Difference between revisions of "PHP-and-MySQL/C2/Loops-Do-While-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল...")
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
|পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল('''do-while''') লোপ(loop)টো শিকিম
+
|পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল ('''do-while''') লোপ (loop)টো শিকিম
 
|-
 
|-
 
|00:05
 
|00:05
|ইয়াক লগতে দু-হোৱাইল('''do-while''') ষ্টেতমেন্ত(statement) বুলিওঁ কোৱা হয়  ।  আপুনি ইয়াক এটা লোপ('''loop''') বা এটা ষ্টেতমেন্ত('''statement''') বুলি ক’ব পাৰে
+
|ইয়াক লগতে দু-হোৱাইল ('''do-while''') ষ্টেতমেন্ত (statement) বুলিওঁ কোৱা হয়  ।  আপুনি ইয়াক এটা লোপ ('''loop''') বা এটা ষ্টেতমেন্ত ('''statement''') বুলি ক’ব পাৰে
 
|-
 
|-
 
|00:12
 
|00:12
|মূলটো হোৱাইল('''while''') লোপ(loop)ৰ সৈতে একে যদিওঁ চৰ্ত('''condition''')টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ(loop)টোৰ শেষত পৰীক্ষা কৰা হয়
+
|মূলটো হোৱাইল ('''while''') লোপ (loop)ৰ সৈতে একে যদিওঁ চৰ্ত ('''condition''')টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ (loop)টোৰ শেষত পৰীক্ষা কৰা হয়
 
|-
 
|-
 
|00:20
 
|00:20
|আমাৰ বাবে দু ('''do''') আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক(block) আৰু শেষত হোৱাইল('''while''') আছে  ।  তাৰপাছত ইয়াত এটা চৰ্ত('''condition''') আছে  ।  গতিকে, এইটো হৈছে চৰ্তটো(condition)
+
|আমাৰ বাবে দু ('''do''') আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক (block) আৰু শেষত হোৱাইল ('''while''') আছে  ।  তাৰপাছত ইয়াত এটা চৰ্ত ('''condition''') আছে  ।  গতিকে, এইটো হৈছে চৰ্তটো (condition)
 
|-
 
|-
 
|00:29
 
|00:29
|এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ('''echo''') হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল('''while''') লোপ(loop)টোত কৰিছো  
+
|এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ ('''echo''') হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল ('''while''') লোপ (loop)টোত কৰিছো  
 
|-
 
|-
 
|00:41
 
|00:41
|এতিয়া চৰ্ত('''condition''')টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম('''name''') নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ('''loop''')টো শেষ হ’ব
+
|এতিয়া চৰ্ত ('''condition''')টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম ('''name''') নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ ('''loop''')টো শেষ হ’ব
 
|-
 
|-
 
|01:00
 
|01:00
Line 28: Line 28:
 
|-
 
|-
 
|01:09
 
|01:09
| মই বিচৰা লোপ('''loop''')টোৰ চৰ্ত('''condition''')টো হৈছে -  '''while'''(হোৱাইল) the(দ) '''name(নেম) = Alex(এলেক্স)'''
+
| মই বিচৰা লোপ ('''loop''')টোৰ চৰ্ত ('''condition''')টো হৈছে -  '''while'''(হোৱাইল) the(দ) '''name(নেম) = Alex(এলেক্স)'''
 
|-
 
|-
 
|01:15
 
|01:15
|যেতিয়ালৈকে '''name(নেম)=Alex(এলেক্স)''' হ’ব, ই লোপ(loop) হ’ব  ।  গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত(specific condition) ক’ব লাগিব - নেম(name)টো বিলি("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ(loop)টো আৰু নচলিব কাৰণ নেম(name)টো এলেক্স("Alex")ৰ সমান নহয়
+
|যেতিয়ালৈকে '''name(নেম)=Alex(এলেক্স)''' হ’ব, ই লোপ (loop) হ’ব  ।  গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত (specific condition) ক’ব লাগিব - নেম (name)টো বিলি ("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ (loop)টো আৰু নচলিব কাৰণ নেম (name)টো এলেক্স ("Alex")ৰ সমান নহয়
 
|-
 
|-
 
|01:31
 
|01:31
|এতিয়া, আমি দু ('''do''') লোপ(loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত('''if''' statement) সংলগ্ন কৰিম  ।  মনত ৰাখিব : আপুনি থ’ব পাৰিব
+
|এতিয়া, আমি দু ('''do''') লোপ (loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত ('''if''' statement) সংলগ্ন কৰিম  ।  মনত ৰাখিব : আপুনি থ’ব পাৰিব
*  ইফ ষ্টেতমেন্তচ('''if''' statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ('''if''' statements)  
+
*  ইফ ষ্টেতমেন্তচ ('''if''' statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ ('''if''' statements)  
*  লোপচ('''loops''')ৰ ভিতৰত ইফ ষ্টেতমেন্তচ('''if''' statements)
+
*  লোপচ ('''loops''')ৰ ভিতৰত ইফ ষ্টেতমেন্তচ ('''if''' statements)
*  লোপচ('''loops''')ৰ ভিতৰত লোপচ('''loops''')
+
*  লোপচ ('''loops''')ৰ ভিতৰত লোপচ ('''loops''')
আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই  ।  যেতিয়ালৈকে আপোনাৰ ক’ডে('''code''') কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব  
+
আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই  ।  যেতিয়ালৈকে আপোনাৰ ক’ডে ('''code''') কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব  
 
|-
 
|-
 
|01:55
 
|01:55
|এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু('''do''')
+
|এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু ('''do''')
 
|-
 
|-
 
|01:57
 
|01:57
|প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ('''echo''') কৰিম
+
|প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ ('''echo''') কৰিম
 
|-
 
|-
 
|02:00
 
|02:00
|শাৰীটো ব্ৰেক(break) কৰিবলৈ আপুনি তাক এটা সৰু '''HTML code(ক’ড)'''ৰ সৈতে কনকাটিনেত(concatenate) কৰিব পাৰে
+
|শাৰীটো ব্ৰেক (break) কৰিবলৈ আপুনি তাক এটা সৰু '''HTML code(ক’ড)'''ৰ সৈতে কনকাটিনেত (concatenate) কৰিব পাৰে
 
|-
 
|-
 
|02:05
 
|02:05
Line 53: Line 53:
 
|-
 
|-
 
|02:14
 
|02:14
|তাৰপাছত মোৰ ইফ('''if''') ষ্টেতমেন্ত(statement)- যদি নাম(num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ('''echo''') নহয়   
+
|তাৰপাছত মোৰ ইফ ('''if''') ষ্টেতমেন্ত (statement)- যদি নাম (num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ ('''echo''') নহয়   
 
|-
 
|-
 
|02:26
 
|02:26
|মই নামটো বিলি("Billy")লৈ সলাব বিচাৰিছো
+
|মই নামটো বিলি ("Billy")লৈ সলাব বিচাৰিছো
 
|-
 
|-
 
|02:30
 
|02:30
|মই সংক্ষিপ্তবৃত্তি কৰো  ।  মনত ৰাখিব,মই ইয়াত মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড(code) আছে যি ইফ('''if''') ষ্টেতমেন্ত(statement)টোৰ পাছৰ ব্লক(block)টোত কাৰ্যকৰী হব লাগিব  
+
|মই সংক্ষিপ্তবৃত্তি কৰো  ।  মনত ৰাখিব, মই ইয়াত মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড (code) আছে যি ইফ ('''if''') ষ্টেতমেন্ত (statement)টোৰ পাছৰ ব্লক (block)টোত কাৰ্যকৰী হব লাগিব  
 
|-
 
|-
 
|02:42
 
|02:42
|গতিকে মোক মাত্ৰ এশাৰী ক‘ড(code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ  
+
|গতিকে মোক মাত্ৰ এশাৰী ক‘ড (code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ  
 
|-
 
|-
 
|02:46
 
|02:46
 
|গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো
 
|গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো
 
 
|-
 
|-
 
|02:51
 
|02:51
|এইটো মোৰ নাম্বাৰ('''number''' ) ভেৰিয়েবল, ই বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ(echo) হ’ব পাৰে  
+
|এইটো মোৰ নাম্বাৰ ('''number''' ) ভেৰিয়েবল, ই বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ (echo) হ’ব পাৰে  
 
|-
 
|-
 
|02:57
 
|02:57
|মই মোৰ নামটো এলেক্স("Alex")লৈ স্থাপিত কৰিছো
+
|মই মোৰ নামটো এলেক্স ("Alex")লৈ স্থাপিত কৰিছো
 
|-
 
|-
 
|03:00
 
|03:00
|আমি আমাৰ দু('''do''') আৰম্ভ কৰো  
+
|আমি আমাৰ দু ('''do''') আৰম্ভ কৰো  
 
|-
 
|-
 
|03:02
 
|03:02
|নামটো এতিয়াওঁ এলেক্স("Alex") আছে  
+
|নামটো এতিয়াওঁ এলেক্স ("Alex") আছে  
 
|-
 
|-
 
|03:04
 
|03:04
|তাত কোনো চৰ্ত('''condition''')নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব  
+
|তাত কোনো চৰ্ত ('''condition''')নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব  
 
|-
 
|-
 
|03;07
 
|03;07
Line 90: Line 89:
 
|-
 
|-
 
|03:14
 
|03:14
|এতিয়া,আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক  
+
|এতিয়া, আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক  
 
|-
 
|-
 
|03:26
 
|03:26
Line 96: Line 95:
 
|-
 
|-
 
|03:34
 
|03:34
|এইটো এতিয়াও 2 হৈ থাকিব ।  যি বুজায় যে লোপ(loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে
+
|এইটো এতিয়াও 2 হৈ থাকিব ।  যি বুজায় যে লোপ (loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে
 
|-
 
|-
 
|03:41
 
|03:41
|ই 2 ইকৌ('''echo''') কৰিব
+
|ই 2 ইকৌ ('''echo''') কৰিব
 
|-
 
|-
 
|03:43
 
|03:43
Line 108: Line 107:
 
|-
 
|-
 
|03:51
 
|03:51
|নহ্য়,এইটো নহ্য়  
+
|নহ্য়, এইটো নহ্য়  
 
|-
 
|-
 
|03:52
 
|03:52
|গতিকে,নেম('''name''')টো বিলি("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড(code)টোৰ বাকী অংশৰ সৈতে চলিব  
+
|গতিকে, নেম ('''name''')টো বিলি ("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড (code)টোৰ বাকী অংশৰ সৈতে চলিব  
 
|-
 
|-
 
|03:58
 
|03:58
Line 117: Line 116:
 
|-
 
|-
 
|04:00
 
|04:00
|গতিকে,লোপ(loop)টো চলি থাকিব । এই ক্ষেত্ৰ্ত ই 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ(echo) হ’ব  
+
|গতিকে, লোপ (loop)টো চলি থাকিব । এই ক্ষেত্ৰ্ত ই 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ (echo) হ’ব  
 
|-
 
|-
 
|04:09
 
|04:09
|এতিয়া নাম('''num''')টো 10 হ’ব
+
|এতিয়া নাম ('''num''')টো 10 হ’ব
 
|-
 
|-
 
|04:11
 
|04:11
|ইফ('''if''') চৰ্তটো ট্ৰু('''True''') হ’ব
+
|ইফ ('''if''') চৰ্তটো ট্ৰু ('''True''') হ’ব
 
|-
 
|-
 
|04:13
 
|04:13
|নেম('''name''')টো বিলিলৈ("Billy")স্থাপিত হ’ব আৰু হোৱাইল('''while''')চৰ্তটোত ই এলেক্স("Alex")ৰ সমান নহয় । গতিকে হোৱাইল('''while''') লোপ(loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড(code)টো চলি থাকিব   
+
|নেম ('''name''')টো বিলিলৈ ("Billy") স্থাপিত হ’ব আৰু হোৱাইল ('''while''') চৰ্তটোত ই এলেক্স ("Alex")ৰ সমান নহয় । গতিকে হোৱাইল ('''while''') লোপ (loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড (code)টো চলি থাকিব   
 
|-
 
|-
 
|04:25
 
|04:25
|গতিকে, আহক এই ক’ড(code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো ।  তাত টিপক  
+
|গতিকে, আহক এই ক’ড (code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো ।  তাত টিপক  
 
|-
 
|-
 
|04:31
 
|04:31
|ঠিক আছে, আমি 1, 2, 3 ৰ পৰা 9লৈ সকলো বিলাক পালো  
+
|ঠিক আছে, আমি 1, 2, 3 ৰ পৰা 9লৈ সকলো বিলাক পালো  
 
|-
 
|-
 
|04:35
 
|04:35
|নিশ্বিতভাবে, আমাৰ চৰ্ত('''condition''') সম্পূৰ্ণ হৈছে । আমাৰ নেম('''name''')টো বিলি("Billy")লৈ সলনি হৈছে । আমাৰ নাম(name)টো এতিয়া এলেক্স("Alex")ৰ সমান নহয়  
+
|নিশ্বিতভাবে, আমাৰ চৰ্ত ('''condition''') সম্পূৰ্ণ হৈছে । আমাৰ নেম ('''name''')টো বিলি ("Billy")লৈ সলনি হৈছে । আমাৰ নাম (name)টো এতিয়া এলেক্স ("Alex")ৰ সমান নহয়  
 
|-
 
|-
 
|04:43
 
|04:43
|গতিকে, আমাৰ লোপ('''loop''')টো ইয়াত বন্ধ হৈছে   
+
|গতিকে, আমাৰ লোপ ('''loop''')টো ইয়াত বন্ধ হৈছে   
 
|-
 
|-
 
|04:45
 
|04:45
|এতিয়া ইফ('''if''')টো 11 লৈ সলাওঁক বা আপুনি নাম('''num''')টো  0 লৈ সলাব পাৰে
+
|এতিয়া ইফ ('''if''')টো 11 লৈ সলাওঁক বা আপুনি নাম ('''num''')টো  0 লৈ সলাব পাৰে
 
|-
 
|-
 
|04:50
 
|04:50
Line 153: Line 152:
 
|-
 
|-
 
|05:02
 
|05:02
|ই যি কৰিব সেইটো হৈছে,মই আগতে কোৱাৰ দৰে,ই বৰ্তমান সংখ্যাটো ইকৌ('''echo''') কৰিব, তাৰপাছত ইয়াক এটা 1 ৰ বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত('''if''' statement)টোত ইয়াক তুলনা কৰিব  
+
|ই যি কৰিব সেইটো হৈছে, মই আগতে কোৱাৰ দৰে, ই বৰ্তমান সংখ্যাটো ইকৌ ('''echo''') কৰিব, তাৰপাছত ইয়াক এটা 1 ৰ বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত ('''if''' statement)টোত ইয়াক তুলনা কৰিব  
 
|-
 
|-
 
|05:13
 
|05:13
Line 159: Line 158:
 
|-
 
|-
 
|05:16  
 
|05:16  
|যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ(loop)টো শেষ কৰিব  
+
|যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি ("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ (loop)টো শেষ কৰিব  
 
|-
 
|-
 
|05:23
 
|05:23
|আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ,এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা
+
|আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ, এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা
 
|-
 
|-
 
|05:27
 
|05:27
|যদি আমি ইয়াক ৰিফ্ৰেচ('''refresh''') কৰো,এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো  
+
|যদি আমি ইয়াক ৰিফ্ৰেচ ('''refresh''') কৰো, এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো  
 
|-
 
|-
 
|05:31
 
|05:31
|এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ('''do-while''' loop) ।  যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ('''do-while''' loop) টো হোৱাইল('''while''')লোপ(loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে  
+
|এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ ('''do-while''' loop) ।  যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ ('''do-while''' loop) টো হোৱাইল ('''while''') লোপ (loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে  
 
|-
 
|-
 
|05:44
 
|05:44
Line 174: Line 173:
 
|-
 
|-
 
|05:52
 
|05:52
|অতি সোনকালেই লোপচ(loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক
+
|অতি সোনকালেই লোপচ (loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক
 
|-
 
|-
 
|05:56
 
|05:56
 
|মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো
 
|মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Revision as of 23:26, 2 June 2015

Time Narration
00:00 পুনৰ স্বাগতম ! এই টিউট’ৰিয়েলটোত, আমি দু-হোৱাইল (do-while) লোপ (loop)টো শিকিম
00:05 ইয়াক লগতে দু-হোৱাইল (do-while) ষ্টেতমেন্ত (statement) বুলিওঁ কোৱা হয় । আপুনি ইয়াক এটা লোপ (loop) বা এটা ষ্টেতমেন্ত (statement) বুলি ক’ব পাৰে
00:12 মূলটো হোৱাইল (while) লোপ (loop)ৰ সৈতে একে যদিওঁ চৰ্ত (condition)টো আৰম্ভণীৰ পৰিৱৰ্তে লোপ (loop)টোৰ শেষত পৰীক্ষা কৰা হয়
00:20 আমাৰ বাবে দু (do) আছে, মাজুবন্ধনীৰ সৈতে আমাৰ ব্লক (block) আৰু শেষত হোৱাইল (while) আছে । তাৰপাছত ইয়াত এটা চৰ্ত (condition) আছে । গতিকে, এইটো হৈছে চৰ্তটো (condition)
00:29 এতিয়া মই এটা সৰু প্ৰোগ্ৰাম লিখিম - মই প্ৰতিবাৰে সংখ্যাসমূহ বৰ্দ্ধিত হোৱাটো আৰু প্ৰতিশাৰীত ইকৌ (echo) হোৱাটো বিচাৰিছো যিদৰে মই মোৰ হোৱাইল (while) লোপ (loop)টোত কৰিছো
00:41 এতিয়া চৰ্ত (condition)টো - যেতিয়া সংখ্যাটো 10 পাবগৈ, মই নেম (name) নামৰ ভেৰিয়েবল এটা অন্য নামলৈ পৰিবৰ্তন হোৱাটো বিচাৰিছো য’ত লোপ (loop)টো শেষ হ’ব
01:00 মই আৰম্ভ কৰিবলৈ num(নাম) = 1 লিখিম
01:04 তাৰপাছত মই লিখিম "my name is Alex" (মাই নেম ইজ এলেক্স)
01:09 মই বিচৰা লোপ (loop)টোৰ চৰ্ত (condition)টো হৈছে - while(হোৱাইল) the(দ) name(নেম) = Alex(এলেক্স)
01:15 যেতিয়ালৈকে name(নেম)=Alex(এলেক্স) হ’ব, ই লোপ (loop) হ’ব । গতিকে, ক’ৰবাত আমি এটা নিৰ্দিষ্ট চৰ্ত (specific condition) ক’ব লাগিব - নেম (name)টো বিলি ("Billy")লৈ সলাওঁক আৰু তেতিয়া লোপ (loop)টো আৰু নচলিব কাৰণ নেম (name)টো এলেক্স ("Alex")ৰ সমান নহয়
01:31 এতিয়া, আমি দু (do) লোপ (loop)টোৰ ভিতৰত এটা ইফ ষ্টেতমেন্ত (if statement) সংলগ্ন কৰিম । মনত ৰাখিব : আপুনি থ’ব পাৰিব
  • ইফ ষ্টেতমেন্তচ (if statements)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ (if statements)
  • লোপচ (loops)ৰ ভিতৰত ইফ ষ্টেতমেন্তচ (if statements)
  • লোপচ (loops)ৰ ভিতৰত লোপচ (loops)

আৰু আপুনি কি কৰিব তাৰ প্ৰকৃততে কোনো সীমা নাই । যেতিয়ালৈকে আপোনাৰ ক’ডে (code) কাম কৰে আৰু সঠিকভাবে প্ৰবাহিত হয় আৰু অসীম মান উৎপন্ন নকৰে, আপুনি ঠিকে থাকিব

01:55 এতিয়া আমি যি লিখিম সেইয়া হৈছে : দু (do)
01:57 প্ৰথমতে, সংখ্যাটোৰ মানটো ইকৌ (echo) কৰিম
02:00 শাৰীটো ব্ৰেক (break) কৰিবলৈ আপুনি তাক এটা সৰু HTML code(ক’ড)ৰ সৈতে কনকাটিনেত (concatenate) কৰিব পাৰে
02:05 ইয়াত মই num(নাম)++ লিখিম যিটো num(নাম) +1ৰ দৰে একেই
02:14 তাৰপাছত মোৰ ইফ (if) ষ্টেতমেন্ত (statement)- যদি নাম (num)টো 10 তকৈ ডাঙৰ বা সমান হয় তেন্তে ইকৌ (echo) নহয়
02:26 মই নামটো বিলি ("Billy")লৈ সলাব বিচাৰিছো
02:30 মই সংক্ষিপ্তবৃত্তি কৰো । মনত ৰাখিব, মই ইয়াত মাজুবন্ধনী ব্যৱহাৰ কৰা নাই কাৰণ মোৰ এশাৰী ক’ড (code) আছে যি ইফ (if) ষ্টেতমেন্ত (statement)টোৰ পাছৰ ব্লক (block)টোত কাৰ্যকৰী হব লাগিব
02:42 গতিকে মোক মাত্ৰ এশাৰী ক‘ড (code) লাগে কাৰণ ই দেখিবলৈ পৰিস্কাৰ
02:46 গতিকে মই যি কৰিলো তাক সংক্ষিপ্তবৃত্তি কৰো । মই সংখ্যাটো 1 লৈ স্থাপন কৰিছো
02:51 এইটো মোৰ নাম্বাৰ (number ) ভেৰিয়েবল, ই বৰ্দ্ধিত হ’ব পাৰে আৰু উপভোক্তালৈ ইকৌ (echo) হ’ব পাৰে
02:57 মই মোৰ নামটো এলেক্স ("Alex")লৈ স্থাপিত কৰিছো
03:00 আমি আমাৰ দু (do) আৰম্ভ কৰো
03:02 নামটো এতিয়াওঁ এলেক্স ("Alex") আছে
03:04 তাত কোনো চৰ্ত (condition)নাই; গতিকে ই যিকোনোৰ নিৰ্বিশেষে ৰান হ’ব
03;07 গতিকে আমি সংখ্যাটো ইকৌ (echo ) কৰিম যিটো হৈছে 1
03:10 আমি ইয়াক 1ৰে বৰ্দ্ধিত কৰিম যিটো 2 ৰ সমান হ’ব
03:14 এতিয়া, আমি ক’ম যে যদি সংখ্যাটো 10তকৈ ডাঙৰ বা সমান হয় যিটো বৰ্তমান 2, (যি এইটো নহয়) তেন্তে ইয়াৰ দ্বাৰা অবিৰত ৰাখক
03:26 এইটো নহয় । গতিকে এইটো এৰক । ই name(নেম) = Alex(এলেক্স) বুলি ক’ব । আৰু তাৰপাছত ওপৰলৈ ঘূৰি যাব
03:34 এইটো এতিয়াও 2 হৈ থাকিব । যি বুজায় যে লোপ (loop)টো সেই ক’ডৰ ব্লক (block) টোত ৰূদ্ধ হৈ আছে
03:41 ই 2 ইকৌ (echo) কৰিব
03:43 ই এক যোগ কৰিব আৰু 3 ক’ব
03:46 আৰু তাৰপাছত ই ক’ব : 3 টো 10 তকৈ ডাঙৰ বা সমান হয়নে ?
03:51 নহ্য়, এইটো নহ্য়
03:52 গতিকে, নেম (name)টো বিলি ("Billy")লৈ সলনি হোৱা নাই তাৰ পৰিবৰ্তে ই আমাৰ ক’ড (code)টোৰ বাকী অংশৰ সৈতে চলিব
03:58 নামটো এতিয়াওঁ এলেক্স ("Alex") হৈ আছে
04:00 গতিকে, লোপ (loop)টো চলি থাকিব । এই ক্ষেত্ৰ্ত ই 10 নোপোৱালৈকে চলি থাকিব কিন্তু উপভোক্তালৈ 9 ইকৌ (echo) হ’ব
04:09 এতিয়া নাম (num)টো 10 হ’ব
04:11 ইফ (if) চৰ্তটো ট্ৰু (True) হ’ব
04:13 নেম (name)টো বিলিলৈ ("Billy") স্থাপিত হ’ব আৰু হোৱাইল (while) চৰ্তটোত ই এলেক্স ("Alex")ৰ সমান নহয় । গতিকে হোৱাইল (while) লোপ (loop)টো বন্ধ হ’ব আৰু ইয়াৰ তলত থকা ক’ড (code)টো চলি থাকিব
04:25 গতিকে, আহক এই ক’ড (code)টো কাৰ্যকৰী কৰো । আমাৰ লোপটো কৰো । তাত টিপক
04:31 ঠিক আছে, আমি 1, 2, 3 ৰ পৰা 9লৈ সকলো বিলাক পালো
04:35 নিশ্বিতভাবে, আমাৰ চৰ্ত (condition) সম্পূৰ্ণ হৈছে । আমাৰ নেম (name)টো বিলি ("Billy")লৈ সলনি হৈছে । আমাৰ নাম (name)টো এতিয়া এলেক্স ("Alex")ৰ সমান নহয়
04:43 গতিকে, আমাৰ লোপ (loop)টো ইয়াত বন্ধ হৈছে
04:45 এতিয়া ইফ (if)টো 11 লৈ সলাওঁক বা আপুনি নাম (num)টো 0 লৈ সলাব পাৰে
04:50 এতিয়া ই কাম নকৰিব আৰু আপুনি চাব পাৰে কিয়
04:54 আমি 0 ৰ পৰা 9 লৈ পালো
04:57 কাৰণটো হৈছে আপোনাৰ আৰম্ভনী সংখ্যাটো
05:02 ই যি কৰিব সেইটো হৈছে, মই আগতে কোৱাৰ দৰে, ই বৰ্তমান সংখ্যাটো ইকৌ (echo) কৰিব, তাৰপাছত ইয়াক এটা 1 ৰ বৰ্ধনেৰে সলায় আৰু তাৰপাছত ই ইফ ষ্টেতমেন্ত (if statement)টোত ইয়াক তুলনা কৰিব
05:13 গতিকে, আপুনি তুলনা কৰিছে যিটো আপুনি চাব নোৱাৰে
05:16 যদি আপুনি এইটো 11 লৈ সলাই, আপুনি ইয়াক 11 লৈ তুলনা কৰিব, তাৰপাছত ইয়াক বিলি ("Billy")লৈ সলাব আৰু তাৰপাছত ই লোপ (loop)টো শেষ কৰিব
05:23 আমি কেতিয়াওঁ 11ৰ মানটো নেদেখোঁ, এইটো মাত্ৰ এটা আভ্যন্তৰীণ তুলনা
05:27 যদি আমি ইয়াক ৰিফ্ৰেচ (refresh) কৰো, এতিয়া আমি তাত 1 ৰ পৰা 10 লৈ চাব পাৰো
05:31 এইটোৱেই হৈছে মূলত দু-হোৱাইল লোপ (do-while loop) । যদিও সিহঁত প্ৰায় একে, যেতিয়া আপুনি এটা যুক্তিৰে সজোৱা প্ৰোগ্ৰামত ৰান কৰে দু-হোৱাইল লোপ (do-while loop) টো হোৱাইল (while) লোপ (loop)তকৈ বেছি উপযোগী হয় । ই কিছুক্ষেত্ৰত অধিক উপযোগী হ’ব পাৰে
05:44 গতিকে, ইয়াক অভ্যাস কৰক, চেষ্টা কৰক আৰু কিছুমান মান দিয়ক । লগতে, মই এইমাত্ৰ নিৰ্মাণ কৰা প্ৰোগ্ৰামটো পুনৰ গঠন কৰিবলৈ চেষ্টা কৰক
05:52 অতি সোনকালেই লোপচ (loops)ৰ ওপৰত অধিক টিউটৰিয়েল হ’ব ; গতিকে চাই থাকক
05:56 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble