PHP-and-MySQL/C2/Switch-Statement/Assamese

From Script | Spoken-Tutorial
Revision as of 01:07, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
0:00 নমস্কাৰ আৰু চুইতচ ষ্টেতমেন্তৰ(SWITCH statement) এই PHP টিউট’ৰিয়েললৈ স্বাগতম
0:10 মই আপোনাক ইয়াৰ ওপৰত এটা নতুন অধ্যায়(exercise) দেখুৱাবলৈ গৈছো কাৰণ এইটো PHPৰ এটা গুৰূত্বপূৰ্ণ বৈশিষ্ট্য(important feature)
O:16 আহক সোনকালে গাঠণি(syntax)টো নিৰ্মান কৰো
0:20 চুইতচ ষ্টেতমেন্ত(SWITCH statement)টো হৈছে ইফ ষ্টেতমেন্ত(IF statement)ৰ বাবে এটা বিকল্প(substitute) । ই অধিক স্পষ্ট আৰু প্রবন্ধনীয় পছন্দ যদিও ইনপুট(input)টো এটা বিৱৰণ(expression)
0:38 গতিকে,আহক এতিয়া কিবা মান এটা ইনপুট(input) কৰো আৰু তাৰপাছত মানটো ইয়াৰ সমান বুলি ছেভ(save) কৰো
0:45 তাৰপাছত আমি ক’ড(code)টো কাৰ্যকৰী(execute) কৰিব পাৰিম যদি ই এই মানটোৰ সমান বা সদৃশ হয়
0:53 এইটো এটা তুলনামূলক কৌশল(comparison technique) নহয় । গতিকে,সদৃশ মানবোৰ আৰু ইনপুত(input)টোৰ ওপৰত নিৰ্ভৰশীল আউতপুতবোৰ(outputs)ৰ বাবে এটা ইফ ষ্টেতমেন্ত(IF statement) তুলনা কৰিবলৈ,আমি ক’বলৈ গৈছো চুইতচ(SWITCH)
1:03 আহক আৰম্ভ কৰো
1:05 চুইতচ(SWITCH)টো হৈছে ইয়াৰ বাবে মৌলিক ক’ড(code)
1:10 আহক ইয়াত এটা বিৱৰণ(expression) দিওঁ, উদাহৰণস্বৰূপে, মই ইয়াত এলেক্স(Alex) ক’ম
1:17 আহক এটা সৰু প্ৰোগ্ৰাম নিৰ্মান কৰো আৰু আমি আগবাঢ়ি গ’লে মই ইয়াক ব্যাখ্যা কৰিম
1:20 ইফ ষ্টেতমেন্ত(IF statement)ৰ দৰে আমি ইয়াত মাজুবন্ধনী(curly brackets) দিম
1:26 এতিয়া আহক প্ৰত্যেককে পৰীক্ষা কৰিবলৈ মতাৰ পদ্ধতিটো চাওঁ
1:30 আমি ইয়াত মানটো পৰীক্ষা কৰিবলৈ বিচাৰিছো
1:33 এতিয়া আমি ইয়াক উদ্ধৃতি চিহ্ন(quotation marks)ৰ মাজত ৰাখিম
1:37 আপুনি স্পষ্টভাবে সংখ্যা(number) দিব নোৱাৰে
1:42 গতিকে আমি যি লিখিম সেইয়া হৈছে - কেচ(case) - কেচ(case)ৰ মান যি আমি মিলাবলৈ বিচাৰিছো । উদাহৰণস্বৰূপে - এলেক্স(Alex)
1:54 তাৰপাছত আমি এটা ক’লন(colon) বা এটা চেমিক’লন(semi colon) লিখিম
1:58 আৰু তাৰপাছত চৰ্ত(condition)টো যদি কেচ(case)টো আপুনি বাচি লোৱা চুইতচ(SWITCH) বিৱৰণ(expression)টোৰ সৈতে মিলিছে
2:05 গতিকে, মই লিখিম - echo you have blue eyes (ইকৌ ইউ হেভ ব্লো আইচ)
2:13 আমাৰ কেচ তুলনা(case comparison)টো সমাপ্ত কৰিবলৈ আমি ব্রেক(break) আৰু এটা চেমিক’লন(semicolon) ব্যৱ্হাৰ কৰিম
2:20 মনত ৰাখিব যে আমি চেমিক’লন(semicolon)টো ইয়াত ব্যৱ্হাৰ কৰিছো কিন্তু ইয়াত নহয়
2:25 এতিয়া দ্বিতীয় কেচ(case)টো । আহক চাওঁ ইয়াক কিদৰে কৰা হয়
2:30 মই লিখিম বিলি(Billy) আৰু echo you have brown eyes(ইকৌ ইউ হেভ ব্ৰাউন আইচ)
2:42 ঠিক আছে, আৰু তাৰপাছত ব্রেক(break) আৰু চেমি-ক’লন(semi-colon)
2:47 এইটো এটা একতৃত(integrated) ইফ(IF)ৰ দৰে । এইকাৰণে মই ক’ব পাৰিম - যদি আপোনাৰ নামটো এলেক্স(Alex) তেন্তে echo you have blue eyes(ইকৌ ইউ হেভ ব্লো আইচ )বা অন্যথা যদি(ELSE IF) আপোনাৰ নামটো বিলি(Billy) you have brown eyes(ইউ হেভ ব্ৰাউন আইচ)
3:00 সম্ভৱত কিছু লোকৰ বাবে এইটো এনেদৰে কৰাটো সহজ । এইটো এটা অধিক পাঠযোগ্য কিন্তু ই এটা পচন্দৰ বিষয়
3:11 ঠিক আছে আমি আৰু কেচ(case) নাপাওঁ,মই মাত্ৰ এই উদাহৰণটোৰ বাবে এলেক্স(Alex) আৰু বিলি(Billy) ব্যৱহাৰ কৰিম
3:20 ইয়াত মই ক’ম দিফ’ল্ট(default) যি ইকৌ কৰিব- I don't know what color your eyes are(আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
3:29 ঠিক আছে, আমাক ইয়াৰ পাছত এটা ব্ৰেক(break) নালাগে কাৰণ তাত আৰু কেচ(case) নাই
3:38 অৱশ্যেই, ইয়াৰ পাছত ব্ৰেক(break) নাই কাৰণ তাত আৰু নিৰ্বাচন কৰিবলৈ কোনো বিকল্প নাই
3:43 ঠিক আছে, গতিকে, আমি ইয়াত আমাৰ চুইতচ(SWITCH) পালো । আহক ইয়াক আৰম্ভ কৰো
3:48 এতিয়া মই ইয়াত এই এলেক্স(ALEX)ক এটা ভেৰিয়েবলৰ সৈতে প্ৰতিস্থাপন কৰিম, আমাৰ প্ৰোগ্ৰামটো বনাবলৈ
4:00 গতিকে মই লিখো নেম সমান(name equals),আৰু মই সেইটো আপোনাক সিদ্ধান্ত কৰিবলৈ দিছো
4:05 তাৰপাছত মই নেম(name) ক’ম, ইয়াত
4:07 গতিকে আপুনি দেখিছে কেনেকৈ আমি ইয়াত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰো
4:11 এতিয়া সেইটো কেনেকৈ কৰা হয় আপুনি জানিব লাগিব
4:13 গতিকে,আহক আৰম্ভ কৰো আৰু চাওঁ কেনেদৰে ই কাম কৰিব
4:18 আপুনি ক’ব চুইতচ(switch),আপুনি এই বিৱিৰণটো ল’ব, যিটো এলেক্স(Alex)ৰ সমান
4:24 মূলত,এইটোৱেই হৈছে কেচ(case) যি এলেক্স(Alex)ৰ সমান আৰু মই এইটো ইকৌ কৰিম । ব্ৰেক(break)টো হৈছে ইয়াক সমাপ্ত কৰিবলৈ
4:32 আৰু এইটো হৈছে কেচ(case),বিলি(Billy)আৰু মই এইটো ইকৌ(echo) কৰিম আৰু এটা ব্ৰেক(break)ৰে শেষ কৰিম
4:39 যদি নামটো ধৰক,ৰাহুল(Rahul), দিফল্ট(default)টোৱে ইকৌ(echo) কৰিব-I don't know what color your eyes are(আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
4:47 ঠিক আছে, গতিকে আহক ইয়াক ৰান কৰি চেষ্টা কৰো
4:49 পুনৰালোচনা কৰিবলৈ
4:52 আমি চাব পাৰো যে এলেক্স(Alex) এলেক্স(Alex)ৰ লগত মিলাটো আউতপুত(output)টোৰ লগতো মিলিছে
4:57 আপুনি যি কৰিব সেইয়া হৈছে আপুনি বিচৰা ধৰণে ইয়াত বহু শাৰীৰ ক‘ড(code) লিখিব পাৰে । এই ব্ৰেকে(break) কেচ(case)টো ক’ত শেষ হয় নিৰ্ণয় কৰে
5:05 এটা ইফ ষ্টেতমেন্ত(IF statement )ক ব্লক(block) এটা শেষ কৰিবলৈ মাজুবন্ধনী(curly brackets) লাগে
5:12 যিকিনহওঁক, ইয়াত ব্ৰেকে(break) ব্লক(block)টোৰ শেষক নিৰ্ণয় কৰে । এই বোৰক ব্লকচ(blocks) বোলা হয়
5:17 গতিকে, আহক ইয়াক বিলি(Billy)লৈ সলাওঁ আৰু কি হয় চাওঁ
5:22 You have brown eyes (ইউ হেভ ব্ৰাউন আইচ) - নিশ্বিতভাবে আমি ইয়াত যি নিৰ্ণয় কৰিছিলো
5:28 থিক আছে,এতিয়া মই ইয়াক কাইল(Kyle)লৈ সলনি কৰিম.....আৰু ৰিফ্ৰেচ(refresh) কৰক, I don't know what color your eyes are(আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ),কাৰণ আমাৰ প্ৰোগ্ৰামৰ বৈশিষ্টত কোনো ব্লক(block) নাই যি কাইলৰ(Kyle's) চকুৰ ৰং(eye colour) দৰ্শাই
5:45 গতিকে,মূলত সেইটোৱেই চুইতচ ষ্টেতমেন্ত(SWITCH statement)টো
5:47 ইয়াক চেষ্টা কৰক । কিছুলোকে ইয়াক ব্যৱহাৰ কৰি ভাল নাপাই, কিছুৱে ইয়াৰ ব্যৱহাৰক প্ৰাধান্য দিয়ে
5:50 ই সম্ভবত ইফ ষ্টেতমেন্ত(IF statement)টোতকৈ অধিক দ্ৰুত(faster) । ইয়াক নিয়ন্ত্ৰন(control) কৰা সহজ । ই দেখাত বহু উন্নত । গতিকে প্ৰকৃততে এইটো আপোনাৰ নিজা পচন্দৰ ওপৰত
5:56 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউটৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য়

Contributors and Content Editors

Mausamh9, PoojaMoolya