PHP-and-MySQL/C2/XAMPP-in-Linux/Assamese

From Script | Spoken-Tutorial
Revision as of 18:00, 2 June 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ । লিনাক্সত (Linux) XAMPP Installation(ইনস্তলেচন)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:05 XAMPP হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস (open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ (web server package)
XAMPP গঠিত হৈছে
  • Apache (আপাচি) HTTP Server (চাৰ্ভাৰ)
  • MySQL database (দাতাবেচ)
  • স্ক্ৰিপ্ত্সমূহ (scripts)ৰ বাবে ইন্তাৰপ্ৰিতাৰ (Interpreter) সমূহ PHP আৰু Perl (পাৰ্ল) প্ৰোগ্ৰামিং ভাষাত লিখা হয়
00:19 পূৰ্বতে, এই চফতৱেৰ (software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স (Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল
00:27 XAMPP ইনস্তল (install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ (Windows),লিনাক্স (Linux),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবে উপলদ্ধ
00:35 মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো
00:39 আপোনাৰ এদমিন এক্সেচ (admin access) থাকিব লাগিব
00:41 লিনাক্স (Linux)ৰ বাবে XAMPP দাউনল’দ (download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে
00:44 লিনাক্স (Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে
00:48 http://www.apachefriends.org/en/xampp.html
00:58 ওৱেবচাইত (website) টোলৈ যাওঁক
00:59 উইন্দ’চ (Windows),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ সংযোজন উপলদ্ধ
01:09 আমি লিনাক্স (Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম
01:13 আহক আমি ইয়াত টিপো
01:14 তললৈ যাওঁক আৰু দাউনল’দ কৰিবলৈ Step1ত টিপক
01:19 এতিয়া XAMPP Linux(লিনাক্স) 1.7.7ত টিপক আৰু ইয়াক দাউনল’দ কৰিবলৈ প্ৰদক্ষেপসমুহ অনুসৰণ কৰক
01:26 মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প (Desktop)ত দাউনল’দ কৰি থৈছো
01:30 এতিয়া টাৰ্মিনেল খুলিবলৈ Ctrl, Alt আৰু T কীজ একেলগে টিপক
01:37 পৰ্দাত টাৰ্মিনেল (terminal) উইন্দ’ (window) এখন উপষ্ঠাপন হৈছে
01:40 কমান্ডটো লিখক । cd space(স্পেছ) Desktop(দেক্সট’প) আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক
01:48 ls কমান্ডটো লিখক আৰু দেস্কট’প (Desktop)টোৰ বিষয়বস্তু (content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
01:55 XAMPP ইনস্তলেচন (installation) ফাইলটো দেস্কট’প (Desktop)ত উপলব্ধ
01:58 কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt
02:13 চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক
02:16 দুঃখিত মই ভুল পাছওৱৰ্দ (password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল (error)টো দিছে
02:23 শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ (archive)টো সফলভাৱে নিষ্কাশিত (extract) কৰিলো
02:33 এতিয়া, কমান্ডটো লিখক cd space(স্পেছ) /opt আৰু দাইৰেক্তৰীটো optলৈ সলাবলৈ এন্টাৰ টিপক
02:43 ls কমান্ডটো লিখক । আৰু opt দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
02:50 XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী (directory)ৰ ভিতৰত ইনস্তল হ’ল
02:57 কমান্ডটো লিখক । cd space(স্পেছ) lampp
03:02 ls কমান্ডটো লিখক আৰু lampp দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
03:09 পাছৰ প্ৰদক্ষেপটো হৈছে XAMPPটো আৰম্ভ কৰা
03:13 কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট) আৰু এন্টাৰ টিপক
03:27 চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক
03:32 লিনাক্স (Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল
03:36 এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন (installation)টো পৰীক্ষা কৰো
03:40 এই উদ্দেশ্যে মই ফাইয়াৰফক্স (Firefox) ব্ৰ’জাৰ (browser)টোলৈ যাম
03:43 এড্ৰেছ বাৰ (address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক
03:55 আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ (web browser) ত http://localhost/xamppsplash.php URLটো দেখিব
04:07 ই দৰ্শাই যে আপাচি চাৰ্ভাৰ (Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম
04:15 এইটো ওৱেৱ ব্ৰ’জাৰ (web browser)ত দৰ্শিত হ’ব
04:18 টাৰ্মিনেলটোলৈ যাওঁক । cd space/opt/lampp/htdocs কমান্ডটো লিখক আৰু দাইৰেক্তৰী (directory)টো /opt/lampp/htdocsলৈ সলাবলৈ এন্টাৰ টিপক
04:36 এইটো আমাৰ ওৱেব দাইৰেক্তৰী (web directory)ৰ পথ
04:39 কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ) আৰু মাই হোমপেজ (myhomepage) দাইৰেক্তৰী (directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক
04:51 ls কমান্ডটো লিখক আৰু htdocs দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
04:58 কমান্ডটো লিখক । cd space(স্পেছ) myhomepage(মাই হোমপেজ) দাইৰেক্তৰী (directory)টো মাই হোমপেজ (myhomepage)লৈ সলাবলৈ এন্টাৰ টিপক
05:08 এতিয়া মই মোৰ হোমপেজ (home page ) htmlত নিৰ্মান কৰিম
05:12 কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html gedit টেক্সত এদিতৰ (text editor) ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক
05:32 HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট (website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক
05:37 সময় বচাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট (copy-paste) কৰিম
05:43 টাইটল টেগ (title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোৰ টাইটল বাৰ (title bar )ত দৰ্শিত হব
05:49 বডি টেগ (body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোত দৰ্শিত হ’ব
05:54 ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ ("Save") বুটামত টিপক । gedit উইন্দো (window) খন বন্ধ কৰক
05:59 ফাইয়াৰফক্স ব্ৰ’জাৰ (Firefox browser)টোলৈ ঘূৰি আহক
06:02 http://localhost/myhomepage (মাই হোমপেজ) URL টো লিখক আৰু এন্টাৰ টিপক
06:13 আপুনি চাব পাৰে যে ওৱেব (web) ব্ৰ’জাৰ (browser)টোত আদৰণি বাৰ্তা (welcome message)টো দৰ্শিত হৈছে
06:20 গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল (install), আৰম্ভ (start) আৰু পৰীক্ষা (test) কৰো
06:26 শ্লাইড (slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম
06:31 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ত উপলব্ধ কথাচিত্ৰটো চাব
06:42 এইটো স্পকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ
06:46 আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় , আপুনি এইটো দাউনলদ কৰি চাব পাৰে
06:51 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে
06:57 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমাণ পত্ৰ দিয়ে
07:01 অধিক জানিবলৈ, sptutemail@gmail.com ত যোগাযোগ কৰক
07:06 স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
07:11 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education) সহায় কৰিছে
07:17 এই মিচনৰ বিষয়ে অধিক তথ্য , http://spoken-tutorial.org/NMEICT-Intro ত উপলব্ধ
07:27 আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি
07:30 সংযোগ কৰাৰ বাবে ধন্যবাদ
07:32 মই মৌচুম হাজৰিকা । শুভ বিদায় ।

Contributors and Content Editors

Mausamh9, Pratik kamble