Difference between revisions of "PHP-and-MySQL/C2/Loops-For-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 6: Line 6:
 
|ফৰ ('''for''') লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ ('''code''') ব্লক ('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত ('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ ('''increment''')টোৰ সৈতে  
 
|-
 
|-
|00:18
+
|00:16
 
|গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব   
 
|গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব   
 
|-
 
|-
|00:38
+
|00:26
 
|গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex)  । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact)  
 
|গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex)  । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact)  
 
|-
 
|-
|00:43
+
|00:42
 
|এতিয়া আমি '''for''' (ফৰ) লিখিম
 
|এতিয়া আমি '''for''' (ফৰ) লিখিম
 
|-
 
|-
|00:53
+
|00:45
 
|গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
 
|গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
 
|-
 
|-
|01:03
+
|00:54
 
|গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো  
 
|গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো  
 
|-
 
|-
|01:13
+
|01:03
 
|ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো  
 
|ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো  
 
|-
 
|-
|01:22
+
|01:12
 
|তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10
 
|তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10
 
|-
 
|-
|01:31
+
|01:22
 
|তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে  
 
|তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে  
 
|-
 
|-
|01:37
+
|01:32
 
|গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1'''  
 
|গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1'''  
 
|-
 
|-
|01:47
+
|01:37
 
|তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে  
 
|তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে  
 
|-
 
|-
|01:52
+
|01:48
 
|আপুনি দেখিছে যে, '''num ++'''  টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful)  
 
|আপুনি দেখিছে যে, '''num ++'''  টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful)  
 
|-
 
|-
|01:55
+
|01:52
 
|আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
 
|আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
 
|-
 
|-
|01:59
+
|01:54
 
|ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি
 
|ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি
 
|-
 
|-
|02:02
+
|01:59
 
|ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো
 
|ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো
 
|-
 
|-
|02:07
+
|02:04
 
|মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম  
 
|মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম  
 
|-
 
|-
|02:10
+
|02:09
 
|ৰিফ্ৰেচ ('''Refresh''')
 
|ৰিফ্ৰেচ ('''Refresh''')
 
|-
 
|-
|02:12
+
|02:11
 
|আপুনি আগবাঢ়ক  
 
|আপুনি আগবাঢ়ক  
 
|-
 
|-
|02:17
+
|02:12
 
|আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে
 
|আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে
 
|-
 
|-
|02:25
+
|02:15
 
|আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয়  
 
|আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয়  
 
|-
 
|-
|02:28
+
|02:23
 
|তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব
 
|তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব
 
|-
 
|-
|02:36
+
|02:31
 
|এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব  
 
|এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব  
 
|-
 
|-
|02:37
+
|02:38
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ

Revision as of 01:42, 10 June 2015

Time Narration
00:00 ফৰ (for) লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ (code) ব্লক (block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত (condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ (increment)টোৰ সৈতে
00:16 গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ (increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব
00:26 গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact)
00:42 এতিয়া আমি for (ফৰ) লিখিম
00:45 গতিকে, ইয়াত আপুনি ক’ড (code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক (block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
00:54 গতিকে, মই ইয়াত ইকৌ (echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো
01:03 ইয়াত, আমি num =1 লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো
01:12 তাৰপাছত আমাৰ এটা চৰ্ত (condition) আছে । উদাহৰণ স্বৰূপে, হোৱাইল (while) num <= to 10
01:22 তাৰপাছত, আমাৰ বৰ্দ্ধিত (increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ (loop )টো সম্পূৰ্ণ হৈছে
01:32 গতিকে, আমি লিখিম for (ফৰ) আৰু আমাৰ ভেৰিয়েবল num=1
01:37 তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ (loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++ আছে
01:48 আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful)
01:52 আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
01:54 ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি
01:59 ঠিক আছে, মই শাৰী-অন্তকাৰক (line-break)টো পাহৰিলো
02:04 মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক (line-break) যোগ কৰিম
02:09 ৰিফ্ৰেচ (Refresh)
02:11 আপুনি আগবাঢ়ক
02:12 আপুনি আপোনাৰ লোপ (loop)টো দহবাৰ (ten times) পালে
02:15 আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয়
02:23 তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব
02:31 এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব
02:38 দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble