QGIS/C4/DEM-Analysis/Assamese

From Script | Spoken-Tutorial
Revision as of 15:48, 5 February 2022 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 QGISDEM Analysis ৰ এই টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম,
00:11 DEM দেতা দাউনল’দ কৰিবলৈ SRTM দেতা ওৱেবচাইতৰ পৰা
00:16 DEM ৰ হিলচেদক দেখাবলৈ
00:19 ইয়াত মই ব্যৱ্হাৰ কৰিছো, উবুন্তো লিনাক্স OS ভাৰ্চন 16.04
00:25 QGIS ভাৰ্চন 2.18 আৰু এটা কামকৰা ইন্টাৰনেত কানেকচন
00:33 এই টিউট’ৰিয়েল অনুসৰণ কৰিবলৈ, আপুনি QGIS interface ৰ সৈতে পৰিচিত হ’ব লাগিব
00:39 এই চিৰিজৰ সংগত টিউট’ৰিয়েলচৰ বাবে, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইত চাব
00:45 Digital Elevation Model বা DEM হৈছে এটা ৰাস্তাৰ ফাইল
00:50 ই দেখাই এলিভেচন দেতাক প্ৰতিটো ৰাস্তাৰ চেলৰ বাবে
00:55 DEMs ব্যৱহৃত হয় বেয়াৰ আৰ্থ টেৰেইনক দৰ্শাবলৈ
01:00 টেৰেইনে সাধাৰণতে গ্ৰহণ কৰে ভেজিতেচন আৰু মানুহে বনোৱা বৈশিষ্ট্যসমূহক
01:06 DEMs ব্যৱহৃত হয় কেলকুলেচনচ আৰু এৰিয়া এটাৰ এনালাইচিচৰ বাবে, এলিভেচনটোৰ ওপৰত ভিত্তি কৰি
01:14 আহক DEM দেতা দাউনল’দ কৰো
01:17 প্ৰদত্ত লিংকটো খোলক যিকোনো ওৱেব ব্ৰাউজাৰ এটাত
01:21 Shuttle radar topography mission (SRTM) দেতা ওৱেবচাইত আহিছে
01:27 এই ওৱেবচাইতৰ পৰা SRTM দেতাক ফ্ৰিকৈ দাউনল’দ কৰিব পাৰি
01:32 Download Manager পেজত, এলিভেচন মদেলচ সজোৱা আছে টাইলচত
01:39 Tile Size আৰু Format ৰ বাবে দুটা অপচন উপলদ্ধ
01:44 আমি টাইল চাইজ আৰু ফৰ্মেতক বাচিব পাৰো ৰেডিঅ’ বুটামত ক্লিক কৰি
01:50 পেজটোৰ তললৈ স্ক্ৰ’ল কৰক পৃথিবীৰ মেপলৈ
01:54 মেপখনৰ বাওঁফালৰ চুকত থকা + চিহ্নক ব্যৱ্হাৰ কৰক পৃথিবীৰ মেপখন জোম ইন কৰিবলৈ
02:00 Maharashtra টাইলত ক্লিক কৰক
02:03 পৃথিবীৰ মেপখনৰ ওপৰত বাওঁফালৰ চুকত থকা Search বুটামত ক্লিক কৰক
02:09 Download উইন্দ’ আহিছে
02:12 তললৈ স্ক্ৰ’ল কৰক Description হেদিংলৈ । তলত Download SRTM লিংকত ক্লিক কৰক
02:20 দাইল’গ-বক্স এটা আহিছে, বাচক Save File অপচনক । OK বুটামত ক্লিক কৰক
02:29 মোৰ চিষ্টেমত, zip file দাউনল’দ হয় Downloads ফ’ল্দাৰত
02:34 zip file টোৰ উপাদানখিনিক এক্সত্ৰেক্ত কৰক
02:38 ৰাইত-ক্লিক কৰক আৰু বাচক Extract Here অপচনক
02:43 এক্সত্ৰেক্ত কৰা ফ’ল্দাৰটোত দুবাৰ ক্লিক কৰক । এইটো হৈছে এটা DEM dataset
02:50 ইয়াত আমি দেখিছো বহুতো ফাইলচ বিভিন্ন ফাইল এক্সতেনচনচৰ সৈতে
02:55 ফ’ল্দাৰটো বন্ধ কৰক
02:57 QGIS ইন্তাৰফেচক খোলক
03:00 মেনু বাৰত, Layer menu ত ক্লিক কৰক
03:04 চাব-মেনুৰ পৰা বাচক Add Layer, Add Raster Layer অপচনত ক্লিক কৰক
03:11 Data source দাইল’গ-বক্স আহিছে
03:14 SRTM ওৱেবচাইতৰ পৰা দাউনল’দ কৰা SRTM ফ’ল্দাৰটোলৈ নেভিগেত কৰক
03:21 ফ’ল্দাৰটোৰ উপাদানখিনিৰ পৰা, .tif এক্সতেনচনৰ সৈতে থকা ফাইলটো বাচক । Open বুটামত ক্লিক কৰক
03:31 কেনভাচত আপুনি টেৰেইনটোৰ DEM ক দেখিব
03:36 DEM ত টেৰেইনটোৰ বিষয়ে সকলোখিনি 3D information থাকে
03:41 ৰাস্তাৰ ইমেজত থকা প্ৰতিটো পিক্সেলে দৰ্শাই সেই ল’কেচনত থকা এভাৰেজ এলিভেচনক । এই এলিভেচন মিটাৰচত দিয়া হৈছে
03:52 ডাঠ পিক্সেলচে দৰ্শাই নিম্ন এলতিতিউদ থকা এৰিয়াসমূহক
03:57 পাতল পিক্সেলচে দৰ্শাই উচ্চ এলতিতিউদ থকা এৰিয়াসমূহক
04:02 আহক এই মেপখনৰ DEM এনালাইচিচক আৰম্ভ কৰো
04:07 মেনু বাৰত Raster মেনুত ক্লিক কৰক
04:11 দ্ৰপ-দাউনৰ পৰা ক্লিক কৰক Analysis । চাব-মেনুৰ পৰা ক্লিক কৰক DEM (Terrain models)
04:19 DEM দাইল’গ-বক্স আহিছে
04:22 ইনপুত ফাইল ফিল্দত DEM layer দিফল্টভাবে নিৰ্বাচিত হৈছে
04:28 Output file ৰ কাষত থকা Select বুটামত ক্লিক কৰক
04:33 Save the results to.. দাইল’গ-বক্স আহিছে
04:37 দাইল’গ-বক্সত, ফাইলটোৰ নাম দিয়্ক Hillshade.tif হিচাবে
04:44 মই ইয়াক ছেভ কৰিম Desktop
04:47 Save বুটামত ক্লিক কৰক
04:50 বাচক Hillshade Mode অপচন হিচাবে
04:54 ইয়াত দিফল্টভাবে Hillshade ইতিমধ্যে নিৰ্বাচিত হৈছে
04:59 Load into canvas when finished ৰ কাষত থকা চেক-বক্সটো চেক কৰক
05:05 ইয়াত দিফল্টভাবে ই ইতিমধ্যে নিৰ্বাচিত হৈছে
05:09 দিফল্ট চেতিংগচক তেনেদৰেই ৰাখক
05:12 Ok বুটামত ক্লিক কৰক
05:15 প’প-আপ বক্স এটা আহিছে মেচেজ Processing Completed ৰ সৈতে । OK বুটামত ক্লিক কৰক
05:22 Qgis.bin দাইল’গ-বক্সত থকা OK বুটামত ক্লিক কৰক
05:27 DEM দাইল’গ-বক্সত থকা Close বুটামত ক্লিক কৰক
05:32 এটা নতুন লেয়াৰ, Hillshade এতিয়া যোগ কৰা হ’ল Layers panel
05:37 কেনভাচত আপুনি Hillshade মোদত এখন ৰাস্তাৰ মেপ দেখিব
05:42 এই মেপখন জেনেৰেত কৰা হৈছে লাইত আৰু চেদৌ ব্যৱ্হাৰ কৰি 3D ইমেজ এটা বনাবলৈ
05:48 ম’ডেলটো অধিক স্পষ্ট কৰিবলৈ, আমি Hillshade ক এটা অ’ভাৰলেই হিচাবে ব্যৱ্হাৰ কৰিম
05:54 এতিয়া আমি অ’ৰিজিনেল DEM লেয়াৰটোৰ symbology ক সলাম
05:59 Layers পানেলত থকা srtm layer ত ৰাইত-ক্লিক কৰক
06:04 কনটেকস্ত মেনুৰ পৰা বাচক Properties অপচনক
06:09 Layer Properties দাইল’গ-বক্স আহিছে
06:13 বাওঁফালৰ পানেলৰ পৰা বাচক Style
06:17 Band Rendering চেকচনৰ ভিতৰত, Render type ক সলাওঁক Singleband pseudocolor লৈ
06:24 Load minimum/maximum values ৰ ভিতৰত, minimum/maximum ৰেডিঅ’ বুটামত ক্লিক কৰক
06:33 Interpolation দ্ৰপ-দাউনৰ পৰা বাচক Linear
06:37 এইটো হৈছে এটা দিফল্ট চিলেকচন ইয়াত । Color দ্ৰপ-দাউনৰ পৰা বাচক Spectral
06:44 তললৈ স্ক্ৰ’ল কৰক । দ্ৰপ-দাউনৰ পৰা Mode বাচক Continuous হিচাবে
06:50 Classify বুটামত ক্লিক কৰক
06:53 পাচটা নতুন কালাৰৰ ভেলুচ বনোৱা হ’ল
06:57 কালাৰসমূহে দৰ্শাই ৰাস্তাৰৰ এলিভেচনৰ মানসমূহক নিম্নতমৰ পৰা উচ্চতমলৈকে
07:04 তলত সোফালৰ চুকত ক্লিক কৰক Apply বুটামত আৰু OK বুটামত
07:10 Layers পানেলত, Hillshade লেয়াৰক দিজেবল কৰক
07:14 Hillshade লেয়াৰৰ বাবে থকা চেক-বক্সটো আনচেক কৰক
07:18 এতিয়া কেনভাচত আপুনি স্পেকত্ৰেল কালাৰচত মেপ এখন দেখিব
07:24 ৰঙা চেদৰ টেৰেইনটো হৈছে নিম্ন এলিভেতেদ আৰু নীলাটো হৈছে উচ্চ এলিভেতেদ
07:30 Hillshade layer ক এনাবল কৰক
07:33 Layers Properties দাইল’গ বক্সক খোলক
07:37 বাওঁফালৰ পানেলৰ পৰা বাচক Transparency
07:41 Global transparency ক চেত কৰক 50% লৈ শ্লাইডাৰ দাল দ্ৰাগ কৰি
07:47 ক্লিক কৰক Apply বুটামত আৰু OK বুটামত
07:51 মেপখন জুম ইন কৰক
07:53 কেনভাচত এতিয়া আমি লেন্দস্কেপটোৰ এটা বৰ্দ্ধিত ট’প’গ্ৰাফি দেখিবলৈ পাইছো
08:00 আহক মূলভাব চাওঁ,
08:03 এই টিউট’ৰিয়েলটোত, আমি শিকিলো, DEM দেতা দাউনল’দ কৰিবলৈ SRTM দেতা ওৱেবচাইতৰ পৰা
08:11 DEM ৰ হিলচেদক দেখাবলৈ
08:15 এইটো হৈছে অনুশিলনীটো
08:17 ৰাস্তাৰ মেপখনৰ বাবে Slope মোদ ব্যৱ্হাৰ কৰি টেৰেইনটো দৰ্শিত কৰক । Slope লেয়াৰৰ বাবে চিম্ব’ল’জিক সলাওঁক
08:27 সংকেত: Mode টো বাচক Slope হিচাবে আৰু ইয়াক অ’ভাৰলেই হিচাবে ব্যৱ্হাৰ কৰক
08:33 আপোনাৰ সম্পূৰ্ণ হোৱা অনুশিলনীটো দেখিবলৈ ইয়াত দেখুৱা দৰে হ’ব লাগিব
08:38 এই ভিদিঅ’টোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱক দৰ্শাই । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাব
08:45 আমি স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতো আৰু প্ৰমাণপত্ৰ প্ৰদান কৰো । অনুগ্ৰহ কৰি আমালৈ লিখিব
08:54 আপোনাৰ সময়গত প্ৰশ্নসমূহ এই ফ’ৰামত প’ষ্ট কৰিব
08:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পক NMEICT, MHRD, ভাৰত চৰকাৰে পুঁজি দিয়ে
09:06 মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদাই লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9