PHP-and-MySQL/C2/If-Statement/Assamese

From Script | Spoken-Tutorial
Revision as of 18:30, 2 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 phpৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ (IF) ষ্টেতমেন্ত (statement)টো আলোচনা কৰিম
00:06 যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ (if) ষ্টেতমেন্ত (statement) সম্পর্কে জানিব
00:11 এইটো phpত বেছি পৃথক নহয় । মই সোনকালে এটা কাৰ্যকৰী কৰিম আৰু আপোনাক দেখুৱাম
00:16 গতিকে, আহক আৰম্ভ কৰো
00:18 ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত (condition) লয়
00:23 যদি চৰ্তটো (condition) "True" (ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে
00:28 যদি এইটো False (ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব
00:32 উদাহৰণস্বৰূপে - এইটো হৈছে গাঠণি (structure)
00:36 বন্ধনীৰ ভিতৰত থকা ইফ (If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত
00:41 লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to') ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন (comparison) অপাৰেতৰ (operator)
00:47 আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ (operators)ৰ বিষয়ে শিকিম
00:50 ইয়াক ইজ ইকুৱেলচ টু ('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ ('equals')ৰ দৰে একে নহয়
00:56 যেতিয়া আমি ভেৰিয়েবলচ (variables) ব্যৱহাৰ কৰো, আমি তুলনা (compare) কৰিব বিচাৰো, আমি ডাব’ল ইকুৱেলটু ('double equal to') ব্যৱহাৰ কৰো
01:02 যদি আপুনি 'True' (ট্ৰু) পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী (curly bracket) ব্যৱহাৰ কৰিব পাৰে
01:06 আমি ইয়াত এটা খুলিম
01:08 আমাৰ ক’ডটো বন্ধনী (bracket) দুটাৰ মাজত থাকিব
01:12 যদি এইটো সত্য নহয় ('Not True'), আমি এলচ (else) ক’ম
01:15 গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী (curly bracket)
01:17 উদাহৰণস্বৰূপে, যদি 1 সমান হয় 1ৰ (if 1 equals 1) আমি ক’ম একৌ ট্ৰু (echo 'True')
01:23 যদি 1 সমান নহয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ (False)
01:30 যিহেতু 1 সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ট্ৰু (True)
01:36 আহক এইটো সলাওঁ । যদি 1 সমান হয় 2ৰ, যিটো ই নহয়, তেতিয়া আমি ফল্চ (False) পাম
01:42 গতিকে, আমি ইতিমধ্যে যদি এটা সংখ্যা (number) আনটোৰ সমান হয় তাক ক’বলৈ এটা সৰল প্ৰোগ্ৰাম নিৰ্মান কৰিলো
01:49 এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ (silly application)
01:52 গতিকে, মই মাত্ৰ কিছু অধিক সংযোগ কৰিম । মই এটা পাছওৱৰ্দ প্ৰবেশ (password access) কৰিবলৈ সৰু প্ৰোগ্ৰাম এটা নিৰ্মান কৰিম
01:58 আমি পাছওৱৰ্দটো (password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম
02:03 ধৰাহ’ল, $password(পাছওৱৰ্দ) টো হৈছে "abc"
02:05 মই ইফ (IF) ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporate) কৰিম কৈ:
02:11 ইফ পাছওৱৰ্দ (if password), মনত ৰাখিব দুটা সমান চিহ্ন (double equals ) "def"
02:15 আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ (Access granted)
02:21 ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো (password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম (system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ (password)
02:32 গতিকে, যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ (Access denied)
02:39 মই নিবেশ কৰা পাছওৱৰ্দটো (password) হৈছে 'abc'
02:42 আমি পাছওৱৰ্দটো (password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ (password)
02:50 যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ (Access granted ) অন্যথা এক্সেচ ডিনাইদ (Access denied)
02:57 আহক এইটো চেষ্টা কৰো
03:00 এক্সেচ ডিনাইদ (Access denied) । এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয়
03:05 ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি দেখিছে যে মই ইয়াত এ্টা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporated) কৰিছো
03:10 এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ (Access granted) পাম
03:18 কাৰণ মোৰ ক’ডৰ শাৰী এটা ইয়াত আৰু অন্য ক’ডৰ শাৰী এটা ইয়াত আছে
03:22 মই এই মাজুবন্ধনী (curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো
03:25 মোৰ বাবে, সেইটো অধিক সুন্দৰ (neater)
03:29 অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ (IF) ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী (curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই
03:37 যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী (curly bracket) দৰকাৰ হ’ব
03:42 উদাহৰণস্বৰূপে, আহক ইয়াত এটা নতুন ভেৰিয়েবল গঠন কৰো
03:46 এক্সেচ ($access) সমান (equals) এলাওড ("Allowed")
03:52 সেইটো মূলত আন এশাৰী ক’ড
03:57 কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল (error) পাওঁ
04:02 ই কয় - : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8
04:08 আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা (problem) দিছে
04:13 যাৰবাবে আমি আমাৰ মাজুবন্ধনী (curly bracket)বোৰ দুটা বা ততোধিক ক’ডৰ শাৰীৰ বাবে যোগ কৰিব লাগিব
04:22 আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু এক্সেচ (Access) টো স্বীকৃত (granted) হ’ব
04:25 এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ (Access)টো এলাওড ("Allowed") কৰিবলৈ
04:29 এইটো অধিক সহায়ক নহ’ব
04:32 কিন্তু মই আপোনাক মাত্ৰ এটা উদাহৰণ দিছিলো
04:35 আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী (double line) আৰু আপুনি সিহঁতক মিশ্ৰিত (mix) কৰিব নোৱাৰে
04:40 ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত (incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য (useful) হ’ল
04:46 ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি
04:50 মই মৌচুম হাজৰিকাই, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । দৰ্শন কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mausamh9