PHP-and-MySQL/C2/Variables-in-PHP/Assamese

From Script | Spoken-Tutorial
Revision as of 01:00, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 PHP ভেৰিয়েবলচৰ (variables) এটা প্ৰাথমিক টিউট’ৰিয়েললৈ স্বাগতম
00:04 প্ৰথমে মই কিছু বস্তুৰ দ্বাৰা খৰকৈ যাওঁ
00:07 PHP ভেৰিয়েবলচ (variables) বোৰৰ ব্যৱ্হাৰ অতি সহজ ; মই নিশ্বিত যে আপুনি সিহঁতক খৰতকীয়াকৈ বুজিব
00:14 আপুনি সিহঁতক দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই আৰু সিহঁতক লিখিবলৈ বৰ সহজ
00:18 আপুনি স্ক্ৰিপ্ত(script)টোৰ দ্বাৰা মাজ পথত এটা ভেৰিয়েবল(variable)লৈ এটা মান যুক্ত কৰিব পাৰে
00:23 লগতে, সিহঁত স্বয়ংক্রিয়ভাবে আপোনাৰ প্ৰয়োজনীয় দাতা টাইপ(data type)লৈ পৰিৱৰ্তিত হয়
00:28 গতিকে, সিহঁতক প্ৰতিবাৰে এটা ভিন্ন পথেৰে দিক্লেয়াৰ(declare) কৰা বা প্ৰতিবাৰে সিহঁতৰ বাবে এটা মান নিৰ্মান কৰাৰ প্ৰয়োজন নাই
00:36 গতিকে, উদাহৰণস্বৰূপে, আহক ইয়াত আমাৰ PHP টেগচ(tags) নিৰ্মান কৰো আৰু আমাৰ বিষয়বস্তু(content) ইয়াৰ মাজলৈ যায়
00:41 ঠিক আছে । এতিয়া আমি ডলাৰ চিহ্নৰ ($) সৈতে আৰম্ভ কৰো আৰু তাৰপাছত আমাৰ ভেৰিয়েবল নেম (variable name)আছে
00:48 অনুগ্ৰহ কৰি মন কৰিব যে আপুনি এটা সংখ্যাৰ("number") সৈতে আৰম্ভ কৰিব নোৱাৰে । গতিকে মই এটা '1'ৰ সৈতে আৰম্ভ কৰিব নোৱাৰো
00:53 যাৰ সৈতে মই আৰম্ভ কৰিব পাৰো সেইটো হৈছে : এটা আন্দাৰস্ক’ৰ ("underscore") বা এটা আখৰ("letter")
00:57 আন্দাৰস্ক’ৰ(underscore),আখৰ(letter) আৰু সংখ্যা(number)সমূহৰ বাহিৰে অন্য কোনো বিশেষ কেৰেক্তাৰ (character) অনুমোদিত নহয় যেতিয়ালৈকে ই এটা সংখ্যাৰ (number) সৈতে আৰম্ভ নহয়
01:06 গতিকে, সেইটো ইয়াত সঠিকভাৱে গ্ৰহণযোগ্য হ’ব
01:09 ঠিক আছে । গতিকে মই নেম(name) নামৰ এটা ভেৰিয়েবল নিৰ্মান কৰিম আৰু সেইটো দ্বৈত উৰ্ধকমাৰ(double quotes) ভিতৰত থকা এটা ষ্ট্ৰিং(string) মানৰ লগত সমান হ’বগৈ, আমি ইকৌ("echo") ফাংচনটোৰ বাবে ব্যৱ্হাৰ কৰাৰ দৰে
01:21 মোৰ নাম এলেক্স ("Alex")
01:23 পাছৰ শাৰীত, আমি এটা ডলাৰ চিহ্ন ($) ব্যৱ্হাৰ কৰি এজ(age) নামৰ অন্য ভেৰিয়েবল নিৰ্মান কৰিম । সেইটো '19'ৰ সমান হ’বগৈ, দ্বৈত উৰ্ধকমাৰ(double quotes) অবিহনে
01:33 এতিয়া, ইয়াৰ বাবে কাৰণটো হৈছে যে ই এটা ইন্তিজাৰ (integer)
01:36 আপুনি ইয়াক দশমিক মানৰ (decimal values ) বাবেওঁ ব্যৱ্হাৰ কৰিব পাৰে । গতিকে ই '19.5' বা উনৈশ(nineteen) আৰু এক অৰ্ধ(a half) হ’ব পাৰে
01:43 লগতে সি স্বয়ংক্ৰিয়ভাৱে(automatically) ইয়াক এটা দশমিকলৈ(decimal) পৰিৱৰ্তন কৰিব পাৰে
01:48 যিকিনহওঁক, এই ক্ষণত ই মাত্ৰ এটা ইন্তিজাৰ(integer) । সেইধৰণে মই ইয়াক বিচাৰো - ভেৰিয়েবল নেম('name')টো এটা ষ্ট্ৰিং(string) আৰু ভেৰিয়েবল এজ('age')টো এটা ইন্তিজাৰ(integer)
01:57 গতিকে,আহক আমি ইহঁতক ইকৌ(echo) কৰো
02:00 আমাক যি লাগে সেয়া হৈছে ইকৌ("echo") আৰু ভেৰিয়েবল নেম(name)টো,আপোনাৰ শাৰী অন্তকাৰক(terminator)টো নাপাহৰিব
02:06 ঠিক আছে,আহক ভেৰিয়েবলচ("variables") নামৰ আমাৰ ফাইলটো বিচাৰো
02:11 ঠিক আছে, এলেক্স("Alex") ইকৌ(echo) হ’ল,মই ইয়াত কোৱাৰ দৰে,ইকৌ নেম("echo name")
02:16 আহক চেষ্টা কৰো আৰু মোৰ বয়স ইকৌ(echo) কৰো
02:19 ই মাত্ৰ এটা ইন্তিজাৰ(integer) ভেৰিয়েবল আৰু তাক ইয়াত ইকৌ(echo) কৰা হৈছে
02:24 ঠিক আছে, গতিকে ভেৰিয়েবল সমূহৰ সৈতে বস্তুটো হৈছে সিহঁতক ষ্ট্ৰিং(string) এটাত শ্ৰেণীবদ্ধ(concatenate) ভাবে সজাবলৈ অতি সহজ
02:30 প্ৰকৃততে,সম্ভবত, কনকাটেনেশন(concatenation) টো এটা ভুল শব্দ - সিহঁতক আপোনাৰ ষ্ট্ৰিং(string) টোৰ ভিতৰত সংলগ্ন কৰিবলৈ অতি সহজ
02:37 যদি আপুনি কনকাটেনেশন(concatenation)টো কি নাজানে, ই মাত্ৰ দুটা বস্তুক একেলগ বা দুটা ষ্ট্ৰিঙক(strings) এটা শাৰীত একেলগে সংলগ্ন কৰাটো বুজায়
02:46 গতিকে,কনকাটেনেশনৰ(concatenation) এটা উদাহৰণ হ’ব,আহক চাওঁ, কনকাট('concat') আৰু তাৰপাছত মই ক'ব পাৰিম, '.' আৰু তাৰপাছত ইনেশন('ination')
02:56 এতিয়া,ই কনকাটেনেশনক('concatination') ইকৌ(echo) কৰিব
02:59 আহক ইয়াক চেষ্টা কৰো । ঠিক আছে?
03:03 কিন্তু তাৰবাবে এটা সম্পূৰ্ণ পৃথক টিউট'ৰিয়েল আছে । গতিকে, মই যি ক’ম, এতিয়াৰ বাবে, যেতিয়া আপুনি ইয়াক ইকৌ(echo) কৰিব তেতিয়া ইয়াক আপোনাৰ এটা ভেৰিয়েবল হিচাবে অন্তৰ্ভুক্ত(include) কৰাৰ প্ৰয়োজন নাই ।
03:14 যদি আপুনি ইয়াক অনুসৰণ(follow) কৰিব নোৱাৰে, চিন্তা নকৰিব । এইটো অতিশয় সহজ
03:18 মই ক'ম মোৰ নাম হৈছে("My name is") $name আৰু মোৰ বয়স হৈছে ("and my age is") আৰু তলত মোৰ বয়স দিম
03:24 এতিয়া, এই সকলো বিলাক এটা ষ্ট্ৰিঙত(string) ,সকলোবিলাক এটা ইকৌত(echo) আছে আৰু আমি মাত্ৰ সৰল আখৰত 'My name is'(মাই নেম ইজ) পাইছো
03:32 ভেৰিয়েবলটো মতা হৈছে । এইটো ইয়াত ৰখা হয় । আৰু তাৰপাছত যেতিয়া এজ(age)ক মতা হয়,এজ(age)ৰ বাবে মানটো ইয়াত ৰখা হয়
03:40 গতিকে, আমি তাক ৰিফ্ৰেচ (refresh) কৰিব পাৰো আৰু আপুনি দেখিব যে "My name is Alex"(মাই নেম ইজ এলেক্স), সেইটো আমাৰ ভেৰিয়েবল; "and my age is 19" (এন্দ মাই এজ ইজ 19) আৰু সেইটো আমাৰ ভেৰিয়েবল
03:48 গতিকে, সিহঁতক ষ্ট্ৰিঙত(string) ৰখাতো সঁচাই সহজ
03:52 ঠিক আছে,এইয়াই হৈছে আপুনি ভেৰিয়েবলচৰ বিষয়ে প্ৰকৃততে জানিব বিচৰা বোৰ
03:56 অন্য ধৰণৰ ভেৰিয়েবল আছে যেনে বুলিয়ান(boolean), দেচিমেল(decimal) - যি মই আপোনাক দেখুৱালো,উদাহৰণস্বৰূপে '19.5'ৰ দৰে
04:06 আপুনি সিহঁতক এটা ডলাৰ চিহ্নৰ(dollar sign) সৈতে একেদৰে দিক্লেয়াৰ(declare) কৰিব পাৰিব
04:10 গতিকে,ইয়াক অভ্যাস(practice) কৰক আৰু পাছত যেতিয়া মই অন্য কোনো প্ৰকল্পৰ(project) দ্বাৰা আগবাঢ়িম আপুনি ঘূৰি আহিব পাৰে আৰু কিছু অধিক উন্নত(advanced) কার্যকাৰিতা(functionality) শিকিব পাৰে
04:19 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকাই অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9