PHP-and-MySQL/C4/PHP-String-Functions-Part-1/Assamese

From Script | Spoken-Tutorial
Revision as of 19:33, 4 December 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 ষ্ট্ৰিংগ ফাংচনচ (string functions)ৰ স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:03 মই আপোনাক ইয়াত দৰ্শিত ষ্ট্ৰিংগ ফাংচনচ (string functions)ৰ দ্বাৰা লৈ যাম
00:06 সিহঁতৰ সৰহখিনি অতি দৰকাৰী আৰু প্ৰতিদিনৰ এপ্লিকেচনচ (applications)ত প্ৰয়োগ হয়
00:10 আৰু লগতে নিশ্বিতভাবে মই বনোৱা বা বনাব লগীয়া সকলো কথাচিত্ৰত প্ৰয়োগ হয়
00:16 ঠিক আছে, গতিকে... মই আপোনাক দেখুৱাবলগীয়া প্ৰথমটো হৈছে strlen()
00:20 এইটো অতিশয় সহজ হয় য’ত আমাৰ এটা ষ্ট্ৰিংগ ('$string') মান আছে ধৰক হেল্ল’ ("hello")
00:26 এতিয়া, এই ফাংচনে (function) এটা ষ্ট্ৰিংগ (string) লয় আৰু সেই ষ্ট্ৰিংগ (string) টোত থকা কেৰেক্তাৰৰ সংখ্যা গণনা কৰে
00:30 গতিকে, ইয়াত আমি পালো 1, 2, 3, 4, 5 কেৰেক্তাৰচ
00:35 আৰু যদি আমি এই ফাংচনটো ব্যৱ্হাৰ কৰি ষ্ট্ৰিংগ ('$string') ভেৰিয়েবলটোৰ মানটো একৌ (echo) কৰো, আমাৰ ব্ৰ’জাৰত 5ৰ এটা ফলাফল থাকিব লাগিব
00:47 এতিয়া, পাছৰ ফাংচনটো ইয়ালৈ প্ৰযোজ্য হয়
00:52 যদি আপুনি এটা ফৰ (for) লোপ ব্যৱ্হাৰ কৰি ষ্ট্ৰিংগ (string) কেৰেক্তাৰচৰ সংখ্যাৰ দ্বাৰা লোপ কৰে, ভিতৰত এটা নিৰ্দিষ্ট চাব ষ্ট্ৰিংগ ('sub string') ল’বলৈ আপোনাক mb চাবষ্ট্ৰিংগ (substring) লাগিব
01:03 গতিকে, উদাহৰণস্বৰূপে যদি আপোনাৰ ষ্ট্ৰিংগটো থাকে, ধৰক, মাই নেম ইজ এলেক্স ("My name is Alex")
01:12 আৰু আমি ইয়াৰ দ্বাৰা লোপ (loop) কৰিব বিচাৰো, প্ৰতিটো কেৰেক্তাৰ পৰীক্ষা কৰি আমি পঠোৱাৰ দৰে...
01:18 উদাহৰণস্বৰূপে- যদি আপুনি মোৰ নেম স্প্লিটাৰ ('Name Splitter') টিউট’ৰিয়েলটো চায়, আমি এটা স্পেছ নোপোৱালৈকে প্ৰতিটো একক কেৰেক্তাৰৰ দ্বাৰা লোপ কৰিছো আৰু তাৰপাছৰ পৰা আমি শেষ নামটো ছেভ কৰিছো
01:32 গতিকে প্ৰথমে, মই mb_substring() একৌ কৰিম
01:37 আৰু পাছত, আমি পৰীক্ষা কৰিব লগীয়া ষ্ট্ৰিংগ ($string)টো সূচীত কৰিম
01:40 আপুনি আৰম্ভণী বিন্দুটো সূচীত কৰিব লাগিব গতিকে মই ক’ম 1
01:45 প্ৰকৃততে, মই ক’ম শূণ্য আৰু তাৰপাছত দৈৰ্ঘ্যটো - মই ক’ম 2
01:49 আৰু ই মাই ("My") একৌ কৰিব
01:52 ৰিফ্ৰেছ । ঠিক আছে । আমি তাত মাই ("My") পালো
01:57 গতিকে, ই যি কৰিলে সেইয়া হৈছে- ই এই ষ্ট্ৰিংগৰ দ্বাৰা গ’ল আৰু ক’লে, ঠিক, আমি শূণ্যত আৰম্ভ কৰিম, আৰু আমি ক’ম, 1, 2ৰ বাবে, আমি তাক ইয়াত একৌ কৰিম
02:05 এতিয়া মই যি কৰিম, সেইয়া হৈছে, মই ক’ম 's-t-r-len', ক্ষমা কৰিব, দৈৰ্ঘ্য সমান ষ্ট্ৰিংগ ('$string')ৰ strlen
02:15 মই ইয়াত এই ষ্ট্ৰিংগ ('$string')ৰ দৈৰ্ঘ্যটোৰ এটা নতুন ভেৰিয়েবল বনাইছো
02:19 আৰু তাৰপাছত মই 2ক এই মানৰ সৈতে স্থানান্তৰ কৰিম
02:22 যেতিয়ালৈকে মই শূণ্যৰ পৰা আৰম্ভ কৰো, মই তাত ষ্ট্ৰিংগ দৈৰ্ঘ্যটো থ’ব পাৰো বা অন্যথা ক্ষমা কৰিব, লেনথ ('$length') তাত আৰু যেতিয়া ৰিফ্ৰেছ কৰো আমি সম্পূৰ্ণ ষ্ট্ৰিংগটো পাওঁ
02:37 আৰু মই লগতে যি কৰিব পাৰো সেইয়া হৈছে, ধৰক s-t-r-len বিয়োগ 5 ইয়াত শেষত মোৰ নামৰ বাবে ফোল ষ্টপটোৰ সৈতে - গতিকে মই কৈছো বিয়োগ 5
02:49 গতিকে, সি দৈৰ্ঘ্যটোৰ পাচ ল’ব আৰু মাত্ৰ মাই নেম ইজ ("My name is") একৌ কৰিব
02:53 ৰিফ্ৰেছ আৰু আমি পাওঁ মাই নেম ইজ ('My name is')
02:56 গতিকে এই ফাংচন দুটা কিছু বহুমুখী (versatile) হয় আৰু strlen() টো ব্যৱ্হাৰ কৰি যি ইয়াত mb_চাবষ্ট্ৰিংগ(substring) লৈ প্ৰযোজ্য হয়
03:03 ঠিক আছে । গতিকে পাছৰ ফাংচনটো যাৰদ্বাৰা মই যাম হৈছে এক্সপ্ল’দ() (explode())
03:07 এতিয়া এক্সপ্ল’দে() (explode()) আমাৰ ইয়াত থকাৰ দৰে এটা ষ্ট্ৰিংগ ($string) ল’ব
03:13 আহক কওঁ "1 2 3 4 5"
03:17 আৰু এক্সপ্ল’দ() (explode()) ফাংচনটোৱে এক্সপ্ল’দ (explode) একৌ (echo) কৰিব
03:23 ই আপোনাৰ ষ্ট্ৰিংগটোক ভাঙিব, এটা প্লেইন ষ্ট্ৰিংগ । আৰম্ভণীৰ পৰা শেষলৈকে, ই ইয়াক এটা এৰেলৈ ভাঙিব
03:32 গতিকে, ধৰক আমি ইয়াক বনাব আৰু লিখিব বিচাৰো
03:35 মই 1 2 3 4 5ক এৰে (array)টোৰ প্ৰত্যেক পৃথক উপাদানত জমা কৰিব বিচাৰো
03:40 মই ক’ম এক্সপ্ল’দ (explode) ষ্ট্ৰিংগ (string) । নহয় - মই ষ্ট্ৰিংগ (string)টো ভাঙিবলৈ কি ব্যৱ্হৃত হৈছে সূচীত কৰিম
03:45 এই মূহুৰ্তত এইটো হৈছে স্পেছ (space)
03:49 যদি আমাৰ শ্লাছ থাকে, আমি ইয়াক শ্লাছৰে স্থানান্তৰ কৰিম
03:51 কাৰণ এইটো হ’ব নিৰ্ধাৰক (determinant) ক’ত ই আৰম্ভ হয় আৰু এইটো হৈছে অন্তকাৰক
03:57 এইটো হৈছে দ্বিতীয় মান । গতিকে, মূহুৰ্তৰ বাবে আমাৰ স্পেছ (space) থাকিব । ঠিক আছে?
04:03 গতিকে, ইয়াত আপুনি যি বিচাৰে তাকে যোগ কৰিব পাৰে । ই এটা এচটেৰিক্সও হ’ব পাৰে
04:06 ই যিকোনো চিহ্ন হ’ব পাৰে । আপুনি মাত্ৰ ষ্ট্ৰিংগটো কিহে ভাঙিব তাক সূচীত কৰিব লাগিব
04:11 এক্সপ্ল’দ (explode) আৰু তাৰপাছত ষ্ট্ৰিংগ (string)টোৰ নামটো
04:16 আৰু সেইটো ই হ’ব
04:18 আহক তাক পৰীক্ষা কৰো
04:20 ৰিফ্ৰেছ
04:22 এৰে ("Array") । এই মূহুৰ্তত এৰেটো একৌ হৈছে
04:26 নিশ্বিতভাবে আপুনি চাব পাৰে যে মই যি কৰিছো সেইয়া হৈছে মাত্ৰ এৰে এটা একৌ কৰিছো
04:30 আমি ক’ব পাৰো ইয়াক এটা এৰেলৈ সজোৱা হৈছে কাৰণ আমি সেইটো মোৰ এৰে টিউট’ৰিয়েলত শিকিছিলো
04:35 আৰু ইয়াত ই আমাক কয় যে আমাৰ এটা এৰে আছে
04:37 গতিকে, এতিয়া যদি আমি এই ফাংচনটো ব্যৱ্হাৰ কৰো আৰু তাৰপাছত একৌ কৰো ...
04:41 প্ৰকৃততে, আমি প্ৰথমে ইয়াক এটা ভেৰিয়েবললে সজাব লাগিব
04:44 গতিকে ধৰক, $exp এৰে(array) সমান সেইটো আৰু তাৰপাছত আমি ক’ম $exp- এৰে(array) আৰু আমি সংখ্যাসমূহ একৌ (echo) কৰিব পাৰো
04:52 আমি শূণ্য, এক, দুই, তিনি, চাৰি ব্যৱ্হাৰ কৰিব পাৰো আৰু সেইটো ই হ’ব
04:56 গতিকে যেতিয়ালৈকে এই মানটো শূণ্য হয়, এইটো 1ৰ সমান হ’ব
05:01 গতিকে ধৰক মই 1 একৌ (echo) কৰিব বিচাৰো সেইটো 2ৰ সমান হ’ব
05:06 ঠিক আছে, গতিকে আমি সফলভাবে আমাৰ এৰেটো ভাঙিলো
05:09 মই আগতে কোৱাৰ দৰে, আমি ইয়াত শ্লাছ দিম আৰু স্পেছ (space)ক শ্লাছৰে স্থানান্তৰ কৰিম
05:16 আৰু আমাৰ ইয়াত একেবাৰে সদৃশ ফলাফল থাকিব
05:21 ঠিক আছে? গতিকে সেইটো এক্সপ্ল’দ (explode())
05:23 এতিয়া তাৰ বিপৰীতটো হৈছে ইমপ্ল’দ (implode())
05:26 ইয়াৰ পৰা পৰিত্ৰাণ পাওঁ
05:28 আৰু আপুনি ইয়াত ইমপ্ল’দ (implode()) ফাংচনটো চাব পাৰে, লগতে জইন (join()) বোলা হয়
05:32 গতিকে আপুনি ইয়াক জইন (join) বা ইমপ্ল’দ (implode) যি পচন্দ কৰে মাতিব পাৰে
05:38 গতিকে মই যি কৰিম সেইয়া হৈছে এটা নিউ ষ্ট্ৰিংগ ($new string) লিখিম আৰু এইটো হৈছে ইমপ্ল’দ (implode())ৰ মানটো আৰু আমি যি ইমপ্ল’দ কৰিম সেইয়া হৈছে আমাৰ '$exparray'
05:51 ঠিক আছে, আহক ইয়াক চেষ্টা কৰো
05:55 ঠিক আছে, আমি সেইটো কোনো ভুল নোহোৱাকৈ কৰিলো
05:57 এতিয়া যদি আমি আমাৰ নিউ ষ্ট্ৰিংগ ($new string)টো একৌ (echo) কৰো -
06:01 সি পুনৰ মাতিব যি আমি আগতে আৰম্ভ কৰিছিলো, স্পেছ (space)ৰ অবিহনে
06:05 কিন্তু যি কৰিব পাৰি সেইয়া হৈছে আপুনি আপোনাৰ এৰেটো কিহৰে ভাঙিব তাক সূচীত কৰিব পাৰে
06:09 গতিকে ইয়াত মই স্পেছ (space) যোগ কৰিবলৈ সিদ্ধান্ত কৰিলো । কিন্তু যদি আপুনি তাত শ্লাছ বিচাৰে আপুনি ইয়াত এটা ফ’ৰৱাৰ্দ শ্লাছ দিব পাৰে আৰু সেই ফলাফলটো পাব পাৰে
06:21 কিন্তু এই ফাংচনসমূহ হৈছে এৰেলৈ আৰু এৰেৰ পৰা পৰিবৰ্ত্তন কৰিবলৈ
06:27 গতিকে এক্সপ্ল’দ (explode()) আৰু ইমপ্ল’দ (implode()) । আৰু আমি আগতে কোৱাৰ দৰে ইয়াক জইন (join()) হিচাবে লিখিব পাৰি
06:32 গতিকে, ৰিফ্ৰেছ আৰু আমি একেবাৰে সদৃশ ফলাফল পাওঁ
06:34 গতিকে তাত সেইটো হৈছে ইমপ্ল’দ ('implode()') ফাংচন
06:36 ঠিক আছে - আমি যাব লগা পাছৰ ফাংচনটো হৈছে nl2br()
06:41 এতিয়া এই ফাংচনটো সচাকৈ কাৰ্যকৰী আৰু সহ্জ হয় যেতিয়া আমি দাতাবেচৰ সৈতে কাম কৰি থাকো
06:46 যেতিয়া দাতা এটা তৎক্ষণাত-শাৰী-ভিত্তিত (immediate-line-basis) জমা কৰা হয়
06:51 এতিয়া মনত ৰাখিব মই কৈছিলো যে যদি আপুনি মোৰ মূল টিউট’ৰিয়েলসমূহ চাইছিলে আপুনি জানিব যে...
06:58 এই হেল্ল’ ('Hello') বা মই ক’ম হেল্ল’ ('Hello'), নিউ লাইন ('New line'), আনাদাৰ নিউ লাইন ('Another new line') আৰু মই চেমিক’লনটো দিম যি হৈছে ইয়াত শাৰী অন্তকাৰক
07:12 আহক ইয়াক তেনেদৰে ৰাখো
07:16 ঠিক আছে, গতিকে যদি মই ইয়াক একৌ কৰো, আমি কি ঘটিব ভাবিব পাৰো
07:19 আমি এইটো পাম
07:21 যদি আমি সিহঁতক পৃথক শাৰীত বিচাৰো তেন্তে আমি 'br' ব্যৱ্হাৰ কৰিব লাগিব
07:30 গতিকে, যদি আপুনি কিবা কাৰণে html ব্যৱ্হাৰ কৰিব নিবিচাৰে বা যদি আপুনি দাতাবেচ ফলাফলৰ পৰা লৈছে, আপুনি ইয়াত লাইন ব্ৰেকচ (line breaks) দিবলৈ এটা জটিল ফাংচন নিৰ্মান কৰিব লাগিব
07:44 ই ঘটে যেতিয়া মানুহে মোক এটা দাতা বেচলৈ সজাই
07:47 গতিকে, যদি আপুনি নিৰ্মান কৰিব নোৱাৰে আৰু দাতাবেচত এই দীঘলীয়া পৰীক্ষাটো থাকে, আপুনি প্ৰকৃততে যি কৰিব বিচাৰে সেইয়া হৈছে মাত্ৰ একৌ কৰাটো নিজাকৈ উৰ্দ্ধক’মা ব্যৱ্হাৰ নকৰাকৈ আৰু ইয়াত ব্ৰেকচ নিদিয়াকৈ- যদি তাৰ অৰ্থ থাকে
07:59 কিন্তু যদি আপুনি ষ্ট্ৰিংগ এটাৰ আৰম্ভণীত nl2br দিয়ে আৰু আমি বন্ধনীটো তাত শেষ কৰিম,
08:04 আপুনি দেখিব ই আমি বিচৰা ধৰণে একৌ কৰিব
08:08 আমি একেবাৰে ওপৰত এটা শাৰী অন্তকাৰক পাম কাৰণ আমি এইটো কৰিলো - ইয়াত এটা স্পেছ যোগ কৰিলো । আহক তাক নাইকীয়া কৰো
08:16 গতিকে, nl2brৰ অবিহনে আমি সকলোখিনি এটা শাৰীত পাম আৰু nl2brৰ সৈতে আমি পৃথক শাৰী পাম, আমি ইয়াক বিচৰা ধৰণে
08:30 ঠিক আছে, গতিকে মই এই কথাচিত্ৰটো ইয়াত বন্ধ কৰিম যিহেতু মোৰ সময় কম । এই ফাংচন সমূহৰ বাকী থকা খিনিৰ বাবে এটা দ্বিতীয় অংশ আছে । ইয়াক নিশ্বয় চাব
08:38 সোনকালে লগ পাম । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9