Scilab/C2/Conditional-Branching/Assamese

From Script | Spoken-Tutorial
Revision as of 18:19, 3 January 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 কন্ডিচনেল ব্ৰানচিং ইন চাইলেব (Conditional Branching in Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো
00:04 এই টিউট’ৰিয়েল ( tutorial)টো অভ্যাস( practice) কৰিবলৈ আপোনাৰ কম্পিউতাৰ( computer)ত চাইলেব ক’নচ’ল উইনদ’ (scilab console window) খুলি লওক
00:09 আমি চাইলেব(Scilab)ত দুই ধৰণৰ কণ্ডিচ’নেল ক’নষ্ট্ৰাকত (Conditional constructs)ৰ আলোচনা( discuss) কৰিম যি হৈছে "if-then-else" ক’নষ্ট্ৰাকত( construct) আৰু "select-case conditional" ক’নষ্ট্ৰাকত( construct)
00:19 if ষ্টেতমেন্তে(statement) আমাক এটা ষ্টেতমেন্তৰ সংহতি( group of statements)ক কাৰ্যকৰী( execute) কৰিবলৈ অনুমতি দিয়ে যদিহে এটা প্ৰদত্ত চৰ্ত( given condition) সন্তোষ্ট( satisfied) হয়
00:24 আহক মই আপোনাক এটা উদাহৰণ( examples) দিওঁ
00:27 n সমান 42 যদি n সমান সমান 42 তেন্তে disp সংখ্যাটো 42, if ক’নষ্ট্ৰাকত (construct)ৰ সমাপ্তি
00:37 ইয়াত 'is equal to' হৈছে এচাইনমেন্ত অপাৰেতৰ( assignment operator), যি ভেৰিয়েবল( variable) n ত 42 সংযুক্ত( assigns) কৰে,
00:43 আৰু 'is equal to is equal to' হৈছে ইকুৱালিতি অপাৰেতৰ(equality operator), যি সোঁহাত আৰু বাওঁহাত ফালৰ অপাৰেন্ড(operand)ৰ মাজত সমানতা (equality) পৰীক্ষা(check) কৰে
00:51 এইক্ষেত্ৰত n আৰু 42 য়ে ফলাফল( result)টো বুলিয়ান( Boolean)ত দিয়ে
00:57 ইয়াত প্ৰথম শাৰীৰ পাছত ক’মা( comma)টো ইচ্ছাধীন( optional) হয়,
01:01 লগতে then কীৱৰ্ড( keyword)টো ইচ্ছাধীন( optional) হয়
01:04 ইয়াক এ্টা ক’মা( comma) বা এটা কেৰিয়েজ ৰিটাৰ্ণ( carriage return)ৰে সলনি(replace) কৰিব পাৰি
01:08 ইন্দ কীৱৰ্ড( end keyword)টোৱে "if" ক’নষ্ট্ৰাকত( construct)ৰ সমাপ্তি কৰে
01:11 স্ক্ৰীপ্ত( script)টো কাৰ্যকৰী( executing) কৰিলে, আমি আউত্পুত( output)টো তলত দেখোৱাৰ ধৰণে দেখিম
01:20 গতিকে আমি দেখিলো কেনেকৈ এটা ষ্টেতমেন্তৰ যোৰা( set of statements)ক কাৰ্যকৰী( execute)কৰা হয় যদি এটা চৰ্ত (condition) সত্য হয়
01:26 এতিয়া আমি চাম কেনেকৈ আনএটা ষ্টেতমেন্তৰ যোৰা( set of statements)ক কাৰ্যকৰী( execute)কৰা হয় যদি সেই চৰ্ত(condition) টো অসত্য হয় বা আমি পৰীক্ষা( check) কৰিবলৈ বিচাৰিব( wish) পাৰো যদি কিবা আন চৰ্ত( condition) সন্তোষ্ট( satisfied) হয়
01:36 আমি এইটো 'else' বা 'elseif' কীৱৰ্ড( keyword) ব্যৱ্হাৰ কৰি কৰিব পাৰো
01:40 ইয়াত আমি এইটো কেনেকৈ কৰিম
01:41 এই উদাহৰণটোত,এটা ভেৰিয়েবল( variable) nত 54 সংযুক্ত( assign) কৰা হৈছে আৰু বৰ্ণনা( described) কৰাৰ দৰে দুয়োটাৰ বাবে পৰীক্ষা (check) কৰা হৈছে সত্য চৰ্ত( true condition) 'if' ব্যৱহাৰ কৰি আৰু অসত্য চৰ্ত( false condition) 'else' ব্যৱহাৰ কৰি
01:55 মই এইটো কাত( cut) কৰি, চাইলেব ক’নচ’ল (scilab console)ত পেষ্ট( paste) কৰিম এন্টাৰ( enter) টিপক
02:03 আপুনি আউত্পুত(output)টো দেখিছে
02:05 যদি আপুনি লক্ষ্য( notice) কৰে, ওপৰত দেখোৱা উদাহৰণসমূহ বহুশাৰী( multiple lines)ত আছে
02:09 সিহঁতক উচিত( proper) চেমিক’লন(semicolon) আৰু ক’মা(comma)ৰ সৈতে এটা এককশাৰী( single line)তো লিখিব পাৰি
02:19 মই এইটো কাত( cut) কৰি, চাইলেব (scilab)ত পেষ্ট( paste) কৰিম কাৰ্যকৰী( execute) কৰিবলৈ । এন্টাৰ( enter) টিপক
02:27 চিলেকট ষ্টেতমেন্তে( select statement) বহু শাখা( branche)ক এটা সূচল আৰু সহজ পথৰে যুক্ত( combine) কৰিবলৈ অনুমতি দিয়ে
02:31 এটা ভেৰিয়েবল( variable)ৰ মানৰ ওপৰত নিৰ্ভৰ( Depending)কৰি,ই কেচ কীৱৰ্ড( case keyword)ৰ লগত সংগতি( corresponding) থকা ষ্টেতমেন্ত(statement) টোক প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ে
02:38 তাত যিমান বেছি শাখা( branches)ৰ প্ৰ্য়োজন( required) হয় সিমান হ’ব পাৰে
02:41 আহক আমি এটা উদাহৰণ( example)ৰ সৈতে চেষ্টা কৰো
02:44 আমি এটা ভেৰিয়েবল( variable) 'n'ত 100 সংযুক্ত( assign) কৰিম আৰু কেচ( case) 42, 54 আৰু এটা দিফলত কেচ( default case)পৰীক্ষা কৰিম যাক এলচ( else)ৰদ্বাৰা প্ৰদৰ্শীত( represented) কৰা হয়
02:59 কাত( Cut),পেষ্ট( paste) এন্টাৰ টিপক
03:06 ইয়াত আমি আউত্পুত( output)টো দেখিম
03:09 ইয়াৰ দ্বাৰাই আমি এই কন্ডিচনেল ব্ৰানচিং ইন চাইলেব (Conditional Branching in Scilab)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ৰ শেষ পালোহি
03:14 এই টিউটৰিয়েল( tutorial)ত আমি if - elseif - else ষ্টেতমেন্ত(statement) আৰু চিলেকট ষ্টেতমেন্ত( select statement) শিকিলো( learnt)
03:20 চাইলেব( Scilab)ত আৰু বহুতো আন ফাংচন (function) আছে যাক আন স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)ত সামৰা( covered) হ’ব
03:25 চাইলেবৰ সংযোজন( Scilab link)সমূহ চাই থাকিব
03:27 স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial )সমূহ ট’ক তু এ টিছাৰ প্রকল্প( Talk to a Teacher project)ৰ অংশ হয়, ICTৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷
03:35 ইয়াৰ বিষয়ে অধিক তথ্য( information) তলত দেখুওৱা সংযোজন(link) ত দেখা পাব৷
03:38 সংযোগ কৰাৰ বাবে ধন্যবাদ । শুভবিদায়

Contributors and Content Editors

Mausamh9