Difference between revisions of "PHP-and-MySQL/C2/Loops-For-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |ফৰ('''for''') লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল...")
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
|ফৰ('''for''') লোপৰ(loop) মূল নীতিটো(principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ('''code''') ব্লক('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো(initialization) আৰু শেষত বৰ্দ্ধিতকৰণ('''increment''')টোৰ সৈতে  
+
|ফৰ ('''for''') লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ ('''code''') ব্লক ('''block''') এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত ('''condition''') এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ ('''increment''')টোৰ সৈতে  
 
|-
 
|-
 
|00:18
 
|00:18
|গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ(loop) হ’ব   
+
|গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ ('''increment''') কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব   
 
|-
 
|-
 
|00:38
 
|00:38
|গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল(complex)  । যিকিনহওঁক, ই দেখিবলৈ ভাল;ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত(compact)  
+
|গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex)  । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact)  
 
|-
 
|-
 
|00:43
 
|00:43
|এতিয়া আমি '''for'''(ফৰ) লিখিম
+
|এতিয়া আমি '''for''' (ফৰ) লিখিম
 
|-
 
|-
 
|00:53
 
|00:53
|গতিকে,ইয়াত আপুনি ক’ড('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
+
|গতিকে, ইয়াত আপুনি ক’ড ('''code''')টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক ('''block''') পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
 
|-
 
|-
 
|01:03
 
|01:03
|গতিকে,মই ইয়াত ইকৌ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ(echo) কৰিলো  
+
|গতিকে, মই ইয়াত ইকৌ ('''echo''') ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো  
 
|-
 
|-
 
|01:13
 
|01:13
|ইয়াত, আমি '''num =1''' লিখিম,'= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন(setting) কৰিছো  
+
|ইয়াত, আমি '''num =1''' লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো  
 
|-
 
|-
 
|01:22
 
|01:22
|তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''')আছে । উদাহৰণ স্বৰূপে, হোৱাইল('''while''') num <= to 10
+
|তাৰপাছত আমাৰ এটা চৰ্ত ('''condition''') আছে । উদাহৰণ স্বৰূপে, হোৱাইল ('''while''') num <= to 10
 
|-
 
|-
 
|01:31
 
|01:31
|তাৰপাছত, আমাৰ বৰ্দ্ধিত('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ('''loop''' )টো সম্পূৰ্ণ হৈছে  
+
|তাৰপাছত, আমাৰ বৰ্দ্ধিত ('''increment''') মানসমূহ আছে । গতিকে, আমি '''num ++''' পাম আৰু লোপ ('''loop''' )টো সম্পূৰ্ণ হৈছে  
 
|-
 
|-
 
|01:37
 
|01:37
|গতিকে, আমি লিখিম '''for''' (ফৰ)আৰু আমাৰ ভেৰিয়েবল '''num=1'''  
+
|গতিকে, আমি লিখিম '''for''' (ফৰ) আৰু আমাৰ ভেৰিয়েবল '''num=1'''  
 
|-
 
|-
 
|01:47
 
|01:47
|তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++'''আছে  
+
|তাৰপাছত আমাৰ '''হোৱাইল(while) num<= 10''' চৰ্ত ('''condition''')টো আছে, লোপ ('''loop''')টো চলি থাকিব আৰু তাৰপাছত আমাৰ '''num ++''' আছে  
 
|-
 
|-
 
|01:52
 
|01:52
|আপুনি দেখিছে যে, '''num ++'''  টো তলত দিয়াতকৈ এইটো বেছি উপযোগী(useful)  
+
|আপুনি দেখিছে যে, '''num ++'''  টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful)  
 
|-
 
|-
 
|01:55
 
|01:55
|আৰু আমি এইটো ইয়াত দিক্লেয়াৰ(declare) কৰাৰ প্ৰয়োজন নাই
+
|আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
 
|-
 
|-
 
|01:59
 
|01:59
|ইয়াক এই বন্ধনী(parentheses)ৰ ভিতৰত দিক্লেয়াৰ(declare) কৰিব পাৰি
+
|ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি
 
|-
 
|-
 
|02:02
 
|02:02
|ঠিক আছে, মই শাৰী-অন্তকাৰক('''line-break''')টো পাহৰিলো
+
|ঠিক আছে, মই শাৰী-অন্তকাৰক ('''line-break''')টো পাহৰিলো
 
|-
 
|-
 
|02:07
 
|02:07
|মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক('''line-break''')যোগ কৰিম  
+
|মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক ('''line-break''') যোগ কৰিম  
 
|-
 
|-
 
|02:10
 
|02:10
|ৰিফ্ৰেচ('''Refresh''')
+
|ৰিফ্ৰেচ ('''Refresh''')
 
|-
 
|-
 
|02:12
 
|02:12
Line 58: Line 58:
 
|-
 
|-
 
|02:17
 
|02:17
|আপুনি আপোনাৰ লোপ('''loop''')টো দহবাৰ(ten times) পালে
+
|আপুনি আপোনাৰ লোপ ('''loop''')টো দহবাৰ (ten times) পালে
 
|-
 
|-
 
|02:25
 
|02:25
|আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ(loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান(less than or equal) হয়  
+
|আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয়  
 
|-
 
|-
 
|02:28
 
|02:28
|তাৰপাছত লোপটো(loop) ভংগ(break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত(script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত(continue) কৰিব পাৰিব
+
|তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব
 
|-
 
|-
 
|02:36
 
|02:36
|এইটো অলপ বেছি জটিল(complex) কিন্তু যেতিয়া আপুনি মূলসূত্র(basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব  
+
|এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব  
 
|-
 
|-
 
|02:37  
 
|02:37  
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ
 
|দৰ্শন কৰাৰ বাবে ধন্যবাদ

Revision as of 18:01, 3 June 2015

Time Narration
00:00 ফৰ (for) লোপৰ (loop) মূল নীতিটো (principle) হৈছে যে ই আপুনি উল্লেখ কৰা সংখ্যক বাৰ ক’ডৰ (code) ব্লক (block) এটা পুনৰাবৃত্তি কৰিব, মাত্ৰ চৰ্ত (condition) এটা ব্যৱ্হাৰ কৰি নহয় কিন্তু লগতে আৰম্ভণীত প্ৰাৰম্ভণটো (initialization) আৰু শেষত বৰ্দ্ধিতকৰণ (increment)টোৰ সৈতে
00:18 গতিকে, আপুনি আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ বৰ্দ্ধিতকৰণ (increment) কৰিব বিচাৰে সি নিৰ্ধাৰিত কৰে যে আপোনাৰ ভেৰিয়েবলটো কিমানবাৰ লোপ (loop) হ’ব
00:38 গতিকে, এইটো লিখিবলৈ অলপ বেছি জটিল (complex) । যিকিনহওঁক, ই দেখিবলৈ ভাল; ই কাৰ্যটো কৰে আৰু ই অতি সংক্ষিপ্ত (compact)
00:43 এতিয়া আমি for (ফৰ) লিখিম
00:53 গতিকে, ইয়াত আপুনি ক’ড (code)টোৰ তিনিটা অংশ আৰু আপোনাৰ ব্ল’ক (block) পালে আৰু এইটোৱেই আপোনাৰ প্ৰয়োজন আৰু আপোনাৰ বিষয়বস্তু (content) ইয়াত পাব পাৰে
01:03 গতিকে, মই ইয়াত ইকৌ (echo) ক’ম আৰু আহক এটা ভেৰিয়েবল '$num' নিৰ্মান কৰো । গতিকে, আমি 'num' ক ইকৌ (echo) কৰিলো
01:13 ইয়াত, আমি num =1 লিখিম, '= = 1' নহয় কাৰণ আমি ভেৰিয়েবল 'num' টোক মান 1লৈ স্থাপন (setting) কৰিছো
01:22 তাৰপাছত আমাৰ এটা চৰ্ত (condition) আছে । উদাহৰণ স্বৰূপে, হোৱাইল (while) num <= to 10
01:31 তাৰপাছত, আমাৰ বৰ্দ্ধিত (increment) মানসমূহ আছে । গতিকে, আমি num ++ পাম আৰু লোপ (loop )টো সম্পূৰ্ণ হৈছে
01:37 গতিকে, আমি লিখিম for (ফৰ) আৰু আমাৰ ভেৰিয়েবল num=1
01:47 তাৰপাছত আমাৰ হোৱাইল(while) num<= 10 চৰ্ত (condition)টো আছে, লোপ (loop)টো চলি থাকিব আৰু তাৰপাছত আমাৰ num ++ আছে
01:52 আপুনি দেখিছে যে, num ++ টো তলত দিয়াতকৈ এইটো বেছি উপযোগী (useful)
01:55 আৰু আমি এইটো ইয়াত দিক্লেয়াৰ (declare) কৰাৰ প্ৰয়োজন নাই
01:59 ইয়াক এই বন্ধনী (parentheses)ৰ ভিতৰত দিক্লেয়াৰ (declare) কৰিব পাৰি
02:02 ঠিক আছে, মই শাৰী-অন্তকাৰক (line-break)টো পাহৰিলো
02:07 মই ইয়াৰ শেষত এটা শাৰী-অন্তকাৰক (line-break) যোগ কৰিম
02:10 ৰিফ্ৰেচ (Refresh)
02:12 আপুনি আগবাঢ়ক
02:17 আপুনি আপোনাৰ লোপ (loop)টো দহবাৰ (ten times) পালে
02:25 আৰু ইয়াক এনেধৰণে উল্লেখ কৰা হৈছে যে,ই মাত্ৰ তেতিয়াহে লোপ (loop) হ’ব যেতিয়া 'num' টো 10তকৈ সৰু বা সমান (less than or equal) হয়
02:28 তাৰপাছত লোপটো (loop) ভংগ (break) হ’ব আৰু আপুনি স্ক্ৰিপ্ত (script)টোৰ বাকী অংশৰ সৈতে ক্ৰমাগত (continue) কৰিব পাৰিব
02:36 এইটো অলপ বেছি জটিল (complex) কিন্তু যেতিয়া আপুনি মূলসূত্র (basics) শিকিব আপুনি ইয়াক কিছু সহজ পাব
02:37 দৰ্শন কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9, Pratik kamble