PHP-and-MySQL/C4/User-Registration-Part-2/Assamese

From Script | Spoken-Tutorial
Revision as of 19:20, 7 December 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 ইউজাৰ ৰেজিষ্ট্ৰেচন টিউট’ৰিয়েলৰ দ্বিতীয় অংশলৈ স্বাগতম
00:05 এই অংশত আমি এই ফৰ্মচৰ অৱস্থিতিক পৰীক্ষা কৰিম । আহক আমি এই ফিল্দচৰ মানসমূহৰ পৰা পৰিত্ৰাণ পাওঁ যি আমি লিখিছিলো
00:12 আৰু আমি পাচৱৰ্দটোৰ এনক্ৰিপ্তিং কৰিম
00:16 আমি লগতে html টেগচ আতৰাম
00:23 ধৰক মই মোৰ ল’গিন অংশৰ বাবে এনক্ৰিপ্ত কৰিছো... মই এই "ল’গিন (login) দত (dot) php" ফাইলটো খুলিম.... আৰু আমি ইয়াত মোৰ পৃষ্ঠাটোত কিছু সালসলনি কৰিব লাগিব
00:37 আমি আমাৰ দাতাবেচৰ বাবে পোনপটীয়াকৈ এটা পাচৱৰ্দ ল’ম
00:44 গতিকে আমি এই "dbusername" মানটো আৰু আমাৰ "dbpassword" সলাব লাগিব
00:50 যদি আপুনি প্ৰথম ভিদিঅ’টো চোৱা নাই আপুনি তাক চাব লাগিব, এই ক’ডটো লিখিবলৈ সক্ষম হ’বলৈ
00:56 আমাৰ "ৰেজিষ্টাৰ (register) দত (dot) php"লৈ ঘূৰো আৰু সৰ্বপ্ৰথমে আমি চাবমিত ("submit")ৰ বাবে পৰীক্ষা কৰিম
01:02 মোৰ এই মূহুৰ্ত্তত এটা চাবমিত ("submit") ভেৰিয়েবল নাই
01:06 গতিকে ই সমান হ’ব "ডলাৰ চিহ্ন আন্দাৰস্ক’ৰ প’ষ্ট (POST)"ৰ আৰু এতিয়া চাবমিত ("submit")
01:14 এইটো হয় কাৰণ যেতিয়া উপভোক্তাই চাবমিত বুটামটোত টিপে ইয়াত, ই ৰেজিষ্টাৰ ("Register")ৰ মান এটা ধৰিব
01:23 আৰু ই ক’ব "যদি উপভোক্তাই এই বুটামটো টিপিছে", তেন্তে আমি আমাৰ ক’ডৰ সৈতে যাব পাৰো
01:31 এতিয়া, আমি পাব লগা অন্য মানসমূহ হৈছে উপভোক্তাৰ নামটো । গতিকে, উপভোক্তাৰ ফুলনেমটো । মই লিখিম "ফুলনেম (fullname) = $ আন্দাৰস্ক’ৰ প’ষ্ট (POST)" আৰু ফুলনেম ("fullname") । আপুনি ইয়াৰ প্ৰমাণ চাব পাৰে ইয়াত
01:51 গতিকে, আমি মাত্ৰ ইয়াত দিয়া নেমটো অনুকাৰী (mimicking) কৰিছো, এবাৰ আমি ফুলনেম, ইউজাৰনেম, পাচৱৰ্দ, ৰিপিত পাচৱৰ্দ পোৱাৰ পাছত, ঠিক আছে?
01:59 গতিকে, আমি ফুলনেম ("fullname") পালো আৰু এতিয়া আমাৰ ইউজাৰনেম ("username") আছে
02:09 মই যি কৰিম সেইয়া হৈছে, যেতিয়াই মই ক’ড কৰিম, মই ইয়াক ক’পি আৰু পেষ্ট কৰিম তলত
02:12 গতিকে পাচৱৰ্দ ("pasword") আৰু ৰিপিত পাচৱৰ্দ ("repeat password") । এইটো হৈছে পাচৱৰ্দ ("pasword") আৰু ৰিপিত পাচৱৰ্দ ("repeat password") । মই এই মানসমূহ সলাম । সিহতক লিখিব নালাগে
02:26 যদি আপুনি phpলৈ নতুন মই পৰামৰ্শ দিওঁ যে আপুনি এইবোৰক বাৰে বাৰে লিখক অভ্যাসৰ বাবে । গতিকে আপুনি সিহতক নাপাহৰে
02:34 গতিকে আমি আমাৰ সকলো মান ইয়াত পালো
02:37 গতিকে, ইফ চাবমিত ("submit") । মই সিহতক একৌ কৰিম আপোনাক দেখুৱাবলৈ যে এই সকলোবোৰ সঠিককৈ ভৰ্ত্তি হৈছে
02:46 মই আপোনাক পৰামৰ্শ দিওঁ ইয়াক দিবাগিংৰ বাবে কৰক । আপুনি হয়তো কিবা ভুলকৈ উচ্চাৰণ কৰিব পাৰে আৰু ই ভাল নহয় যদি আপুনি আপোনাৰ দাতাবেচত দাতা থ’বলৈ চেষ্টা কৰিছে যি ভুলকৈ উচ্চাৰিত হৈছে
02:54 ইয়াত মই ক’ম একৌ ইউজাৰনেম ("username") আৰু ফ’ৰৱাৰ্দ শ্লাচ আৰু পাচৱৰ্দ ("password") । তাৰপাছত ৰিপিত পাচৱৰ্দ ("repeat password") আৰু তাৰপাছত ফুলনেম ("fullname") উপভোক্তাৰ শাৰী অন্তকাৰকটোৰ সৈতে
03:16 গতিকে আমি ইয়াত সকলো দাতা পালো যি আমি আমাৰ ফৰ্মৰ পৰা নিষ্কাসিত কৰিছিলো
03:21 গতিকে মই ইয়াক কমেন্ত কৰিম ফৰ্ম দাতা ("form data") হিচাবে
03:24 আপুনি এতিয়া ইয়াক কেনেকৈ কৰা হয় জানিব লাগিব
03:27 যদি ফৰ্মখন ভৰ্ত্তি কৰা হ’ল, মই ইয়াক একৌ কৰিম, ই তাত থকাতো নিশ্বিত কৰিবলৈ
03:32 ইয়াত যদি মই ৰেজিষ্টাৰ ("Register") টিপো একো নহয় । মই টিপি আছো আৰু একো হোৱা নাই
03:40 গতিকে ইয়াত মই মোৰ ফুলনেম লিখিম আৰু মই মোৰ ইউজাৰনেম লিখিব পাৰো আৰু পাচৱৰ্দ এটা নিৰ্বাচিত কৰো যি এতিয়াৰ বাবে "abc" হ’ব
03:49 ৰেজিষ্টাৰ ("Register")ত টিপো আৰু একো নহ’ল
03:52 গতিকে ইফ চাবমিত ("if submit"), প’ষ্ট চাবমিত ("POST submit")
03:57 এইটো কিয় । আমাৰ ফৰ্ম একচন ("form action")ত আমি মেথ’দ ("method") এটা সজাব লাগিব যি হ’ব প’ষ্ট ("POST")
04:05 মই তাক অন্তৰ্ভুক্ত কৰিবলৈ পাহৰিলো
04:07 আমাক প’ষ্ট ("POST")ৰ মেথ’দ এটা লাগিব অন্যথা ই দিফল্ট হিচাবে গেত ("GET") হয় । হয়, আপুনি সকলো ইয়াত চাব পাৰে
04:13 মই এতিয়া যি কৰিম সেইয়া হৈছে এই পৃষ্ঠাটো ৰিফ্ৰেছ কৰিম আৰু মোৰ দাতা পুনৰ লিখিম
04:21 গতিকে সেইটো এলেক্স গেৰেত ("Alex Garrett") আৰু ইউজাৰনেম এলেক্স ("alex") । এইটো হ’ব "abc" আৰু "abc" । ৰেজিষ্টাৰ ("Register")ত টিপো আৰু মোৰ দাতা ইয়াত দৰ্শিত হৈছে
04:30 আমি ই শুদ্ধ হয়নে চাব পাৰো । মোৰ ফুলনেম এলেক্স গেৰেত ("Alex Garrett") আছিলে । মোৰ নিৰ্বাচিত ইউজাৰনেমটো এলেক্স ("alex") আছিলে আৰু নিশ্বয় "abc" ইয়াত আৰু ইয়াত
04:40 এতিয়া মই এই পাচৱৰ্দক এনক্ৰিপ্ত কৰিব বিচাৰো
04:43 আৰু যদি আপুনি গুগুল বা যিকোনো চাৰ্চ ইঞ্জিনত "MD5 এনক্ৰিপচন (encryption)"ৰ বিষয়ে পঢ়ে সি হৈছে "M D 5" । মই ইয়াক আপোনাৰ বাবে লিখো । ই দাতা এনক্ৰিপ্ত কৰাৰ এটা অতি দৰকাৰী পদ্ধতি
04:54 আহক ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ । এতিয়া সকলো ঠিকে আছে । phpত Md5ৰ ফাংচনে এটা ষ্ট্ৰিংগ বা সাংখ্যিক মান, ষ্ট্ৰিংগ মান বা মাত্ৰ দাতা মান এটা লয়
05:09 আৰু ই MD5 এনক্ৰিপচনলৈ এনক্ৰিপ্ত হয়
05:13 ধৰক মই এলেক্সক ("alex") Md5লৈ এনক্ৰিপ্ত কৰো । আহক ইয়াক একৌ কৰো আৰু ৰিফ্ৰেছ
05:19 দাতাটোক পুনৰ নপঠাব । গতিকে ই ইয়াৰ পৰা পোনপটীয়াকৈ ঘূৰি আহিব আৰু ৰেজিষ্টাৰত পুনৰ টিপক
05:26 আহক ইয়ালৈ যাওঁ আৰু চাওঁ ইফ চাবমিত ("if submit") ঠিকে আছে নেকি । আহক এই চৰ্তটো উঠাই লওঁ আৰু ৰিফ্ৰেছ
05:34 গতিকে মোৰ নেমটো Md5ত এনক্ৰিপ্ত হ’ল
05:39 ই সদায় একেটা লেনথৰ হয় আৰু মই বিশ্বাস কৰো ইয়াক ভাঙিবলৈ অসম্ভৱ যদিহে আপুনি ষ্ট্ৰিংগ এটা এনক্ৰিপ্ত নকৰে আৰু তাৰপাছত ইয়াক আপোনাৰ এনক্ৰিপ্ত কৰা মান দুটাৰ লগত তুলনা নকৰে
05:53 যদি আপুনি ইয়াক বুজা নাই মোৰ "MD5 এনক্ৰিপচন (encryption)"ৰ টিউট’ৰিয়েল এটা আছে । গতিকে চিন্তা নকৰিব । আগবাঢ়ক আৰু ইয়াক চাওঁক
06:01 এতিয়া মই ক’ম ইফ চাবমিত ("if submit") আৰু তাৰপাছত আমাৰ ক’ড
06:08 মোৰ ফুলনেম, ইউজাৰনেম আৰু পাচৱৰ্দ ঠিকে আছে
06:10 মই এই "MD5 এনক্ৰিপচন (encryption)"ক মোৰ ভৰ্ত্তিকৰা পাচৱৰ্দ আৰু ৰিপিত পাচৱৰ্দৰ কাষত যোগ কৰিম
06:21 তাক নাপাহৰিব
06:23 তাৰপাছত যদি মই একৌ কৰো, ধৰক, পাচৱৰ্দ ("password") আৰু এটা ব্ৰেক আৰু ৰিপিত পাচৱৰ্দ ("repeat password")
06:32 যেতিয়া মই ৰিফ্ৰেছ কৰো বা মোৰ ফৰ্ম ভৰ্ত্তি কৰো, মই ক’ম মোৰ পাচৱৰ্দ হৈছে "abc" আৰু মোৰ ৰিপিত পাচৱৰ্দ হৈছে "abc"
06:45 তাক ৰেজিষ্টাৰ কৰক
06:46 আপুনি দেখিছে যে মোৰ এনক্ৰিপ্তেদ পাচৱৰ্দ দুটা হুবহু আৰু সিহত দুয়োটাই দাতাবেচত থ’বলৈ সাজু হৈ আছে
06:52 এতিয়া যদি আপুনি কয় কোনোবাই দাতাবেচ হেক কৰিলে আৰু মানুহৰ পাচৱৰ্দ পালে যি abc হিচাবে লিখা হৈছিল, তেওঁলোকে ইয়াক সহজে পাব
07:01 মই ইয়াক লিখিম ইয়াত । কিন্তু এতিয়া তেওঁলোকে এইটো কি গম নাপাব কাৰণ সি এনক্ৰিপ্তেদ হয়
07;06 ঠিক আছে, আমি আমাৰ পাচৱৰ্দচ এনক্ৰিপ্তেদ পালো । এতিয়া আমি আমাৰ দাতাৰ যিকোনো টেগচ টুকুৰা কৰিম আৰু এইটো কৰিবলৈ আমাৰ ষ্ট্ৰিপ টেগচ আছে
07:21 ষ্ট্ৰিপ টেগচ ("strip tags") । ই HTML টেগচক টুকুৰা কৰিব
07:25 যেতিয়া মই মোৰ পাচৱৰ্দ ব্যৱ্হাৰ কৰিছো, মই "md5" ফাংচনৰ আগতে ষ্ট্ৰিপ টেগচ ("strip tags") নকওঁ
07:36 মই ইতিমধ্যে মোৰ পাচৱৰ্দৰ ভগ্নিত সংস্কৰণটোক এনক্ৰিপ্ত কৰিবলৈ "md5" ফাংচনটো ব্যৱ্হাৰ কৰিম
07:41 গতিকে সেইটো ঠিক হ’ব
07:43 মই তাক ক’পি আৰু পেষ্ট কৰিম তলত তাত
07:46 Ok, সেইটো হ’ল আৰু আহক ঘূৰি যাওঁ আৰু তাক চাওঁ
07:54 মই ইয়াত "html" লিখিম আৰু মোৰ ইউজাৰনেম হ’ব ব’দি ("body") আৰু মোৰ পাচৱৰ্দ "abc" হিচাবে ৰাখিম
08:02 আহক যাওঁ আৰু ইউজাৰনেম ("username") একৌ কৰো আৰু ব্ৰেক এটা যোগ কৰো
08:12 ফুলনেম । ইয়াত লিখা সকলো একৌ হ’ব
08:19 মই ইয়াৰ পাছত টেষ্ট ("test") লিখিম আৰু টেষ্ট ("test") ইয়াৰ পাছত
08:23 এতিয়া এই ষ্ট্ৰিপ টেগ ("strip tag") ফাংচনে এই "html" আৰু ব’দি ("body")ৰ পৰা পৰিত্ৰাণ পাব লাগিব
08:27 আপোনাৰ আমাক দিয়া টেষ্ট ("test") আৰু টেষ্ট ("test") থাকিব লাগিব
08:31 আমি এটা এৰ’ৰ পালো
08:34 ঘূৰি যাওঁ আৰু চাওঁ । শাৰী অন্তকাৰকটো ব্যৱ্হাৰ নকৰিলো । ৰিফ্ৰেছ আৰু দাতা পুনৰ পঠাওঁক
08:38 আপুনি ইয়াত দেখিছে, আমি টেষ্ট ("test") আৰু টেষ্ট ("test") পালো । গতিকে আপুনি ইয়াত টেগ বা html টেগ হিচাবে যিহকে লিখে, ই খালী হয়
08:49 গতিকে কিছু লোক হাস্যকৰ হ’ব পাৰে আৰু কয় মোৰ ইউজাৰনেমটো এটা ইমেজ ("image") হ’ব । ৰেজিষ্টাৰ । সি কাম নকৰে !
08:59 ই ইয়াত একৌ হোৱা নাই
09:01 কিন্তু যদি আমি কওঁ এলেক্স ("alex") আৰু ৰেজিষ্টাৰ ("Register") টিপো, ইয়াক একাউন্টত লয়
09:05 গতিকে সেইয়াই । পাছৰ টিউট’ৰিয়েলটোত আমি চাম প্ৰতিটো একক ফিল্দ লিখা হৈছেনে যিহেতু পঞ্জীয়ণৰ বাবে সিহত সকলো প্ৰয়োজনীয়
09:15 Ok পাছৰ অংশটোত লগ পাম । বিদায় । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9