PHP-and-MySQL/C2/Loops-For-Statement/Assamese

From Script | Spoken-Tutorial
Revision as of 01:22, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 ফৰ(for) লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ(code) ব্লক(block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত(condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো(initialization) আৰু শেষত বৰ্দ্ধিতকৰণ(increment)টোৰ সৈতে
00:18 গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ(increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ(loop) হ’ব
00:38 গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল(complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল;ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত(compact)
00:43 এতিয়া আমি for(ফৰ) লিখিম
00:53 গতিকে,ইয়াত আপুনি ক’ড(code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক(block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
01:03 গতিকে,মই ইয়াত ইকৌ(echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ(echo) কৰিলো
01:13 ইয়াত, আমি num =1 লিখিম,'= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন(setting) কৰিছো
01:22 তাৰপাছত আমাৰ এটা চৰ্ত (condition)আছে । উদাহৰণ স্বৰূপে, হোৱাইল(while) num <= to 10
01:31 তাৰপাছত, আমাৰ বৰ্দ্ধিত(increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ(loop )টো সম্পূৰ্ণ হৈছে
01:37 গতিকে, আমি লিখিম for (ফৰ)আৰু আমাৰ ভেৰিয়েবল num=1
01:47 তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ(loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++আছে
01:52 আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী(useful)
01:55 আৰু আমি এইটো ইয়াত দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই
01:59 ইয়াক এই বন্ধনী(parentheses)ৰ ভিতৰত দিক্লেয়াৰ(declare) কৰিব পাৰি
02:02 ঠিক আছে, মই শাৰী-অন্তকাৰক(line-break)টো পাহৰিলো
02:07 মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক(line-break)যোগ কৰিম
02:10 ৰিফ্ৰেচ(Refresh)
02:12 আপুনি আগবাঢ়ক
02:17 আপুনি আপোনাৰ লোপ(loop)টো দহবাৰ(ten times) পালে
02:25 আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ(loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান(less than or equal) হয়
02:28 তাৰপাছত লোপটো(loop) ভংগ(break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত(script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত(continue) কৰিব পাৰিব
02:36 এইটো অলপ বেছি জটিল(complex) কিন্তু যেতিয়া আপুনি মূলসূত্র(basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব
02:37 দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble