Difference between revisions of "PHP-and-MySQL/C2/If-Statement/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- |00:00 |'''php'''ৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম ।...")
 
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00  
 
|00:00  
|'''php'''ৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ ('''IF''')ষ্টেতমেন্ত(statement)টো আলোচনা কৰিম
+
|'''php'''ৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ ('''IF''') ষ্টেতমেন্ত (statement)টো আলোচনা কৰিম
 
|-
 
|-
 
|00:06
 
|00:06
|যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ('''if''') ষ্টেতমেন্ত(statement)সম্পর্কে জানিব  
+
|যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ ('''if''') ষ্টেতমেন্ত (statement) সম্পর্কে জানিব  
 
|-
 
|-
 
|00:11
 
|00:11
Line 13: Line 13:
 
|-
 
|-
 
|00:16
 
|00:16
|গতিকে,আহক আৰম্ভ কৰো
+
|গতিকে, আহক আৰম্ভ কৰো
 
|-
 
|-
 
|00:18
 
|00:18
|ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত('''condition''') লয়
+
|ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত ('''condition''') লয়
 
|-
 
|-
 
|00:23
 
|00:23
|যদি চৰ্তটো (condition) "True"(ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে
+
|যদি চৰ্তটো (condition) "True" (ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে
 
|-
 
|-
 
|00:28
 
|00:28
|যদি এইটো '''False'''(ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব
+
|যদি এইটো '''False''' (ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব
 
|-
 
|-
 
|00:32
 
|00:32
|উদাহৰণস্বৰূপে- এইটো হৈছে গাঠণি(structure)
+
|উদাহৰণস্বৰূপে - এইটো হৈছে গাঠণি (structure)
 
|-
 
|-
 
|00:36
 
|00:36
|বন্ধনীৰ ভিতৰত থকা ইফ(If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত  
+
|বন্ধনীৰ ভিতৰত থকা ইফ (If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত  
 
|-
 
|-
 
|00:41
 
|00:41
|লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to')ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন(comparison) অপাৰেতৰ ('''operator''')
+
|লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to') ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন (comparison) অপাৰেতৰ ('''operator''')
 
|-
 
|-
 
|00:47
 
|00:47
|আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ('''operators''')ৰ বিষয়ে শিকিম
+
|আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ ('''operators''')ৰ বিষয়ে শিকিম
 
|-
 
|-
 
|00:50
 
|00:50
|ইয়াক ইজ ইকুৱেলচ টু('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ('equals')ৰ দৰে একে নহয়
+
|ইয়াক ইজ ইকুৱেলচ টু ('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ ('equals')ৰ দৰে একে নহয়
 
|-
 
|-
 
|00:56
 
|00:56
|যেতিয়া আমি ভেৰিয়েবলচ(variables) ব্যৱহাৰ কৰো, আমি তুলনা(compare) কৰিব বিচাৰো,আমি ডাব’ল ইকুৱেলটু('double equal to') ব্যৱহাৰ কৰো
+
|যেতিয়া আমি ভেৰিয়েবলচ (variables) ব্যৱহাৰ কৰো, আমি তুলনা (compare) কৰিব বিচাৰো, আমি ডাব’ল ইকুৱেলটু ('double equal to') ব্যৱহাৰ কৰো
 
|-
 
|-
 
|01:02
 
|01:02
|যদি আপুনি 'True' (ট্ৰু)পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী(curly bracket) ব্যৱহাৰ কৰিব পাৰে
+
|যদি আপুনি 'True' (ট্ৰু) পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী (curly bracket) ব্যৱহাৰ কৰিব পাৰে
 
|-
 
|-
 
|01:06
 
|01:06
Line 49: Line 49:
 
|-
 
|-
 
|01:08
 
|01:08
|আমাৰ ক’ডটো বন্ধনী(bracket) দুটাৰ মাজত থাকিব
+
|আমাৰ ক’ডটো বন্ধনী (bracket) দুটাৰ মাজত থাকিব
 
|-
 
|-
 
|01:12  
 
|01:12  
|যদি এইটো সত্য নহয়('Not True'), আমি এলচ('''else''') ক’ম
+
|যদি এইটো সত্য নহয় ('Not True'), আমি এলচ ('''else''') ক’ম
 
|-
 
|-
 
|01:15
 
|01:15
|গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী(curly bracket)
+
|গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী (curly bracket)
 
|-
 
|-
 
|01:17
 
|01:17
|উদাহৰণস্বৰূপে,যদি 1সমান হয় 1ৰ('''if 1 equals 1''') আমি ক’ম একৌ ট্ৰু('''echo''' 'True')
+
|উদাহৰণস্বৰূপে, যদি 1 সমান হয় 1ৰ ('''if 1 equals 1''') আমি ক’ম একৌ ট্ৰু ('''echo''' 'True')
 
|-
 
|-
 
|01:23  
 
|01:23  
|যদি 1 সমান নহয় 1ৰ,যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ('''False''')
+
|যদি 1 সমান নহয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ ('''False''')
 
|-
 
|-
 
|01:30
 
|01:30
|যিহেতু 1সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ট্ৰু('''True''')
+
|যিহেতু 1 সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ট্ৰু ('''True''')
 
|-
 
|-
 
|01:36
 
|01:36
|আহক এইটো সলাওঁ । যদি 1সমান হয় 2 ৰ, যিটো ই নহয়, তেতিয়া আমি ফল্চ('''False''') পাম  
+
|আহক এইটো সলাওঁ । যদি 1 সমান হয় 2ৰ, যিটো ই নহয়, তেতিয়া আমি ফল্চ ('''False''') পাম  
 
|-
 
|-
 
|01:42
 
|01:42
Line 73: Line 73:
 
|-
 
|-
 
|01:49
 
|01:49
|এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ(silly application)  
+
|এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ (silly application)  
 
|-
 
|-
 
|01:52
 
|01:52
|গতিকে,মই মাত্ৰ কিছু অধিক সংযোগ কৰিম । মই এটা পাছওৱৰ্দ প্ৰবেশ(password access) কৰিবলৈ  সৰু প্ৰোগ্ৰাম এটা নিৰ্মান কৰিম
+
|গতিকে, মই মাত্ৰ কিছু অধিক সংযোগ কৰিম । মই এটা পাছওৱৰ্দ প্ৰবেশ (password access) কৰিবলৈ  সৰু প্ৰোগ্ৰাম এটা নিৰ্মান কৰিম
 
|-
 
|-
 
|01:58
 
|01:58
|আমি পাছওৱৰ্দটো(password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম
+
|আমি পাছওৱৰ্দটো (password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম
 
|-
 
|-
 
|02:03
 
|02:03
Line 85: Line 85:
 
|-
 
|-
 
|02:05
 
|02:05
|মই ইফ ('''IF''') ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত(incorporate) কৰিম কৈ:
+
|মই ইফ ('''IF''') ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporate) কৰিম কৈ:
 
|-
 
|-
 
|02:11  
 
|02:11  
|ইফ পাছওৱৰ্দ(if '''password'''), মনত ৰাখিব দুটা সমান চিহ্ন(double equals ) "def"   
+
|ইফ পাছওৱৰ্দ (if '''password'''), মনত ৰাখিব দুটা সমান চিহ্ন (double equals ) "def"   
 
|-
 
|-
 
|02:15
 
|02:15
|আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ('''Access granted''')
+
|আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ ('''Access granted''')
 
|-
 
|-
 
|02:21
 
|02:21
|ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো(password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম(system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ(password)   
+
|ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো (password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম (system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ (password)   
 
|-
 
|-
 
|02:32
 
|02:32
|গতিকে,যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ('''Access denied''')
+
|গতিকে, যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ ('''Access denied''')
 
|-
 
|-
 
|02:39
 
|02:39
|মই নিবেশ কৰা পাছওৱৰ্দটো(password) হৈছে 'abc'
+
|মই নিবেশ কৰা পাছওৱৰ্দটো (password) হৈছে 'abc'
 
|-
 
|-
 
|02:42
 
|02:42
|আমি পাছওৱৰ্দটো(password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ(password)  
+
|আমি পাছওৱৰ্দটো (password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ (password)  
 
|-
 
|-
 
|02:50
 
|02:50
|যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ('''Access granted''' ) অন্যথা এক্সেচ ডিনাইদ('''Access denied''')
+
|যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ ('''Access granted''' ) অন্যথা এক্সেচ ডিনাইদ ('''Access denied''')
 
|-
 
|-
 
|02:57
 
|02:57
Line 112: Line 112:
 
|-
 
|-
 
|03:00
 
|03:00
|এক্সেচ ডিনাইদ('''Access denied''')। এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয়   
+
|এক্সেচ ডিনাইদ ('''Access denied''') । এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয়   
 
|-
 
|-
 
|03:05  
 
|03:05  
|ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি দেখিছে যে মই ইয়াত এ্টা ভেৰিয়েবল অন্তৰ্ভুক্ত(incorporated) কৰিছো
+
|ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি দেখিছে যে মই ইয়াত এ্টা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporated) কৰিছো
 
|-
 
|-
 
|03:10
 
|03:10
|এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ ('''Access granted''')পাম  
+
|এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ ('''Access granted''') পাম  
 
|-
 
|-
 
|03:18
 
|03:18
|কাৰণ মোৰ ক’ডৰ শাৰী এটা ইয়াত আৰু অন্য ক’ডৰ শাৰী এটা ইয়াত আছে  
+
|কাৰণ মোৰ ক’ডৰ শাৰী এটা ইয়াত আৰু অন্য ক’ডৰ শাৰী এটা ইয়াত আছে  
 
|-
 
|-
 
|03:22
 
|03:22
|মই এই মাজুবন্ধনী(curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো
+
|মই এই মাজুবন্ধনী (curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো
 
|-
 
|-
 
|03:25
 
|03:25
|মোৰ বাবে,সেইটো অধিক সুন্দৰ(neater)   
+
|মোৰ বাবে, সেইটো অধিক সুন্দৰ (neater)   
 
|-
 
|-
 
|03:29
 
|03:29
|অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ('''IF''') ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী(curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই  
+
|অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ ('''IF''') ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী (curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই  
 
|-
 
|-
 
|03:37
 
|03:37
|যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী(curly bracket) দৰকাৰ হ’ব
+
|যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী (curly bracket) দৰকাৰ হ’ব
 
|-
 
|-
 
|03:42
 
|03:42
Line 139: Line 139:
 
|-
 
|-
 
|03:46
 
|03:46
|এক্সেচ('''$access''') সমান(equals) এলাওড("Allowed")
+
|এক্সেচ ('''$access''') সমান (equals) এলাওড ("Allowed")
 
|-
 
|-
 
|03:52
 
|03:52
Line 145: Line 145:
 
|-
 
|-
 
|03:57
 
|03:57
|কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল(error) পাওঁ
+
|কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল (error) পাওঁ
 
|-
 
|-
 
|04:02
 
|04:02
|ই কয়- : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8  
+
|ই কয় - : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8  
 
|-
 
|-
 
|04:08
 
|04:08
|আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা(problem) দিছে
+
|আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা (problem) দিছে
 
|-
 
|-
 
|04:13
 
|04:13
Line 157: Line 157:
 
|-
 
|-
 
|04:22
 
|04:22
|আমি এইটো ৰিফ্ৰেচ('''refresh''') কৰিম আৰু এক্সেচ('''Access''') টো স্বীকৃত('''granted''') হ’ব
+
|আমি এইটো ৰিফ্ৰেচ ('''refresh''') কৰিম আৰু এক্সেচ ('''Access''') টো স্বীকৃত ('''granted''') হ’ব
 
|-
 
|-
 
|04:25
 
|04:25
|এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ('''Access''')টো এলাওড("Allowed")কৰিবলৈ  
+
|এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ ('''Access''')টো এলাওড ("Allowed") কৰিবলৈ  
 
|-
 
|-
 
|04:29
 
|04:29
Line 169: Line 169:
 
|-
 
|-
 
|04:35
 
|04:35
|আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী(double line) আৰু আপুনি সিহঁতক মিশ্ৰিত(mix) কৰিব নোৱাৰে  
+
|আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী (double line) আৰু আপুনি সিহঁতক মিশ্ৰিত (mix) কৰিব নোৱাৰে  
 
|-
 
|-
 
|04:40
 
|04:40
|ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত(incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য(useful) হ’ল
+
|ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত (incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য (useful) হ’ল
 
|-
 
|-
 
|04:46
 
|04:46

Latest revision as of 18:30, 2 June 2015

Time Narration
00:00 phpৰ এই মৌলিক স্প'কেন টিউট'ৰিয়েললৈ স্বাগতম । ইয়াত আমি ইফ (IF) ষ্টেতমেন্ত (statement)টো আলোচনা কৰিম
00:06 যদি আপুনি আগতে ক’ড লিখিছে, আপুনি ইফ (if) ষ্টেতমেন্ত (statement) সম্পর্কে জানিব
00:11 এইটো phpত বেছি পৃথক নহয় । মই সোনকালে এটা কাৰ্যকৰী কৰিম আৰু আপোনাক দেখুৱাম
00:16 গতিকে, আহক আৰম্ভ কৰো
00:18 ঠিক আছে, ইয়াত ইফ ('IF') ষ্টেতমেন্তৰ বিষয়ে সংক্ষিপ্তে (brief) আছে । ই এটা চৰ্ত (condition) লয়
00:23 যদি চৰ্তটো (condition) "True" (ট্ৰু) হয়, ই ক’ডটোৰ এটা পথ কাৰ্যকৰী কৰে
00:28 যদি এইটো False (ফল্চ) হয়, ই ক’ডটোৰ আন এটা পথ কাৰ্যকৰী কৰিব
00:32 উদাহৰণস্বৰূপে - এইটো হৈছে গাঠণি (structure)
00:36 বন্ধনীৰ ভিতৰত থকা ইফ (If) টো হৈছে 1টো 1ৰ সমান হয়নে জানিবলৈ চৰ্ত
00:41 লক্ষ্য কৰিব মই ইয়াত দুটা সমান চিহ্ন (double 'equal to') ব্যৱহাৰ কৰিছো । এইটো হৈছে কম্পেৰিজন (comparison) অপাৰেতৰ (operator)
00:47 আন এটা টিউটৰিয়েলত আমি অপাৰেতৰচ (operators)ৰ বিষয়ে শিকিম
00:50 ইয়াক ইজ ইকুৱেলচ টু ('is equal to') বুলি পঢ়া হয় যিহেতু ই ইকুৱেলচ ('equals')ৰ দৰে একে নহয়
00:56 যেতিয়া আমি ভেৰিয়েবলচ (variables) ব্যৱহাৰ কৰো, আমি তুলনা (compare) কৰিব বিচাৰো, আমি ডাব’ল ইকুৱেলটু ('double equal to') ব্যৱহাৰ কৰো
01:02 যদি আপুনি 'True' (ট্ৰু) পথৰ বাবে যায়, আপুনি দুটা মাজুবন্ধনী (curly bracket) ব্যৱহাৰ কৰিব পাৰে
01:06 আমি ইয়াত এটা খুলিম
01:08 আমাৰ ক’ডটো বন্ধনী (bracket) দুটাৰ মাজত থাকিব
01:12 যদি এইটো সত্য নহয় ('Not True'), আমি এলচ (else) ক’ম
01:15 গাঠণিটো একে - গতিকে, দুটা মাজু বন্ধনী (curly bracket)
01:17 উদাহৰণস্বৰূপে, যদি 1 সমান হয় 1ৰ (if 1 equals 1) আমি ক’ম একৌ ট্ৰু (echo 'True')
01:23 যদি 1 সমান নহয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ফল্চ (False)
01:30 যিহেতু 1 সমান হয় 1ৰ, যেতিয়া আমি আমাৰ ফাইলটো ৰান কৰিম আমি যি পাম সেইয়া হৈছে ট্ৰু (True)
01:36 আহক এইটো সলাওঁ । যদি 1 সমান হয় 2ৰ, যিটো ই নহয়, তেতিয়া আমি ফল্চ (False) পাম
01:42 গতিকে, আমি ইতিমধ্যে যদি এটা সংখ্যা (number) আনটোৰ সমান হয় তাক ক’বলৈ এটা সৰল প্ৰোগ্ৰাম নিৰ্মান কৰিলো
01:49 এইটো এটা প্ৰোগ্ৰামৰ বাবে একেবাৰে অৰ্থহীন প্ৰয়োগ (silly application)
01:52 গতিকে, মই মাত্ৰ কিছু অধিক সংযোগ কৰিম । মই এটা পাছওৱৰ্দ প্ৰবেশ (password access) কৰিবলৈ সৰু প্ৰোগ্ৰাম এটা নিৰ্মান কৰিম
01:58 আমি পাছওৱৰ্দটো (password) ইয়াত এটা ভেৰিয়েবলত জমা কৰিম
02:03 ধৰাহ’ল, $password(পাছওৱৰ্দ) টো হৈছে "abc"
02:05 মই ইফ (IF) ফাংচনটোত এটা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporate) কৰিম কৈ:
02:11 ইফ পাছওৱৰ্দ (if password), মনত ৰাখিব দুটা সমান চিহ্ন (double equals ) "def"
02:15 আৰু মই ক’ম এক্সেচ গ্ৰান্টেদ (Access granted)
02:21 ক্ষমা কৰিব, মই এটা ভুল কৰিলো । আমি উপভোক্তাক সুধিব লগা পাছওৱৰ্দটো (password) হৈছে 'def' । 'abc' টো হৈছে মই চিষ্টেম (system)টোলৈ নিবেশ কৰা পাছওৱৰ্দ (password)
02:32 গতিকে, যদি এইটো 'def' ৰ সমান নহয়, মই কম এক্সেচ ডিনাইদ (Access denied)
02:39 মই নিবেশ কৰা পাছওৱৰ্দটো (password) হৈছে 'abc'
02:42 আমি পাছওৱৰ্দটো (password) 'def' ৰ লগত তুলনা কৰিম যি হৈছে সংৰক্ষিত পাছওৱৰ্দ (password)
02:50 যদি এইটো 'def'ৰ সমান হয় , আমি ক’ম এক্সেচ গ্ৰান্টেদ (Access granted ) অন্যথা এক্সেচ ডিনাইদ (Access denied)
02:57 আহক এইটো চেষ্টা কৰো
03:00 এক্সেচ ডিনাইদ (Access denied) । এইটো এই কাৰণেই যে পাছওৱৰ্দ (password) দুটা সদৃশ নহয়
03:05 ইয়াৰ ওপৰত ভিত্তি কৰি, আপুনি দেখিছে যে মই ইয়াত এ্টা ভেৰিয়েবল অন্তৰ্ভুক্ত (incorporated) কৰিছো
03:10 এইটো 'def' লৈ সলাওঁক আৰু আমি এক্সেচ গ্ৰান্টেদ (Access granted) পাম
03:18 কাৰণ মোৰ ক’ডৰ শাৰী এটা ইয়াত আৰু অন্য ক’ডৰ শাৰী এটা ইয়াত আছে
03:22 মই এই মাজুবন্ধনী (curly bracket) বিলাকৰ পৰা পৰিত্ৰাণ পাব পাৰো
03:25 মোৰ বাবে, সেইটো অধিক সুন্দৰ (neater)
03:29 অনুগ্ৰহ কৰি মন কৰিব - যদি আপোনাৰ ওচৰত এনেধৰণৰ সৰল ইফ (IF) ষ্টেতমেন্তৰ বাবে মাত্ৰ এশাৰী ক’ড থাকে তেন্তে মাজুবন্ধনী (curly bracket) যুক্ত কৰাৰ কোনো যুক্তি নাই
03:37 যদি আপোনাৰ এই শাৰীটোৰ পাছত এটা শাৰী থাকে, আপোনাক মাজুবন্ধনী (curly bracket) দৰকাৰ হ’ব
03:42 উদাহৰণস্বৰূপে, আহক ইয়াত এটা নতুন ভেৰিয়েবল গঠন কৰো
03:46 এক্সেচ ($access) সমান (equals) এলাওড ("Allowed")
03:52 সেইটো মূলত আন এশাৰী ক’ড
03:57 কিন্তু যেতিয়া মই চেষ্টা কৰিম আৰু ইয়াক ৰান কৰিম , আমি এটা ভুল (error) পাওঁ
04:02 ই কয় - : an unexpected(আনএক্সপেক্তেদ) T_else(এলচ) on line(লাইন) 8
04:08 আহক শাৰী 8টো বিচাৰো । ই ইয়াত আছে । ইয়াৰ আগৰ শাৰীটোৱে এটা সমস্যা (problem) দিছে
04:13 যাৰবাবে আমি আমাৰ মাজুবন্ধনী (curly bracket)বোৰ দুটা বা ততোধিক ক’ডৰ শাৰীৰ বাবে যোগ কৰিব লাগিব
04:22 আমি এইটো ৰিফ্ৰেচ (refresh) কৰিম আৰু এক্সেচ (Access) টো স্বীকৃত (granted) হ’ব
04:25 এতিয়া মই এটা নতুন ভেৰিয়েবল গঠন কৰিলো, এক্সেচ (Access)টো এলাওড ("Allowed") কৰিবলৈ
04:29 এইটো অধিক সহায়ক নহ’ব
04:32 কিন্তু মই আপোনাক মাত্ৰ এটা উদাহৰণ দিছিলো
04:35 আপুনি দেখিছে এইটো এতিয়াওঁ এটা একক শাৰী (single line)আৰু এইবোৰ দ্বৈত শাৰী (double line) আৰু আপুনি সিহঁতক মিশ্ৰিত (mix) কৰিব নোৱাৰে
04:40 ঠিক আছে, মই এটা ভেৰিয়েবল নিৰ্মান কৰিলো । মই ইয়াক এটা ইফ ('IF') ষ্টেতমেন্তত অন্তৰ্ভুক্ত (incorporated) কৰিলো । আশাকৰো এইটো ব্যৱহাৰযোগ্য (useful) হ’ল
04:46 ইয়াৰ দ্বাৰাই আমি এই টিউটৰিয়েলটোৰ শেষ পালোহি
04:50 মই মৌচুম হাজৰিকাই, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । দৰ্শন কৰাৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mausamh9