Difference between revisions of "PHP-and-MySQL/C4/User-Registration-Part-5/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ পঞ্চম অংশলৈ...")
 
 
Line 149: Line 149:
 
|-
 
|-
 
|05:30
 
|05:30
|ভবিষ্যতত আপদেতচৰ বাবে চাবস্ক্ৰাইব কৰক । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো{| border=1
+
|ভবিষ্যতত আপদেতচৰ বাবে চাবস্ক্ৰাইব কৰক । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Latest revision as of 19:23, 7 December 2015

Time Narration
00:00 ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ পঞ্চম অংশলৈ স্বাগতম
00:04 আমি কিছু বিতচ আৰু টুকুৰাক একেলগে আমাৰ ৰেজিষ্ট্ৰেচন ল’গিন প্ৰক্ৰিয়াত পৰিপাটি লগাম
00:11 তাৰপাছত আমি এটা সম্পূৰ্ণ পৰীক্ষা কৰিম ই আচলতে কাম কৰেনে চাবলৈ
00:14 শেষৰ অংশটোত, আপুনি দেখিছিলে যে মই মোক এই দাতাবেচত পঞ্জীয়ণ কৰিছিলো
00:19 সকলোৱে ঠিকে কাম কৰিলে আৰু মই ইয়াত ল’গিন পৰ্দাত আছো
00:24 আহক চাওঁ মই ল’গিন কৰিব পাৰোনে । ধৰক ইউজাৰনেম হৈছে এলেক্স ("alex") আৰু মোৰ পাচৱৰ্দ হৈছে মই ব্যৱহৃত কৰা পাচৱৰ্দটো
00:34 মই দেখিছো যে যেতিয়া মই ল’গিনত টিপো, পুনৰ, ইনকাৰেক্ট পাচৱৰ্দ ("Incorrect password")
00:40 ই নুবুজায় যে মোৰ ইউজাৰনেমটো পোৱা নগ’ল
00:44 আহক মই ইয়াক ইউজাৰনেমত লিখো আৰু মোৰ পাচৱৰ্দ লিখো
00:49 ই মোক ক’ব যে উপভোক্তা উপলদ্ধ নহয়
00:52 কিন্তু ইয়াত, ই কৈছে যে মোৰ ইউজাৰনেম উপলদ্ধ কিন্তু মোৰ পাচৱৰ্দটো ভুল
00:58 এতিয়া, মোৰ পাচৱৰ্দটো ভুল হোৱাৰ কাৰণটো হৈছে ইয়াত মোৰ চিধা টেকস্তৰ পাচৱৰ্দক দাতাবেচৰ ভিতৰৰ "md5-এনক্ৰিপ্তেদ (encrypted)" পাচৱৰ্দটোলৈ তুলনা কৰা হৈছে
01:11 আমি ইয়াক কৰাৰ পদ্ধতিটো হৈছে, আমি ল’গিন পৃষ্ঠালৈ ঘূৰি যাওঁ, যাক আমি আগৰ টিউট’ৰিয়েলত সামৰিছিলো - ইউজাৰ ল’গিন টিউট’ৰিয়েলটোত
01:22 অংশটোত য’ত আমি পাচৱৰ্দচ সদৃশ হয় নেকি চাবলৈ তুলনা কৰো
01:29 সি আমাৰ ইউজাৰনেম তাত চাব আৰু ই আমাৰ পাচৱৰ্দ চাইছে
01:35 আমি আমাৰ পাচৱৰ্দ পৰীক্ষা কৰিব লাগিব । এই মূহুৰ্ত্তত, ধৰক মই মোৰ পাচৱৰ্দ "শ্লাইচাৰ (slicer) u k 1" হিচাবে লিখিলো
01:46 গতিকে, এইটো হৈছে মই ইয়াত লিখা পাচৱৰ্দটো । ই কিছু পৃথক
01:53 "শ্লাইচাৰ (slicer) u k 1" । ঠিক আছে আৰু ই ইয়াক পৰীক্ষা কৰিছে আৰু ইয়াত এই পাচৱৰ্দ সমান শ্লাইচাৰ (slicer) u k1
02:02 কিন্তু এই পাচৱৰ্দ ("password") সমান ("dbpassword") । সেইবাবে আমি তুলনাটো পোৱা নাইকীয়া
02:10 আমি ইয়াক নিৰ্বাচিত কৰো যেতিয়া আমাৰ পাচৱৰ্দ এনক্ৰিপ্ত কৰো
02:15 গতিকে এতিয়া ই প্ৰকৃততে ইয়াৰ সমান হ’ব, গতিকে এইটো এনক্ৰিপ্তেদ "শ্লাইচাৰ (slicer) u k 1", যি সমান হয় এই "শ্লাইচাৰ (slicer) u k 1"ৰ
02:26 গতিকে আমি এটা md5 এনক্ৰিপ্তেদ পাচৱৰ্দক আমাৰ দাতাবেচত এটা md5 এনক্ৰিপ্তেদ পাচৱৰ্দলৈ তুলনা কৰিছো
02:35 মই এই ফৰ্মক পুনৰ ভৰ্ত্তি কৰো আকৌ এৰ’ৰ!
02:39 মই পুনৰ চেষ্টা কৰো । ল’গিনত টিপক । নহয়, ই কাম নাইকৰা
02:45 আহক ইয়াক চাওঁ । পাচৱৰ্দ ("password") সমান প’ষ্ট পাচৱৰ্দ ("POST password") গতিকে md5 হৈছে পাচৱৰ্দটো
02:56 মই ঘূৰি যাওঁ আৰু ইয়াক ৰিফ্ৰেছ কৰো
03:00 মই পাচৱৰ্দ লিখো । ঠিক আছে, মই জানো ইয়াত সমস্যাটো কি
03:06 ইয়াত সমস্যাটো হৈছে আমাৰ md5 পাচৱৰ্দটো সম্পূৰ্ণ শুদ্ধ কিন্তু ইয়াক এটা পাচৱৰ্দলৈ তুলনা কৰা হৈছে যাক আমাৰ দাতাবেচত চমুকৈ কাত কৰা হৈছে
03:19 তাৰ কাৰণটো হৈছে যদি আমি আমাৰ গাঠণিলৈ যাওঁ আৰু আমাৰ পাচৱৰ্দ ফিল্দৰ বাবে তলত ইয়ালৈ যাওঁ আৰু ইয়াক এদিত কৰো, আমি বৰ্ত্তমান 25ৰ লেনথ এটা ইয়াৰ সীমা হিচাবে পালো
03:35 গতিকে আমি ইয়াৰ সীমাটো বঢ়াম, ধৰক, 100লৈ
03:40 মই সঠিককৈ নিশ্বিত নহয় যে md5 ষ্ট্ৰিংগ এটা কিমান দীঘল হয়, কিন্ত মই ক’ম লেনথ ভেলু = 100 । তাক ছেভ কৰো
03:50 মই আমাৰ টেবল ব্ৰ’জ কৰিম আৰু এই মানটো নাইকীয়া কৰিম । তাৰপাছত মই ঘূৰি যাম আৰু পুনৰ পঞ্জীয়ণ কৰিম
03:58 গতিকে, ৰেজিষ্টাৰ । আপোনাৰ ইউজাৰনেম বাচক
04:02 ধৰক এলেক্স ("alex"), মই আগতে কোৱাৰ দৰে । পাচৱৰ্দ এটা বাচক, ধৰক "শ্লাইচাৰ (slicer) u k 1" । আৰু মই ৰেজিষ্টাৰ ("Register") টিপিম
04:14 "ইউ (You) হেভ (have) বিন (been) ৰেজিষ্টাৰদ (registered) । ৰিটাৰ্ণ (Return) তু (to) ল’গিন (login) পেজ (page)"
04:18 এতিয়া, আমাৰ দাতাবেচ পুনৰ চাওঁ
04:21 ই ইতিমধ্যে দীঘলীয়া দেখাইছে, ইয়াক চমুকৈ কাত কৰা নাইহোৱা কাৰণ মই ইয়াৰ লেনথ সলালো
04:27 গতিকে এতিয়া মই ল’গ ইন কৰিবলৈ চেষ্টা কৰো আৰু মই ইয়াক সঠিককৈ লিখো
04:34 আমি ল’গিন কৰিব পাৰো আৰু আমি কৰিলো । গতিকে ষ্ট্ৰিংগ লেনথৰ দৰে বস্তুক চাব
04:41 আশাকৰা দৰে আপুনি ইয়াক পালে
04:43 যদি আপুনি মই এই টিউট’ৰিয়েলটো বিস্তৃত কৰা বিচাৰে মোক জনাব
04:48 আৰু সেইটো আমাৰ ইউজাৰ ৰেজিষ্ট্ৰেচন
04:50 ইয়াক ইউজাৰ ল’গিন টিউট’ৰিয়েলৰ পৰা অনুসৰণ কৰা হৈছে
04:54 গতিকে ইহতক একেলগে ৰাখি, আমি এটা সম্পূৰ্ণ কাৰ্যকৰী ইউজাৰ ৰেজিষ্টাৰ আৰু ল’গিন প্ৰক্ৰিয়া পালো
05:02 মই ইয়াক মোৰ বহুতো প্ৰকল্পৰ কামত ব্যৱ্হাৰ কৰিম । উদাহৰণস্বৰূপে
05:07 মই হয়তো কিবা এটাৰ ওপৰত এটা প্ৰকল্প বনাম যি এটা ইউজাৰ ল’গিন আৰু ইউজাৰ ৰেজিষ্ট্ৰেচন ব্যৱ্হাৰ কৰে । গতিকে মই ইয়াক যথেষ্ট ব্যৱ্হাৰ কৰিম
05:16 গতিকে অধিক তথ্যৰ বাবে মোৰ ইউজাৰ ল’গিন আৰু ৰেজিষ্ট্ৰেচনৰ প্ৰকল্পসমূহ চাব
05:23 যদি আপোনাৰ কিবা প্ৰশ্ন আছে বা মই কিবাবস্তু বিস্তৃত কৰা বিচাৰে, মোক জনাব
05:30 ভবিষ্যতত আপদেতচৰ বাবে চাবস্ক্ৰাইব কৰক । দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9