PHP-and-MySQL/C4/Cookies-Part-2/Assamese

From Script | Spoken-Tutorial
Revision as of 19:54, 21 November 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 স্বাগতম । মূলভাব চাওঁ - কুকি (cookie) টিউট’ৰিয়েলটোৰ প্ৰথম অংশত, আমি কুকিজ (cookies) কেনেকৈ বনোৱা হয় , কুকিটোলৈ কেনেকৈ এটা এক্সপায়াৰি তাৰিখ দিয়া হয় আৰু কেনেকৈ নিৰ্দিষ্ট কুকিজ ছপা কৰা হয় শিকিলো
00:13 ইয়াত এই কমান্ড (command) ব্যৱ্হাৰ কৰি, লগতে কেনেকৈ আমি জমা কৰা প্ৰতিটো কুকি (cookie) ছপা কৰা হয় শিকিলো
00:18 গতিকে, আমি এই কুকিজ বনালো বুলি ভাবি লৈ, মই কৰিবলগা পাছৰ বস্তুটো হৈছে - ইয়াত এই নিৰ্দিষ্ট কুকি (cookie)টো ব্যৱ্হাৰ কৰিম যি মই বনালো, পৰীক্ষা কৰিবলৈ ই উপলদ্ধ হয় নে নহয়
00:28 তাক কৰিবলৈ, আমি isset() নামৰ এটা ফাংচন ব্যৱ্হাৰ কৰিম
00:32 ই মূলত এটা ট্ৰু (true) বা ফলচ (false) মান ঘূৰাই দিয়ে কিবাএটা সজোৱা হৈছে নে নাইৰ ওপৰত নিৰ্ভৰ কৰি
00:37 উদাহৰণস্বৰূপে, এটা কুকি । মই এটা ডলাৰ চিহ্ন তাৰপাছত আন্দাৰস্ক’ৰ কুকি (cookie) দিম
00:42 আৰু মই ইয়াত নেম ('name') দিম
00:46 গতিকে, যদি মই ইয়াক ইংৰাজী ভাষাত পঢ়ো তেন্তে মই ক’ম -
00:49 যদি কুকি নামটো সজোৱা হয় তেন্তে আমি কওঁ একৌ “কুকি (Cookie) ইজ (is) চেত (set)”
00:57 অন্যথা আমি উপভোক্তালৈ একৌ (echo) কৰিম যে “কুকি (Cookie) ইজ (is) নত (not) চেত (set)”
01:01 মই মোৰ কুকি (cookie) সজালো আৰু সকলোৱে কাম কৰি আছে বুলি ভাবি লৈ, যেতিয়া মই ইয়াক ৰিফ্ৰেছ কৰো মই বাৰ্তাটো পাওঁ যে “কুকি (Cookie) ইজ (is) চেত (set)”
01:11 এতিয়া মই আপোনাক কুকি (cookie) এটা কেনেকৈ আনচেত ('unset') কৰা হয় শিকাম
01:14 গতিকে, আহক কওঁ ইয়াত - আমাৰ ইফ (if) ষ্টেতমেন্তটোৰ আগতে, মই মোৰ কুকিটো আনচেত কৰিব বিচাৰো
01:20 গতিকে, কুকি এটা আনচেত কৰো
01:21 গতিকে, এটাক নাম দিবলৈ, মই এই কুকি আনচেত কৰিম,
01:25 ভাবি লৈ যে যদি আপুনি এইটোক আনচেত কৰিবলৈ শিকে, আপুনি এইটোকো আনচেত কৰিব পাৰিব
01:31 গতিকে, মই এই নেম ("name") কুকি (cookie) আনচেত কৰিম
01:34 গতিকে, আনচেত কৰিবলৈ, আমি একেটা কমান্ড ব্যৱ্হাৰ কৰো আৰু সি হৈছে 'setcookie()'
01:39 গতিকে আমি কুকি এটা পুনৰ সজাইছো
01:41 ই একো অৰ্থ বুজোৱা নাই কিন্তু ই সোনকালে বুজাব
01:45 এতিয়া আমি কুকি নেমটো একো নোহোৱালৈ সজাম
01:49 আৰু আমাৰ এক্সপায়াৰি তাৰিখটো ইয়াত...
01:51 মই "$exp_আনচেত(unset)"ৰ সৈতে নতুন এটা বনাম
01:55 আৰু সি সমান হ’ব টাইম বিয়োগ 86400
02:01 ইয়াত, আমি কৈছিলো যোগ যি বুজায় যে সময়টো ভবিষ্যতত
02:05 এতিয়া কুকিটোক এই ভেৰিয়েবলটোলৈ সজাই যি ভবিষ্যতত এটা সময়ক সূচায়, আমি প্ৰকৃততে কুকিটোক আনচেত কৰিছো
02:13 গতিকে । যদি মই কওঁ - কুকি এটা সজাওক যি ইতিমধ্যে উপলদ্ধ নেম নামেৰে, ন’ ভেলুলৈ ('no value')
02:20 আৰু “$exp_আনচেত(unset)” ভেৰিয়েবলটো ব্যৱ্হাৰ কৰক ইয়াক ভবিষ্যতত এটা সময়লৈ সজাবলৈ, যাৰদ্বাৰা আমাৰ কুকিটো আনচেত হয় ('unsetting')
02:28 গতিকে, এতিয়াৰ বাবে মই এই ক’ডৰ পৰা পৰিত্ৰাণ পাম আৰু এই পৃষ্ঠাটো চলাম, ঠিক আছে?
02:34 একো নহ’ল মোৰ কুকিটো আনচেত হ’ল বুলি ভাবিলৈ
02:40 এতিয়া মই এই ক’ডৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছো - গতিকে মই ইয়াক কমেন্ত (comment) কৰিম
02:45 আৰু মই মোৰ ইফ (if) ষ্টেতমেন্তটো পুনৰ পৃষ্ঠাটোত থ’ম
02:48 এতিয়া ধৰিলওঁ ই কয় - নেম কুকিটো সজোৱা হ’লনে? মই কুকিটো আনচেত কৰিম যি “কুকি (Cookie) ইজ (is) নত (not) চেত (set)” ফলাফলটো পাব লাগিব
02:56 আহক ৰিফ্ৰেছ কৰো আৰু আমি “কুকি (Cookie) ইজ (is) নত (not) চেত (set)” পালো
03:02 আৰু তাৰপাছত ইয়াৰ পৰা আপুনি ইয়াক পুনৰ সজাব পাৰে যদি আপুনি বিচাৰে আৰু আপুনি কুকিটোৰ মানসমূহ সলাব পাৰে
03:08 কুকি এটাৰ মানটো সলাবলৈ, আপুনি পুনৰ 'setcookie()' কমান্ডটো ব্যৱ্হাৰ কৰিব লাগিব
03:13 আপুনি ক’ব - চেত কুকি (set cookie) নেম ("name") আৰু ইয়াত এটা নতুন মান লিখক
03:17 গতিকে, কুকিজৰ (cookies) সৈতে কাম কৰিবলৈ কঠিন নহয়
03:19 ই এটা সহজ প্ৰক্ৰিয়া
03:21 আৰু phpত ই এটা অতিশয় দৰকাৰী বস্তু
03:23 গতিকে, আপোনাৰ হৃদয়ৰ বিষয়বস্তুলৈ ইয়াক ব্যৱ্হাৰ কৰক । ঠিক আছে । দৰ্শনৰ বাবে ধন্যবাদ
03:27 যদি আপোনাৰ কিবা প্ৰশ্ন আছে, অনুগ্ৰহ কৰি মোক জনাব
03:30 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । বিদায়

Contributors and Content Editors

Mausamh9, Pratik kamble