Difference between revisions of "PHP-and-MySQL/C3/MySQL-Part-1/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:01 |নমস্কাৰ ! |- |00:03 |এইটো এটা খাঁটি '''MySQL php''' টিউট’ৰিয়ে...")
 
 
(One intermediate revision by one other user not shown)
Line 22: Line 22:
 
|-
 
|-
 
|00:23
 
|00:23
|আৰু আমি ইয়াত কিছু ফাইলচ(files) বনাম
+
|আৰু আমি ইয়াত কিছু ফাইলচ (files) বনাম
 
|-
 
|-
 
|00:29
 
|00:29
Line 73: Line 73:
 
|-
 
|-
 
|02:06
 
|02:06
|কাম কৰিবলৈ কমান্ড লাইন ('''command line''') ব্যৱ্হাৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ দাতাবেচৰ লগত ইন্তাৰফেচিং(interfacing) আৰম্ভ কৰাতো এটা ভাল উপায়  
+
|কাম কৰিবলৈ কমান্ড লাইন ('''command line''') ব্যৱ্হাৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ দাতাবেচৰ লগত ইন্তাৰফেচিং (interfacing) আৰম্ভ কৰাতো এটা ভাল উপায়  
 
|-
 
|-
 
|02:13
 
|02:13
Line 97: Line 97:
 
|-
 
|-
 
|02:41
 
|02:41
|ইয়াক কৰিবলৈ, আপুনি ইয়াত এটা সৰল বক্স(box) পাইছে  
+
|ইয়াক কৰিবলৈ, আপুনি ইয়াত এটা সৰল বক্স (box) পাইছে  
 
|-
 
|-
 
|02:45
 
|02:45
Line 112: Line 112:
 
|-
 
|-
 
|02:55
 
|02:55
|এইটো সৰল
+
|এইটো সৰল আপুনি নামত লিখিব আৰু ক্ৰিয়েত ("Create")ত টিপিব
|-
+
|02:56
+
|আপুনি নামত লিখিব আৰু ক্ৰিয়েত("Create")ত টিপিব
+
 
|-
 
|-
 
|02:58
 
|02:58
Line 121: Line 118:
 
|-
 
|-
 
|03:01
 
|03:01
|গতিকে মই এইটো ব্যৱ্হাৰ কৰিম  
+
|গতিকে মই এইটো ব্যৱ্হাৰ কৰিম ইয়াত টিপক আৰু আপুনি দেখিছে যে ভিতৰত বহুতো টেবল আছে
|-
+
|03:02
+
|ইয়াত টিপক আৰু আপুনি দেখিছে যে ভিতৰত বহুতো টেবল আছে
+
 
|-
 
|-
 
|03:08
 
|03:08
Line 133: Line 127:
 
|-
 
|-
 
|03:21
 
|03:21
|এতিয়া মই এই দাতাবেচটোত এখন নতুন টেবল বনাম এই টিউট’ৰিয়েলটোৰ বিশেষত্ত্বৰ বাবে আৰু মই ইয়াক "people"(পিপ’ল) বুলি ক’ম
+
|এতিয়া মই এই দাতাবেচটোত এখন নতুন টেবল বনাম এই টিউট’ৰিয়েলটোৰ বিশেষত্ত্বৰ বাবে আৰু মই ইয়াক "people" (পিপ’ল) বুলি ক’ম
 
|-
 
|-
 
|03:30
 
|03:30
Line 142: Line 136:
 
|-
 
|-
 
|03:35
 
|03:35
|আপোনাৰ টেবলৰ '''fields(ফিল্দচ)'''ৰ সংখ্যাটো হৈছে দাতা('''data''')ৰ প্ৰতিটো ক’লম জমা কৰিবৰ বাবে  
+
|আপোনাৰ টেবলৰ '''fields(ফিল্দচ)'''ৰ সংখ্যাটো হৈছে দাতা ('''data''')ৰ প্ৰতিটো ক’লম জমা কৰিবৰ বাবে  
 
|-
 
|-
 
|03:42
 
|03:42
Line 229: Line 223:
 
|-
 
|-
 
|05:54
 
|05:54
|"VARCHAR" (ভাৰ্চাৰ) যি ভেৰিয়েবল কেৰেক্তাৰ প্ৰদৰ্শন কৰে কিছু সাধাৰণ হয় । ই এটা অতি দৰকাৰী আৰু ইয়াক এটা দৈৰ্ঘ্যৰ প্ৰয়োজন হয়
+
|"VARCHAR" (ভাৰ্কাৰ) যি ভেৰিয়েবল কেৰেক্তাৰ প্ৰদৰ্শন কৰে কিছু সাধাৰণ হয় । ই এটা অতি দৰকাৰী আৰু ইয়াক এটা দৈৰ্ঘ্যৰ প্ৰয়োজন হয়
 
|-
 
|-
 
|06:00
 
|06:00
Line 235: Line 229:
 
|-
 
|-
 
|06:02
 
|06:02
|50টা দীঘল কেৰেক্তাৰ  
+
|50টা দীঘল কেৰেক্তাৰ বা 100টা দীঘল কেৰেক্তাৰ  
|-
+
|06:03
+
|বা 100টা দীঘল কেৰেক্তাৰ  
+
 
|-
 
|-
 
|06:04
 
|06:04
Line 250: Line 241:
 
|-
 
|-
 
|06:17
 
|06:17
|ধৰাহওঁক ইয়াত আমাৰ ফিল্ড('''Field''') নামটো হৈছে ফাৰ্ষ্টনেম("firstname")আৰু মোৰ এটা ভাৰ্চাৰ("VARCHAR") আছে  
+
|ধৰাহওঁক ইয়াত আমাৰ ফিল্ড('''Field''') নামটো হৈছে ফাৰ্ষ্টনেম ("firstname") আৰু মোৰ এটা ভাৰ্কাৰ ("VARCHAR") আছে  
 
|-
 
|-
 
|06:24
 
|06:24
Line 274: Line 265:
 
|-
 
|-
 
|06:57
 
|06:57
|আমি ব্যৱহাৰ কৰা ৰেকৰ্ডচ('''records''')ৰ পৰিমানটো
+
|আমি ব্যৱহাৰ কৰা ৰেকৰ্ডচ ('''records''')ৰ পৰিমানটো
 
|-
 
|-
 
|07:00
 
|07:00
Line 280: Line 271:
 
|-
 
|-
 
|07:03
 
|07:03
|সেইটো ইয়াত প্ৰাইমেৰী কী('''primary key''')
+
|সেইটো ইয়াত প্ৰাইমেৰী কী ('''primary key''')
 
|-
 
|-
 
|07:05
 
|07:05
|আমি ইয়াক নিৰ্বাচিত কৰিম আৰু এক্সত্ৰা('''Extra''')ত, আমি চাব পাৰো যে আমি অটৌ('''auto''') আন্দাৰ্স্কৰ ইনক্ৰিমেন্ত('''increment''') পাইছো  
+
|আমি ইয়াক নিৰ্বাচিত কৰিম আৰু এক্সত্ৰা ('''Extra''')ত, আমি চাব পাৰো যে আমি অটৌ ('''auto''') আন্দাৰ্স্কৰ ইনক্ৰিমেন্ত ('''increment''') পাইছো  
 
|-
 
|-
 
|07:11
 
|07:11
|এইটো এটা অটৌ ইনক্ৰিমেন্ত('''auto increment''')
+
|এইটো এটা অটৌ ইনক্ৰিমেন্ত ('''auto increment''')
 
|-
 
|-
 
|07:13
 
|07:13
Line 295: Line 286:
 
|-
 
|-
 
|07:21
 
|07:21
|গতিকে, ইয়াত আমাৰ ফাৰ্ষ্টনেম("firstname") আছে
+
|গতিকে, ইয়াত আমাৰ ফাৰ্ষ্টনেম ("firstname") আছে
 
|-
 
|-
 
|07:23
 
|07:23
|আমাৰ লাষ্টনেম("lastname") আছে আৰু পুনৰ মই ইয়াক 30 হিচাবে সজাম  
+
|আমাৰ লাষ্টনেম ("lastname") আছে আৰু পুনৰ মই ইয়াক 30 হিচাবে সজাম  
 
|-
 
|-
 
|07:27
 
|07:27
Line 304: Line 295:
 
|-
 
|-
 
|07:29
 
|07:29
|আমাৰ এজ("age") আছে আৰু নিস্বিতভাবে ই এটা ইন্তিজাৰ আৰু আমাৰ জেন্দাৰ("gender") আছে
+
|আমাৰ এজ ("age") আছে আৰু নিস্বিতভাবে ই এটা ইন্তিজাৰ আৰু আমাৰ জেন্দাৰ ("gender") আছে
 
|-
 
|-
 
|07:34
 
|07:34
|ঠিক আছে?
+
|ঠিক আছে?এতিয়া ইয়াত এজ ("age")ৰ পৰিবৰ্তে, মই ক’ম, ধৰক দেত অফ বাৰ্থ ("Date of birth")
|-
+
|07:35
+
|এতিয়া ইয়াত এজ("age")ৰ পৰিবৰ্তে, মই ক’ম, ধৰক দেত অফ বাৰ্থ("Date of birth")
+
 
|-
 
|-
 
|07:40
 
|07:40
Line 316: Line 304:
 
|-
 
|-
 
|07:43
 
|07:43
|মই ইয়াক দেত('''DATE''') হিচাবে সজাম
+
|মই ইয়াক দেত ('''DATE''') হিচাবে সজাম
 
|-
 
|-
 
|07:45
 
|07:45
Line 322: Line 310:
 
|-
 
|-
 
|07:51
 
|07:51
|গতিকে, আমাৰ  দেত('''date''')ৰ বাবে লেংঠ('''Length''') ইয়াত সজাব  নালাগে
+
|গতিকে, আমাৰ  দেত ('''date''')ৰ বাবে লেংঠ ('''Length''') ইয়াত সজাব  নালাগে
 
|-
 
|-
 
|07:54
 
|07:54
Line 328: Line 316:
 
|-
 
|-
 
|07:58
 
|07:58
|এতিয়া মই জেন্দাৰ("gender")টো কেৰেক্তাৰ 1 ৰ ভাৰ্চাৰ("VARCHAR") হিচাবে সজাম
+
|এতিয়া মই জেন্দাৰ ("gender")টো কেৰেক্তাৰ 1 ৰ ভাৰ্কাৰ ("VARCHAR") হিচাবে সজাম
 
|-
 
|-
 
|08:05
 
|08:05
Line 367: Line 355:
 
|-
 
|-
 
|09:11
 
|09:11
|উদাহৰণস্বৰূপে, যদি মই প্ৰত্যেককে জমা কৰিব বিচাৰো, মই ইয়াত মেল(male)ক দিফল্তভাৱে বা ফিমেল(female)ক দিফল্তভাৱে ৰেজিষ্টাৰ কৰিছো, মই ইয়াত "M" বা "F" লিখিব পাৰো
+
|উদাহৰণস্বৰূপে, যদি মই প্ৰত্যেককে জমা কৰিব বিচাৰো, মই ইয়াত মেল (male)ক দিফল্তভাৱে বা ফিমেল (female)ক দিফল্তভাৱে ৰেজিষ্টাৰ কৰিছো, মই ইয়াত "M" বা "F" লিখিব পাৰো
 
|-
 
|-
 
|09:21
 
|09:21

Latest revision as of 10:55, 6 March 2017

Time Narration
00:01 নমস্কাৰ !
00:03 এইটো এটা খাঁটি MySQL php টিউট’ৰিয়েল
00:06 মই আপোনাক সংযোগ, তথ্য উদ্ধাৰ কৰা, ভুল সংশোধন আৰু তথ্য ঠিক কৰাৰ মূলতত্ত্ব সম্পৰ্কে শিকাম
00:12 গতিকে, তাত কিছু SQL code(ক’ড) আৰু কিছু SQL queries(কোৱেৰিচ) সন্নিবিষ্ট হ’ব
00:17 ঠিক আছে! আহক আৰম্ভ কৰো
00:19 ইয়াত মই "MySQL"ৰ দাইৰেক্তৰী (directory) গাঠণিটো দেখুৱাবলৈ গৈছো
00:23 আৰু আমি ইয়াত কিছু ফাইলচ (files) বনাম
00:29 মই প্ৰথম ফাইলটো বনাম আৰু ইয়াক "connect.php" বুলি মাতিম
00:33 মই ইয়ালৈ আহিম, "mysql" নামৰ ফ’ল্দাৰটোত টিপিম আৰু ইয়াক "connect.php" হিচাবে ছেভ (save) কৰিম
00:39 এতিয়া, ইয়াত আমি এটা পৃথক ফাইল বনাম আৰু আমি ব্যৱ্হাৰ কৰা প্ৰতিটো পৃষ্ঠাৰ সৈতে সন্মিলিত কৰিম
00:45 এইটো আপোনাৰ দাতাবেচলৈ সংযোগ কৰিবলৈ অতি সহজ
00:48 আমি যি কৰিম সেইয়া হৈছে আমাৰ "include"(ইনক্লোদ) ফাংচনটো লিখিম আৰু এই ফাইলটো উল্লেখ কৰিম
00:53 মই আন এটা ফাইল বনাম যিটো হৈছে মোৰ প্ৰধান "mysql" ফাইল
00:57 এটা ক’ডৰ সৈতে যি মই আপোনাক সকলোকে দেখুৱাম
00:59 ঠিক আছে, গতিকে মই মোৰ 'mysql dot php' খোলা পাইছো
01:03 এইটো হৈছে php code(ক’ড) আৰু আমাক php tags(টেগচ)টো লাগিব আৰু সকলো phpৰ লগত সংযোগ হ’ব
01:10 মই এই "include" (ইনক্লোদ) ফাংচনটো এক মিনিটত ব্যাখ্যা কৰিম
01:16 প্ৰথমে, মই আপোনাক দাতাবেচ (database)ৰ লগত কেনেকৈ সংযোগ কৰা হয় শিকাম
01:20 যদি আপুনি ইয়াক আপোনাৰ ওৱেব চাৰ্ভাৰৰ ক’ত জমা ৰখা আছে নাজানে, তেন্তে মই আপোনাক phpMyAdmin নামৰ এটা এপ্লিকেচন (application) চাবলৈ পৰামৰ্শ দিওঁ
01:28 এইটো এটা database(দাতাবেচ) interface(ইন্তাৰফেচ) phpত লিখা প্ৰোগ্ৰাম বা অন্য কথাত এটা স্ক্ৰিপ্ত (script)
01:35 ইয়াত, আমি মাই দাতাবেচ, মাই চাৰ্ভিচৰ ভিতৰত চাম
01:41 মাই চাৰ্ভাৰ, মাই SQL server(চাৰ্ভাৰ)ৰ পৰিৱৰ্তে । ই আমাৰ টেবল তথ্য, আমাৰ দাতাবেচ তথ্য আৰু মোৰ চাৰ্ভাৰৰ বিষয়ে তথ্য দিয়ে ইত্যাদি ইত্যাদি
01:55 যদিওঁ, আমি ইয়াৰ বিষয়ে জনাৰ দৰকাৰ নাই, এইটো প্ৰোগ্ৰাম এটালৈ এটা ভাল আৰম্ভণি, যদি আপুনি সাধাৰণতে এটা php mysql বা mysql ব্যৱ্হাৰ কৰিবলৈ আৰম্ভ কৰিছে
02:06 কাম কৰিবলৈ কমান্ড লাইন (command line) ব্যৱ্হাৰ কৰাৰ পৰিৱৰ্তে আপোনাৰ দাতাবেচৰ লগত ইন্তাৰফেচিং (interfacing) আৰম্ভ কৰাতো এটা ভাল উপায়
02:13 প্ৰথম ব্যৱ্হাৰ কৰা সকলৰ বাবে কমান্ড লাইন (command line) ব্যৱ্হাৰ কৰাতো জটিল হ’ব পাৰে
02:18 ঠিক আছে, গতিকে আমি ইয়াত আমাৰ দাতাবেচসমূহ দেখিছো
02:23 মই "phpacademy" নামৰ এটা পাইছো আৰু মই "phplogin" নামৰ এটা পাইছো যিটো মই নিৰ্মান কৰা অন্য এটা টিউট’ৰিয়েলত উল্লেখ কৰিছিলো
02:31 অন্য সকলো মাত্ৰ আদৰ্শ
02:34 সিহঁত মাত্ৰ তথ্য ৰাখিবলৈ
02:36 সিহঁতক নাইকীয়া নকৰিব
02:38 আপুনি কৰিব লগা খিনি হৈছে মাত্ৰ নতুন দাতাবেচ নিৰ্মান কৰা
02:41 ইয়াক কৰিবলৈ, আপুনি ইয়াত এটা সৰল বক্স (box) পাইছে
02:45 আমি দাতাবেচসমুহ নিৰ্মান কৰিম
02:47 এতিয়াৰ বাবে মই মোৰ "phpacademy" দাতাবেচৰ ভিতৰত কাম কৰিম
02:51 এইটো অত্যন্ত সহজ
02:53 গতিকে ই এতিয়া এটা দাতাবেচ নিৰ্মান কৰিছে
02:55 এইটো সৰল আপুনি নামত লিখিব আৰু ক্ৰিয়েত ("Create")ত টিপিব
02:58 মোৰ php ইতিমধ্যে ইয়াত নিৰ্মান হ’ল
03:01 গতিকে মই এইটো ব্যৱ্হাৰ কৰিম ইয়াত টিপক আৰু আপুনি দেখিছে যে ভিতৰত বহুতো টেবল আছে
03:08 "phpmyadmin" যেতিয়া ব্যৱ্হাৰ কৰা হয় ইয়াক ইয়াত চিহ্নটোৰ দ্বাৰা প্ৰকাশ কৰা হয়
03:15 এইটো হৈছে guestbook(গেষ্টবোক) মোৰ guestbook tutorial(গেষ্টবোক টিউট’ৰিয়েল)টোৰ পৰা
03:21 এতিয়া মই এই দাতাবেচটোত এখন নতুন টেবল বনাম এই টিউট’ৰিয়েলটোৰ বিশেষত্ত্বৰ বাবে আৰু মই ইয়াক "people" (পিপ’ল) বুলি ক’ম
03:30 Number of fields(নাম্বাৰ অফ ফিল্দচ)টো অতি গুৰূত্বপূৰ্ণ
03:33 আপুনি ইয়াক খালী এৰিব নোৱাৰে
03:35 আপোনাৰ টেবলৰ fields(ফিল্দচ)ৰ সংখ্যাটো হৈছে দাতা (data)ৰ প্ৰতিটো ক’লম জমা কৰিবৰ বাবে
03:42 উদাহৰণস্বৰূপে, প্ৰথমতো সাধাৰণতে যেতিয়া আপুনি ৰেকৰ্ড (records)ৰ সৈতে কাম আৰম্ভ কৰে, আপোনাৰ এটা ID হ’ব পাৰে যিটো এটা সাংখ্যিক মান হয়
03:51 গতিকে, এইটো এটা সংখ্যা হয় যি প্ৰতিবাৰ বৰ্ধিত হ’ব
03:56 ই আপোনাৰ ৰেকৰ্ডচক সংকেত কৰাৰ অনুমতি দিব যি বিশেষ সংখ্যাৰ দ্বাৰা পৃথকভাৱে জমা হৈ থাকে
04:02 আৰু সাধাৰণতে ই primary key(প্ৰাইমেৰী কী)টোলৈ নিৰ্ধাৰিত হৈ থাকে
04:06 যদি আপুনি দাতাবেচসমূহৰ লগত পৰিচিত নহয়, আপুনি primary key(প্ৰাইমেৰী কী)ৰ দৰে শব্দৰ বাবে বিচাৰিবলৈ আৰম্ভ কৰিব লাগিব
04:14 মই চেকেন্দেৰী কীজৰ সৈতে কাম নকৰো কাৰণ এইটো mysql database(দাতাবেচ)ৰ সৈতে কৰিবলৈ অতি সহজ উপায়
04:22 সাধাৰণভাৱে দাতাবেচসমূহৰ ওপৰত পঢ়ক, যদি আপোনাৰ Microsoft Access(মাইক্ৰ’চফ্ত এক্সেচ) বা অন্য কোনো দাতাবেচ আছে
04:29 মই আপোনাক দাতাবেচৰ গ্ৰোপচৰ বিষয়ে শিকিবলৈ পৰামৰ্শ দিওঁ
04:34 ঠিক আছে, গতিকে ফিল্দচৰ সংখ্যাটো নিৰ্ভৰ কৰে আপুনি কিমান আৰু কি তথ্য জমা কৰিব বিচাৰে তাৰ ওপৰত
04:39 সাধাৰণতে যেতিয়া মই ফিল্দচ বনাওঁ, মই এটা সাধাৰণ খালী দকোমেন্ত দিম
04:44 আৰু মই ফিল্দচ লিখি আৰম্ভ কৰিম যি মোক লাগে
04:47 প্ৰথমতো সদায় 'id হ’ব
04:50 এইটো এটা স্ব বৃদ্ধিশীল মান, মই এটা নতুন ৰেকৰ্ড বনালে প্ৰতিবাৰে
04:55 গতিকে এইটো প্ৰথম ৰেকৰ্ডটোৰ বাবে 1 হ’ব, 2,3,4 আৰু তথ্যসমূহ ইয়াৰ পাছত জমা হ’ব
05:00 ই এটা অতি দৰকাৰী ফিল্দ
05:02 যিহেতু মোৰ টেবলখনৰ নাম পিপ’ল ("people"), মই মানুহৰ বিষয়ে কিছু তথ্য জমা কৰিম
05:08 গতিকে মই প্ৰথমে ফাৰ্ষ্টিনেম (firstname)ত লিখিম আৰু তাৰপাছত মই লাষ্টনেম (lastname)ত লিখিম আৰু তাৰপাছত এজ (age) আৰু জেন্দাৰ (gender)
05:17 আমি ইয়াক এতিয়াৰ বাবে তাত এৰিব পাৰো, ইয়াক সৰল কৰিবলৈ
05:20 গতিকে আমি চাব পাৰো যে ইয়াত আমি 5টা ফিল্দচ (fields) পাইছো
05:23 মই ইয়ালৈ ঘূৰি যাম আৰু 5 লিখিম আৰু গৌ (Go)ত টিপিম
05:28 এইটো লগতে খুব ভাল হ’ব ইয়াত এক মিনিটত এটা প’প আপ চাবলৈ
05:31 আপুনি নাপাব কাৰণ আমি এতিয়ালৈকে আমাৰ ফিল্দ নামসমূহ বনোৱা নাই
05:35 ঠিক আছে! ইয়াত আমাৰ এটা আদৰ্শ আছে
05:38 ইয়াৰ বাবে বহুতো বিকল্প আছে
05:40 কিন্তু, এটা ফিল্দ (Field) হৈছে এটা ফিল্দ নাম
05:42 গতিকে, প্ৰথমতো হ’ব "id"
05:45 টাইপ (Type) হৈছে তথ্যৰ প্ৰকাৰটো যি আপুনি এই ফিল্দত জমা কৰিব বিচাৰে
05:49 ইয়ালৈ যোৱা যিকোনো ইয়াত এই তথ্যৰ প্ৰকাৰলৈ যোগ কৰিব লাগিব
05:54 "VARCHAR" (ভাৰ্কাৰ) যি ভেৰিয়েবল কেৰেক্তাৰ প্ৰদৰ্শন কৰে কিছু সাধাৰণ হয় । ই এটা অতি দৰকাৰী আৰু ইয়াক এটা দৈৰ্ঘ্যৰ প্ৰয়োজন হয়
06:00 আমাৰ ইয়াত 25টা দীঘল কেৰেক্তাৰ থাকিব পাৰে
06:02 50টা দীঘল কেৰেক্তাৰ বা 100টা দীঘল কেৰেক্তাৰ
06:04 বা 1টা দীঘল কেৰেক্তাৰ
06:07 প্ৰকৃততে আমি মাত্ৰ জমা থকা দাতাটোৰ প্ৰকাৰ আৰু দৈৰ্ঘ্যটোহে জমা কৰিছো
06:14 ই জমাকৰনত সহায় কৰে, উদাহৰণস্বৰূপে, আপোনাৰ প্ৰথম নাম
06:17 ধৰাহওঁক ইয়াত আমাৰ ফিল্ড(Field) নামটো হৈছে ফাৰ্ষ্টনেম ("firstname") আৰু মোৰ এটা ভাৰ্কাৰ ("VARCHAR") আছে
06:24 তাত 500টা কেৰেক্তাৰত লিখাৰ কোনো যুক্তি নাই কাৰণ আমি অপ্ৰয়োজনীয় পৰিমানৰ দাতা ব্যৱহাৰ কৰিব লাগিব
06:32 এটা সচৰাচৰ প্ৰথম নাম 25টা কেৰেক্তাৰতকৈ অধিক নহব
06:36 আনকি এইটো হলেওঁ, ই 30 বা 35 কেৰেক্তাৰতকৈ অধিক নহব
06:41 কিন্তু এতিয়াৰ বাবে মই মোৰ ফাৰ্ষ্টনেমটো 20ৰ পৰা 25টা কেৰেক্তাৰলৈকে জমা কৰিম আৰু মই ইয়াত 20 দিম
06:48 আমাৰ "id" টো এটা ইন্তিজাৰ হ’ব কাৰণ ই এটা সংখ্যা
06:53 ই স্বঃবৰ্ধিত হ’ব
06:55 ই হ’ব 1,2,3,4
06:57 আমি ব্যৱহাৰ কৰা ৰেকৰ্ডচ (records)ৰ পৰিমানটো
07:00 আৰু ইয়াত আমাৰ কিছু অন্য বিকল্প আছে
07:03 সেইটো ইয়াত প্ৰাইমেৰী কী (primary key)
07:05 আমি ইয়াক নিৰ্বাচিত কৰিম আৰু এক্সত্ৰা (Extra)ত, আমি চাব পাৰো যে আমি অটৌ (auto) আন্দাৰ্স্কৰ ইনক্ৰিমেন্ত (increment) পাইছো
07:11 এইটো এটা অটৌ ইনক্ৰিমেন্ত (auto increment)
07:13 ই এই নিৰ্দিষ্ট ফাংচনটো দিব
07:16 যেতিয়াই আপুনি এটা নতুন ৰেকৰ্দ ভৰ্তি কৰে,ইওঁ স্বয়ংক্ৰীয় ভাবে ওপৰলৈ যাব
07:21 গতিকে, ইয়াত আমাৰ ফাৰ্ষ্টনেম ("firstname") আছে
07:23 আমাৰ লাষ্টনেম ("lastname") আছে আৰু পুনৰ মই ইয়াক 30 হিচাবে সজাম
07:27 আৰু আমাৰ কি বাকী আছে ???
07:29 আমাৰ এজ ("age") আছে আৰু নিস্বিতভাবে ই এটা ইন্তিজাৰ আৰু আমাৰ জেন্দাৰ ("gender") আছে
07:34 ঠিক আছে?এতিয়া ইয়াত এজ ("age")ৰ পৰিবৰ্তে, মই ক’ম, ধৰক দেত অফ বাৰ্থ ("Date of birth")
07:40 গতিকে, এইটো দেত অফ বাৰ্থ (dob)
07:43 মই ইয়াক দেত (DATE) হিচাবে সজাম
07:45 ইয়াত, মই এটা দেত দাতা টাইপ বিচাৰিবলৈ চেষ্টা কৰিছো আৰু মই চাম ই কেনেকৈ কাম কৰে
07:51 গতিকে, আমাৰ দেত (date)ৰ বাবে লেংঠ (Length) ইয়াত সজাব নালাগে
07:54 ইয়াৰ বাবে আমাৰ এটা উন্নত পদ্ধতি আছে । গতিকে আমি তাৰ বাবে চিন্তা কৰিব নালাগে
07:58 এতিয়া মই জেন্দাৰ ("gender")টো কেৰেক্তাৰ 1 ৰ ভাৰ্কাৰ ("VARCHAR") হিচাবে সজাম
08:05 এতিয়া আমি মে’লৰ বাবে "M" আৰু ফিমে’লৰ বাবে "F" জমা কৰিব পাৰো
08:12 ঠিক আছে । যদি আমি ইয়াত আগবাঢ়ো , আমি দেখিম যে তাত বহুতো বিকল্প আছে
08:16 ইয়াক আপুনি নিজাকৈ কমেন্ট কৰিব পাৰে
08:19 আপুনি নিজে মনত ৰাখিব পাৰে এই ফিল্ডে কি কৰে
08:22 কিন্তু সাধাৰণতে আপোনাৰ ফিল্ড-নেমটো শুদ্ধভাবে নাম দিব যাতে আপুনি কি দাতা জমা কৰিছে গম পায়
08:28 ঠিক আছে । ইয়াত মই ছেভ (Save)ত টিপিম আৰু আপুনি দেখিছে যে ইয়াত পিপ’ল (people) দৰ্শিত হৈছে
08:35 ই ইয়াত আপোনাক এটা কোৱেৰি (query) সুধিব
08:38 এতিয়া যেতিয়া মই আপোনাক আগতে ক’মান্ড লাইনৰ বিষয়ে কৈছিলো, এইটোৱেই হৈছে যি আপুনি তাক নিৰ্মান কৰিবলৈ লিখিব লাগিব
08:46 যিকিনহওঁক, আমি সংৰক্ষণ কৰিবলৈ এটা গ্ৰাফিক ইউজাৰ ইন্তাৰফেচ ব্যৱ্হাৰ কৰিছো
08:50 আমি ইয়াৰ তলত চাব পাৰো, আমাৰ ফিল্দচ (fields), আমাৰ টাইপচ আৰু আমাৰ ক’লেচন এট্ৰিবিউতচ (collation attributes), উদাহৰণস্বৰূপে নাল দাতা (null data)আছে
08:59 দিফল্ত মানটো যি জমা হৈ আছে....ধৰা হ’ল উদাহৰণস্বৰূপে যদি আপোনাৰ এটা ফিল্দ আছে যি কয় "Has the user registered?" (হেজ দ ইউজাৰ ৰেজিষ্টাৰদ?)
09:07 বা আপোনাৰ পচন্দৰ যিকোনো । আপুনি দিফল্তটো ইয়াতো ব্যৱ্হাৰ কৰিব পাৰে
09:11 উদাহৰণস্বৰূপে, যদি মই প্ৰত্যেককে জমা কৰিব বিচাৰো, মই ইয়াত মেল (male)ক দিফল্তভাৱে বা ফিমেল (female)ক দিফল্তভাৱে ৰেজিষ্টাৰ কৰিছো, মই ইয়াত "M" বা "F" লিখিব পাৰো
09:21 আৰু আমাৰ ইয়াত স্ববৰ্দ্ধিতকৰণ আৰু লগতে কিছু অন্য দাতা যাৰ বিষয়ে আমি এই টিউট’ৰিয়েলটোত জনাৰ প্ৰয়োজন নাই
09:28 ঠিক আছে, ইয়াত আমি আমাৰ টেবল নিৰ্মান কৰিলো আৰু যদি আপুনি ইয়াৰ অংশ II লৈ যায়, মই আপোনাক কেনেকৈ কিছু দাতা ভৰ্তি কৰা হয় আৰু লগতে php ব্যৱহাৰ কৰি আপোনাৰ দাতাবেচৰ পৰা কেনেকৈ এই দাতা ঘূৰাই পোৱা হয় দেখুৱাম
09:40 অংশ 2 ত মোক সংযোগ কৰক । মই মৌচুম হাজৰিকাই স্পকেন টিউটৰিয়েল প্ৰকল্পৰ হৈ অনুবাদ কৰিছো ।

Contributors and Content Editors

Mausamh9, Pratik kamble