PHP-and-MySQL/C2/XAMPP-in-Windows/Assamese

From Script | Spoken-Tutorial
Revision as of 17:44, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ আৰু PHP Academy (একাডেমি)লৈ স্বাগতম
00:04 এই প্ৰথম মৌলিক টিউট’ৰিয়েলত, মই আপোনাৰ ওৱেব চাৰ্ভাৰ (web server) ইনস্তলেচনৰ দ্বাৰা আপোনাক লৈ যাম । PHP ইনস্তল (install) কৰা যি পেকেজ (package)টোৰ লগত আহে আমি ব্যৱ্হাৰ কৰিম আৰু লগতে mysqlও যি এই পেকেজ (package)টোৰ লগত আহে আৰু আমি ইয়াকো ব্যৱ্হাৰ কৰিম
00:22 আমি XAMPP ব্যৱ্হাৰ কৰিবলৈ গৈছো । আপুনি ইয়াক জেম্প (ZAMP) বুলিও ক’ব পাৰে যিহেতু ই তেনেদৰে উচ্চাৰিত (pronounce) হয়; যিকিনহওঁক, মই ইয়াক XAMPP হিচাবে ক’ম
00:34 আপুনি কৰিব লগীয়াটো হৈছে  : আপোনাৰ চাৰ্ভাৰ (server) উঠাবলৈ আৰু আপোনাৰ PHP ইনস্তলেচন (installation) আৰু mysql দাতাবেচৰ (database) সৈতে চলাবলৈ, আপুনি এই ওৱেবচাইত (website)টো ইয়াত পৰিদৰ্শন কৰিব লাগিব
00:46 "apachefriends.org" লৈ যাওঁক বা "XAMPP"ৰ বাবে গুগোল (google) কৰক
00:52 ই ইয়াত এইদৰে উচ্চাৰিত (spelled) হয়: X-A-M আৰু দুটা P
00:58 আৰু, মই উইন্দ’চৰ (Windows) বাবে ইয়াক কেনেকৈ ইনস্তল (install) কৰা হয় দেখুৱাম, কেনেকৈ সকলোবিলাক পাব পাৰি আৰু উইন্দ’চ ইনস্তলেচনৰ (Windows installation) বাবে চলোৱাতো
01:06 আপোনাক যদি অন্য কোনো সহায় লাগে, লিনাক্স (Linux) বা আন যিকোনো অপাৰেতিং চিষ্টেমৰ (operating System), মাত্ৰ মোক জনাব আৰু মই এটা টিউট’ৰিয়েল নিৰ্মান কৰিবলৈ সুখি হ’ম
01:15 গতিকে, আমি ওৱেবচাইত (website)টোলৈ আহিলো আৰু এই ইনস্তলাৰ (Installer)টো আমি ইয়াত নিৰ্বাচিত কৰিব লাগিব
01:19 ই এই পৃষ্ঠা (page)টো খুলিব আৰু অৱশেষত আপুনি এইটোৰ দৰে এটা দাউনল’দ (download) কৰা ফাইল পাব,এটা সংস্কৰণ সংখ্যাৰ (version number) সৈতে
01:29 তাৰবাবে প্ৰথমে ইনস্তলাৰ (Installer)টো নিৰ্বাচন কৰক
01:32 ইনস্তল (install) কৰিবলৈ, মাত্ৰ দুবাৰ টিপক (double-click) আৰু ৰান আৰু আপোনাৰ ভাষা (language) নিৰ্বাচন কৰক
01:37 আপুনি এই বাৰ্তাটো পাব পাৰে, মই উইন্দ’জ ভিষ্টা (Windows Vista) ব্যৱহাৰ কৰিছো,গতিকে ই কয় যে "Windows Vista Account is deactivated on your system"
01:46 আমি কি কাৰণে ব্যৱহাৰ কৰিছো সেইটো দৰকাৰী নহয় । গতিকে, যদি আপুনি সেইটো পাইছে তেন্তে তাক উপেক্ষা (ignore) কৰক ।
01:52 আৰু আপুনি ইয়াত আপোনাৰ ইনস্তলেচনৰ (installation) সৈতে আগবাঢ়িব পাৰে
01:56 বস্তুবোৰ সৰল কৰিবলৈ আপুনি নিজৰ ল’কেল দ্ৰাইভ (local drive)টো এটা ফল্ডাৰৰ সৈতে নিৰ্বাচিত কৰাটো নিশ্বিত কৰক । ইয়াক প্ৰোগ্ৰাম ফাইলচত (Program Files) থ’বলৈ চিন্তা নকৰিব
02:04 এই বিকল্পবোৰ প্ৰকৃততে আপোনাৰ ওপৰত নিৰ্ভৰ কৰে । মই Create a XAMPP desktop বিকল্পটো নিৰ্বাচন কৰিম । কিন্তু মই এইটো নিৰ্বাচন নকৰো
02:16 এতিয়া আপুনি Install Apache as service আৰু Install MySQL as service ক নিৰ্বাচিত কৰিব লাগিব
02:24 ই ইয়াক এটা চিষ্টেমচ চাৰ্ভিচ (Systems Service) হিচাবে যুক্ত কৰিব আৰু আপুনি আপোনাৰ কম্পিউটাৰ (computer) চলালে প্ৰতিবাৰে ই ৰান (run) হ’ব
02:31 আপুনি এইবোৰ নিৰ্বাচিত নকৰাকৈ ৰাখিব ; মই সিহঁতক সহজ ব্যৱহাৰৰ বাবে নিৰ্বাচিত কৰিছো
02:36 আৰু এইটো এতিয়া ইনস্তল (install) হ’ব । এতিয়া মই যি কৰিম সেইয়া হৈছে তাক তাত এৰিম,মই কথাচিত্ৰটো (video) ৰখাম আৰু যেতিয়া সকলো ইনস্তল (install) হৈ যাব ঘূৰি আহিম
02:47 তাৰপাছত মই আপোনাক PHP ইনস্তলেচনৰ (installation) বাকী থকা সংস্থাপন (setting)ৰদ্বাৰা লৈ যাম
02:53 অনুগ্ৰহ কৰি মন কৰিব যে আমি এইটো ইনস্তল (install) কৰাৰ আগতে, যদি ইয়াত মোৰ এটা খালী ব্ৰ’জাৰ (browser)থাকে, আৰু মই localhost(ল’কেলহ’ষ্ট)... প্ৰবেশৰ চেষ্টা কৰিম
03:00 এইটো ল’কেল ওৱেব চাৰ্ভাৰৰ হ’ষ্ট (local web server's host)
03:05 সাধাৰণতে আপোনাৰ গুগোল দত কম ("google dot com")ৰ দৰে এটা ওৱেব এদ্ৰেছ (web address ) আছে কিন্তু আমি ইয়াক ল’কেলহষ্ট ("localhost") হিচাবে সম্বোধণ কৰো
03:12 আপুনি দেখিছে যে আমি ইয়াত "Failed to connect" ভুল বাৰ্তা এটা পাইছো
03:17 কিন্তু যেতিয়া আমি XAMPP ইনস্তল (install) কৰিছিলো আৰু আমি এই ল’কেলহষ্ট (localhost) বিকল্পটো নিৰ্বাচন কৰো, আমি পোনপতিয়াকৈ আমাৰ চাৰ্ভাৰৰ (server) লগত সংযুক্ত হ’ম
03:26 XAMPPএ আমাৰ বাবে আপাছি (Apache) ইনস্তল (install) কৰা সহজ কৰে যিটো হৈছে http webserver(ওৱেবচাৰ্ভাৰ) আৰু ই তাৰ ওপৰত php module(মডিউল) ইনস্তল (install) কৰিব আৰু তাৰপাছত চাৰ্ভাৰ(server)ত mysql database(দাতাবেচ) ইনস্তল (install) কৰিব
03:40 গতিকে,আমি ইনস্তল (install) কৰাৰ পাছত যেতিয়া ইয়ালৈ ঘূৰি আহিম,আমাৰ ল’কেলহ’ষ্টটো (localhost) ৰান কৰিলে কাম কৰিব লাগিব
03:46 আৰু মই লগতে আপোনাক কেনেকৈ এই ফাইলসমূহ আপোনাৰ ল’কেলহ’ষ্ট দাইৰেক্তৰী (localhost directory)ত থ’ব পাৰি দেখুৱাম
03:52 ইয়াক ল’কেলহ’ষ্ট ("localhost") বুলি কোৱা নহয় কিন্তু এনেদৰেই আমাৰ ওৱেব চাৰ্ভাৰত (web server) আমি ৰোত চাৰ্ভাৰ (root server)টো সম্বোধন কৰো, এটা ৰোত ফল্ডাৰ, ক্ষমা কৰিব,আমাৰ ওৱেব চাৰ্ভাৰত (web server)
04:01 গতিকে, যেতিয়া সেইটো ইনস্তল কৰা (installing) সম্পূৰ্ণ হ’ব,মই কথাচিত্ৰ (video)টোলৈ ঘূৰি আহিম আৰু আমি আগবাঢ়িব পাৰিম
4:06 ঠিক আছে,গতিকে আমি ইনস্তল কৰি (installing) সম্পূৰ্ণ কৰিলো আৰু আমাৰ কিছু বাৰ্তা (message) আছে যি এইমাত্ৰ আহিছে
04:11 আগবাঢ়ি যাওঁক আৰু ফিনিচ (Finish)ত টিপক
04:14 আমি ইয়াত প্ৰয়োজনীয় প’ৰ্টচ (ports)ৰ বাবে কি নিৰ্বাচিত কৰিছো আপুনি চাব পাৰে
04:23 ই বুজায় যে প’ৰ্ট (port) 80 টো আৰু মই ভাবো mysqlটো নিৰ্বাচিত কৰিছে
04:27 যিকিনঽওক, যেতিয়ালৈকে আপুনি ইয়াত কোনো ভুল (errors) নাপাই তেতিয়ালৈকে আপুনি ঠিকে কৰিছে
04:32 আপুনি চাব পাৰে Apache(আপাছি) 2.2 ৰ সৈতে আপুনি ইয়াত সংস্থাপিত হৈ আছে
04:36 আৰু এইটো দেখা যায় যদিহে চাৰ্ভিচ (service)টো আৰম্ভ হৈ আছে আৰু লগতে mysql চাৰ্ভিচ(service)টোও আৰম্ভ হৈ আছে
04:42 আৰু আমি এটা বাৰ্তা পাওঁ যে আমাৰ ইনস্তলেচনটো (installation) সম্পূৰ্ণ হ’ল
04:46 এতিয়া আমি XAMPP কন্ট্ৰ’ল পেনেলটো (control panel) আৰম্ভ কৰিব পাৰো । আপুনি ইয়েচ (Yes) টিপক আৰু আমি সেইটো ইয়ালৈ আনিব পাৰো
04:52 আপুনি দেখিছে যে আমাৰ Apache(আপাছি) চাৰ্ভাৰ (server) আৰু Mysql চাৰ্ভাৰ (server) চলিছে
04:58 আপুনি ইয়াত PHP নেদেখাৰ কাৰণটো হৈছে PHPটো আমাৰ ওৱেব-চাৰ্ভাৰ (web-server)ৰ অংশ আৰু সেইদৰে আপাছি (Apache)ৰো অংশ । এইটো এটা পৃথক মদিউল (module) হিচাবে ইনস্তল (install) হয় আৰু এটা চাৰ্ভিচ (service) হিচাবে ৰান নহয় । এইটো আমাৰ ওৱেব-চাৰ্ভাৰ (web-server)লৈ এটা মদিউল (module) সংকলনতকৈ অধিক
05:14 গতিকে, আহক আমাৰ পৃষ্ঠা (page)টো ইয়াত ল’ড (load) কৰো
05:17 আৰু আপুনি দেখিছে যে ল’কেলহ’ষ্টত (localhost ) পুনৰ এন্টাৰ (Enter) টিপি, আপুনি আশা কৰা দৰে আমি "XAMPP" লৈ সংযোজিত হ’লো
05:25 আমি সাধাৰণতে কৰাৰ দৰে আমাৰ ওৱেব চাৰ্ভাৰত (web-server) এটা নিৰ্দিষ্ট দাইৰেক্তৰীৰ (directory) ভিতৰত চাব পাৰো
05:30 এতিয়া,আগবাঢ়ি যাওঁক আৰু English(ইংলিচ)ত টিপক
05:33 আৰু আপুনি চাব পাৰে যে ইয়াত আপোনাৰ "XAMPP" চেত-আপ (set-up) আছে
05:37 ঠিক আছে, এতিয়া মই মোৰ "C" দ্ৰাইভ (drive)টো ইয়াত খুলিম আৰু আপুনি ইয়াৰ ভিতৰত ইয়াক চাব পাৰে
05:42 আৰু মই XAMPPত টিপিম যিটো হৈছে আমি ইনস্তল কৰা ইনস্তলেচন দাইৰেক্তৰী (installation directory )টো
05:49 আমি ইয়াত কিছু ফাইলচ পাইছো কিন্তু প্ৰধানকৈ মনোনিবেশ কৰিব লগীয়াটো হৈছে htdocs । ওৱেব চাৰ্ভাৰত (web-server) ৰান আৰু phpত প্ৰক্ৰিয়াকৰণ (process) হ’বলগীয়া আপোনাৰ ফাইলখিনি ইয়াত থ’ব লাগিব
06:02 গতিকে, যদি আপুনি ইয়াত দুবাৰ টিপে (double-click), আপুনি দেখিব যে আমি ইয়াত বিভিন্ন ফাইল পাইছো
06:07 আৰু আপুনি এই "index.html" ফাইলটো ইয়াত দেখিছে । এইটো এতিয়াৰ বাবে "index.php", যিটো ইয়াত আছে
06:15 আৰু এই ফাইলত "index dot(ইন্দেক্স দত)" যিকোনো যি স্বয়ংক্ৰিয়ভাবে (automatically) আৰম্ভ হ’ব
06:20 আপুনি এইটো সলাব পাৰে কিন্তু বৰ্তমানৰ কাৰণে তাক এৰি যাওঁক
06:25 আৰু, মই ইয়াত phpacademy নামৰ ফ’ল্ডাৰ এটা পাইছো
06:29 মই যি কৰিম সেইয়া হৈছে, এটা নতুন টেক্স্ত দকোমেন্ত (text document) নিৰ্মান কৰিম । প্ৰকৃততে, মই এইটো মোৰ কন্টেক্স এদিটৰ (context editor)ত কৰিম যিহেতু ই অধিক সহজ
06:38 আহক ইয়াক এৰি যাওঁ । ঠিক আছে, মই এটা নতুন ফাইল নিৰ্মান কৰিম
06:44 মই তাক ছেভ (save) কৰিম আৰু যি মোৰ "htdocs" ফ’ল্ডাৰত সংৰক্ষিত হ’ব আৰু মই ইয়াক "phpinfo" আৰু দত (dot) php হিচাবে ছেভ (save) কৰিম
06:53 আৰু ইয়াৰ ভিতৰত, মই কিছু php ক’ড লিখিম
06:59 আৰু এইটো "php underscore(আন্দাৰস্ক’ৰ) info(ইনফ’)" হ’ব আৰু আপোনাক দুটা বন্ধনী (brackets) লাগিব,তাৰপাছত আপোনাক শাৰী অন্তকাৰক (line terminator) এটা লাগিব
07:06 ই কি বুজায় যদি আপুনি নুবুজে, আপুনি ইয়াক শিকাৰ প্ৰয়োজন নাই । এইটো এটা বিশেষ বস্তু নহয় যাক আপুনি দৈনিক ব্যৱহাৰৰ বাবে জানিব লাগিব
07:14 ই মাত্ৰ আমাৰ PHP server(চাৰ্ভাৰ) বা ওৱেব চাৰ্ভাৰত (web-server) php ইনস্তলেচন (installation)ৰ বিষয়ে আমাক কিছু তথ্য দিয়ে
07:20 গতিকে, আমি ইয়ালৈ ঘূৰি আহিব পাৰো আৰু ইয়াত আমি মাত্ৰ ইয়াক সম্বোধন (address) কৰিম; গতিকে আপোনাক ল’কেলহ’ষ্ট ("localhost") লাগিব
07:26 আৰু আপুনি "htdocs" বা তেনেধৰণৰ একো লিখাৰ প্ৰয়োজন নাই
07:29 আমি মাত্ৰ ল’কেলহ’ষ্ট ("localhost") লিখিব লাগিব,আহক চাওঁ আমাৰ "phpinfo dot(দত) php" ফাইলক কি দৰে মাতো । এন্টাৰ টিপক
07:42 আমাক আন্দাৰস্ক’ৰ (underscore)টো প্ৰয়োজন নাই । গতিকে তাক আতৰ কৰক আৰু ৰিফ্ৰেচ (refresh) কৰক
07:50 আপুনি চাব পাৰে যে ইয়াত আমাৰ php তথ্য (information) ফাইলটো বহুটো দাতাৰ সৈতে আছে
07:55 গতিকে, ইয়াত যি ঘটিছে সেইটো হৈছে আমি এটা php script(স্ক্ৰিপ্ত) আমাৰ htdocs ফাইলৰ ভিতৰত চলাইছো
08:01 গতিকে, যদি মই "favicon(ফেভিকন) dot(দত) ico" এদ্ৰেছ (address)টো লিখো,আমি তাক পোৱাটো আপুনি দেখিছে
08:10 "htdocs" ৰ ভিতৰত ৰখা যি কোনো ফাইল আপোনাৰ ওৱেব চাৰ্ভাৰে (web-server) phpৰ দ্বাৰা প্ৰক্ৰিয়াকৰণ (process) কৰে
08:18 আপুনি টিউটৰিয়েলচত লিখা যিকোনো ফাইল,সিহঁতক "htdocs"ত থওঁক, এটা ফল্ডাৰ "c : \ xampp আৰু htdocs" ত আৰু তাত থকা যি কোনো বস্তু প্ৰক্ৰিয়াকৰণ (process) হ’ব
08:34 আৰু আপুনি ইয়াক হয়তু ল’কেলহ’ষ্ট (localhost) বা 127.0.0.1ৰ দ্বাৰা সম্বোধন কৰিব পাৰে । এন্টাৰ টিপি আপুনি দেখিছে যে একো সলনি হোৱা নাই । এইটো একে । এইটো মাত্ৰ আপোনাৰ ল’কেল ওৱেব-চাৰ্ভাৰ (local web-server)
08:50 আমি এটা সহজ পদ্ধতিৰে "XAMPP" ইনস্তল (install) কৰিলো ; আপোনাৰ আপাছি ("Apache") আৰু "mysql" চাৰ্ভিচ (service) যিটো হৈছে দাতাবেচ চাৰ্ভিচ (database service) তাক ইনস্তল (install) কৰাৰ চমু পদ্ধতিটো আপুনি পাছত ব্যৱহাৰ কৰিব আৰু লগতে আপাছি ("Apache") ৰ বাবে "php module(মদিউল)"টো যি আপোনাক php ফাইলচ প্ৰক্ৰিয়াকৰণ (process) কৰিবলৈ দিয়ে ; নিশ্বয়, সেইটো অতি দৰকাৰী
09:10 আমি XAMPP দাউনল’ড (download) আৰু ইনস্তল (install) কৰিলো আৰু মই কেনেদৰে এটা ফাইল নিৰ্মান আৰু আপোনাৰ ওৱেব-চাৰ্ভাৰ (web-server)ৰ দ্বাৰা ৰান (run) কৰা হয় দেখুৱালো
09:16 গতিকে, আশাকৰো এইটো আপোনাৰ বাবে টিউটৰিয়েলচৰ সৈতে আৰম্ভ কৰিবলৈ ব্যৱহাৰযোগ্য হ’ব । যদি আপোনাৰ কিবা সমস্যা থাকে নিঃসংকোচে মোক যোগাযোগ কৰিব
09:23 অনুগ্ৰহ কৰি চাবস্ক্রাইব (subscribe) কৰক আৰু মই আপোনালোকক আহিবলগীয়া টিউটৰিয়েলচত লগ পাম । দৰ্শন কৰাৰ বাবে ধন্যবাদ !
09:26 মই মৌচুম হাজৰিকাই, স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9