PHP-and-MySQL/C4/User-Registration-Part-4/Assamese

From Script | Spoken-Tutorial
Revision as of 19:22, 7 December 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 ইউজাৰ ৰেজিষ্ট্ৰেচন ("User Registration")ৰ চতুৰ্থ অংশলৈ স্বাগতম
00:03 আমি এই প্ৰক্ৰিয়াসমূহৰ দ্বাৰা যাম
00:06 আমি আমাৰ ইউজাৰনেম ("username") আৰু পাচৱৰ্দ ("password")ৰ বাবে সুৰক্ষা আৰু পৰীক্ষা ব্যৱ্হাৰ কৰিছো, যি সচাকৈ ভাল
00:11 যদি মই বিভ্ৰান্ত কৰিছো মোক জনাব । মোলৈ এটা ইমেইল বা ইউটিউব ("youtube")ৰ দ্বাৰা এটা কমেন্ত দিব
00:19 "আমাৰ ইউজাৰক ৰেজিষ্টাৰ কৰা" প্ৰক্ৰিয়াটো পালো
00:22 আমি প্ৰথমে দাতাবেচলৈ সংযোগ কৰিব লাগিব
00:25 আমি টেবল খুলিম আৰু আমাৰ মানসমূহ দিম
00:29 আপুনি হয়তো ভাবিছে এইটো অতি সহজ
00:33 গতিকে, সৰ্বপ্ৰথমে, মই বাৰ্তা এটা লিখিম কৈ চাক্সেচ ("Success")
00:38 আমাৰ পৃষ্ঠালৈ যাওঁ । মই ইয়ালৈ ঘূৰি যাম আৰু আমি প্ৰথমে বনোৱা সকলো পৰীক্ষা চাম
00:47 গতিকে মই ৰেজিষ্টাৰ ("Register") টিপিম আৰু ই কয় "প্লিজ (Please) ফিল (fill) ইন (in) অল (all) দ (the) ফিল্দচ (fields)"
00:54 যদি মই বিভিন্ন ফিল্দচ ভৰাওঁ, তাৰপাছত পাহৰো আৰু ৰেজিষ্টাৰ টিপো ই এতিয়াওঁ এটা বাৰ্তা কয়
01:03 গতিকে মই এলেক্স ("alex") লিখিম আৰু মোৰ ইউজাৰনেম বাচিম
01:09 তাৰপাছত মোৰ ফুলনেম লিখো আৰু মই এটা পাচৱৰ্দ বাচিম যি হৈছে "abc"
01:15 পাছৰটোত মই মিশ্ৰিত কেৰেক্তাৰচ লিখিম
01:19 গতিকে, যেতিয়া মই ৰেজিষ্টাৰ টিপো, ই ক’ব লাগিব "ইয়’ৰ (Your) পাচৱৰ্দচ (passwords) দাজ (does) নত (not) মেতচ (match)"
01:25 গতিকে, বৰ্গ একলৈ ঘূৰি যাওঁ
01:28 আমি লিখিম এলেক্স গেৰেত ("Alex Garrett")
01:32 আমি এটা ইউজাৰনেম বাচিম । আমি এটা পাচৱৰ্দ বাচিম ধৰক "abc"
01:39 যিহেতু ই 6 কেৰেক্তাৰচৰ ভিতৰত, যেতিয়া মই ৰেজিষ্টাৰ ("Register") টিপো - "পাচৱৰ্দচ (Passwords) মাষ্ট (must) বি (be) বিতওইন (between) 25 এন্দ (and) 6 কেৰেক্তাৰচ (characters)" । গতিকে সি কাম কৰে
01:52 এতিয়া মই মোৰ ফুলনেম এলেক্স গেৰেত ("Alex Garrett") হিচাবে আৰু মোৰ ইউজাৰনেম এলেক্স ("alex") হিচাবে লিখিম
02:00 পাচৱৰ্দটো এটা ফুল লেনথ পাচৱৰ্দ হ’ব
02:05 6 কেৰেক্তাৰচতকৈ অধিক । মই ৰেজিষ্টাৰ ("Register") টিপিম । আপুনি দেখিছে - "লেনথ (Length) অফ (of) দ (the) ইউজাৰনেম (username) অৰ (or) ফুলনেম (fullname) ইজ (is) তু (too) লংগ (long)!"
02:15 গতিকে আপুনি যদি বিচাৰে এই পৰীক্ষাবোৰ লিখিব পাৰে । মই ইয়াক আপোনালৈ এৰিম
02:20 গতিকে, এই মূহুৰ্ত্তত আমি এটা সফল ফৰ্ম প্ৰমাণীকৰণ পালো
02:26 এতিয়া আমি আমাৰ উপভোক্তা পঞ্জীয়ণ কৰাৰে যাম
02:31 এতিয়া এই ফৰ্ম প্ৰমাণীকৰণ ভাল নহয় । প্ৰতিবাৰ আমি এটা এৰ’ৰ পাওঁ, এই ফিল্দচ অন্তৰ্ধ্যান হয়; সিহত গ’ল
02:40 আৰু উপভোক্তাই পুনৰ লিখিব লাগে
02:43 গতিকে মই ক’ম, আমি ইয়াত আমাৰ ফুলনেম, ইউজাৰনেম আৰু পাচৱৰ্দ ভেৰিয়েবলচ পালো
02:50 এই php পৃষ্ঠাক নিজে বিবেচনা কৰি, আমি ইয়াত এই html ক’ডত php অন্তৰ্ভুক্ত কৰিব পাৰো
02:57 ফুলনেমৰ তলত মই ক’ম "ভেলু সমান" এটা মান বক্সটোৰ ভিতৰত আৰু php টেগ এটা খুলিম
03:06 ভিতৰত php টেগটো বন্ধ কৰক । ইয়াত মই ইউজাৰনেম বা ফুলনেম একৌ কৰিম
03:12 মই ইউজাৰনেমৰ সৈতেওঁ একেতাই কৰিম
03:16 গতিকে ভেলু সমান, php টেগচ খুলো, php টেগচ বন্ধ কৰো আৰু ইউজাৰনেম একৌ কৰো
03:23 তাত শাৰী অন্তকাৰকটো থকাতো নিশ্বিত কৰক
03:27 এতিয়া যি হ’ব সেইয়া হৈছে, ধৰক মই এই অতিশয় দীঘল নামটো বাচো ইয়াত আৰু মই এটা ইউজাৰনেম লওঁ ধৰক এলেক্স ("Alex")
03:36 যদি আপুনি পাচৱৰ্দচ জমা হোৱাতো নিবিচাৰে । গতিকে তাক উপভোক্তাৰ ওপৰত এৰক
03:43 মই এটা অতি দীঘল ইউজাৰনেম পালো আৰু ই এই এৰ’ৰটো পুনৰ দিব লাগিব
03:49 যেতিয়া মই ৰেজিষ্টাৰ টিপো, এইবাৰ ই আমাৰ ফুলনেম আৰু ইউজাৰনেম ৰাখে
03.54 গতিকে ই এটা নিয়ম । যদি আপুনি এটা এৰ’ৰ পায় তেন্তে আপুনি আপোনাৰ ইউজাৰনেম, ফুলনেম, পাচৱৰ্দ বা ফাৰ্ষ্টনেম, মিদল নেম, চাৰনেম পুনৰ লিখিব লাগিব; মই আপোনাৰ ইউজাৰ ফৰ্মত কিমান ফিল্দচ আছে নাজানো....
04:10 আপোনাৰ নামটো বাৰে বাৰে লিখিবলৈ অশান্তিকৰ
04:13 গতিকে ইয়াক ব্যৱ্হাৰ কৰি, আপোনাৰ phpয়ে php টেগচৰ ভিতৰত একৌ কৰে, আপোনাৰ html ইনপুত টাইপৰ মানসমূহৰ ভিতৰত আৰু ই উপভোক্তালৈ অতি দৰকাৰী আৰু অতিশয় সুবিধাজনক হয় আৰু অতি উপভোক্তা সহায়ক
04.28 ঠিক আছে, অন্যথা একৌ চাক্সেচ ("Success!!") । মই এতিয়ালৈকে এখন সফল ফৰ্ম দিয়া নাই
04:34 গতিকে মই লিখিম এলেক্স গেৰেত ("Alex Garrett") আৰু মোৰ পাচৱৰ্দটো 6 কেৰেক্তাৰতকৈ বেছি আৰু 25 কেৰেক্তাৰৰ ভিতৰত হ’ব
04:43 ৰেজিষ্টাৰ ("Register") টিপো । এটা এৰ’ৰ বাৰ্তা । আহক চাওঁ
04:49 আমি এৰ’ৰ এটা ল’লো আৰু.... - যদি পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 25তকৈ ডাঙৰ হয়.....
04:55 ...বা পাচৱৰ্দৰ ষ্ট্ৰিংগ লেনথটো 6তকৈ সৰু হয়.... একৌ পাচৱৰ্দ - যথেষ্ট.... কিন্তু আমি একেটা সমস্যা পালো
05:04 মই উপলদ্ধি কৰিছো যে আমাৰ পাচৱৰ্দৰ বাবে এটা এনক্ৰিপ্তেদ মান আছে আৰু আমাৰ md5 এনক্ৰিপ্তেদ ষ্ট্ৰিংগটো শক্তিশালী হয় । ই 25 কেৰেক্তাৰতকৈ বেছি ডাঙৰ
05:18 গতিকে মই পুনৰ এই ক’ডৰ ব্লকটো ল’ম, যি আমাৰ পৃষ্ঠাক এনক্ৰিপ্ত কৰিছে । তাক কাত কৰিম আৰু "ৰেজিষ্টাৰ (register) দ (the) ইউজাৰ (user)"ৰ তললৈ আনিম
05:30 গতিকে আপুনি অভিজ্ঞতাৰ পৰা দেখিছে যে বস্তুৰ ক্ৰমটো অতি দৰকাৰী । যদি আপুনি ক’ডত এনেধৰণৰ এৰ’ৰচ পায় । সিহতক চাওঁক আৰু আপুনি কি কৰিছে উপলদ্ধি কৰক
05:42 আপোনাৰ ক’ডৰ মাজত বস্তুক একৌ কৰক, ই দিবাগ প্ৰক্ৰিয়াৰ দৰে চুটী
05:48 এতিয়া মই ফৰ্মলৈ ঘূৰি যাম আৰু মোৰ সঠিকভাবে গ্ৰহণযোগ্য পাচৱৰ্দক পুনৰ লিখিম
05:55 ৰেজিষ্টাৰ ("Register")ত টিপক । আমি আমাৰ চাক্সেচ ("Success") বাৰ্তা পালো
06:02 গতিকে আপুনি দেখিছে, আপোনাৰ ক’ডৰ দ্বাৰা গ’লে তাত সমস্যা আছে নেকি চাবলৈ সহায় কৰে
06:07 মই ইয়াক উপলদ্ধি কৰাত কিছু দ্ৰুত । কিন্তু কেতিয়াবা মই ভিদিঅ’টো ৰখাওঁ, ক’ডটো এবাৰ চাওঁ আৰু তাৰপাছ্ত ভিদিঅ’টো পুনৰ চলাওঁ । মই দৰ্শকক ৰখাই থৈ ভাল নাপাওঁ
06:19 গতিকে আপুনিওঁ, সোনকালে আপোনাৰ ভুলবোৰ উপলদ্ধি কৰিব । গতিকে আমি আমাৰ চাক্সেচ ("Success") পালো আৰু এতিয়া আমি ক’ম "আমাৰ দাতাবেচ খুলো"
06:28 ইয়াক কৰিবলৈ, আমাক কানেক্ট ভেৰিয়েবল লাগিব, নহয় নালাগে... মই কৈছো মোৰ "sql কানেক্ট (connect)"
06:36 আৰু মই মোৰ ল’কেল হ’ষ্ট চাৰ্ভাৰলৈ সংযোগ কৰিছো, যি হৈছে মোৰ কম্পিউতাৰ আৰু ৰোত আৰু মোৰ পাচৱৰ্দ একো নাই
06:44 মই ক’ম "mySQL চিলেক্ত (select) db" । ই আমাৰ দাতাবেচক বাচিব । গতিকে আহক কওঁ "চিলেক্ত (select) দাতা (data) বেচ (base)"
06:55 যদিওঁ এইটো নিশ্বিত । এইটো php ল’গিন আৰু ইয়াত মই ক’ম কোৱেৰী এটা দিয়ক
07:03 গতিকে "কোৱেৰী (query) ৰেজিষ্টাৰ (register)" সমান হ’ব "mysql_কোৱেৰী(query)"ৰ
07:10 এইটো হৈছে টিউট’ৰিয়েলটোৰ গুৰূত্বপূৰ্ণ অংশ য’ত আমি আচলতে মানসমূহ ইনপুত কৰো আৰু আমাৰ ইউজাৰনেম পঞ্জীয়ণ কৰো
07:18 এতিয়া মই তললৈ যাওঁ যাতে আপুনি দেখে এইটো হৈছে "ইনচাৰ্ত (INSERT) ইনতু (INTO) ইউজাৰচ (users)"
07:24 যদি আমি ইয়ালৈ যাওঁ, এইখন হৈছে আমাৰ "php ল’গিন (login)" টেবল যি আমি নিৰ্বাচিত কৰিছো । গতিকে "mySQL চিলেক্ত (select) db php ল’গিন (login)"
07:38 আৰু আমি ইউজাৰচ ("users")ত ভৰ্ত্তি কৰিছো যি হৈছে দাতাবেচটোত আমাৰ টেবল
07:44 আৰু আমি ক’ম ভেলুচ বন্ধনী, টেবলৰ প্ৰতিটো মান । গতিকে টেবলত প্ৰতিটো ফিল্দ উপলদ্ধ
07:51 গতিকে যদি আমি ইয়ালৈ যাওঁ আৰু ব্ৰ’জ বা গাঠণিত টিপো - সেইটোত - আমি পালো id, নেম, ইউজাৰনেম, পাচৱৰ্দ, দেত । গতিকে 1 2 3 4 5
08:04 ইয়াত লগতে আমাক লাগে 1 2 3 4 5 । idটো স্ববৰ্দ্ধিত হয়, যদি আপুনি জানে শেষৰ টিউট’ৰিয়েলটোৰ পৰা
08:13 গতিকে আমাক মাত্ৰ ইয়াত লাগে; ক্ৰমটো অতি গুৰূত্বপূৰ্ণ
08:18 আমি আমাৰ নেম, ইউজাৰনেম, পাচৱৰ্দ, দেত পালো । গতিকে এইটো মাত্ৰ নেম, ইউজাৰনেম
08:24 এইটো পাচৱৰ্দ, পাচৱৰ্দ ৰিপিত কৰিব নালাগে, সি মাত্ৰ পৰীক্ষাৰ বাবে আৰু এইটো হ’ব দেত
08:33 গতিকে এইবোৰ ভেৰিয়েবল ইয়াত, যদি আপুনি নিশ্বিত নহয়, ইয়াৰ পৰা আহিছে, য’ত আমাৰ ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ আৰু দেত আছে
08:43 আহক ইয়াক ফুলনেমলৈ সলাওঁ । ঠিক আছে, গতিকে ই কাম কৰিব । ইয়াক কৰাৰ পাছত মই ক’ম, "ইউ (You) হেভ (have) বিন (been) ৰেজিষ্টাৰদ (registered)" । প্ৰকৃততে মই কৰিবলগাটো হৈছে ক’ম দাই ("die")
08:56 "ইউ (You) হেভ (have) বিন (been) ৰেজিষ্টাৰদ (registered) । ৰিটাৰ্ণ (Return) তু (to) ল’গিন (login) পেজ (page)"
09:02 ইয়াক এটা সংযোগ হিচাবে থওঁ আমাৰ ইন্দেক্স পৃষ্ঠালৈ য’ত উপভোক্তাই ল’গিন কৰিব পাৰে
09:08 আপুনি দেখিছে ই কেনেকৈ এক চেকেন্দত কাৰ্যকৰী কৰে আৰু এইটো হৈছে মোৰ আগৰ পৃষ্ঠাটো
09:15 ধৰক এলেক্স গেৰেত ("Alex Garret") । ইউজাৰনেম এলেক্স ("alex") আৰু ইয়াক পাচৱৰ্দ হিচাবে বাচি লৈ । "ইউ (You) হেভ (have) বিন (been) ৰেজিষ্টাৰদ (registered) । ৰিটাৰ্ণ (Return) তু (to) ল’গিন (login) পেজ (page)"
09:26 এতিয়া মই ব্ৰ’জ ("browse")ত মোৰ দাতাবেচ চাম । আপুনি দেখিছে যে মই এলেক্স গেৰেত ("Alex Garret") পালো । মোৰ id হৈছে 3 মোৰ ইউজাৰনেম হৈছে এলেক্স ("alex")
09:36 মোৰ পাচৱৰ্দ হৈছে মোৰ এনক্ৰিপ্তেদ পাচৱৰ্দ আৰু মোৰ দেত হৈছে দেত
09:41 সেইয়াই । গতিকে পাছৰ অংশটোত মই আপোনাক কেনেকৈ কিছু বস্তু পৰিপাটি কৰা হয় দেখুৱাম আৰু ল’গিন প্ৰক্ৰিয়াটো পৰীক্ষা কৰিম
09:49 গতিকে তাত লগ পাম । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9