrees) লৈ
04:26 মই চাইলেবত এক্সিকিউত মেনু অপচন( Execute menu option)ব্যৱ্হাৰ কৰি এই ফাংচনটো ল’ড( load) কৰিম
04:40 এতিয়া চাইলেব কনচ’ল( scilab console)ত ফাংচনটো ল’ড(load) হৈছে
04:44 এইটো exec ক’মান্ড( command) ব্যৱ্হাৰ কৰিও ল’ড(load) কৰিব পাৰি
04:47 এবাৰ ফাংচনটো ল’ড(load)হ’লে, ইয়াক সেই ফাংচনটোলৈ স্পেচিফিক আৰগুমেন্তচ( specific arguments) পঠোৱা অন্য যিকোনো চাইলেব ফাংচনৰ দৰে বুলি ক’ব পাৰি
04:56 পাৰচেন্ত চিহ্ন( percent sign)টোৰ এটা মনেসজা টোকা( mental note) বনাওক আৰু ইয়াক ব্যৱ্হাৰ কৰাৰ কাৰণটো পুনৰ মাতক( recall)
05:02 এতিয়া আহক আমি মান নিৰ্ণয় কৰো ৰেডিয়ানচ তু ডিগ্ৰীচ(radians2degrees) of %pi/2 আৰু ৰেডিয়ানচ তু ডিগ্ৰীচ(radians2degrees) of (%pi/4)
05:17 পাৰচেন্ত(percent) pi/2 আৰু ৰেডিয়ানচ তু ডিগ্ৰীচ (radians2degrees) পাৰচেন্ত(percent) pi by 4 (%pi/4)
05:28 এতিয়া আমি এ্টাতকৈ অধিক ইনপুত( input) আৰু আউত্পুত আৰগুমেন্ত( output arguments)ৰ এটা ফাংচন দেখিম
05:33 এই ফাংচনটোৱে ইনপুত আৰগুমেন্ত( input argument) হিচাবে প’লাৰ ক’ৰদিনেতচ( polar coordinates) ল’ব আৰু আউত্পুত আৰগুমেন্ত( output arguments) হিচাবে ৰেক্তেংগুলাৰ ক’ৰদিনেতচ( rectangular coordinates) ঘূৰাই দিব
05:44 মই ইতিমধ্যে লিখি থোৱা ফাইলটো খুলিম
05:51 ই্য়াত আপুনি দেখিছে polar2rect ফাংচনৰ বাবে x আৰু y হৈছে আউত্পুত পেৰামিতাৰ(output parameter) আৰু r আৰু থিতা(theta) হৈছে ইনপুত পেৰামিতাৰ( input parameter)
06:06 মই exec অপচন( option)টো ব্যৱ্হাৰ কৰি চাইলেবত এই ফাংচনটো ল’ড কৰিম
06:21 এবাৰ ফাংচনটো ল’ড হ’লে, আমি ফাংচনটো মাতিব( call) লাগে। এই ফাংচনটোত দুটা ইনপুত আৰগুমেন্ত( input argument)আৰু দুটা আউত্পুত আৰগুমেন্ত( output arguments) দৰকাৰ হয়
06:31 সেইবাবে r = 2;
06:37 থিতা(theta) = 45
06:44 আৰু এতিয়া আমি x1 কমা(comma) y1 আউত্পুত পেৰামিতাৰ(output parameters)সমান( is equal to) ফাংচন নাম(function name) polar2rect পুৰণ বন্ধনী r কমা(comma)থিতা( theta) আৰু এন্টাৰ টিপক
07:25 আপুনি x1 আৰু y1ৰ মান দেখিব
07:29 চাইলেবৰ এটা আকৰ্শনীয় বৈশিষ্ট( interesting features)হৈছে আপুনি এটা একক .sci ফাইল (file)ত ফাংচনৰ যিকোনো সংখ্যা সূচীত( define) কৰিব পাৰে
07:38 এইটো কৰোতে মনত ৰাখিব যে এটা ফাংচনত সূচীত(define) কৰা সকলোবিলাক ভেৰিয়েবল (variable) নিজস্বভাৱে(by default) ল’কেল হয়,এটা নিৰ্দিষ্ট( particular) ফাংচনত ব্যৱ্হাৰ কৰা এই ভেৰিয়েবলসমূহৰ পৰিসৰ( scope) ফাংচন সূচীতকৰণ( definition)ৰ ইন্ডফাংচন (endfunction) কীৱৰ্ডৰে শেষ হয়
07:55 এই বৈশিষ্ট( feature)ৰ প্ৰাধান্য( Advantage) হৈছে যে আমি একেটা ভেৰিয়েবল( variable) কে বিভিন্ন ফাংচনত ব্যৱহাৰ কৰিব পাৰো
08:05 এই ভেৰিয়েবলসমূহ( variables) মিহলি( mixed up) নহয় যেতিয়ালৈকে আমি গ্ল’বেল অপচন( global option)টো ব্যৱ্হাৰ নকৰো
08:10 গ্ল’বেল ভেৰিয়েবল(global variable)সমূহৰ বিষয়ে অধিক জানিবলৈ হেল্প গ্ল’বেল(help global) লিখক
08:18 অনুগ্ৰহ কৰি লক্ষ্য কৰিব যে যদি যিকোনো ভেৰিয়েবল( variable)ক ফাংচনৰ ভিতৰত "watched" বা পৰিদৰ্শন(monitore) কৰিব লাগে তেন্তে disp দৰকাৰ( required) হয়
08:26 এটা ফাংচন ফাইলৰ ভিতৰত, আপুনি নিজে ষ্টেতমেন্ত( statement) এটাৰ শেষত চেমিক’লন( semicolon) ( ; ) এটা দিয়াৰ পৰিণাম( effect) পৰীক্ষা কৰিব পাৰে
08:34 লগতে disp ষ্টেতমেন্ত( statement)ৰ বাবেও এইটো পৰীক্ষা কৰক
08:38 ইনলাইন ফাংচনচ(Inline Functions) :
08:39 ফাংচন হৈছে ল’কেল ভেৰিয়েবল( local variable) ৰ দৰে সু-সূচীত( well defined) ইনপুত আৰু আউত্পুত( input and output) থকা ক’ডৰ অংশ
08:46 ফাংচন এটা সূচীত( define) কৰাৰ একেবাৰে সৰল( simplest) উপায় হৈছে `deff' ক’মান্ডৰ ব্যৱহাৰ
08:53 চাইলেবে ইন-লাইন ফাংচন( in-line function)ৰ গঠনক( creation) অনুমতি( allows) দিয়ে আৰু বিশেষভাৱে ব্যৱ্হাৰযোগ্য( especially useful) হয় যেতিয়া ফাংচনটোৰ গাঠণি( body)টো চুটি হয়
09:02 এইটো deff() ফাংচনৰ সহায়ত কৰিব পাৰি
09:07 ই দুটা ষ্ট্ৰিং পেৰামিতাৰ(string parameter)লয়
09:10 প্ৰথম ষ্ট্ৰিং( first string)টোৱে ফাংচনটোলৈ ইন্তাৰফেচ( interface)টো সূচীত( defines) কৰে আৰু দ্বিতীয় ষ্ট্ৰিং( second string) টোৱে ফাংচনটোৰ ষ্টেতমেন্তসমূহ (statements) সূচীত( defines) কৰে
09:19 deff ক’মান্ড(command)টোৱে চাইলেবত ফাংচনটো সূচীত( defines)কৰে আৰু ইয়াক ল’ড(load) কৰে
09:26 এক্সিকিউত মেনু অপচন(execute menu option) ৰদ্বাৰা স্পষ্টভাৱে( explicitly) deff ক’মান্ড ব্যৱ্হাৰ কৰি সূচীত (define) কৰা ফাংচনটো ল’ড( load) কৰাৰ কোনো প্ৰয়োজন নাই
09:34 আহক আমি এই ধাৰণা( concept)টো বৰ্ণনা( illustrate) কৰিবলৈ এটা উদাহৰণ চাওঁ
09:41 আমি এটা ফাইল inline.sci খুলিম( open) য’ত মই ইনলাইন ফাংচন( inline function)টো লিখিছো
09:51 মই এদিটৰ( editor) উইন্দ’(window)খনৰ মাপ পৰিবৰ্তন( resize) কৰিম
09:57 আগতে উল্লেখ(mention) কৰাৰ দৰে প্ৰথম ষ্ট্ৰিং( first string) এ ফাংচনটোৰ ঘোষণা( declaration)ক সূচায়( defines) আৰু দ্বিতীয় ষ্ট্ৰিং( second string) এ ফাংচনটোৰ ষ্টেতমেন্ত( statements) সমূহক সূচায়
10:13 আমি এই ফাংচনটো চাইলেব এদিতৰ( editor)ত ল’ড( load) কৰিম আৰু মানটো নিৰ্ণয় কৰিবলৈ ব্যৱ্হাৰ কৰিম ডিগ্ৰীচ তু ৰেডিয়ানচ (degrees2radians) of 90 আৰু ডিগ্ৰীচ তু ৰেডিয়ানচ (degrees2radians) of 45
10:54 ফাংচন এটাই নিজৰ মাজত( itself) থকা ফাংচনসমূহেই( functions) নহয়, কিন্তু লগতে নিজকো( ITSELF) মাতিব
11:00 এইটো হৈছে এটা ফাংচনৰ ৰিকাৰ্ছিভ("recursive") কলিং( calling)
11:03 উদাহৰণস্বৰূপে এটা ইন্টিজাৰ( integer)ৰ ফেক্ট’ৰিয়েল( factorial) গণনা( calculate) কৰিবলৈ লিখা ফাংচন এটাত ইয়াৰ প্ৰয়োজন (require) হয়
11:10 আহক আমি চাইলেবত ফাইল ফৰমেট( file formats)ৰ আলোচনা( discussion)তো কিছু বহলাওঁ
11:14 আগতে উল্লেখ কৰাৰ দৰে চাইলেবে SCE ফাইল ফৰমেট( file format) আৰু SCI ফাইল ফৰমেট( file format) নামেৰে দুই ধৰণৰ ফাইল ফৰমেট ( file format) ব্যৱ্হাৰ কৰে
11:23 .sce ফাইল এক্সটেনচন( extension)ৰ ফাইল সমূহ হৈছে স্ক্ৰিপ্ত ফাইল( script files),যি আপুনি ইন্টাৰেক্তিভ( interactive) ধৰণৰ চাইলেব পৰ্য্যায়( SCILAB session)ত এন্টাৰ( enter) কৰা SCILAB কমান্ড(command)সমূহ লৈ থাকে
11:35 সিহঁতে ফাংচনটোৰ দকোমেন্তিঙ( documenting)ৰ প্ৰয়োগ( utilized)ত লগা ক’মেন্ত লাইনসমূহ( comment lines)ক সংকোচীত( comprise) কৰিব পাৰে আৰু সিহঁতে লগতে স্ক্ৰিপ্ত( script)টো কাৰ্যকৰী কৰিবলৈ EXEC ক’মান্ডটো ব্যৱ্হাৰ কৰিব পাৰে
11:52 .sci ফাইল এক্সটেনচন( extension)ৰ ফাইল সমূহ হৈছে ফাংচন ফাইল( function file) যি ফাংচন ষ্টেতমেন্তে( statement)ৰে আৰম্ভ হয়
12:00 এটা একক .sci ফাইলৰ বহু ফাংচন সূচীতকৰণ( definitions) থাকিব পাৰে যিটোত সিহঁতি নিজাকৈ চাইলেব ষ্টেতমেন্ত (statement)ৰ যিকোনো সংখ্যা লৈ থাকে যি ফাংচন আৰগুমেন্তচ( arguments)ত, বা সিহঁতক সমাধান কৰাৰ পাছত আউতপুত ভেৰিয়েবলটোত অপাৰেচন(operation) প্ৰদৰ্শন কৰে
12:20 ইয়াৰ দ্বাৰাই আমি এই স্ক্ৰিপ্ত এন্দ ফাংচনচ উইথ চাইলেব(Scripts and Functions with Scilab) ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )টোৰ শেষ পালোহি
12:25 চাইলেব( Scilab)ত আৰু বহুতো আন ফাংচন (function) আছে যাক আন স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ত সামৰা( covered) হ’ব
12:31 চাইলেব সংযোজন( links) সমূহ চাই থাকিব
12:33 এই স্পকেন টিউটৰিয়েলটো Free and Open Source Software in Science and Engineering Education(FOSSEE) ৰ দ্বাৰা নিৰ্মান হৈছে
12:40 FOSSEE প্ৰকল্পৰ( project) অধিক তথ্য http://fossee.in or http://scilab.in ৰ পৰা পাব (obtaine)পাৰি
12:50 আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
12:56 অধিক তথ্য( information)ৰ বাবে, চাবঃ http://spoken-tutorial.org/NMEICT-Intro
13:06 মই মৌচম হাজৰিকা
13:10 আমাক সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ। শুভবিদায়

Contributors and Content Editors

Mausamh9, Pratik kamble