QGIS/C4/Nearest-Neighbour-Analysis/Assamese

From Script | Spoken-Tutorial
Revision as of 15:46, 5 February 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 QGISNearest Neighbour Analysis ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম
00:11 Nearest Neighbour Analysis কৰিবলৈ Distance matrix মেথ’দৰ দ্বাৰা
00:16 Statistics Nearest Neighbour Analysis টোল ব্যৱ্হাৰ কৰি
00:21 ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04, QGIS ভাৰ্চন 2.18
00:32 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, শিকাৰুজন QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:39 সংগত QGIS টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি এই লিংকটো ব্যৱ্হাৰ কৰিব
00:45 এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ লগা ফাইলচ Code files লিংকত দিয়া হৈছে
00:52 অনুগ্ৰহ কৰি দাউনল’দ কৰক আৰু ফ’ল্দাৰৰ উপাদানক এক্সত্ৰেক্ত কৰক
00:57 ইয়াত মোৰ ফ’ল্দাৰটো আছে প্ৰয়োজনীয় ফাইলৰ সৈতে এই টিউট’ৰিয়েল অভ্যাস কৰিবলৈ
01:04 ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক খুলিবলৈ । ইয়াত আপুনি পাব, Urban areas.shp আৰু Volcanoes.shp
01:15 Volcanoes.shp লেয়াৰে দেখাই পৃথিবীত এক্তিভ হৈ থকা আগ্নেয়গিৰি সমূহক
01:21 Urban areas.shp এ দেখাই পৃথিবীৰ জনসংখ্যা সমৃদ্ধ আৰ্বান এৰিয়াসমূহক
01:28 দুয়োটা চেপ ফাইলক QGIS ত খোলক, দুয়োটা ফাইলক বাচক
01:35 ৰাইত-ক্লিক কৰক আৰু কনটেকস্ত মেনুৰ পৰা বাচক Open with QGIS Desktop অপচনক
01:42 QGIS ইন্তাৰফেচ আহিছে লেয়াৰচ পানেলত দুটা লেয়াৰ ল’ড হৈ
01:49 volcanoes লেয়াৰত ৰাইত-ক্লিক কৰক আৰু বাচক zoom to layer অপচনক
01:55 কেনভাচত আপুনি মেপ এখন দেখিব পইন্ত বৈশিষ্ট্যৰ সৈতে
02:01 আহক এই পইন্ত বৈশিষ্ট্য সমূহক লেবেল কৰো
02:05 Volcanoes layer ত ৰাইত-ক্লিক কৰক, চাব মেনুৰ পৰা ক্লিক কৰক Properties
02:12 Layer Properties দাইল’গ-বক্স আহিছে
02:16 বাওঁফালৰ পানেলৰ পৰা Labels বাচক
02:20 দ্ৰপ-দাউনৰ পৰা বাচক Show labels for this layer অপচনক
02:25 Label with দ্ৰপ-দাউনত বাচক Name
02:29 ইয়াত আপুনি বিভিন্ন অপচন পাব লেবেল ষ্টাইলক ম’দিফাই কৰিবলৈ
02:34 প্ৰয়োজনীয় ষ্টাইলক বাচক আৰু OK বুটামত ক্লিক কৰক
02:39 কেনভাচত, পইন্তচ নামৰ সৈতে দৰ্শিত হৈছে
02:44 একেদৰে আহক Urban areas লেবেল কৰো
02:51 কেনভাচত পইন্ত বৈশিষ্ট্যসমূহ লেবেল হৈছে সিহতৰ চহৰসমূহৰ সৈতে
02:57 QGIS ত টোলচ আছে বৈশিষ্ট্যসমূহৰ মাজত স্পেচিয়েল ৰিলেচনচিপক এনালাইজ কৰিবলৈ
03:04 তেনে এটা টোল হৈছে Nearest Neighbour Analysis
03:08 Nearest Neighbour Analysis ব্যৱ্হৃত হয় নিম্ন এনালাইচিচৰ বাবে
03:13 দুটা Point features ৰ মাজৰ দুৰত্বক বিচাৰিবলৈ
03:17 বৈশিষ্ট্যসমূহক বিচাৰিবলৈ যি এটা প্ৰদত্ত বৈশিষ্ট্যৰ ওচৰত থাকে
03:23 প্ৰথমতে, আমি distance matrix বনাম দুৰত্ব সমূহক গণনা কৰিবলৈ
03:29 আহক Volcanoes লেয়াৰৰ বাবে attribute টেবলখন খুলো
03:34 Volcanoes লেয়াৰত ৰাইত-ক্লিক কৰক
03:37 বাচক Open Attribute Table
03:40 attribute table খনত বহুতো ক’লমচ আছে
03:45 পইন্ত বৈশিষ্ট্যসমূহৰ বাবে বিভিন্ন এত্ৰিবিউতচ ইয়াত লিষ্টেদ হৈ আছে
03:50 আগ্নেয়গিৰি সমূহৰ নাম আৰু সিহতৰ ল’কেচনো লগতে ইয়াত লিষ্টেদ হৈ আছে
03:56 attribute table খন বন্ধ কৰক
03:59 attribute table খন খোলক Urban areas লেয়াৰৰ বাবে
04:04 টেবলখনত থকা বিভিন্ন ক’লমচ মন কৰক
04:08 আপুনি এই টেবলখনত পাব চহৰসমূহৰ নাম, দেশসমূহ আৰু আন তথ্যসমূহক
04:15 attribute table খন বন্ধ কৰক
04:18 আহক জাগ্ৰত আগ্নেয়গিৰিসমূহ আৰু ওচৰৰ চহৰসমূহৰ মাজৰ দুৰত্বক গণনা কৰো
04:24 Vector মেনুত ক্লিক কৰক
04:27 বাচক Analysis Tools
04:30 চাব-মেনুৰ পৰা বাচক Distance Matrix অপচনক
04:34 Distance Matrix দাইল’গ-বক্স আহিছে
04:38 অনুগ্ৰহ কৰি সোফালৰ পানেলত থকা Distance matrix ৰ বিষয়ে বিৱৰণক পঢ়ক
04:44 স্ক্ৰিণত দিফল্টভাবে Parameters টেব আহিছে
04:49 পেৰামিটাৰচ বাচক ইয়াত দেখুৱা দৰে
04:53 Volcanoes বাচক এটা Input Point Layer হিচাবে
04:58 NAME বাচক এটা Input unique ID field হিচাবে
05:03 Urban Areas বাচক Target Point Layer হিচাবে
05:08 City বাচক Target unique ID field হিচাবে
05:13 Output matrix type ৰাখক Linear হিচাবে
05:17 আহক আগ্নেয়গিৰিটোৰ পৰা ওচৰৰ চহৰ দুখনৰ মাজৰ দুৰত্বক বিচাৰো
05:23 গতিকে, 2 বাচক Use only the nearest target Points ফিল্দত
05:30 Distance Matrix ফিল্দৰ কাষত থকা তিনিটা দতৰ বুটামত ক্লিক কৰক
05:35 দ্ৰপ-দাউন মেনুৰ পৰা, বাচক Save to file অপচনক
05:40 দাইল’গ-বক্সটোত, এটা উপযুক্ত নাম আৰু ল’কেচন দিয়ক
05:44 Files of type বাচক, CSV হিচাবে
05:49 Encoding ফিল্দত বাচক SystemSave বুটামত ক্লিক কৰক
05:56 Distance matrix দাইল’গ-বক্সটোত চেক-বক্সটো চেক কৰক নিম্নটোৰ বাবে ।

Open output file after running algorithm

06:06 দাইল’গ-বক্সটোৰ তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক
06:12 প্ৰচেচটোৱে কিছু চেকেন্দ সময় ল’ব
06:15 Distance matrix নামৰ এটা নতুন csv layer যোগ কৰা হ’ল Layers পানেলত
06:22 Distance matrix লেয়াৰৰ বাবে attribute table খন খোলক
06:27 attribute table খনত তিনিটা ক’লম আছে । শেষৰ ক’লমটো হৈছে আগ্নেয়গিৰিটো আৰু ওচৰৰ চহৰৰ মাজৰ দুৰত্বটো
06:38 অনুগ্ৰহ কৰি মন কৰিব, ইয়াত দুৰত্বটো মিটাৰচত আছে
06:43 ইয়াৰ কাৰণ হৈছে লেয়াৰচক প্ৰজেক্ত কৰা হৈছে WGS 84 UTM Zone 46N system
06:52 CRS ৰ ওপৰত ভিত্তি কৰি, দুৰত্বটো লগতে থাকিব পাৰে layer units ত বা degrees
07:00 লগতে মন কৰিব যে প্ৰতিটো আগ্নেয়গিৰিৰ বাবে, দুখনকৈ ওচৰৰ চহৰ লিষ্টেদ হৈছে
07:07 আহক লেয়াৰচৰ বাবে কিছু পৰিসংখ্যাগত এনালাইচিচ লওঁ Nearest neighbour tool ব্যৱ্হাৰ কৰি
07:14 আমি এটা nearest neighbour analysis ৰান কৰিম বৈশিষ্ট্যসমূহৰ বিতৰণক এনালাইজ কৰিবলৈ
07:21 ফলাফলে স্থাপন কৰিব, বিতৰণক ক্লাষ্টাৰদ, দিচপাৰ্চদ বা ৰেন্দম
07:29 attribute table খন বন্ধ কৰক
07:32 Vector মেনুত ক্লিক কৰক
07:35 তললৈ স্ক্ৰ’ল কৰক আৰু Analysis Tools ত ক্লিক কৰক
07:40 চাব-মেনুৰ পৰা, বাচক Nearest Neighbour analysis
07:46 Nearest Neighbour Analysis দাইল’গ-বক্স আহিছে
07:50 সোফালে পানেলত Nearest neighbour analysis ৰ বিষয়ে দিয়া তথ্যক পঢ়ক
07:57 Volcanoes লেয়াৰক বাচক Points দ্ৰপ-দাউনত
08:02 তলত সোফালে চুকত থকা Run বুটামত ক্লিক কৰক
08:06 Results উইন্দ’ আহিছে
08:09 Volcanoes লেয়াৰৰ বাবে কিছু পৰিসংখ্যাগত পেৰামিটাৰচ ইয়াত লিষ্টেদ হৈছে
08:15 Observed mean distance
08:17 Expected mean distance
08:20 Nearest neighbour index
08:23 Number of point features আৰু Z-Score
08:29 Nearest Neighbour Index ক এক্সপ্ৰেচ কৰা হয় অনুপাত হিচাবে Observed Mean DistanceExpected Mean Distance লৈকে
08:39 যদি ইন্দেক্স ভেলুটো 1 তকৈ সৰু হয়, পেতাৰ্নে সূচাই ক্লাষ্টাৰিংগক
08:45 যদি ইন্দেক্স ভেলুটো 1 তকৈ ডাঙৰ হয়, ট্ৰেন্দটো দিচপাৰ্চনৰ ফালে হয়
08:52 ইয়াত Nearest Neighbor Index ভেলু 0.2 এ সূচাই ক্লাষ্টাৰিংগক ।

যি বুজাই, আগ্নেয়গিৰিসমূহ এটাৰ পৰা আনটো ওচৰত অৱস্থিত হৈ আছে

09:04 একেদৰে এটা নিগেতিভ Z-Score এ লগতে সূচাই পইন্ত বৈশিষ্ট্যসমূহৰ ক্লাষ্টাৰিংগক
09:10 Results উইন্দ’ বন্ধ কৰক
09:13 প্ৰজেক্তটো ছেভ কৰক Project মেনু ব্যৱহাৰ কৰি
09:17 আহক মূলভাব চাওঁ
09:19 এই টিউট’ৰিয়েলটোত, আমি শিকিলো,
09:22 Nearest Neighbour Analysis কৰিবলৈ Distance matrix মেথ’দৰ দ্বাৰা ।

Statistics Nearest Neighbour Analysis টোল ব্যৱ্হাৰ কৰি

09:32 এটা অনুশিলনী হিচাবে, Distance Matrix বনাওঁক আৰ্বান এৰিয়াৰ ওচৰত থকা পাচটা আগ্নেয়গিৰিৰ বাবে ।

সংকেত: Urban Areas ব্যৱ্হাৰ কৰক ইনপুত হিচাবে আৰু K 5 হিচাবে

09:46 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
09:51 তলৰ লিংকত থকা ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
09:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখিব
10:09 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
10:13 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে
10:20 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9