Difference between revisions of "PHP-and-MySQL/C2/XAMPP-in-Linux/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- ||00:00 ||নমস্কাৰ । লিনাক্সত('''Linux''') '''XAMPP Installation(ইনস্তলেচন)'''ৰ...")
 
Line 4: Line 4:
 
|-
 
|-
 
||00:00
 
||00:00
||নমস্কাৰ । লিনাক্সত('''Linux''') '''XAMPP Installation(ইনস্তলেচন)'''ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম  
+
||নমস্কাৰ । লিনাক্সত ('''Linux''') '''XAMPP Installation(ইনস্তলেচন)'''ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম  
 
|-
 
|-
 
||00:05
 
||00:05
||'''XAMPP''' হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস(open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ(web server package)  
+
||'''XAMPP''' হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস (open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ (web server package)  
 
  XAMPP গঠিত হৈছে
 
  XAMPP গঠিত হৈছে
* Apache(আপাচি) HTTP Server(চাৰ্ভাৰ)
+
* Apache (আপাচি) HTTP Server (চাৰ্ভাৰ)
* MySQL database(দাতাবেচ)
+
* MySQL database (দাতাবেচ)
* স্ক্ৰিপ্ত্সমূহ(scripts)ৰ বাবে ইন্তাৰপ্ৰিতাৰ(Interpreter) সমূহ PHP আৰু Perl(পাৰ্ল) প্ৰোগ্ৰামিং ভাষাত লিখা হয়  
+
* স্ক্ৰিপ্ত্সমূহ (scripts)ৰ বাবে ইন্তাৰপ্ৰিতাৰ (Interpreter) সমূহ PHP আৰু Perl (পাৰ্ল) প্ৰোগ্ৰামিং ভাষাত লিখা হয়  
 
|-
 
|-
 
||00:19
 
||00:19
||পূৰ্বতে, এই চফতৱেৰ(software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স(Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল
+
||পূৰ্বতে, এই চফতৱেৰ (software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স (Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল
 
|-
 
|-
 
||00:27
 
||00:27
||XAMPP ইনস্তল(install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ(Windows),লিনাক্স(Linux),মেক(Mac)OSX আৰু চ’লাৰিচ(Solaris)ৰ বাবে উপলদ্ধ
+
||XAMPP ইনস্তল (install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ (Windows),লিনাক্স (Linux),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবে উপলদ্ধ
 
|-
 
|-
 
||00:35
 
||00:35
||মই উবুন্তো(Ubuntu) লিনাক্স(Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো
+
||মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো
 
|-
 
|-
 
||00:39
 
||00:39
||আপোনাৰ এদমিন এক্সেচ(admin access) থাকিব লাগিব
+
||আপোনাৰ এদমিন এক্সেচ (admin access) থাকিব লাগিব
 
|-
 
|-
 
||00:41
 
||00:41
||লিনাক্স(Linux)ৰ বাবে XAMPP দাউনল’দ(download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে
+
||লিনাক্স (Linux)ৰ বাবে XAMPP দাউনল’দ (download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে
 
|-
 
|-
 
||00:44
 
||00:44
||লিনাক্স(Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে
+
||লিনাক্স (Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে
 
|-
 
|-
 
||00:48
 
||00:48
||http://www.apachefriends.org/en/xampp.html]
+
||http://www.apachefriends.org/en/xampp.html  
 
|-
 
|-
 
||00:58
 
||00:58
||ওৱেবচাইত(website) টোলৈ যাওঁক
+
||ওৱেবচাইত (website) টোলৈ যাওঁক
 
|-
 
|-
 
||00:59
 
||00:59
|| উইন্দ’চ(Windows),মেক(Mac)OSX আৰু চ’লাৰিচ(Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ  সংযোজন উপলদ্ধ
+
|| উইন্দ’চ (Windows),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ  সংযোজন উপলদ্ধ
 
|-
 
|-
 
||01:09
 
||01:09
||আমি লিনাক্স(Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম
+
||আমি লিনাক্স (Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম
 
|-
 
|-
 
||01:13
 
||01:13
Line 53: Line 53:
 
|-
 
|-
 
||01:26
 
||01:26
||মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প(Desktop)ত দাউনল’দ কৰি থৈছো
+
||মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প (Desktop)ত দাউনল’দ কৰি থৈছো
 
|-
 
|-
 
||01:30
 
||01:30
Line 59: Line 59:
 
|-
 
|-
 
||01:37
 
||01:37
||পৰ্দাত টাৰ্মিনেল(terminal) উইন্দ’ (window)এখন উপষ্ঠাপন হৈছে
+
||পৰ্দাত টাৰ্মিনেল (terminal) উইন্দ’ (window) এখন উপষ্ঠাপন হৈছে
 
|-
 
|-
 
||01:40
 
||01:40
||কমান্ডটো লিখক  । '''cd space(স্পেছ) Desktop(দেক্সট’প)''' আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক
+
||কমান্ডটো লিখক  । '''cd space(স্পেছ) Desktop(দেক্সট’প)''' আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক
 
|-
 
|-
 
||01:48
 
||01:48
||'''ls''' কমান্ডটো লিখক আৰু দেস্কট’প(Desktop)টোৰ বিষয়বস্তু(content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
+
||'''ls''' কমান্ডটো লিখক আৰু দেস্কট’প (Desktop)টোৰ বিষয়বস্তু (content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
 
|-
 
|-
 
||01:55
 
||01:55
||XAMPP ইনস্তলেচন(installation) ফাইলটো দেস্কট’প(Desktop)ত উপলব্ধ  
+
||XAMPP ইনস্তলেচন (installation) ফাইলটো দেস্কট’প (Desktop)ত উপলব্ধ  
 
|-
 
|-
 
||01:58
 
||01:58
||কমান্ডটো লিখক'''sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt'''
+
||কমান্ডটো লিখক '''sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt'''
 
|-
 
|-
 
||02:13
 
||02:13
||চিউদ’(sudo) পাছওৱৰ্দ(password) টো লিখক আৰু এন্টাৰ টিপক
+
||চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক
 
|-
 
|-
 
||02:16
 
||02:16
||দুঃখিত মই ভুল পাছওৱৰ্দ(password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল(error)টো দিছে
+
||দুঃখিত মই ভুল পাছওৱৰ্দ (password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল (error)টো দিছে
 
|-
 
|-
 
||02:23
 
||02:23
||শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ(archive)টো সফলভাৱে নিষ্কাশিত(extract) কৰিলো
+
||শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ (archive)টো সফলভাৱে নিষ্কাশিত (extract) কৰিলো
 
|-
 
|-
 
||02:33
 
||02:33
||এতিয়া, কমান্ডটো লিখক'''cd space(স্পেছ) /opt '''আৰু দাইৰেক্তৰীটো'''opt'''লৈ সলাবলৈ এন্টাৰ টিপক   
+
||এতিয়া, কমান্ডটো লিখক '''cd space(স্পেছ) /opt ''' আৰু দাইৰেক্তৰীটো '''opt'''লৈ সলাবলৈ এন্টাৰ টিপক   
 
|-
 
|-
 
||02:43
 
||02:43
||'''ls''' কমান্ডটো লিখক । আৰু '''opt''' দাইৰেক্তৰী(directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
+
||'''ls''' কমান্ডটো লিখক । আৰু '''opt''' দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
 
|-
 
|-
 
||02:50
 
||02:50
||XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী(directory)ৰ ভিতৰত ইনস্তল হ’ল  
+
||XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী (directory)ৰ ভিতৰত ইনস্তল হ’ল  
 
|-
 
|-
 
||02:57
 
||02:57
Line 95: Line 95:
 
|-
 
|-
 
||03:02
 
||03:02
||'''ls''' কমান্ডটো লিখক আৰু '''lampp''' দাইৰেক্তৰী(directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
+
||'''ls''' কমান্ডটো লিখক আৰু '''lampp''' দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
 
|-
 
|-
 
||03:09
 
||03:09
Line 101: Line 101:
 
|-
 
|-
 
||03:13
 
||03:13
||কমান্ডটো লিখক  । '''sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট)'''আৰু এন্টাৰ টিপক
+
||কমান্ডটো লিখক  । '''sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট)''' আৰু এন্টাৰ টিপক
 
|-
 
|-
 
||03:27
 
||03:27
||চিউদ’(sudo) পাছওৱৰ্দ(password) টো লিখক আৰু এন্টাৰ টিপক
+
||চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক
 
|-
 
|-
 
||03:32
 
||03:32
||লিনাক্স(Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল
+
||লিনাক্স (Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল
 
|-
 
|-
 
||03:36
 
||03:36
||এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন(installation)টো পৰীক্ষা কৰো
+
||এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন (installation)টো পৰীক্ষা কৰো
 
|-
 
|-
 
||03:40
 
||03:40
||এই উদ্দেশ্যে মই ফাইয়াৰফক্স(Firefox) ব্ৰ’জাৰ(browser)টোলৈ যাম
+
||এই উদ্দেশ্যে মই ফাইয়াৰফক্স (Firefox) ব্ৰ’জাৰ (browser)টোলৈ যাম
 
|-
 
|-
 
||03:43
 
||03:43
||এড্ৰেছ বাৰ(address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক
+
||এড্ৰেছ বাৰ (address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক
 
|-
 
|-
 
||03:55
 
||03:55
||আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ(web browser) ত '''http://localhost/xampp splash.php''' URLটো দেখিব
+
||আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ (web browser) ত '''http://localhost/xamppsplash.php''' URLটো দেখিব
 
|-
 
|-
 
||04:07
 
||04:07
||ই দৰ্শাই যে আপাচি চাৰ্ভাৰ(Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম  
+
||ই দৰ্শাই যে আপাচি চাৰ্ভাৰ (Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম  
 
|-
 
|-
 
||04:15
 
||04:15
||এইটো ওৱেৱ ব্ৰ’জাৰ(web browser)ত দৰ্শিত হ’ব  
+
||এইটো ওৱেৱ ব্ৰ’জাৰ (web browser)ত দৰ্শিত হ’ব  
 
|-
 
|-
 
||04:18
 
||04:18
||টাৰ্মিনেলটোলৈ যাওঁক ।''' cd space/opt/lampp/htdocs'''কমান্ডটো লিখক আৰু দাইৰেক্তৰী(directory)টো '''/opt/lampp/htdocs'''লৈ সলাবলৈ এন্টাৰ টিপক
+
||টাৰ্মিনেলটোলৈ যাওঁক । ''' cd space/opt/lampp/htdocs''' কমান্ডটো লিখক আৰু দাইৰেক্তৰী (directory)টো '''/opt/lampp/htdocs'''লৈ সলাবলৈ এন্টাৰ টিপক
 
|-
 
|-
 
||04:36
 
||04:36
||এইটো আমাৰ ওৱেব দাইৰেক্তৰী(web directory)ৰ পথ  
+
||এইটো আমাৰ ওৱেব দাইৰেক্তৰী (web directory)ৰ পথ  
 
|-
 
|-
 
||04:39
 
||04:39
||কমান্ডটো লিখক '''sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ)'''আৰু মাই হোমপেজ('''myhomepage''') দাইৰেক্তৰী(directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক
+
||কমান্ডটো লিখক '''sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ)''' আৰু মাই হোমপেজ ('''myhomepage''') দাইৰেক্তৰী (directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক
 
|-
 
|-
 
||04:51
 
||04:51
|| '''ls''' কমান্ডটো লিখক আৰু '''htdocs'''দাইৰেক্তৰী(directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক     
+
|| '''ls''' কমান্ডটো লিখক আৰু '''htdocs''' দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক     
 
|-
 
|-
 
||04:58
 
||04:58
||কমান্ডটো লিখক । '''cd space(স্পেছ)  myhomepage(মাই হোমপেজ)''' দাইৰেক্তৰী(directory)টো মাই হোমপেজ('''myhomepage''')লৈ সলাবলৈ এন্টাৰ টিপক     
+
||কমান্ডটো লিখক । '''cd space(স্পেছ)  myhomepage(মাই হোমপেজ)''' দাইৰেক্তৰী (directory)টো মাই হোমপেজ ('''myhomepage''')লৈ সলাবলৈ এন্টাৰ টিপক     
 
|-
 
|-
 
||05:08
 
||05:08
||এতিয়া মই মোৰ হোমপেজ(home page ) htmlত নিৰ্মান কৰিম
+
||এতিয়া মই মোৰ হোমপেজ (home page ) htmlত নিৰ্মান কৰিম
 
|-
 
|-
 
||05:12
 
||05:12
||কমান্ডটো লিখক  । '''sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html''' gedit টেক্সত এদিত(text editor)ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক  
+
||কমান্ডটো লিখক  । '''sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html''' gedit টেক্সত এদিতৰ (text editor) ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক  
 
|-
 
|-
 
||05:32
 
||05:32
|| HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট(website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক  
+
|| HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট (website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক  
 
|-
 
|-
 
||05:37
 
||05:37
||সময় ব্চাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট(copy-paste) কৰিম
+
||সময় বচাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট (copy-paste) কৰিম
 
|-
 
|-
 
||05:43
 
||05:43
|| টাইটল টেগ(title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ(browser)টোৰ টাইটল বাৰ(title bar )ত দৰ্শিত হব  
+
|| টাইটল টেগ (title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোৰ টাইটল বাৰ (title bar )ত দৰ্শিত হব  
 
|-
 
|-
 
||05:49
 
||05:49
||বডি টেগ(body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ(browser)টোত দৰ্শিত হ’ব
+
||বডি টেগ (body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোত দৰ্শিত হ’ব
 
|-
 
|-
 
||05:54
 
||05:54
||ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ("Save") বুটামত টিপক  । gedit উইন্দো(window) খন বন্ধ কৰক
+
||ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ ("Save") বুটামত টিপক  । gedit উইন্দো (window) খন বন্ধ কৰক
 
|-
 
|-
 
||05:59
 
||05:59
||ফাইয়াৰফক্স ব্ৰ’জাৰ(Firefox browser)টোলৈ ঘূৰি আহক  
+
||ফাইয়াৰফক্স ব্ৰ’জাৰ (Firefox browser)টোলৈ ঘূৰি আহক  
 
|-
 
|-
 
||06:02
 
||06:02
||http://localhost/myhomepage (মাই হোমপেজ)URL টো লিখক আৰু এন্টাৰ টিপক  
+
||http://localhost/myhomepage (মাই হোমপেজ) URL টো লিখক আৰু এন্টাৰ টিপক  
 
|-
 
|-
 
||06:13
 
||06:13
||আপুনি চাব পাৰে যে ওৱেব(web) ব্ৰ’জাৰ(browser)টোত আদৰণি বাৰ্তা(welcome message)টো দৰ্শিত হৈছে .
+
||আপুনি চাব পাৰে যে ওৱেব (web) ব্ৰ’জাৰ (browser)টোত আদৰণি বাৰ্তা (welcome message)টো দৰ্শিত হৈছে  
 
|-
 
|-
 
||06:20
 
||06:20
||গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল(install),আৰম্ভ(start) আৰু পৰীক্ষা(test) কৰো  
+
||গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল (install), আৰম্ভ (start) আৰু পৰীক্ষা (test) কৰো  
 
|-
 
|-
 
||06:26
 
||06:26
||শ্লাইড(slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম
+
||শ্লাইড (slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম
 
|-
 
|-
 
||06:31
 
||06:31
Line 185: Line 185:
 
|-
 
|-
 
||06:46
 
||06:46
||আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় ,আপুনি এইটো দাউনলদ কৰি চাব পাৰে   
+
||আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় , আপুনি এইটো দাউনলদ কৰি চাব পাৰে   
 
|-
 
|-
 
||06:51
 
||06:51
Line 197: Line 197:
 
|-
 
|-
 
||07:06
 
||07:06
||স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
+
||স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
 
|-
 
|-
 
||07:11
 
||07:11
||ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education )সহায় কৰিছে
+
||ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education) সহায় কৰিছে
 
|-
 
|-
 
||07:17
 
||07:17

Revision as of 18:00, 2 June 2015

Time Narration
00:00 নমস্কাৰ । লিনাক্সত (Linux) XAMPP Installation(ইনস্তলেচন)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:05 XAMPP হৈছে এটা বিনামূলীয়া আৰু মুক্ত উৎস (open source)ৰ ওৱেব চাৰ্ভাৰ পেকেজ (web server package)
XAMPP গঠিত হৈছে
  • Apache (আপাচি) HTTP Server (চাৰ্ভাৰ)
  • MySQL database (দাতাবেচ)
  • স্ক্ৰিপ্ত্সমূহ (scripts)ৰ বাবে ইন্তাৰপ্ৰিতাৰ (Interpreter) সমূহ PHP আৰু Perl (পাৰ্ল) প্ৰোগ্ৰামিং ভাষাত লিখা হয়
00:19 পূৰ্বতে, এই চফতৱেৰ (software)টোক LAMPP বোলা হৈছিল । কিন্তু ভুলধাৰণা নহ’বলৈ লিনাক্স (Linux)ৰ বাবে ইয়াক XAMPP নামাকৰণ কৰা হৈছিল
00:27 XAMPP ইনস্তল (install) কৰিবলৈ সহজ । XAMPP উইন্দ’চ (Windows),লিনাক্স (Linux),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবে উপলদ্ধ
00:35 মই উবুন্তো (Ubuntu) লিনাক্স (Linux) 10.04 তাঙৰণ ব্যৱ্হাৰ কৰিছো
00:39 আপোনাৰ এদমিন এক্সেচ (admin access) থাকিব লাগিব
00:41 লিনাক্স (Linux)ৰ বাবে XAMPP দাউনল’দ (download) কৰাৰ প্ৰ্থম প্ৰদক্ষেপ হৈছে
00:44 লিনাক্স (Linux)ৰ বাবে তলৰ সংযোজনটোৰ পৰা XAMPP দাউনল’দ কৰিব পাৰে
00:48 http://www.apachefriends.org/en/xampp.html
00:58 ওৱেবচাইত (website) টোলৈ যাওঁক
00:59 উইন্দ’চ (Windows),মেক (Mac)OSX আৰু চ’লাৰিচ (Solaris)ৰ বাবেও XAMPP দাউনল’দ কৰাৰ সংযোজন উপলদ্ধ
01:09 আমি লিনাক্স (Linux) সংযোজনৰ বাবে XAMPP নিৰ্বাচিত কৰিম
01:13 আহক আমি ইয়াত টিপো
01:14 তললৈ যাওঁক আৰু দাউনল’দ কৰিবলৈ Step1ত টিপক
01:19 এতিয়া XAMPP Linux(লিনাক্স) 1.7.7ত টিপক আৰু ইয়াক দাউনল’দ কৰিবলৈ প্ৰদক্ষেপসমুহ অনুসৰণ কৰক
01:26 মই ইতিমধ্যে সময় বচাবলৈ এই ফাইলটো দে্স্কট’প (Desktop)ত দাউনল’দ কৰি থৈছো
01:30 এতিয়া টাৰ্মিনেল খুলিবলৈ Ctrl, Alt আৰু T কীজ একেলগে টিপক
01:37 পৰ্দাত টাৰ্মিনেল (terminal) উইন্দ’ (window) এখন উপষ্ঠাপন হৈছে
01:40 কমান্ডটো লিখক । cd space(স্পেছ) Desktop(দেক্সট’প) আৰু দাইৰেক্তৰীটো দেস্কট’পলৈ সলাবলৈ এন্টাৰ টিপক
01:48 ls কমান্ডটো লিখক আৰু দেস্কট’প (Desktop)টোৰ বিষয়বস্তু (content)টো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
01:55 XAMPP ইনস্তলেচন (installation) ফাইলটো দেস্কট’প (Desktop)ত উপলব্ধ
01:58 কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) tar(টাৰ) space(স্পেছ) xvfz space(স্পেছ) xampp-linux(লিনাক্স)-1.7.7.tar.gz space(স্পেছ) -C space(স্পেছ) /opt
02:13 চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক
02:16 দুঃখিত মই ভুল পাছওৱৰ্দ (password) দিছিলো সেইবাবে ই মোক "Sorry, try again" ভুল (error)টো দিছে
02:23 শুদ্ধ চিউদ’(sudo) পাছওৱৰ্দ টো লিখক আৰু এন্টাৰ টিপক । গতিকে, আমি দাউনল’দ কৰা আৰ্ছিভ (archive)টো সফলভাৱে নিষ্কাশিত (extract) কৰিলো
02:33 এতিয়া, কমান্ডটো লিখক cd space(স্পেছ) /opt আৰু দাইৰেক্তৰীটো optলৈ সলাবলৈ এন্টাৰ টিপক
02:43 ls কমান্ডটো লিখক । আৰু opt দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
02:50 XAMPP টো এতিয়া /opt/lampp দাইৰেক্তৰী (directory)ৰ ভিতৰত ইনস্তল হ’ল
02:57 কমান্ডটো লিখক । cd space(স্পেছ) lampp
03:02 ls কমান্ডটো লিখক আৰু lampp দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
03:09 পাছৰ প্ৰদক্ষেপটো হৈছে XAMPPটো আৰম্ভ কৰা
03:13 কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ)/opt/lampp/lampp space(স্পেছ)start(ষ্টাৰ্ট) আৰু এন্টাৰ টিপক
03:27 চিউদ’ (sudo) পাছওৱৰ্দ (password) টো লিখক আৰু এন্টাৰ টিপক
03:32 লিনাক্স (Linux)ৰ বাবে XAMPPটো সফলভাৱে আৰম্ভ হ’ল
03:36 এতিয়া আহক আমাৰ XAMPP ইনস্তলেচন (installation)টো পৰীক্ষা কৰো
03:40 এই উদ্দেশ্যে মই ফাইয়াৰফক্স (Firefox) ব্ৰ’জাৰ (browser)টোলৈ যাম
03:43 এড্ৰেছ বাৰ (address bar)ত http://localhost (ল’কেলহ’ষ্ট) URLটো লিখক আৰু এন্টাৰ টিপক
03:55 আপুনি আপোনাৰ ওৱেৱ ব্ৰ’জাৰ (web browser) ত http://localhost/xamppsplash.php URLটো দেখিব
04:07 ই দৰ্শাই যে আপাচি চাৰ্ভাৰ (Apache server ) টো চলি আছে । এতিয়া মই মোৰ হোমপেজটো htmlত নিৰ্মান কৰিম
04:15 এইটো ওৱেৱ ব্ৰ’জাৰ (web browser)ত দৰ্শিত হ’ব
04:18 টাৰ্মিনেলটোলৈ যাওঁক । cd space/opt/lampp/htdocs কমান্ডটো লিখক আৰু দাইৰেক্তৰী (directory)টো /opt/lampp/htdocsলৈ সলাবলৈ এন্টাৰ টিপক
04:36 এইটো আমাৰ ওৱেব দাইৰেক্তৰী (web directory)ৰ পথ
04:39 কমান্ডটো লিখক sudo(চিউদ’) space(স্পেছ) mkdir space(স্পেছ) myhomepage(মাই হোমপেজ) আৰু মাই হোমপেজ (myhomepage) দাইৰেক্তৰী (directory )টো নিৰ্মান কৰিবলৈ এন্টাৰ টিপক
04:51 ls কমান্ডটো লিখক আৰু htdocs দাইৰেক্তৰী (directory)ৰ বিষয়বস্তুটো দৰ্শিত কৰিবলৈ এন্টাৰ টিপক
04:58 কমান্ডটো লিখক । cd space(স্পেছ) myhomepage(মাই হোমপেজ) দাইৰেক্তৰী (directory)টো মাই হোমপেজ (myhomepage)লৈ সলাবলৈ এন্টাৰ টিপক
05:08 এতিয়া মই মোৰ হোমপেজ (home page ) htmlত নিৰ্মান কৰিম
05:12 কমান্ডটো লিখক । sudo(চিউদ’) space(স্পেছ) gedit space(স্পেছ) index.html gedit টেক্সত এদিতৰ (text editor) ব্যৱহাৰ কৰি index.html নিৰ্মান কৰিবলৈ এন্টাৰ টিপক
05:32 HTML শিকিবলৈ, অনুগ্ৰহ কৰি আমাৰ ওৱেবচাইট (website)ত উপলব্ধ টিউটৰিয়েল সমূহ চাওঁক
05:37 সময় বচাবলৈ, মই ইয়াত HTML ক’ড এটা কপি-পেষ্ট (copy-paste) কৰিম
05:43 টাইটল টেগ (title tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোৰ টাইটল বাৰ (title bar )ত দৰ্শিত হব
05:49 বডি টেগ (body tag )ৰ মাজত লিখা আখৰ সমূহ ব্ৰ’জাৰ (browser)টোত দৰ্শিত হ’ব
05:54 ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ ("Save") বুটামত টিপক । gedit উইন্দো (window) খন বন্ধ কৰক
05:59 ফাইয়াৰফক্স ব্ৰ’জাৰ (Firefox browser)টোলৈ ঘূৰি আহক
06:02 http://localhost/myhomepage (মাই হোমপেজ) URL টো লিখক আৰু এন্টাৰ টিপক
06:13 আপুনি চাব পাৰে যে ওৱেব (web) ব্ৰ’জাৰ (browser)টোত আদৰণি বাৰ্তা (welcome message)টো দৰ্শিত হৈছে
06:20 গতিকে সেইদৰেই আমি XAMPP টো ইনস্তল (install), আৰম্ভ (start) আৰু পৰীক্ষা (test) কৰো
06:26 শ্লাইড (slide)লৈ ঘূৰি আহক । মই এতিয়া স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে ক’ম
06:31 http://spoken-tutorial.org/What_is_a_Spoken_Tutorial ত উপলব্ধ কথাচিত্ৰটো চাব
06:42 এইটো স্পকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ
06:46 আপোনাৰ যদি বেণ্ডউইথ ভাল নহয় , আপুনি এইটো দাউনলদ কৰি চাব পাৰে
06:51 স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে
06:57 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমাণ পত্ৰ দিয়ে
07:01 অধিক জানিবলৈ, sptutemail@gmail.com ত যোগাযোগ কৰক
07:06 স্পকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিছাৰ (Talk to a Teacher) প্ৰকল্পৰ অংশ হয়
07:11 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে (National Mission on Education) সহায় কৰিছে
07:17 এই মিচনৰ বিষয়ে অধিক তথ্য , http://spoken-tutorial.org/NMEICT-Intro ত উপলব্ধ
07:27 আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি
07:30 সংযোগ কৰাৰ বাবে ধন্যবাদ
07:32 মই মৌচুম হাজৰিকা । শুভ বিদায় ।

Contributors and Content Editors

Mausamh9, Pratik kamble