Difference between revisions of "PHP-and-MySQL/C2/Switch-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 6: Line 6:
 
|নমস্কাৰ আৰু  চুইতচ ষ্টেতমেন্তৰ (SWITCH statement) এই PHP টিউট’ৰিয়েললৈ স্বাগতম
 
|নমস্কাৰ আৰু  চুইতচ ষ্টেতমেন্তৰ (SWITCH statement) এই PHP টিউট’ৰিয়েললৈ স্বাগতম
 
|-
 
|-
|0:10
+
|0:07
 
|মই আপোনাক ইয়াৰ ওপৰত এটা নতুন অধ্যায় (exercise) দেখুৱাবলৈ গৈছো কাৰণ এইটো PHPৰ এটা গুৰূত্বপূৰ্ণ বৈশিষ্ট্য (important feature)
 
|মই আপোনাক ইয়াৰ ওপৰত এটা নতুন অধ্যায় (exercise) দেখুৱাবলৈ গৈছো কাৰণ এইটো PHPৰ এটা গুৰূত্বপূৰ্ণ বৈশিষ্ট্য (important feature)
 
|-
 
|-
|O:16
+
|O:14
 
|আহক সোনকালে গাঠণি (syntax)টো নিৰ্মান কৰো
 
|আহক সোনকালে গাঠণি (syntax)টো নিৰ্মান কৰো
 
|-
 
|-
Line 15: Line 15:
 
|চুইতচ ষ্টেতমেন্ত (SWITCH statement)টো হৈছে ইফ ষ্টেতমেন্ত (IF statement)ৰ বাবে এটা বিকল্প (substitute) । ই অধিক স্পষ্ট আৰু প্রবন্ধনীয় পছন্দ যদিও ইনপুট (input)টো এটা বিৱৰণ (expression)  
 
|চুইতচ ষ্টেতমেন্ত (SWITCH statement)টো হৈছে ইফ ষ্টেতমেন্ত (IF statement)ৰ বাবে এটা বিকল্প (substitute) । ই অধিক স্পষ্ট আৰু প্রবন্ধনীয় পছন্দ যদিও ইনপুট (input)টো এটা বিৱৰণ (expression)  
 
|-
 
|-
|0:38
+
|0:34
 
|গতিকে, আহক এতিয়া কিবা মান এটা ইনপুট (input) কৰো আৰু তাৰপাছত মানটো ইয়াৰ সমান বুলি ছেভ (save) কৰো
 
|গতিকে, আহক এতিয়া কিবা মান এটা ইনপুট (input) কৰো আৰু তাৰপাছত মানটো ইয়াৰ সমান বুলি ছেভ (save) কৰো
 
|-
 
|-
|0:45
+
|0:41
 
|তাৰপাছত আমি ক’ড (code)টো কাৰ্যকৰী (execute) কৰিব পাৰিম যদি ই এই মানটোৰ সমান বা সদৃশ হয়
 
|তাৰপাছত আমি ক’ড (code)টো কাৰ্যকৰী (execute) কৰিব পাৰিম যদি ই এই মানটোৰ সমান বা সদৃশ হয়
 
|-
 
|-
|0:53
+
|0:47
 
|এইটো এটা তুলনামূলক কৌশল (comparison technique)  নহয় । গতিকে, সদৃশ মানবোৰ আৰু ইনপুত (input)টোৰ ওপৰত নিৰ্ভৰশীল আউতপুতবোৰ (outputs)ৰ বাবে এটা ইফ ষ্টেতমেন্ত (IF statement) তুলনা কৰিবলৈ, আমি ক’বলৈ গৈছো চুইতচ (SWITCH)
 
|1:03
+
|1:00
 
|আহক আৰম্ভ কৰো
 
|আহক আৰম্ভ কৰো
 
|-
 
|-
|1:05
+
|1:03
 
|চুইতচ (SWITCH)টো হৈছে ইয়াৰ বাবে মৌলিক ক’ড (code)
 
|চুইতচ (SWITCH)টো হৈছে ইয়াৰ বাবে মৌলিক ক’ড (code)
 
|-
 
|-
|1:10
+
|1:07
 
|আহক ইয়াত এটা বিৱৰণ (expression) দিওঁ, উদাহৰণস্বৰূপে, মই ইয়াত এলেক্স (Alex) ক’ম
 
|আহক ইয়াত এটা বিৱৰণ (expression) দিওঁ, উদাহৰণস্বৰূপে, মই ইয়াত এলেক্স (Alex) ক’ম
 
|-
 
|-
|1:17
+
|1:12
 
|আহক এটা সৰু প্ৰোগ্ৰাম নিৰ্মান কৰো আৰু আমি আগবাঢ়ি গ’লে মই ইয়াক ব্যাখ্যা কৰিম
 
|আহক এটা সৰু প্ৰোগ্ৰাম নিৰ্মান কৰো আৰু আমি আগবাঢ়ি গ’লে মই ইয়াক ব্যাখ্যা কৰিম
 
|-
 
|-
|1:20
+
|1:17
 
|ইফ ষ্টেতমেন্ত (IF statement)ৰ দৰে আমি ইয়াত মাজুবন্ধনী (curly brackets) দিম
 
|ইফ ষ্টেতমেন্ত (IF statement)ৰ দৰে আমি ইয়াত মাজুবন্ধনী (curly brackets) দিম
 
|-
 
|-
|1:26
+
|1:20
 
|এতিয়া আহক প্ৰত্যেককে পৰীক্ষা কৰিবলৈ মতাৰ পদ্ধতিটো চাওঁ
 
|এতিয়া আহক প্ৰত্যেককে পৰীক্ষা কৰিবলৈ মতাৰ পদ্ধতিটো চাওঁ
 
|-
 
|-
|1:30
+
|1:25
 
|আমি ইয়াত মানটো পৰীক্ষা কৰিবলৈ বিচাৰিছো
 
|আমি ইয়াত মানটো পৰীক্ষা কৰিবলৈ বিচাৰিছো
 
|-
 
|-
|1:33
+
|1:28
 
|এতিয়া আমি ইয়াক উদ্ধৃতি চিহ্ন (quotation marks)ৰ মাজত ৰাখিম
 
|এতিয়া আমি ইয়াক উদ্ধৃতি চিহ্ন (quotation marks)ৰ মাজত ৰাখিম
 
|-
 
|-
|1:37
+
|1:32
 
|আপুনি স্পষ্টভাবে সংখ্যা (number) দিব নোৱাৰে
 
|আপুনি স্পষ্টভাবে সংখ্যা (number) দিব নোৱাৰে
 
|-
 
|-
|1:42
+
|1:35
 
|গতিকে আমি যি লিখিম সেইয়া হৈছে - কেচ (case) - কেচ (case)ৰ মান যি আমি মিলাবলৈ বিচাৰিছো । উদাহৰণস্বৰূপে - এলেক্স (Alex)
 
|গতিকে আমি যি লিখিম সেইয়া হৈছে - কেচ (case) - কেচ (case)ৰ মান যি আমি মিলাবলৈ বিচাৰিছো । উদাহৰণস্বৰূপে - এলেক্স (Alex)
 
|-
 
|-
|1:54
+
|1:48
 
|তাৰপাছত আমি এটা ক’লন (colon) বা এটা চেমিক’লন (semi colon) লিখিম
 
|তাৰপাছত আমি এটা ক’লন (colon) বা এটা চেমিক’লন (semi colon) লিখিম
 
|-
 
|-
|1:58
+
|1:51
 
|আৰু তাৰপাছত চৰ্ ত(condition)টো যদি কেচ (case)টো আপুনি বাচি লোৱা চুইতচ (SWITCH) বিৱৰণ (expression)টোৰ সৈতে মিলিছে
 
|আৰু তাৰপাছত চৰ্ ত(condition)টো যদি কেচ (case)টো আপুনি বাচি লোৱা চুইতচ (SWITCH) বিৱৰণ (expression)টোৰ সৈতে মিলিছে
 
|-
 
|-
|2:05
+
|1:57
 
|গতিকে, মই লিখিম - echo you have blue eyes (ইকৌ ইউ হেভ ব্লো আইচ)
 
|গতিকে, মই লিখিম - echo you have blue eyes (ইকৌ ইউ হেভ ব্লো আইচ)
 
|-
 
|-
|2:13
+
|2:05
 
|আমাৰ কেচ তুলনা (case comparison)টো সমাপ্ত কৰিবলৈ আমি ব্রেক (break) আৰু এটা চেমিক’লন (semicolon) ব্যৱ্হাৰ কৰিম
 
|আমাৰ কেচ তুলনা (case comparison)টো সমাপ্ত কৰিবলৈ আমি ব্রেক (break) আৰু এটা চেমিক’লন (semicolon) ব্যৱ্হাৰ কৰিম
 
|-
 
|-
|2:20
+
|2:12
 
|মনত ৰাখিব যে আমি চেমিক’লন (semicolon)টো ইয়াত ব্যৱ্হাৰ কৰিছো কিন্তু ইয়াত নহয়  
 
|মনত ৰাখিব যে আমি চেমিক’লন (semicolon)টো ইয়াত ব্যৱ্হাৰ কৰিছো কিন্তু ইয়াত নহয়  
 
|-
 
|-
|2:25
+
|2:18
 
|এতিয়া দ্বিতীয় কেচ (case)টো । আহক চাওঁ  ইয়াক কিদৰে কৰা হয়
 
|এতিয়া দ্বিতীয় কেচ (case)টো । আহক চাওঁ  ইয়াক কিদৰে কৰা হয়
 
|-
 
|-
|2:30
+
|2:24
 
|মই লিখিম বিলি (Billy) আৰু echo you have brown eyes (ইকৌ ইউ হেভ ব্ৰাউন আইচ)
 
|মই লিখিম বিলি (Billy) আৰু echo you have brown eyes (ইকৌ ইউ হেভ ব্ৰাউন আইচ)
 
|-
 
|-
|2:42
+
|2:35
 
|ঠিক আছে, আৰু তাৰপাছত ব্রেক (break) আৰু চেমি-ক’লন (semi-colon)
 
|ঠিক আছে, আৰু তাৰপাছত ব্রেক (break) আৰু চেমি-ক’লন (semi-colon)
 
|-
 
|-
|2:47
+
|2:40
 
|এইটো এটা একতৃত (integrated) ইফ (IF)ৰ দৰে । এইকাৰণে মই ক’ব পাৰিম - যদি আপোনাৰ নামটো এলেক্স (Alex) তেন্তে  echo you have blue eyes (ইকৌ ইউ হেভ ব্লো আইচ) বা অন্যথা যদি (ELSE IF) আপোনাৰ নামটো বিলি (Billy) you have brown eyes (ইউ হেভ ব্ৰাউন আইচ)  
 
|3:00
+
|2:56
 
|সম্ভৱত কিছু লোকৰ বাবে এইটো এনেদৰে কৰাটো সহজ । এইটো এটা অধিক পাঠযোগ্য কিন্তু ই এটা পচন্দৰ বিষয়  
 
|সম্ভৱত কিছু লোকৰ বাবে এইটো এনেদৰে কৰাটো সহজ । এইটো এটা অধিক পাঠযোগ্য কিন্তু ই এটা পচন্দৰ বিষয়  
 
|-
 
|-
|3:11
+
|3:05
 
|ঠিক আছে আমি আৰু কেচ (case) নাপাওঁ, মই মাত্ৰ এই উদাহৰণটোৰ বাবে এলেক্স (Alex) আৰু বিলি (Billy) ব্যৱহাৰ কৰিম
 
|ঠিক আছে আমি আৰু কেচ (case) নাপাওঁ, মই মাত্ৰ এই উদাহৰণটোৰ বাবে এলেক্স (Alex) আৰু বিলি (Billy) ব্যৱহাৰ কৰিম
 
|-
 
|-
|3:20
+
|3:11
 
|ইয়াত মই ক’ম  দিফ’ল্ট (default) যি ইকৌ কৰিব - I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
 
|ইয়াত মই ক’ম  দিফ’ল্ট (default) যি ইকৌ কৰিব - I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
 
|-
 
|-
|3:29
+
|3:21
 
|ঠিক আছে, আমাক ইয়াৰ পাছত এটা ব্ৰেক (break) নালাগে কাৰণ তাত আৰু কেচ (case) নাই
 
|ঠিক আছে, আমাক ইয়াৰ পাছত এটা ব্ৰেক (break) নালাগে কাৰণ তাত আৰু কেচ (case) নাই
 
|-
 
|-
|3:38
+
|3:27
 
|অৱশ্যেই, ইয়াৰ পাছত ব্ৰেক (break) নাই কাৰণ তাত আৰু নিৰ্বাচন কৰিবলৈ কোনো বিকল্প নাই  
 
|অৱশ্যেই, ইয়াৰ পাছত ব্ৰেক (break) নাই কাৰণ তাত আৰু নিৰ্বাচন কৰিবলৈ কোনো বিকল্প নাই  
 
|-
 
|-
|3:43
+
|3:33
 
|ঠিক আছে, গতিকে, আমি ইয়াত আমাৰ চুইতচ (SWITCH) পালো । আহক ইয়াক আৰম্ভ কৰো  
 
|ঠিক আছে, গতিকে, আমি ইয়াত আমাৰ চুইতচ (SWITCH) পালো । আহক ইয়াক আৰম্ভ কৰো  
 
|-
 
|-
|3:48
+
|3:39
 
|এতিয়া মই ইয়াত এই এলেক্স (ALEX)ক এটা ভেৰিয়েবলৰ সৈতে প্ৰতিস্থাপন কৰিম, আমাৰ প্ৰোগ্ৰামটো বনাবলৈ
 
|এতিয়া মই ইয়াত এই এলেক্স (ALEX)ক এটা ভেৰিয়েবলৰ সৈতে প্ৰতিস্থাপন কৰিম, আমাৰ প্ৰোগ্ৰামটো বনাবলৈ
 
|-
 
|-
|4:00
+
|3:47
 
|গতিকে মই লিখো নেম সমান (name equals), আৰু মই সেইটো আপোনাক সিদ্ধান্ত কৰিবলৈ দিছো
 
|গতিকে মই লিখো নেম সমান (name equals), আৰু মই সেইটো আপোনাক সিদ্ধান্ত কৰিবলৈ দিছো
 
|-
 
|-
|4:05
+
|3:55
 
|তাৰপাছত মই নেম (name) ক’ম, ইয়াত
 
|তাৰপাছত মই নেম (name) ক’ম, ইয়াত
 
|-
 
|-
|4:07
+
|3:58
 
|গতিকে আপুনি দেখিছে কেনেকৈ আমি ইয়াত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰো  
 
|গতিকে আপুনি দেখিছে কেনেকৈ আমি ইয়াত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰো  
 
|-
 
|-
|4:11
+
|4:03
 
|এতিয়া সেইটো কেনেকৈ কৰা হয় আপুনি জানিব লাগিব
 
|এতিয়া সেইটো কেনেকৈ কৰা হয় আপুনি জানিব লাগিব
 
|-
 
|-
|4:13
+
|4:06
 
|গতিকে,আহক আৰম্ভ কৰো আৰু চাওঁ কেনেদৰে ই কাম কৰিব
 
|গতিকে,আহক আৰম্ভ কৰো আৰু চাওঁ কেনেদৰে ই কাম কৰিব
 
|-
 
|-
|4:18
+
|4:09
 
|আপুনি ক’ব চুইতচ (switch), আপুনি এই বিৱিৰণটো ল’ব, যিটো এলেক্স (Alex)ৰ সমান  
 
|আপুনি ক’ব চুইতচ (switch), আপুনি এই বিৱিৰণটো ল’ব, যিটো এলেক্স (Alex)ৰ সমান  
 
|-
 
|-
|4:24
+
|4:14
 
|মূলত, এইটোৱেই হৈছে কেচ (case) যি এলেক্স (Alex)ৰ সমান আৰু মই এইটো ইকৌ কৰিম । ব্ৰেক (break)টো হৈছে ইয়াক সমাপ্ত কৰিবলৈ  
 
|মূলত, এইটোৱেই হৈছে কেচ (case) যি এলেক্স (Alex)ৰ সমান আৰু মই এইটো ইকৌ কৰিম । ব্ৰেক (break)টো হৈছে ইয়াক সমাপ্ত কৰিবলৈ  
 
|-
 
|-
|4:32
+
|4:22
 
|আৰু এইটো হৈছে কেচ (case), বিলি (Billy) আৰু মই এইটো ইকৌ (echo) কৰিম আৰু এটা ব্ৰেক (break)ৰে শেষ কৰিম
 
|আৰু এইটো হৈছে কেচ (case), বিলি (Billy) আৰু মই এইটো ইকৌ (echo) কৰিম আৰু এটা ব্ৰেক (break)ৰে শেষ কৰিম
 
|-
 
|-
|4:39
+
|4:28
 
|যদি নামটো ধৰক, ৰাহুল (Rahul), দিফল্ট (default)টোৱে ইকৌ (echo) কৰিব - I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
 
|যদি নামটো ধৰক, ৰাহুল (Rahul), দিফল্ট (default)টোৱে ইকৌ (echo) কৰিব - I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
 
|-
 
|-
|4:47
+
|4:35
 
|ঠিক আছে, গতিকে আহক ইয়াক ৰান কৰি চেষ্টা কৰো  
 
|ঠিক আছে, গতিকে আহক ইয়াক ৰান কৰি চেষ্টা কৰো  
 
|-
 
|-
|4:49
+
|4:38
 
|পুনৰালোচনা কৰিবলৈ
 
|পুনৰালোচনা কৰিবলৈ
 
|-
 
|-
|4:52
+
|4:41
 
|আমি চাব পাৰো যে এলেক্স (Alex) এলেক্স (Alex)ৰ লগত মিলাটো আউতপুত (output)টোৰ লগতো মিলিছে
 
|আমি চাব পাৰো যে এলেক্স (Alex) এলেক্স (Alex)ৰ লগত মিলাটো আউতপুত (output)টোৰ লগতো মিলিছে
 
|-
 
|-
|4:57
+
|4:47
 
|আপুনি যি কৰিব সেইয়া হৈছে আপুনি বিচৰা ধৰণে ইয়াত বহু শাৰীৰ ক‘ড (code) লিখিব পাৰে । এই ব্ৰেকে (break) কেচ (case)টো ক’ত শেষ হয় নিৰ্ণয় কৰে  
 
|আপুনি যি কৰিব সেইয়া হৈছে আপুনি বিচৰা ধৰণে ইয়াত বহু শাৰীৰ ক‘ড (code) লিখিব পাৰে । এই ব্ৰেকে (break) কেচ (case)টো ক’ত শেষ হয় নিৰ্ণয় কৰে  
 
|-
 
|-
|5:05
+
|4:56
 
|এটা ইফ ষ্টেতমেন্ত (IF statement )ক ব্লক (block) এটা শেষ কৰিবলৈ মাজুবন্ধনী (curly brackets) লাগে  
 
|এটা ইফ ষ্টেতমেন্ত (IF statement )ক ব্লক (block) এটা শেষ কৰিবলৈ মাজুবন্ধনী (curly brackets) লাগে  
 
|-
 
|-
|5:12
+
|5:01
 
|যিকিনহওঁক, ইয়াত ব্ৰেকে (break) ব্লক (block)টোৰ শেষক নিৰ্ণয় কৰে । এই বোৰক ব্লকচ (blocks) বোলা হয়  
 
|যিকিনহওঁক, ইয়াত ব্ৰেকে (break) ব্লক (block)টোৰ শেষক নিৰ্ণয় কৰে । এই বোৰক ব্লকচ (blocks) বোলা হয়  
 
|-
 
|-
|5:17
+
|5:06
 
|গতিকে, আহক ইয়াক বিলি (Billy)লৈ সলাওঁ আৰু কি হয় চাওঁ
 
|গতিকে, আহক ইয়াক বিলি (Billy)লৈ সলাওঁ আৰু কি হয় চাওঁ
 
|-
 
|-
|5:22
+
|5:10
 
|You have brown eyes (ইউ হেভ ব্ৰাউন আইচ) - নিশ্বিতভাবে আমি ইয়াত যি নিৰ্ণয় কৰিছিলো
 
|You have brown eyes (ইউ হেভ ব্ৰাউন আইচ) - নিশ্বিতভাবে আমি ইয়াত যি নিৰ্ণয় কৰিছিলো
 
|-
 
|-
|5:28
+
|5:14
 
|থিক আছে, এতিয়া মই ইয়াক কাইল (Kyle)লৈ সলনি কৰিম.....আৰু ৰিফ্ৰেচ (refresh) কৰক, I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ), কাৰণ আমাৰ প্ৰোগ্ৰামৰ বৈশিষ্টত কোনো ব্লক (block) নাই যি কাইলৰ (Kyle's) চকুৰ ৰং (eye colour) দৰ্শাই  
 
|5:45
+
|5:31
 
|গতিকে, মূলত সেইটোৱেই চুইতচ ষ্টেতমেন্ত (SWITCH statement)টো  
 
|গতিকে, মূলত সেইটোৱেই চুইতচ ষ্টেতমেন্ত (SWITCH statement)টো  
 
|-
 
|-
|5:47
+
|5:34
 
|ইয়াক চেষ্টা কৰক । কিছুলোকে ইয়াক ব্যৱহাৰ কৰি ভাল নাপাই, কিছুৱে ইয়াৰ ব্যৱহাৰক প্ৰাধান্য দিয়ে  
 
|ইয়াক চেষ্টা কৰক । কিছুলোকে ইয়াক ব্যৱহাৰ কৰি ভাল নাপাই, কিছুৱে ইয়াৰ ব্যৱহাৰক প্ৰাধান্য দিয়ে  
 
|-
 
|-
|5:50
+
|5:39
 
|ই সম্ভবত ইফ ষ্টেতমেন্ত (IF statement)টোতকৈ অধিক দ্ৰুত (faster) । ইয়াক নিয়ন্ত্ৰন (control) কৰা সহজ । ই দেখাত বহু উন্নত । গতিকে  প্ৰকৃততে এইটো আপোনাৰ নিজা পচন্দৰ ওপৰত
 
|ই সম্ভবত ইফ ষ্টেতমেন্ত (IF statement)টোতকৈ অধিক দ্ৰুত (faster) । ইয়াক নিয়ন্ত্ৰন (control) কৰা সহজ । ই দেখাত বহু উন্নত । গতিকে  প্ৰকৃততে এইটো আপোনাৰ নিজা পচন্দৰ ওপৰত
 
|-
 
|-
|5:56
+
|5:49
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা  । শুভ বিদা্য়
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা  । শুভ বিদা্য়

Revision as of 02:18, 9 June 2015

Time Narration
0:00 নমস্কাৰ আৰু চুইতচ ষ্টেতমেন্তৰ (SWITCH statement) এই PHP টিউট’ৰিয়েললৈ স্বাগতম
0:07 মই আপোনাক ইয়াৰ ওপৰত এটা নতুন অধ্যায় (exercise) দেখুৱাবলৈ গৈছো কাৰণ এইটো PHPৰ এটা গুৰূত্বপূৰ্ণ বৈশিষ্ট্য (important feature)
O:14 আহক সোনকালে গাঠণি (syntax)টো নিৰ্মান কৰো
0:20 চুইতচ ষ্টেতমেন্ত (SWITCH statement)টো হৈছে ইফ ষ্টেতমেন্ত (IF statement)ৰ বাবে এটা বিকল্প (substitute) । ই অধিক স্পষ্ট আৰু প্রবন্ধনীয় পছন্দ যদিও ইনপুট (input)টো এটা বিৱৰণ (expression)
0:34 গতিকে, আহক এতিয়া কিবা মান এটা ইনপুট (input) কৰো আৰু তাৰপাছত মানটো ইয়াৰ সমান বুলি ছেভ (save) কৰো
0:41 তাৰপাছত আমি ক’ড (code)টো কাৰ্যকৰী (execute) কৰিব পাৰিম যদি ই এই মানটোৰ সমান বা সদৃশ হয়
0:47 এইটো এটা তুলনামূলক কৌশল (comparison technique) নহয় । গতিকে, সদৃশ মানবোৰ আৰু ইনপুত (input)টোৰ ওপৰত নিৰ্ভৰশীল আউতপুতবোৰ (outputs)ৰ বাবে এটা ইফ ষ্টেতমেন্ত (IF statement) তুলনা কৰিবলৈ, আমি ক’বলৈ গৈছো চুইতচ (SWITCH)
1:00 আহক আৰম্ভ কৰো
1:03 চুইতচ (SWITCH)টো হৈছে ইয়াৰ বাবে মৌলিক ক’ড (code)
1:07 আহক ইয়াত এটা বিৱৰণ (expression) দিওঁ, উদাহৰণস্বৰূপে, মই ইয়াত এলেক্স (Alex) ক’ম
1:12 আহক এটা সৰু প্ৰোগ্ৰাম নিৰ্মান কৰো আৰু আমি আগবাঢ়ি গ’লে মই ইয়াক ব্যাখ্যা কৰিম
1:17 ইফ ষ্টেতমেন্ত (IF statement)ৰ দৰে আমি ইয়াত মাজুবন্ধনী (curly brackets) দিম
1:20 এতিয়া আহক প্ৰত্যেককে পৰীক্ষা কৰিবলৈ মতাৰ পদ্ধতিটো চাওঁ
1:25 আমি ইয়াত মানটো পৰীক্ষা কৰিবলৈ বিচাৰিছো
1:28 এতিয়া আমি ইয়াক উদ্ধৃতি চিহ্ন (quotation marks)ৰ মাজত ৰাখিম
1:32 আপুনি স্পষ্টভাবে সংখ্যা (number) দিব নোৱাৰে
1:35 গতিকে আমি যি লিখিম সেইয়া হৈছে - কেচ (case) - কেচ (case)ৰ মান যি আমি মিলাবলৈ বিচাৰিছো । উদাহৰণস্বৰূপে - এলেক্স (Alex)
1:48 তাৰপাছত আমি এটা ক’লন (colon) বা এটা চেমিক’লন (semi colon) লিখিম
1:51 আৰু তাৰপাছত চৰ্ ত(condition)টো যদি কেচ (case)টো আপুনি বাচি লোৱা চুইতচ (SWITCH) বিৱৰণ (expression)টোৰ সৈতে মিলিছে
1:57 গতিকে, মই লিখিম - echo you have blue eyes (ইকৌ ইউ হেভ ব্লো আইচ)
2:05 আমাৰ কেচ তুলনা (case comparison)টো সমাপ্ত কৰিবলৈ আমি ব্রেক (break) আৰু এটা চেমিক’লন (semicolon) ব্যৱ্হাৰ কৰিম
2:12 মনত ৰাখিব যে আমি চেমিক’লন (semicolon)টো ইয়াত ব্যৱ্হাৰ কৰিছো কিন্তু ইয়াত নহয়
2:18 এতিয়া দ্বিতীয় কেচ (case)টো । আহক চাওঁ ইয়াক কিদৰে কৰা হয়
2:24 মই লিখিম বিলি (Billy) আৰু echo you have brown eyes (ইকৌ ইউ হেভ ব্ৰাউন আইচ)
2:35 ঠিক আছে, আৰু তাৰপাছত ব্রেক (break) আৰু চেমি-ক’লন (semi-colon)
2:40 এইটো এটা একতৃত (integrated) ইফ (IF)ৰ দৰে । এইকাৰণে মই ক’ব পাৰিম - যদি আপোনাৰ নামটো এলেক্স (Alex) তেন্তে echo you have blue eyes (ইকৌ ইউ হেভ ব্লো আইচ) বা অন্যথা যদি (ELSE IF) আপোনাৰ নামটো বিলি (Billy) you have brown eyes (ইউ হেভ ব্ৰাউন আইচ)
2:56 সম্ভৱত কিছু লোকৰ বাবে এইটো এনেদৰে কৰাটো সহজ । এইটো এটা অধিক পাঠযোগ্য কিন্তু ই এটা পচন্দৰ বিষয়
3:05 ঠিক আছে আমি আৰু কেচ (case) নাপাওঁ, মই মাত্ৰ এই উদাহৰণটোৰ বাবে এলেক্স (Alex) আৰু বিলি (Billy) ব্যৱহাৰ কৰিম
3:11 ইয়াত মই ক’ম দিফ’ল্ট (default) যি ইকৌ কৰিব - I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
3:21 ঠিক আছে, আমাক ইয়াৰ পাছত এটা ব্ৰেক (break) নালাগে কাৰণ তাত আৰু কেচ (case) নাই
3:27 অৱশ্যেই, ইয়াৰ পাছত ব্ৰেক (break) নাই কাৰণ তাত আৰু নিৰ্বাচন কৰিবলৈ কোনো বিকল্প নাই
3:33 ঠিক আছে, গতিকে, আমি ইয়াত আমাৰ চুইতচ (SWITCH) পালো । আহক ইয়াক আৰম্ভ কৰো
3:39 এতিয়া মই ইয়াত এই এলেক্স (ALEX)ক এটা ভেৰিয়েবলৰ সৈতে প্ৰতিস্থাপন কৰিম, আমাৰ প্ৰোগ্ৰামটো বনাবলৈ
3:47 গতিকে মই লিখো নেম সমান (name equals), আৰু মই সেইটো আপোনাক সিদ্ধান্ত কৰিবলৈ দিছো
3:55 তাৰপাছত মই নেম (name) ক’ম, ইয়াত
3:58 গতিকে আপুনি দেখিছে কেনেকৈ আমি ইয়াত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত কৰো
4:03 এতিয়া সেইটো কেনেকৈ কৰা হয় আপুনি জানিব লাগিব
4:06 গতিকে,আহক আৰম্ভ কৰো আৰু চাওঁ কেনেদৰে ই কাম কৰিব
4:09 আপুনি ক’ব চুইতচ (switch), আপুনি এই বিৱিৰণটো ল’ব, যিটো এলেক্স (Alex)ৰ সমান
4:14 মূলত, এইটোৱেই হৈছে কেচ (case) যি এলেক্স (Alex)ৰ সমান আৰু মই এইটো ইকৌ কৰিম । ব্ৰেক (break)টো হৈছে ইয়াক সমাপ্ত কৰিবলৈ
4:22 আৰু এইটো হৈছে কেচ (case), বিলি (Billy) আৰু মই এইটো ইকৌ (echo) কৰিম আৰু এটা ব্ৰেক (break)ৰে শেষ কৰিম
4:28 যদি নামটো ধৰক, ৰাহুল (Rahul), দিফল্ট (default)টোৱে ইকৌ (echo) কৰিব - I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ)
4:35 ঠিক আছে, গতিকে আহক ইয়াক ৰান কৰি চেষ্টা কৰো
4:38 পুনৰালোচনা কৰিবলৈ
4:41 আমি চাব পাৰো যে এলেক্স (Alex) এলেক্স (Alex)ৰ লগত মিলাটো আউতপুত (output)টোৰ লগতো মিলিছে
4:47 আপুনি যি কৰিব সেইয়া হৈছে আপুনি বিচৰা ধৰণে ইয়াত বহু শাৰীৰ ক‘ড (code) লিখিব পাৰে । এই ব্ৰেকে (break) কেচ (case)টো ক’ত শেষ হয় নিৰ্ণয় কৰে
4:56 এটা ইফ ষ্টেতমেন্ত (IF statement )ক ব্লক (block) এটা শেষ কৰিবলৈ মাজুবন্ধনী (curly brackets) লাগে
5:01 যিকিনহওঁক, ইয়াত ব্ৰেকে (break) ব্লক (block)টোৰ শেষক নিৰ্ণয় কৰে । এই বোৰক ব্লকচ (blocks) বোলা হয়
5:06 গতিকে, আহক ইয়াক বিলি (Billy)লৈ সলাওঁ আৰু কি হয় চাওঁ
5:10 You have brown eyes (ইউ হেভ ব্ৰাউন আইচ) - নিশ্বিতভাবে আমি ইয়াত যি নিৰ্ণয় কৰিছিলো
5:14 থিক আছে, এতিয়া মই ইয়াক কাইল (Kyle)লৈ সলনি কৰিম.....আৰু ৰিফ্ৰেচ (refresh) কৰক, I don't know what color your eyes are (আই দ’ন্ত নৌ হোৱাত ক’লৰ ইয়ৰ আইচ আৰ), কাৰণ আমাৰ প্ৰোগ্ৰামৰ বৈশিষ্টত কোনো ব্লক (block) নাই যি কাইলৰ (Kyle's) চকুৰ ৰং (eye colour) দৰ্শাই
5:31 গতিকে, মূলত সেইটোৱেই চুইতচ ষ্টেতমেন্ত (SWITCH statement)টো
5:34 ইয়াক চেষ্টা কৰক । কিছুলোকে ইয়াক ব্যৱহাৰ কৰি ভাল নাপাই, কিছুৱে ইয়াৰ ব্যৱহাৰক প্ৰাধান্য দিয়ে
5:39 ই সম্ভবত ইফ ষ্টেতমেন্ত (IF statement)টোতকৈ অধিক দ্ৰুত (faster) । ইয়াক নিয়ন্ত্ৰন (control) কৰা সহজ । ই দেখাত বহু উন্নত । গতিকে প্ৰকৃততে এইটো আপোনাৰ নিজা পচন্দৰ ওপৰত
5:49 দৰ্শন কৰাৰ বাবে ধন্যবাদ । স্প’কেন টিউট'ৰিয়েল প্ৰকল্পৰ বাবে মই মৌচুম হাজৰিকা । শুভ বিদা্য়

Contributors and Content Editors

Mausamh9, PoojaMoolya