Scilab/C2/Iteration/Assamese

From Script | Spoken-Tutorial
Revision as of 19:14, 8 January 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 আইটিৰেটিভ কেলকুলেচ’নচ ইউজিং চাইলেব( iterative calculations using Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )লৈ আদৰণি জনাইছো
00:07 মই মেক অপাৰেটিং চিষ্টেম( Mac operating system)ত চাইলেব (Scilab) তাঙৰণ( version) 5.2 ব্যৱ্হাৰ কৰিছো,
00:11 কিন্তূ এই গণনাসমূহ( calculations) অন্য তাঙৰণসমূহত(versions) আৰু লগতে লিনাক্স( linux) আৰু উইনদ’চত (windows) ৰান (run) হোৱা চাইলেব( Scilab)তো কাম কৰিব
00:17 মই iteration.sce ফাইলত উপলব্ধ ক’ড( code)টো ব্যৱ্হাৰ কৰিম
00:22 মই এই ফাইলটো চাইলেব এদিটৰ( Scilab editor) ব্যৱ্হাৰ কৰি খুলিছো,যাক মই মাত্ৰ এটা এদিটৰ( editor) হিচাবে ব্যৱ্হাৰ কৰিম বুলি ভাবিছো
00:29 আহক আমি ক’লন অপাৰেতৰ( colon operator) ব্যৱ্হাৰ কৰি এটা ভেক্তৰ( vector) নিৰ্মাণ কৰো i সমান 1 কলন 5
00:38 1 ৰ পৰা 5লৈ এটা ভেক্তৰ( vector) নিৰ্মাণ কৰে,1ৰ বৰ্দ্ধিতকৰণত( increments)
00:42 এই ক’মান্ড( command)টোত, i সমান 1 কলন 2 কলন 5,
00:51 আমি দেখিছো যে 2ৰ মাজৰ আৰগুমেন্ত( middle argument)টোৱে বৰ্দ্ধিতকৰণ(increment)টো সূচায়(indicate)
00:56 1টো হৈছে প্ৰথম আৰগুমেন্ত(first argument) য’ত ভেক্তৰ( vector)টো আৰম্ভ হয়। মই 5ৰ ওপৰলৈ যাব নোৱাৰো
01:01 তথাপি( however) ই 5ৰ সমান হ’ব পাৰে
01:04 লক্ষ্য কৰিব যদি শেষৰ আৰগুমেন্ত( ending argument)টো 6লৈ সলনি(change) হয় ফলাফলটো একে থাকে
01:09 এই আচৰন(behaviour)টো ব্যাখ্যা( explain) কৰিবলৈ কঠিন( difficult) নহয়
01:13 আপুনি এক মূহুৰ্ত( moment)ৰ বাবে ভাবিব( think)পাৰিবনে এইটো কিয় হ’ল?
01:15 আমি এতিয়া আইটিৰেটিভ কেলকুলেচ’নচ( iterative calculations)প্ৰদৰ্শন কৰিবলৈ for ষ্টেতমেন্ত(statement)ব্যৱ্হাৰ বৰ্ণনা (demonstrate) কৰিম
01:22 for i সমান 1 কলন 2 কলন 7 disp i for loopৰ শেষ
01:28 মই এইটো কাত( cut)কৰিম আৰু চাইলেব ক’নচ’ল( scilab console)ত পেষ্ট( paste) কৰিম এন্টাৰ টিপক
01:34 এই ক’ডে(code) i ছপা(print) কৰিব, যিহেতু আমি লোপ( loop)ৰ দ্বাৰা যাম
01:37 দৰ্শন(display)টো disp – ক’মান্ড(command)ৰ বাবে পাৰহৈ যোৱা অৰগুমেন্ত( passed argument) টো দৰ্শিত( displayed) হৈছে
01:42 পুনৰাহ্বান কৰক যাতে for loop টো ইন্তিজাৰ মান( integer value)সমূহৰ বাবে ব্যৱহীত হয়
01:45 এইক্ষেত্ৰত,1, 3, 5 আৰু 7 নামৰ চাৰিটা ইন্তিজাৰ মান ( integer value)দৰ্শিত হৈছে
01:50 আইটিৰেচন(iteration)টো যিমান বাৰ সংঘতিত হ’ল তাৰ সংখ্যাক প্ৰায়’ৰি ইন ফৰ লোপচ(priori in for loops) বুলি জনা হয়
01:56 এই টিউট’ৰিয়েল ( Tutorial)টোৰ বাকী অংশত, আমি 1ৰ দিফল্ত বৰ্দ্ধিতকৰণ(default increment) টোহে ল’ম
02:01 আহক আমি লোপ( loop)টোৰে আৰম্ভ কৰো যি i সমান 1 ৰপৰা 5লৈকে দৰ্শিত কৰে
02:10 আমি ব্ৰেক ষ্টেতমেন্ত(break statement)ৰ পৰিচয়ৰে( introducing) এই ক’ডটো পুনৰগঠন( modify) কৰিম
02:18 লক্ষ্য কৰিব যে i মাত্ৰ 2লৈকেহে দৰ্শিত( displayed) হৈছে
02:22 i ৰ শেষ মান, 5 নামেৰে( namely)নোহোৱালেকে আইটিৰেচনটো(iteration) বাহিৰ ন’হয়
02:27 যেতিয়া i টো 2ৰ সমান হ’ব, if block টো প্ৰথম বাৰৰ বাৰে কাৰ্যকৰী(execute) হ’ব
02:30 যিকিনহওঁক( however),ব্ৰেক ক’মান্ড( break command)টোৱে লোপ( loop)টো বন্ধ (terminate) কৰিব
02:34 যদি আমি এটা লোপ( loop)ৰ পৰা বাহিৰ ওলাব বিচাৰো যেতিয়া কিবা অন্তৰস্থ( intermediate) চৰ্ত(condition) ৰাজি হয়( satisfied),আমি ব্ৰেক ষ্টেতমেন্ত( break statement )টো ব্যৱ্হাৰ কৰিব পাৰো
02:40 লক্ষ্য কৰিব "i is equal to 2"ষ্টেতমেন্ত(statement) টোৱে "equal to" চিহ্নটো দুবাৰ ব্যৱ্হাৰ কৰে
02:45 প্ৰোগ্ৰামিং(programming) ভাষাত সমানতাক( equality) তুলনা কৰিবলৈ এইটোৱেই হৈছে প্ৰচলিত দস্তুৰ( standard way)
02:50 এই তুলনামূলক ষ্টেতমেন্ত(comparison statement) ৰ ফলাফলটো এটা বুলিয়ানঃ শুদ্ধ বা ভূল( boolean: true or false.) হয়
02:56 আমি কন্টিনিউ ষ্টেতমেন্ত( continue statement)টো ইয়াত চিনাকি( introduce) কৰিম পেষ্ট( paste) কৰক এন্টাৰ টিপক
03:06 i ত থকা এই ফলাফলসমূহ মাত্ৰ 4 আৰু 5ৰ বাবেহে দৰ্শিত( displayed) হৈছে
03:10 For i লেছ দেন(less than) বা ইকুৱেল তু(equal to) 3, i লেছ দেন(less than) বা ইকুৱেল তু(equal to)3 ষ্টেতমেন্ত(statement)টোৰ দ্বাৰা দিলে,একো নঘটে( nothing happens)
03:18 কন্টিনিউ ষ্টেতমেন্ত( continue statement)টোৱে প্ৰোগ্ৰাম(program)টোক লোপ(loop)টোৰ বাকী অংশৰ পৰা আতৰাই আনে
03:22 ব্ৰেক ষ্টেতমেন্ত( break statement )টোৰ দৰে, যিকিনহওঁক( however),ই লোপ(loop)টোৰ পৰা ওলাই(exit) নাহে
03:25 পেৰামিটাৰ( parameter)টো বৰ্ধিত(increment) হৈছে আৰু লোপ( loop)টোৰ সকলোবিলাক গণনা (calculation) নতুন i ৰ কাৰণে কাৰ্যকৰী (execute) হৈছে
03:32 আমি এটা চমু বিৰতি ল’ম আৰু লেছ দেন(less than) বা ইকুৱেল তু(equal to) ধৰণৰ অপাৰেতৰ(operator)ৰ বাবে কেনেদৰে সহায় লয় দেখুৱাম
03:38 আহক আমি help ৰ সৈতে লেছ দেন(less than) বা ইকুৱেল তু(equal to) লিখো
03:46 ই চাইলেব হেল্প ব্ৰ’জাৰ( scilab help browser)টো খোলে
03:51 আমি দেখিছো যে help(হেল্প)টো less (লেচ) অপচন( option)ৰ তলত উপলব্ধ
03:56 গতিকে এতিয়া এইটো বন্ধ কৰাৰ পাছত আমি লিখিম help less
04:06 আমি প্ৰয়োজনীয়( required) সহায়ক নিৰ্দেশ(instruction) ইয়াত দেখিম । মই এইটো বন্ধ কৰিম
04:11 চাইলেবৰ for ষ্টেতমেন্ত(statement) টো প্ৰোগ্ৰামিং লেংগুৱেজত(programming language)কৈ অধিক শক্তিশালী
04:16 উদাহৰণস্বৰূপে,আহক এটা ভেক্তৰ( vector)ৰ ওপৰত এটা লোপ( loop) প্ৰদৰ্শন কৰো
04:24 এই স্ক্ৰিপ্ত( script)টোৱে v ৰ সকলো মান দৰ্শিত(display) কৰে
04:28 এতিয়ালৈকে আমি মাত্ৰ ভেৰিয়েবল (variable) বিলাক দৰ্শিত(display) কৰি আছিলো
04:32 আমি লগতে গণনা( calculation)ৰ ফলাফলো( result)দৰ্শিত কৰিব পাৰো
04:35 তলৰ ক’ড( code)টোৱে সংখ্যাৰ বৰ্গ ( square) দৰ্শিত (display) কৰে
04:44 আমি for লোপ( loop) ব্যাখ্যা(explain) কৰি কিছু সময় অতিবাহিত কৰিলো
04:48 আহক আমি এতিয়া while লোপ( loop) লৈ যাওঁ
04:50 যেতিয়া এটা বুলিয়ান সমীকৰণ( boolean expression) সত্য হয় তেতিয়া while ষ্টেতমেন্ত (statement) টোৱে আমাক এটা লোপ( loop) প্ৰদৰ্শন( perform) কৰিবলৈ অনুমতি দিয়ে
04:55 যদি লোপ( loop) টোৰ আৰম্ভণিতে( beginning) সমীকৰণটো( expression) সত্য (true) হয়,
04:58 while লোপ( loop) ত থকা ষ্টেতমেন্ত (statement) সমূহ কাৰ্যকৰী(execute) হয়
05:02 যদি প্ৰোগ্ৰাম( program)তো ভালদৰে লিখা হয়,সমীকৰণ( expression)টো অসত্য হব আৰু লোপ( loop)টো শেষ ঽব
05:08 এতিয়া আমি while লোপ( loop)ৰ এটা উদাহৰণ ( example) চাম
05:15 1 ৰ পৰা 6 লৈকে i ৰ মান সমূহ দৰ্শিত হৈছে
05:19 while লোপ( loop) ৰ ভিতৰৰ ব্ৰেক( Break) আৰু কন্তিনিউ ষ্টেতমেন্ত( continue statements) সমূহে for লোপ( loop) ত কাম কৰাৰ দৰে হুবহু (exactly) কৰে,যিটো আমি ব্ৰেক (Break) ব্যৱ্হাৰ কৰি স্পষ্টিকৰণ( demonstrate) দিছিলো
05:33 আমি দেখিছো যে moment i 3 ৰ সমান হয় , প্ৰোগ্ৰাম( program)টো লোপ( loop)ৰ পৰা বাহিৰ হয়, ব্ৰেক( break)ষ্টেতমেন্তক ধন্যবাদ
05:39 আপুনি লগতে while লোপ( loop) ত কন্তিনি্উ(continue) ষ্টেতমেন্ত( statement)ৰ বাবে উদাহৰণ (example)টো চেষ্টা কৰিব পাৰে
05:44 ইয়াৰ দ্বাৰাই আমি এই ইটিৰেটিভ কেলকুলেচ’নচ ইউজিং চাইলেব( iterative calculations using Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )টোৰ শেষ পালোহি
05:50 স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, আই চি তি(ICT)ৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
05:57 ইয়াৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব৷[1]
06:00 সংযোগ( joining) কৰাৰ বাবে ধন্যবাদ।

শুভবিদায়

Contributors and Content Editors

Mausamh9