PHP-and-MySQL/C2/Variables-in-PHP/Assamese

From Script | Spoken-Tutorial
Revision as of 18:18, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 PHP ভেৰিয়েবলচৰ (variables) এটা প্ৰাথমিক টিউট’ৰিয়েললৈ স্বাগতম
00:04 প্ৰথমে মই কিছু বস্তুৰ দ্বাৰা খৰকৈ যাওঁ
00:07 PHP ভেৰিয়েবলচ (variables) বোৰৰ ব্যৱ্হাৰ অতি সহজ ; মই নিশ্বিত যে আপুনি সিহঁতক খৰতকীয়াকৈ বুজিব
00:14 আপুনি সিহঁতক দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই আৰু সিহঁতক লিখিবলৈ বৰ সহজ
00:18 আপুনি স্ক্ৰিপ্ত (script)টোৰ দ্বাৰা মাজ পথত এটা ভেৰিয়েবল (variable)লৈ এটা মান যুক্ত কৰিব পাৰে
00:23 লগতে, সিহঁত স্বয়ংক্রিয়ভাবে আপোনাৰ প্ৰয়োজনীয় দাতা টাইপ (data type)লৈ পৰিৱৰ্তিত হয়
00:28 গতিকে, সিহঁতক প্ৰতিবাৰে এটা ভিন্ন পথেৰে দিক্লেয়াৰ (declare) কৰা বা প্ৰতিবাৰে সিহঁতৰ বাবে এটা মান নিৰ্মান কৰাৰ প্ৰয়োজন নাই
00:36 গতিকে, উদাহৰণস্বৰূপে, আহক ইয়াত আমাৰ PHP টেগচ (tags) নিৰ্মান কৰো আৰু আমাৰ বিষয়বস্তু (content) ইয়াৰ মাজলৈ যায়
00:41 ঠিক আছে । এতিয়া আমি ডলাৰ চিহ্নৰ ($) সৈতে আৰম্ভ কৰো আৰু তাৰপাছত আমাৰ ভেৰিয়েবল নেম (variable name) আছে
00:48 অনুগ্ৰহ কৰি মন কৰিব যে আপুনি এটা সংখ্যাৰ ("number") সৈতে আৰম্ভ কৰিব নোৱাৰে । গতিকে মই এটা '1'ৰ সৈতে আৰম্ভ কৰিব নোৱাৰো
00:53 যাৰ সৈতে মই আৰম্ভ কৰিব পাৰো সেইটো হৈছে : এটা আন্দাৰস্ক’ৰ ("underscore") বা এটা আখৰ ("letter")
00:57 আন্দাৰস্ক’ৰ (underscore),আখৰ (letter) আৰু সংখ্যা (number) সমূহৰ বাহিৰে অন্য কোনো বিশেষ কেৰেক্তাৰ (character) অনুমোদিত নহয় যেতিয়ালৈকে ই এটা সংখ্যাৰ (number) সৈতে আৰম্ভ নহয়
01:06 গতিকে, সেইটো ইয়াত সঠিকভাৱে গ্ৰহণযোগ্য হ’ব
01:09 ঠিক আছে । গতিকে মই নেম (name) নামৰ এটা ভেৰিয়েবল নিৰ্মান কৰিম আৰু সেইটো দ্বৈত উৰ্ধকমাৰ (double quotes) ভিতৰত থকা এটা ষ্ট্ৰিং (string) মানৰ লগত সমান হ’বগৈ, আমি ইকৌ ("echo") ফাংচনটোৰ বাবে ব্যৱ্হাৰ কৰাৰ দৰে
01:21 মোৰ নাম এলেক্স ("Alex")
01:23 পাছৰ শাৰীত, আমি এটা ডলাৰ চিহ্ন ($) ব্যৱ্হাৰ কৰি এজ (age) নামৰ অন্য ভেৰিয়েবল নিৰ্মান কৰিম । সেইটো '19'ৰ সমান হ’বগৈ, দ্বৈত উৰ্ধকমাৰ (double quotes) অবিহনে
01:33 এতিয়া, ইয়াৰ বাবে কাৰণটো হৈছে যে ই এটা ইন্তিজাৰ (integer)
01:36 আপুনি ইয়াক দশমিক মানৰ (decimal values ) বাবেওঁ ব্যৱ্হাৰ কৰিব পাৰে । গতিকে ই '19.5' বা উনৈশ (nineteen) আৰু এক অৰ্ধ (a half) হ’ব পাৰে
01:43 লগতে সি স্বয়ংক্ৰিয়ভাৱে (automatically) ইয়াক এটা দশমিকলৈ (decimal) পৰিৱৰ্তন কৰিব পাৰে
01:48 যিকিনহওঁক, এই ক্ষণত ই মাত্ৰ এটা ইন্তিজাৰ (integer) । সেইধৰণে মই ইয়াক বিচাৰো - ভেৰিয়েবল নেম ('name')টো এটা ষ্ট্ৰিং (string) আৰু ভেৰিয়েবল এজ ('age')টো এটা ইন্তিজাৰ (integer)
01:57 গতিকে,আহক আমি ইহঁতক ইকৌ (echo) কৰো
02:00 আমাক যি লাগে সেয়া হৈছে ইকৌ ("echo") আৰু ভেৰিয়েবল নেম (name)টো, আপোনাৰ শাৰী অন্তকাৰক (terminator)টো নাপাহৰিব
02:06 ঠিক আছে, আহক ভেৰিয়েবলচ ("variables") নামৰ আমাৰ ফাইলটো বিচাৰো
02:11 ঠিক আছে, এলেক্স ("Alex") ইকৌ (echo) হ’ল, মই ইয়াত কোৱাৰ দৰে, ইকৌ নেম ("echo name")
02:16 আহক চেষ্টা কৰো আৰু মোৰ বয়স ইকৌ (echo) কৰো
02:19 ই মাত্ৰ এটা ইন্তিজাৰ (integer) ভেৰিয়েবল আৰু তাক ইয়াত ইকৌ (echo) কৰা হৈছে
02:24 ঠিক আছে, গতিকে ভেৰিয়েবল সমূহৰ সৈতে বস্তুটো হৈছে সিহঁতক ষ্ট্ৰিং (string) এটাত শ্ৰেণীবদ্ধ (concatenate) ভাবে সজাবলৈ অতি সহজ
02:30 প্ৰকৃততে, সম্ভবত, কনকাটেনেচন (concatenation) টো এটা ভুল শব্দ - সিহঁতক আপোনাৰ ষ্ট্ৰিং (string) টোৰ ভিতৰত সংলগ্ন কৰিবলৈ অতি সহজ
02:37 যদি আপুনি কনকাটেনেচন (concatenation)টো কি নাজানে, ই মাত্ৰ দুটা বস্তুক একেলগ বা দুটা ষ্ট্ৰিঙক (strings) এটা শাৰীত একেলগে সংলগ্ন কৰাটো বুজায়
02:46 গতিকে, কনকাটেনেচনৰ (concatenation) এটা উদাহৰণ হ’ব, আহক চাওঁ, কনকাট ('concat') আৰু তাৰপাছত মই ক'ব পাৰিম, '.' আৰু তাৰপাছত ইনেচন ('ination')
02:56 এতিয়া, ই কনকাটেনেচনক ('concatination') ইকৌ (echo) কৰিব
02:59 আহক ইয়াক চেষ্টা কৰো । ঠিক আছে?
03:03 কিন্তু তাৰবাবে এটা সম্পূৰ্ণ পৃথক টিউট'ৰিয়েল আছে । গতিকে, মই যি ক’ম, এতিয়াৰ বাবে, যেতিয়া আপুনি ইয়াক ইকৌ (echo) কৰিব তেতিয়া ইয়াক আপোনাৰ এটা ভেৰিয়েবল হিচাবে অন্তৰ্ভুক্ত (include) কৰাৰ প্ৰয়োজন নাই ।
03:14 যদি আপুনি ইয়াক অনুসৰণ (follow) কৰিব নোৱাৰে, চিন্তা নকৰিব । এইটো অতিশয় সহজ
03:18 মই ক'ম মোৰ নাম হৈছে ("My name is") $name আৰু মোৰ বয়স হৈছে ("and my age is") আৰু তলত মোৰ বয়স দিম
03:24 এতিয়া, এই সকলো বিলাক এটা ষ্ট্ৰিঙত (string) , সকলোবিলাক এটা ইকৌত (echo) আছে আৰু আমি মাত্ৰ সৰল আখৰত 'My name is' (মাই নেম ইজ) পাইছো
03:32 ভেৰিয়েবলটো মতা হৈছে । এইটো ইয়াত ৰখা হয় । আৰু তাৰপাছত যেতিয়া এজ (age)ক মতা হয়, এজ (age)ৰ বাবে মানটো ইয়াত ৰখা হয়
03:40 গতিকে, আমি তাক ৰিফ্ৰেচ (refresh) কৰিব পাৰো আৰু আপুনি দেখিব যে "My name is Alex" (মাই নেম ইজ এলেক্স), সেইটো আমাৰ ভেৰিয়েবল; "and my age is 19" (এন্দ মাই এজ ইজ 19) আৰু সেইটো আমাৰ ভেৰিয়েবল
03:48 গতিকে, সিহঁতক ষ্ট্ৰিঙত (string) ৰখাতো সঁচাই সহজ
03:52 ঠিক আছে, এয়াই হৈছে আপুনি ভেৰিয়েবলচৰ বিষয়ে প্ৰকৃততে জানিব বিচৰা বোৰ
03:56 অন্য ধৰণৰ ভেৰিয়েবল আছে যেনে বুলিয়ান (boolean), দেচিমেল (decimal) - যি মই আপোনাক দেখুৱালো, উদাহৰণস্বৰূপে '19.5'ৰ দৰে
04:06 আপুনি সিহঁতক এটা ডলাৰ চিহ্নৰ (dollar sign) সৈতে একেদৰে দিক্লেয়াৰ (declare) কৰিব পাৰিব
04:10 গতিকে, ইয়াক অভ্যাস (practice) কৰক আৰু পাছত যেতিয়া মই অন্য কোনো প্ৰকল্পৰ (project) দ্বাৰা আগবাঢ়িম আপুনি ঘূৰি আহিব পাৰে আৰু কিছু অধিক উন্নত (advanced) কার্যকাৰিতা (functionality) শিকিব পাৰে
04:19 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9