Difference between revisions of "PHP-and-MySQL/C3/MySQL-Part-2/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:02 |নমস্কাৰ । টিউট’ৰিয়েলটোৰ প্ৰথম অংশত আমি আমাৰ "p...")
 
 
Line 136: Line 136:
 
|-
 
|-
 
|04:44
 
|04:44
|গতিকে, আহক ভাবো যে মই...ওম.... প্ৰকৃততে মই প্ৰথমে যি কৰিব পাৰো সেইয়া হৈছে আপোনাক আন এটা দৰকাৰী বস্তু দেখুৱাওঁ "or die()", আপুনি লগতে ইয়াত আন এটা ফাংচন সূচীত কৰিব পাৰে
+
|গতিকে, আহক ভাবো যে.... প্ৰকৃততে মই প্ৰথমে যি কৰিব পাৰো সেইয়া হৈছে আপোনাক আন এটা দৰকাৰী বস্তু দেখুৱাওঁ "or die()", আপুনি লগতে ইয়াত আন এটা ফাংচন সূচীত কৰিব পাৰে
 
|-
 
|-
 
|04:55
 
|04:55
Line 154: Line 154:
 
|-
 
|-
 
|05:19  
 
|05:19  
|যিকিনহওঁক যদি আপোনাৰ.. ওম.... মই কেনেকৈ ক’ম - যদি আপোনাৰ এৰ’ৰ ৰিপৰৰ্টিং (error reporting)টো আপোনাৰ উপভোক্তাৰ বাবে বন্ধ হৈ থাকে, ই আপুনি বিচৰাটো দিব
+
|যিকিনহওঁক যদি আপোনাৰ.... মই কেনেকৈ ক’ম - যদি আপোনাৰ এৰ’ৰ ৰিপৰৰ্টিং (error reporting)টো আপোনাৰ উপভোক্তাৰ বাবে বন্ধ হৈ থাকে, ই আপুনি বিচৰাটো দিব
 
|-
 
|-
 
|05:28
 
|05:28
Line 181: Line 181:
 
|-
 
|-
 
|06:06
 
|06:06
|ভাবি লৈ যে আমি এই ফাংচনটো ব্যৱহাৰ কৰি সফলভাবে সংযোগ কৰিলো আৰু যদি নহয়, তেন্তে আমি এই ভুলবাৰ্তাটো দিলো । পাছত কৰিব লগীয়াটো হৈছে আমাৰ দাতাবেচ নিৰ্বাচন কৰা  
+
|ভাবি লৈ যে আমি এই ফাংচনটো ব্যৱহাৰ কৰি সফলভাবে সংযোগ কৰিলো আৰু যদি নহয়, তেন্তে আমি এই ভুলবাৰ্তাটো দিলো । পাছত কৰিব লগাটো হৈছে আমাৰ দাতাবেচ নিৰ্বাচন কৰা  
 
|-
 
|-
 
|06:16
 
|06:16

Latest revision as of 01:54, 23 September 2015

Time Narration
00:02 নমস্কাৰ । টিউট’ৰিয়েলটোৰ প্ৰথম অংশত আমি আমাৰ "phpacademy" দাতাবেচ (database)ৰ ভিতৰত এখন টেবল নিৰ্মান কৰিলো আৰু আমি সকলো প্ৰাসংগিক দাতা (data)ৰ সৈতে আমাৰ ফিল্দচ (fields) বনালো আগবাঢ়ি যাবলৈ... দাতা টাইপচ ইত্যাদি
00:15 এতিয়া আমি আমাৰ দাতাবেচৰ ভিতৰত কিছু কৃত্তিম (dummy) দাতা অন্তৰ্ভুক্ত কৰিম এইটো কৰি
00:20 মই ইয়াত এই ইনচাৰ্ত (Insert) বুটামত নিতিপো কাৰণ ইয়াত এই বুটামত টিপি,আমি ব্যৱহাৰ কৰিবলৈ অতি সহজ পৰিবেশ পাওঁ য’ত কেলেন্দাৰ (calender) ফাংচনটো ব্যৱহাৰ কৰি আমি firstname(ফাৰ্ষ্টনেম), lastname(লাষ্টনেম), dob (জন্মৰ তাৰিখ) লিখিব পাৰো
00:34 আপুনি চাব পাৰে যে প’প আপ (popped up) আহিছে
00:36 আৰু আমি লগতে ইয়াত আমাৰ জেন্দাৰ (gender )টো এন্টাৰ কৰিব পাৰো
00:40 যিহেতু ই mysql php টিউট’ৰিয়েল, মই আপোনাক mysql বা php ব্যৱহাৰ কৰি কেনেকৈ দাতা অন্তৰ্ভুক্ত কৰা হয় দেখুৱাম
00:49 এতিয়া প্ৰথমে আমাৰ দাতাবেচলৈ সংযোগ কৰিব লাগিব
00:52 "mysql dot(দত) php" ফাইলৰ ভিতৰত, আমি include() ফাংচনটো ব্যৱহাৰ কৰিম আমাৰ "connect(কানেক্ত) dot(দত) php" ফাইলটো অন্তৰ্ভুক্ত কৰিবলৈ
01:01 এতিয়া, যদি এইটো একেটা দাইৰেক্তৰীত নাথাকে, আপুনি জানে যে আপুনি ক’ব পাৰে "sub(চাব) directory(দাইৰেক্তৰী) আৰু তাৰ পাছত connect(কানেক্ত)"
01:07 অনুগ্ৰহ কৰি ইয়াক সঠিকভাবে সূচিত কৰিব
01:10 যদি আপুনি পৃষ্ঠাটো কাৰ্যকৰী কৰিব নিবিচাৰে... যদি আপুনি পৃষ্ঠাটোৰ বাকী অংশ ("Rest of the page") ইয়াত কাৰ্যকৰী কৰিব নিবিচাৰে, আপুনি require() ফাংচনটো ব্যৱহাৰ কৰিব পাৰে
01:18 require() ফাংচনে পৃষ্ঠাটো অন্ত কৰে যদি ইয়াক ইয়াৰ পৰা পোৱা নাযায়
01:24 include() টোৱে ইয়াক অন্তৰ্ভুক্ত কৰিব আৰু তাৰপাছত ই একৌ (echo) কৰিবলৈ বা পৃষ্ঠাটোৰ বাকী অংশ ৰান (run) কৰিবলৈ চলি থাকিব
01:31 যদি আপুনি "require" (ৰিকুৱাইৰ) ফাংচনটো ব্যৱহাৰ কৰে, ই প্ৰকৃততে অন্ত ("kill") কৰিব যদি ইয়াক অন্তৰ্ভুক্ত কৰিব নোৱাৰে
01:38 গতিকে, মই যি ক’ম সেইয়া হৈছে require(ৰিকুৱাইৰ) "connect(কনেক্ত) dot(দত) php" ক’বলৈ যে যদি আপুনি দাতাবেচটোৰ লগত সংযোগ কৰিব নোৱাৰে, এই পৃষ্ঠাটোৰ বাকী অংশ অৰ্থহীন
01:47 আমি পৃষ্ঠাটোত কিছু অৰ্থহীন বস্তু পাম
01:51 ঠিক আছে... গতিকে যদি require(ৰিকুৱাইৰ) "connect(কনেক্ত) dot(দত) php" আৰু ভিতৰত "connect(কনেক্ত) dot(দত) php" আমি আমাৰ "php mysql" ফাংচনচ আৰম্ভ কৰিব লাগিব
02:00 প্ৰথমে আপুনি জানিব লাগিব - আমি আমাৰ "$connect" (কানেক্ত) নামৰ ভেৰিয়েবলৰ সৈতে আৰম্ভ কৰিম আৰু ই "mysql_connect()" ফাংচনটো ব্যৱহাৰ কৰিব
02:08 সেইটো হৈছে আপুনি শিকিব লগীয়া প্ৰথম ফাংচন
02:10 এইটো এটা অতিকে দৰকাৰী ফাংচন যি আপোনাৰ "mysql" দাতাবেচ (database)লৈ সংযোগ সক্ষম কৰে
02:15 ই 3টা পাৰামিটাৰচ (parameters) লয়
02:19 ইয়াত প্ৰথমটো হৈছে ওৱেবচাৰ্ভাৰ (webserver)টো নিজে - ওৱেবচাৰ্ভাৰটোৰ ঠিকনাটো
02:23 মই এই মূহুৰ্তত মোৰ কম্পিউটাৰ এটা লোকেল ওৱেব চাৰ্ভাৰ মোৰ লোকেল হ’ষ্ট (localhost)ৰ সৈতে ব্যৱহাৰ কৰিম
02:28 যদি আপুনি বিচাৰে এইটো 127.0.0.1 হিচাবে লিখিব পাৰে, লোকেলহ’ষ্টৰ বাবে এটা চাবষ্টিটিউত (substitute) হিচাবে
02:36 মই লোকেল হ’ষ্ট (localhost) ব্যক্তিগত ভাবে লিখা পচন্দ কৰো
02:39 কিন্তু মই মোক দিয়া আদৰ্শ username(ইউজাৰনেম) আৰু পাছওৱৰ্ড (password) ব্যৱহাৰ কৰিম
02:43 এইটো ৰোট ("root")
02:45 মোৰ পাছওৱৰ্ড উপলদ্ধ নহয় কাৰণ মোৰ এটা পাছওৱৰ্ড নাই
02:48 আমি এটা সংযোগ সংষ্ঠাপিত কৰিলো কিন্তু কি হ’ব যদি এই সংযোগটো সঠিকভাবে প্ৰাৰম্ভণ কৰা নহয়
02:54 আমি ইয়াৰ পাছত যি কৰিব পাৰো সেইয়া হৈছে, "or die" (অৰ দাই) লিখাটো আৰু বন্ধনীৰ ভিতৰত আমি এটা ভুল বাৰ্তা সূচীত কৰিব পাৰো, উদাহৰণস্বৰূপে "Connection failed" (কানেকচন ফেইল্দ)
03:05 গতিকে এই মূহুৰ্তত আহক ভাবো যে এই সংযোগে কাম কৰে
03:10 মই কানেক্তেদ ("Connected") কৈ ক’ডৰ টুকুৰা এটা একৌ কৰিম
03:19 ঠিক আছে । এতিয়া যদি ই সফলভাবে সংযোগ হয় স্ক্ৰিপ্ত (script) টোৰ বাকী অংশখিনি চলিব আৰু কানেক্তেদ ("Connected") একৌ হ’ব অন্যথা ই আপোনাক এই টেকস্ত দিব আৰু পৃষ্ঠাটোৰ বাকী অংশখিনি নচলিব
03:30 গতিকে মই যি কৰিম সেইয়া হৈছে, মই ইয়াত বেক আপ (backup)টো খুলিম
03:34 ৰিফ্ৰেছ (Refresh) কৰক আৰু আপুনি চাব পাৰে "connect(কানেক্ট) dot(দত) php" আৰু "mysql dot(দত) php" আৰু মই "mysql dot(দত) php" ত টিপিম
03:44 মই "connect' (কানেক্ট) টিপাৰ কাৰণটো হৈছে "mysql" ৰ ভিতৰত আমাক যিকোনো প্ৰকাৰে "connect(কানেক্ট) dot(দত) php" প্ৰয়োজন হয়
03:50 গতিকে, যেতিয়ালৈকে এই দুটা সংৰক্ষিত হৈ থাকে, আমি "mysql dot(দত) php" চলাব পাৰো
03:48 আমি সফলভাবে সংযোগ হ’লো
03:59 এতিয়া, যদি মই কওঁ, ইয়াক "I dont(দ’ন্ত) exist(এক্সিষ্ট)" ৰ দৰে কিবালৈ সলাওক তেন্তে আমি এটা সংযোগ ভুল পাওঁ কাৰণ সেই হ’ষ্টনেমটো উপলব্ধ নহয়, .... এই কম্পিউতাৰত
04:11 মই ৰিফ্ৰেছ (refresh) কৰিব পাৰো আৰু .... ই বহু সময় লৈছে...... ঠিক আছে, সেইদৰেই
04:17 আপুনি চাব পাৰে যে আমি ইয়াত "mysql" error(এৰ’ৰ) পালো আৰু ইয়াত আমাৰ "Connection(কানেকচন) failed(ফেইলদ)" টেক্সত (text) আছে, যি আমি আগতে সূচিত কৰিছিলো
04:27 ঠিক আছে.. গতিকে আমি অপৰিচিত mysql server(চাৰ্ভাৰ) host(হ’ষ্ট) পালো
04:32 যদি আপুনি কেতিয়াবা এই ভুল পায় আপুনি জানে কি কৰিব লাগিব
04:36 এইটো হৈছে মই সূচিত কৰা host (হ’ষ্ট)টো আৰু আপুনি চাব পাৰে ই কি শাৰীত আছে আৰু আমাৰ সকলো সচৰাচৰ দিবাগিং (debugging) বাৰ্তা ক’ড
04:44 গতিকে, আহক ভাবো যে.... প্ৰকৃততে মই প্ৰথমে যি কৰিব পাৰো সেইয়া হৈছে আপোনাক আন এটা দৰকাৰী বস্তু দেখুৱাওঁ "or die()", আপুনি লগতে ইয়াত আন এটা ফাংচন সূচীত কৰিব পাৰে
04:55 এইটো হৈছে দ্বিতীয় ফাংচন যিটো আপুনি শিকা উচিত
04:58 এইটো "mysql_error" - তেনেদৰে বন্ধনী দিয়ক - আৰু যেতিয়া আমি "I(আই) don't(দ’ন্ত) exist(এক্সিষ্ট)"টো ৰাখি আমাৰ পৃষ্ঠাটো ৰিফ্ৰেছ কৰো
05:06 আমি ৰিফ্ৰেছ (refresh) কৰিব পাৰো আৰু ই ইয়াৰ সময় লৈছে.....
05:09 ঠিক আছে, আগবাঢ়ো
05:11 আমি মূলত যি কৰিলো সেইয়া হৈছে আমি php এ আমাক ঘূৰাই দিয়া একেটা ভুল বাৰ্তাকে একৌ কৰিলো
05:19 যিকিনহওঁক যদি আপোনাৰ.... মই কেনেকৈ ক’ম - যদি আপোনাৰ এৰ’ৰ ৰিপৰৰ্টিং (error reporting)টো আপোনাৰ উপভোক্তাৰ বাবে বন্ধ হৈ থাকে, ই আপুনি বিচৰাটো দিব
05:28 এতিয়া আমি ইয়াক উপভোক্তালৈ একৌ নকৰো
05:32 আহক কওঁ আমি ইয়াৰ ওপৰলৈ যাওঁ আৰু কওঁ "error(এৰ’ৰ) reporting()"
05:35 অনুগ্ৰহ কৰি মই বনোৱা এৰ’ৰ ৰিপৰটিং (error reporting) টিউট’ৰিয়েলটো চাওঁক, যদি আপুনি নাই চোৱা
05:40 যদি আপুনি চাইছে... ইয়াক '0' লৈ সজাওঁক
05:43 ই সকলো এৰ’ৰ (error) ৰিপৰটিং (reporting) বন্ধ কৰিব
05:46 গতিকে যি ঘটিছে সেইয়া হৈছে ইয়াত এই ভুলটো আওকান কৰা হ’ব কিন্তু আমাৰ নিৰ্ধাৰিত ভুলটো উপভোক্তালৈ দিয়া হ’ব
05:54 আহক ইয়াত ৰিফ্ৰেছ কৰো .... আকৌ ই ইয়াৰ সময় লৈছে... গতিকে মই ক্ষমা বিচাৰিছো ....
06:00 আগবাঢ়ক । আমি কব পাৰো যে আমি আমাৰ নিৰ্ধাৰিত ভুলটো তাত পালো, ঠিক আছে?
06:06 ভাবি লৈ যে আমি এই ফাংচনটো ব্যৱহাৰ কৰি সফলভাবে সংযোগ কৰিলো আৰু যদি নহয়, তেন্তে আমি এই ভুলবাৰ্তাটো দিলো । পাছত কৰিব লগাটো হৈছে আমাৰ দাতাবেচ নিৰ্বাচন কৰা
06:16 এইটো কৰিবলৈ, আমি "mysql_select-db()" টো ব্যৱহাৰ কৰো
06:22 ই প্ৰকৃততে 1 পেৰামিটাৰ লয় আৰু সেইটোৱেই হৈছে আপোনাৰ দাতাবেচটোৰ নাম
06:26 গতিকে, আমি "phpMyAdmin" ত পুনৰ টিপিম, আমি চাব পাৰো যে আমাৰ দাতাবেচটোৰ নামটো হৈছে "phpacademy"
06:34 গতিকে, যদি মই লিখো "phpacademy", ই কাম কৰিব লাগিব
06:39 পুনৰ আমি এই "or die()" বৈশিষ্ট্যটো ব্যৱহাৰ কৰিব পাৰো
06:42 আমাৰ die (দাই) ফাংচন ব্যৱহাৰ কৰি, আমি এটা mysql_error(এৰ’ৰ) সূচীত কৰিব পাৰো যদি এইটো উপলব্ধ নহয় বা তেনে যিকোনো
06:51 গতিকে আহক ইয়াক ৰিফ্ৰেছ (refresh) কৰো
06:52 আনকি মই ইয়াক ল’কেলহ’ষ্ট ("localhost") লৈ সলাম কাৰণ মই ইয়াত পথলৈ ঘূৰি আহিছো আৰু তাৰপাছত আহক ৰিফ্ৰেছ (refresh) কৰো
07:03 গতিকে সেইটো সংযোগ ("connected!") হ’ল আৰু যদি এইটো পোৱা নাযায়, আমি এটা mysql_error(এৰ’ৰ) পাওঁ
07:12 আহক তাক চেষ্টা কৰো - "I(আই) don't(দ’ন্ত) exist(এক্সিষ্ট)" আৰু ৰিফ্ৰেছ (refresh) আৰু "Unknown(আননৌন) database(দাতাবেচ) 'I(আই) don't(দ’ন্ত) exist(এক্সিষ্ট)'"
07:20 ই ভালদৰে কাম কৰিছে
07:23 এই ভুলসমূহ পোৱাতো দৰকাৰী আৰু তেতিয়া আমি ঘূৰাই ৰিপৰ্ট (report) কৰিবলৈ উপভোক্তা পাব পাৰো যদি তেওঁলোক উপলব্ধ নহয়
07:29 গতিকে এই "phpacademy" আছে
07:31 মই ভাবো সকলো ঠিকে আছে আৰু আহক ৰিফ্ৰেছ (refresh) কৰো
07:34 এইটো "phpacademy" লৈ সলাওঁক আৰু তাক ছেভ (save) কৰক
07:38 ৰিফ্ৰেছ (refresh) কৰক আৰু আমি সফলভাবে সংযোগ হ’লো
07:41 মই যি কৰিম সেইয়া হৈছে ইয়াৰ এটা ল’গ (log) ৰাখিম আৰু ধৰিলওঁক মই সফলভাবে সংযোগ হ’লো
07:46 আমাৰ ক’ডটোৰ বাকী অংশ চলাবলৈ ইয়াৰ পাছত মই আমাৰ অধ্যায়টো শেষ কৰিম
07:53 পাছৰ বস্তুটো হৈছে আমাৰ দাতাবেচটোত কিছু দাতা লিখা যিটো আমি আমাৰ পাছৰ টিউট’ৰিয়েলটোত সামৰিম
08:00 সোনকালে লগ পাম! মই মৌচুম হাজৰিকাই স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো ।

Contributors and Content Editors

Mausamh9