PHP-and-MySQL/C2/Loops-Do-While-Statement/Assamese

From Script | Spoken-Tutorial
Revision as of 23:26, 2 June 2015 by Mausamh9 (Talk | contribs)

Jump to: navigation, search
Time Narration
00:00 পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল (do-while) লোপ (loop)টো শিকিম
00:05 ইয়াক লগতে দু-হোৱাইল (do-while) ষ্টেতমেন্ত (statement) বুলিওঁ কোৱা হয় । আপুনি ইয়াক এটা লোপ (loop) বা এটা ষ্টেতমেন্ত (statement) বুলি ক’ব পাৰে
00:12 মূলটো হোৱাইল (while) লোপ (loop)ৰ সৈতে একে যদিওঁ চৰ্ত (condition)টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ (loop)টোৰ শেষত পৰীক্ষা কৰা হয়
00:20 আমাৰ বাবে দু (do) আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক (block) আৰু শেষত হোৱাইল (while) আছে । তাৰপাছত ইয়াত এটা চৰ্ত (condition) আছে । গতিকে, এইটো হৈছে চৰ্তটো (condition)
00:29 এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ (echo) হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল (while) লোপ (loop)টোত কৰিছো
00:41 এতিয়া চৰ্ত (condition)টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম (name) নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ (loop)টো শেষ হ’ব
01:00 মই আৰম্ভ কৰিবলৈ num(নাম) = 1 লিখিম
01:04 তাৰপাছত মই লিখিম "my name is Alex" (মাই নেম ইজ এলেক্স)
01:09 মই বিচৰা লোপ (loop)টোৰ চৰ্ত (condition)টো হৈছে - while(হোৱাইল) the(দ) name(নেম) = Alex(এলেক্স)
01:15 যেতিয়ালৈকে name(নেম)=Alex(এলেক্স) হ’ব, ই লোপ (loop) হ’ব । গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত (specific condition) ক’ব লাগিব - নেম (name)টো বিলি ("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ (loop)টো আৰু নচলিব কাৰণ নেম (name)টো এলেক্স ("Alex")ৰ সমান নহয়
01:31 এতিয়া, আমি দু (do) লোপ (loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত (if statement) সংলগ্ন কৰিম । মনত ৰাখিব : আপুনি থ’ব পাৰিব
  • ইফ ষ্টেতমেন্তচ (if statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ (if statements)
  • লোপচ (loops)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ (if statements)
  • লোপচ (loops)ৰ ভিতৰত লোপচ (loops)

আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই । যেতিয়ালৈকে আপোনাৰ ক’ডে (code) কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব

01:55 এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু (do)
01:57 প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ (echo) কৰিম
02:00 শাৰীটো ব্ৰেক (break) কৰিবলৈ আপুনি তাক এটা সৰু HTML code(ক’ড)ৰ সৈতে কনকাটিনেত (concatenate) কৰিব পাৰে
02:05 ইয়াত মই num(নাম)++ লিখিম যিটো num(নাম) +1ৰ দৰে একেই
02:14 তাৰপাছত মোৰ ইফ (if) ষ্টেতমেন্ত (statement)- যদি নাম (num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ (echo) নহয়
02:26 মই নামটো বিলি ("Billy")লৈ সলাব বিচাৰিছো
02:30 মই সংক্ষিপ্তবৃত্তি কৰো । মনত ৰাখিব, মই ইয়াত মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড (code) আছে যি ইফ (if) ষ্টেতমেন্ত (statement)টোৰ পাছৰ ব্লক (block)টোত কাৰ্যকৰী হব লাগিব
02:42 গতিকে মোক মাত্ৰ এশাৰী ক‘ড (code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ
02:46 গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো
02:51 এইটো মোৰ নাম্বাৰ (number ) ভেৰিয়েবল, ই বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ (echo) হ’ব পাৰে
02:57 মই মোৰ নামটো এলেক্স ("Alex")লৈ স্থাপিত কৰিছো
03:00 আমি আমাৰ দু (do) আৰম্ভ কৰো
03:02 নামটো এতিয়াওঁ এলেক্স ("Alex") আছে
03:04 তাত কোনো চৰ্ত (condition)নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব
03;07 গতিকে আমি সংখ্যাটো ইকৌ (echo ) কৰিম যিটো হৈছে 1
03:10 আমি ইয়াক 1ৰে বৰ্দ্ধিত কৰিম যিটো 2 ৰ সমান হ’ব
03:14 এতিয়া, আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক
03:26 এইটো নহয় । গতিকে এইটো এৰক । ই name(নেম) = Alex(এলেক্স) বুলি ক’ব । আৰু তাৰপাছত ওপৰলৈ ঘূৰি যাব
03:34 এইটো এতিয়াও 2 হৈ থাকিব । যি বুজায় যে লোপ (loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে
03:41 ই 2 ইকৌ (echo) কৰিব
03:43 ই এক যোগ কৰিব আৰু 3 ক’ব
03:46 আৰু তাৰপাছত ই ক’ব : 3 টো 10 তকৈ ডাঙৰ বা সমান হয়নে ?
03:51 নহ্য়, এইটো নহ্য়
03:52 গতিকে, নেম (name)টো বিলি ("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড (code)টোৰ বাকী অংশৰ সৈতে চলিব
03:58 নামটো এতিয়াওঁ এলেক্স ("Alex") হৈ আছে
04:00 গতিকে, লোপ (loop)টো চলি থাকিব । এই ক্ষেত্ৰ্ত ই 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ (echo) হ’ব
04:09 এতিয়া নাম (num)টো 10 হ’ব
04:11 ইফ (if) চৰ্তটো ট্ৰু (True) হ’ব
04:13 নেম (name)টো বিলিলৈ ("Billy") স্থাপিত হ’ব আৰু হোৱাইল (while) চৰ্তটোত ই এলেক্স ("Alex")ৰ সমান নহয় । গতিকে হোৱাইল (while) লোপ (loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড (code)টো চলি থাকিব
04:25 গতিকে, আহক এই ক’ড (code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো । তাত টিপক
04:31 ঠিক আছে, আমি 1, 2, 3 ৰ পৰা 9লৈ সকলো বিলাক পালো
04:35 নিশ্বিতভাবে, আমাৰ চৰ্ত (condition) সম্পূৰ্ণ হৈছে । আমাৰ নেম (name)টো বিলি ("Billy")লৈ সলনি হৈছে । আমাৰ নাম (name)টো এতিয়া এলেক্স ("Alex")ৰ সমান নহয়
04:43 গতিকে, আমাৰ লোপ (loop)টো ইয়াত বন্ধ হৈছে
04:45 এতিয়া ইফ (if)টো 11 লৈ সলাওঁক বা আপুনি নাম (num)টো 0 লৈ সলাব পাৰে
04:50 এতিয়া ই কাম নকৰিব আৰু আপুনি চাব পাৰে কিয়
04:54 আমি 0 ৰ পৰা 9 লৈ পালো
04:57 কাৰণটো হৈছে আপোনাৰ আৰম্ভনী সংখ্যাটো
05:02 ই যি কৰিব সেইটো হৈছে, মই আগতে কোৱাৰ দৰে, ই বৰ্তমান সংখ্যাটো ইকৌ (echo) কৰিব, তাৰপাছত ইয়াক এটা 1 ৰ বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত (if statement)টোত ইয়াক তুলনা কৰিব
05:13 গতিকে, আপুনি তুলনা কৰিছে যিটো আপুনি চাব নোৱাৰে
05:16 যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি ("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ (loop)টো শেষ কৰিব
05:23 আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ, এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা
05:27 যদি আমি ইয়াক ৰিফ্ৰেচ (refresh) কৰো, এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো
05:31 এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ (do-while loop) । যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ (do-while loop) টো হোৱাইল (while) লোপ (loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে
05:44 গতিকে, ইয়াক অভ্যাস কৰক, চেষ্টা কৰক আৰু কিছুমান মান দিয়ক । লগতে, মই এইমাত্ৰ নিৰ্মাণ কৰা প্ৰোগ্ৰামটো পুনৰ গঠন কৰিবলৈ চেষ্টা কৰক
05:52 অতি সোনকালেই লোপচ (loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক
05:56 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble