PHP-and-MySQL/C4/User-Password-Change-Part-3/Assamese

From Script | Spoken-Tutorial
Revision as of 19:15, 7 December 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:03 এইটো হৈছে মোৰ চেঞ্জ পাচৱৰ্দ (“change password”) টিউট’ৰিয়েলৰ তৃতীয় অংশ । এই অংশটোত, আমি দাতাবেচটোত পাচৱৰ্দটো সলাম
00:11 আমি ইতিমধ্যে আমাৰ দাতাবেচলৈ সংযোজিত হ’লো ইয়াত
00:14 আমি ইতিমধ্যে ইয়াত সংযোজিত হ’লো গতিকে পুনৰ সংযোগ কৰাৰ প্ৰয়োজন নাই, যিহেতু সেই কমান্ডটো ইতিমধ্যে পুনৰ জাৰী কৰা হৈছে
00:23 মই কোৱেৰী চেঞ্জ (“query change”) নামৰ নতুন কোৱেৰী এটা বনাম আৰু সি সমান হ’ব “mysql কোৱেৰী(query)" ফাংচনৰ
00:30 এতিয়া, এইটো এটা নতুন ক’ড । গতিকে মই তললৈ যাম যাতে আপুনি ইয়াক সহজে চাব পাৰে
00:36 এইটো হৈছে আপদেত (“UPDATE”) । গতিকে মই ক’ম আপদেত ইউজাৰচ (“UPDATE users”) - যিটো, আপুনি চাব পাৰে আমাৰ টেবল হয় - গতিকে আমাৰ ইউজাৰচ ("users") টেবল আপদেত কৰিবলৈ
00:44 মই ক’ম “চেত (SET) পাচৱৰ্দ সমান নিউ পাচৱৰ্দ”
00:51 মই ইয়াত উৰ্দ্ধক’মা ব্যৱ্হাৰ কাৰাতো নিশ্বিত কৰি
00:56 তেন্তে মই ক’ম হোৱেৰ (WHERE) ইউজাৰনেম সমান ইউজাৰ ("user") ভেৰিয়েবলটো যাক মই বৰ্ত্তমান মোৰ পৃষ্ঠাত পালো
01:03 এতিয়া ই সমান হয়
01:07 আমাৰ ইয়াত থকা এই ক’লমলৈ
01:12 গতিকে যিহেতু আমি ইতিমধ্যে আমাৰ php চেচন প্ৰক্ৰিয়াকৰণ কৰিলো,
01:18 সি সমান হ’ব এলেক্সৰ ("Alex")
01:21 এই ক’ডৰ অংশটোৱে মূলত কয় টেবলখন আপদেত (“update”) কৰক, পাচৱৰ্দটো সলাওঁক উপভোক্তাই এন্টাৰ কৰা নিউ পাচৱৰ্দটোলৈ । এইটো হৈছে তেওঁলোকে বিচৰা পাচৱৰ্দটো
01:32 আৰু এই হোৱেৰ (“where”)ক এলেক্সলৈ সলাওঁক,
01:37 যিদৰে এইটো এলেক্সৰ সমান হয়
01:40 গতিকে, এই পাচৱৰ্দ সলনি হ’ব কাৰণ এই ইউজাৰনেম এলেক্সৰ সমান হয়
01:45 গতিকে ই 900ৰ সৈতে আৰম্ভ হয় আৰু যেতিয়া আমি ইয়াক সলাওঁ, আমি ইয়াক ৰিফ্ৰেছ কৰিব পাৰো আৰু দেখো যে ই প্ৰকৃততে সলনি হ’ল
01:56 গতিকে মই আৰু কিছু বস্তু যোগ কৰিম
02:03 আহক ইয়াক ঘূৰাই থওঁ ইয়াত
02:06 আৰু মই পৃষ্ঠাটো শেষ কৰিম আৰু ক’ম দাই (“die”) আৰু তাৰপাছত ক’ম “ইয়’ৰ (Your) পাচৱৰ্দ (password) হেজ (has) বিন (been) চেঞ্জদ (changed)”
02:15 তাৰপাছত মই এটা সংযোগ থ’ম ৰিটাৰ্ণ (“return”) নামৰ আৰু সি প্ৰধান পৃষ্ঠাটোলৈ ঘূৰি আহিব
02:23 আৰু সি হৈছে “ইন্দেক্স(index).php”
02:27 আমি পৃষ্ঠাটো শেষ কৰাৰ আগতে, মই চেচনটো ধংশ কৰিম
02:31 গতিকে চেচন দেচট্ৰই (“session destroy”)
02:33 কাৰণটো হৈছে, উপভোক্তাই পাচৱৰ্দটো সলোৱাৰ পাছত, এই সংযোগটোৱে তেওঁলোকক প্ৰধান পৃষ্ঠাটোলৈ ঘূৰাই আনিব, আৰু ই চেচনটো ধংশ কৰিব
02:42 গতিকে তেওঁলোকে পুনৰ ল’গিন কৰিব লাগিব নিউ পাচৱৰ্দটো ব্যৱ্হাৰ কৰি
02:59 গতিকে যদি আমি ইয়াক পৰীক্ষা কৰো, মনত ৰাখিব ইয়াত, মোৰ বৰ্ত্তমান পাচৱৰ্দ হৈছে "abc" যাৰ md5 হেচ 900ৰ সৈতে আৰম্ভ হৈছে
03:00 আৰু যদি মই ইয়ালৈ ঘূৰি যাওঁ, মোৰ অ’ল্দ পাচৱৰ্দ লিখো - "abc", মোৰ নিউ পাচৱৰ্দ "123" আৰু চেঞ্জ পাচৱৰ্দ (“change password”)ত টিপো, আমি দেখিছো যে সকলো প্ৰমাণীকৰণ পৰীক্ষা কৰা হ’ল, আমাৰ পাচৱৰ্দ সলোৱা হ’ল, আৰু আমি এই বাৰ্তাটো পাওঁ প্ৰধান পৃষ্ঠাটোলৈ ঘূৰি আহিবলৈ
03:18 এতিয়া যদি মই মেম্বাৰ পৃষ্ঠাটোলৈ ঘূৰি যাবলৈ চেষ্টা কৰো, আপুনি দেখিব যে “ইউ মাষ্ট বি ল’গদ ইন” । আমাৰ চেচনটো ধংশ কৰা হ’ল, যিহেতু আমি আমাৰ চেচন দেচট্ৰই (“session destroy”) ফাংচনটো ব্যৱ্হাৰ কৰিলো ইয়াত
03:32 আৰু লগতে, যেতিয়া মই পুনৰ ল’গিন কৰো আৰু মোৰ পাচৱৰ্দ হিচাবে "abc" লিখো যি হৈছে মোৰ অ’ল্দ পাচৱৰ্দ, আমি এটা ইনকাৰেক্ট পাচৱৰ্দ (“Incorrect password”) বাৰ্তা পাওঁ
03:43 যদি মই "123" চেষ্টা কৰো, “you’re ইন(in)”, আৰু ইয়াৰ প্ৰমাণটো ইয়াত দেখুওৱা হৈছে
03:50 আহক ঘূৰি যাওঁ আৰু ব্ৰ’জ (“browse”)ত টিপো । তললৈ যাওঁ আৰু আমি চাব পাৰো যে পাচৱৰ্দটো 900ৰ পৰা 202লৈ সলনি হৈছে
03:59 সেইবাবে এইটো এটা সম্পূৰ্ণ নতুন হেচ আৰু এটা সম্পূৰ্ণ নতুন পাচৱৰ্দ
04:06 গতিকে সকলোৱে ঠিকে কাম কৰি আছে । আপুনি দেখিছে যে এইটো কৰিবলৈ অতি সহজ
04:11 আপুনি কৰিবলগীয়াটো হৈছে আপোনাৰ "sql" কোৱেৰীজ সঠিককৈ শিকাটো । মোৰ সেই বিষয়েওঁ টিউট’ৰিয়েলচ আছে
04:18 আৰু আপুনি যুক্তিগতভাবে ভাবিব লাগিব কেনেকৈ আপোনাৰ অ’ল্দ পাচৱৰ্দ , আৰু আপোনাৰ নিউ পাচৱৰ্দ দুটা পৰীক্ষা কৰিব,
04:24 নিশ্বিতভাবে যেতিয়া আমি আমাৰ পঞ্জীয়ণ কৰো, আমাৰ পাচৱৰ্দটো কিমান ডাঙৰ হোৱা উচিত তাৰ বাবে এটা সীমা আছে
04:31 মই তাক আপোনালৈ এৰিম আনএটা পৰীক্ষা কৰি চাবলৈ যে পাচৱৰ্দটো 6 কেৰেক্তাৰতকৈ ডাঙৰ হোৱা উচিত নে 25 কেৰেক্তাৰতকৈ ডাঙৰ নোহোৱা উচিত
04:42 গতিকে সচাকৈ আপুনি কৰিব পৰা বহুতো পৰীক্ষা আছে, কিন্তু এইটো হৈছে mysql দাতাবেচ এটা ব্যৱ্হাৰ কৰি phpত পাচৱৰ্দটো সলাবৰ বাবে মূল অৱৰূপটো
04:53 আশা কৰো আপুনি ইয়াক উপভোগ কৰিলে । যদি আপোনাৰ কিবা কমেন্তচ বা প্ৰশ্ন আছে অনুগ্ৰহ কৰি মোক জনাব । লগতে ভিদিঅ’ আপদেতচলৈ চাবস্ক্ৰাইব কৰক
05:01 দৰ্শনৰ বাবে ধন্যবাদ! মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9