PHP-and-MySQL/C2/Common-Errors-Part-2/Assamese

From Script | Spoken-Tutorial
Revision as of 01:27, 1 July 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 পুনৰ নমস্কাৰ । আমাৰ এৰ’ৰ (error) টিউট’ৰিয়েলৰ দ্বিতীয় অংশলৈ স্বাগতম য’ত কেনেকৈ ভুল ধৰা হয় আৰু সিহঁতক কেনেকৈ ঠিক কৰা হয় চাম
00:08 মই এই "extrachar dot(দত) php" ক মাতিছো আৰু কাৰণটো হৈছে যেতিয়া আমি ইয়াক চলাম... আহক ঘূৰি যাওঁ, ..."extrachar"ত টিপক, আমি এই ভুলটো পাওঁ "Parse(পাৰ্চ) error(এৰ’ৰ) in(ইন)" আৰু এইসকলো আৰু শাৰী 6ত
00:23 আমি কি আশা কৰিছো বা আমি কি আশা কৰা নাই সেই বিষয়ে আমাক কোনো তথ্য দিয়া হোৱা নাই
00:32 আমি ইয়াত থকা শাৰী 6লৈ যাম আৰু প্ৰথম দৰ্শনত এইটো দেখিবলৈ ভাল হ’ব
00:37 কিন্তু আমি প্ৰকৃততে ইয়াত এটা অতিৰিক্ত বন্ধনী পাইছো গতিকে আমি তাক নাইকীয়া কৰিছো আৰু আপুনি দেখিছে ই এতিয়া কাম কৰিছে
00:44 আৰু এতিয়া তাক ধৰিবলৈ অতি সহজ
00:47 যিকিনহওঁক, যেতিয়া আপুনি গাণিতিক গণনাৰ দৰে বস্তু কৰে, উদাহৰণ স্বৰূপে, যোগ, তুলনা ইত্যাদি.. যদি আপুনি এনেধৰণৰ গাণিতিক গণনা কৰে আৰু আপুনি আপোনাৰ বন্ধনী দিবলৈ পাহৰিলে
01:09 কেতিয়াবা এইটো সমাধান কৰিবলৈ অতি সহজ । যেতিয়া আমি এইটো চলাওঁ , একো নোলাব কাৰণ এই দুটা এটা আনটোৰ সমান নহয়
01:18 সি কোনো ভুল ঘূৰাই নিদিয়ে
01:20 কিন্তু যদি মই এটা অতিৰিক্ত বন্ধনী ইয়াত যোগ কৰো, আমি এটা পাৰ্চ এৰ’ৰ ("Parse error") পাম
01:28 যেতিয়া আপুনি জটিল ইফ ষ্টেতমেন্তচ (if statements) বা জটিল গাণিতিক অপাৰেচনচ সমাধান কৰে, আপুনি বন্ধনী সমূহ মিলাটো পৰীক্ষা কৰিব লাগিব
01:36 মাত্ৰ নিশ্বিত কৰক যে আপুনি সকলো বিলাক বন্ধনী পৰীক্ষা কৰিছে বা তাত থকা কিছুমান কেৰেক্তাৰৰ দৰে অন্য কিবা
01:48 উদাহৰণ স্বৰূপে - আহক তাৰ আগত এটা "a" থওঁ
01:52 চাওঁক - যেতিয়া মাই ঘূৰি যাওঁ, আমি এতিয়াওঁ এটা পাৰ্চ এৰ’ৰ ("Parse error") পাওঁ
01:56 আহক ইয়াৰ পৰা পৰিত্ৰান পাওঁ । তাক ৰিফ্ৰেছ (Refresh) কৰক, এতিয়াওঁ এটা পাৰ্চ এৰ’ৰ ("Parse error") পাইছো
02:00 গতিকে, আপুনি জানিব যে আপুনি হয়তো কিবা লিখিলে । আহক তাক আতৰাওঁ
02:04 ঠিক আছে, এতিয়া মই দেখাব লগীয়া পাছৰটো হৈছে মিচিং পেজ ("missing page")
02:08 আহক মই আপোনাক ইয়াৰ বাবে ভুলটো দেখুৱাও । "missing(মিচিং).php" ত টিপক । ঠিক আছে, আমি শাৰী 9 ত দেখাৰ দৰে অধিক পাৰ্চ এৰ’ৰচ (Parse errors) পাম
02:17 আহক তললৈ যাওঁ আৰু শাৰী 9 ক’ত আছে ? চেমিক’লন
02:23 ঠিক আছে । দূখিতঃ প্ৰকৃততে সেইটো উদ্দেশ্য নাছিল । গতিকে আহক আকৌ ৰিফ্ৰেছ (refresh) কৰো
02:28 ঠিক আছে । গতিকে আমি শাৰী 18 ত এটা পাৰ্চ এৰ’ৰ ("Parse error" ) পালো
02:33 আহক শাৰী 18 লৈ যাওঁ
02:37 ঠিক আছে এতিয়া - শাৰী 18 - এই শাৰীটো ইয়াত, মই য’ত সংকেত কৰিছো, সেইটোৱেই শাৰী 18
02:47 গতিকে, শাৰী 18 ত কি ভুল হৈছে ?
02:49 সঁচাকৈ শাৰী 18 ত কোনো বিষয় বস্তু নাই । কেনেকৈ আমি এটা সাম্ভাব্য ভুল (error) পাব পাৰো ?
02:54 আৰু তাৰবাবে কাৰণটো হৈছে যি মই আগতে কৈছিলো - এই স্থানত পৰীক্ষা কৰিবলৈ
03:00 গতিকে, আমি কিছু শাৰী ওপৰত পৰীক্ষা কৰিব লাগিব - ধৰক 4 বা 5 শাৰী ওপৰত
03:06 আমাৰ যি আছে সেইটো এটা ইফ ("if") ষ্টেতমেন্ত (statement) - "if(ইফ) posted(প’ষ্টেদ) user(ইউজাৰ) name(নেম) equals(ইকুৱেলচ) 'Alex'(এলেক্স)", echo(একৌ) "You(ইও) own(অউন) PHP Academy(একাডেমি)", else(এলচ) echo(একৌ) "Hello name"(হেল্ল’ নেম)
03:17 আমি হয়্তু কব পাৰো যে আমি ইয়াত এই ইফ ("if") ষ্টেতমেন্তটোৰ বাবে এটা আৰম্ভনী আৰু এটা সামৰনী মাজু বন্ধনী পাইছো
03:24 ই কিয় কাম কৰা নাই ? তাৰ কাৰণটো হৈছে আমি ইতিমধ্যে ইয়াৰ ওপৰত এটা ইফ ("if") ষ্টেতমেন্ত আৰম্ভ কৰিলো
03:30 আৰু এইটোৱেই হৈছে সংভৃতকৰণ (indentation)ৰ উদ্দেশ্য আৰু উপযোগীতা
03:36 মোৰ বাবে, যেতিয়া মই ইয়াক অভিজ্ঞতাৰ পৰা চাওঁ, মই জানো যে যিহেতু এই বন্ধনীটো সংভৃত কৰা হৈছে, সেই বন্ধনীটো ইয়াত সংভৃত হ’ব লাগিব, একেটা শাৰীত
03:45 সেই বাবে এইটো হেৰাইছে । গতিকে, যদি এইটো তাত আৰু সেইটো ইয়াত সংভৃত থাকে, তেন্তে মই সেইটো ওপৰৰ পূৰ্বৰ ইফ ("if") ষ্টেতমেন্তটোৰ পৰা জানিম য’ত ব্লক (block)টো ইয়াত আৰম্ভ আৰু ইয়াত শেষ হৈছে
03:59 কিন্তু ইয়াত, ব্লকটো ইয়াত আৰম্ভ হয় আৰু ইয়াত কোনো সামৰনী বন্ধনী নাই
04:03 মই ইয়াক ইয়াত থ’ম । আৰু যেতিয়া আমি ইয়াক চলাম, আগবাঢ়ক ! ই এতিয়া কাম কৰিছে
04:08 গতিকে, যদি আপুনি কেৰেক্তাৰচ পাহৰে, আপুনি পাব যে ভুলসমূহৰ বাবে আপুনি অদ্ভুত স্থান পাব
04:14 প্ৰকৃততে, এইটো ভুলটোৰ বাবে এটা অদ্ভুত স্থান নহয় কাৰণ আমি কৈছো এলচ ("else"), ব্লক (block)ৰ আৰম্ভনী আৰু সামৰনী
04:20 আৰু আমি যি বিচাৰিছো সেইয়া হৈছে, এতিয়া এই ব্লকটোৰ এটা শেষ কাৰণ এইটোৱেই হৈছে ব্লকটো যিটো শেষ হোৱা নাই
04:28 গতিকে আমি শাৰী ভুলটো প্ৰকৃততে ইয়াত কোৱা নাই কাৰণ আমাক ইয়াত ব্লক (block) এটাৰ এটা সামৰনী দৰকাৰ
04:35 এতিয়া সি কাম কৰিব, ঠিক আছে ?
04:38 গতিকে, কিছু শাৰী ওপৰত চাওঁক আৰু চাওঁক ক’ত আপুনি এটা সামৰনীৰ অবিহনে এটা এলচ (else) পায় বা আন কিবা হেৰোৱা কেৰেক্তাৰ বা অন্য হেৰোৱা কিবা যি আপোনাক দৰকাৰ
04:49 পাছত, আহক "getpost(গেটপোষ্ট) dot(দত) php"লৈ যাওঁ
04:53 মই ইয়াক ব্যাখ্যা কৰিবলৈ এৰ’ৰ-ৰিপৰ্টিং (error-reporting) "E All"টো ব্যৱহাৰ কৰিছো
04:58 এইটো "ডেমন্সট্রেট (demonstrate)" লৈ । এই ধৰণৰ ভুল (error)ৰিপ’ৰ্ট হ’ব
05:03 ই সকলো ভুলক নুবুজাই । ই সকলো ভুলৰ এখন বিস্তৃত তালিকা নহয় যাক ৰিপ’ৰ্ট কৰিব পাৰি
05:10 এইটো এই ফাংচনৰ বাবে মাত্ৰ এটা মাপদণ্ড
05:12 ই আমাক উপভোক্তাই নোকোৱা কিছুমান ভুল চাবলৈ অনুমতি দিব । মই বুজাও যদি আপুনি আপোনাৰ নিজা ওৱেবচাইট উন্মোচন কৰে আপুনি ইয়াক ব্যৱহাৰ নকৰে । কিন্তু মোৰ ইয়াৰ ওপৰত এটা টিউটৰিয়েল আছে যাক আপুনি চোৱা উচিত
05:25 গতিকে, এইটো এটা গেত প’ষ্ট ("get post") ভুল
05:28 আহক ইয়ালৈ যাওঁ । ঠিক আছে; গতিকে আমি দাতা ("data") নামৰ এটা ভেৰিয়েবল পালো
05:33 এইটো হৈছে নেম ("name") নামৰ গেত (get) ভেৰিয়েবলটো
05:38 আমাৰ ক’ডে (code) কয়: "যদি এই দাতা ভেৰিয়েবলটো উপলব্ধ হয়, একৌ দাতা(echo data)" আৰু এইটো এটা অতিশয় সাধাৰণ প্ৰোগ্ৰামৰ দৰে
05:47 ইয়াত কোনো প্ৰকৃত ভুল (error) নাই
05:49 আমি ইয়াত কিছু ভেৰিয়েবল লৈছো আৰু সকলোৱে কাম কৰিছে আৰু তাত কোনো শাৰী ব্ৰেক (break) ভুল বা শাৰী টাৰ্মিনেতিং (terminating) ভুল নাই
06:07 আমি একো পাহৰা নাই, আমি ভিতৰত একো দিয়াৰ প্ৰয়োজন নাই
06:15 কিন্তু যেতইয়া মই এই পৃষ্ঠাটো চলাওঁ, আমি এটা সূচনা পাওঁ
06:18 এতিয়া এইটো এটা পাৰ্চ এৰ’ৰ ("Parse error") নহয় যি আপুনি আগতে দেখিছে । এইটো এটা সূচনা (notice)
06:27 আৰু ভুলটোৰ উপষ্ঠিতিত পৃষ্ঠাটোৱে ভালদৰে কাৰ্য কৰিব নোৱাৰে
06:33 আহক মই আপোনাক দেখুৱাওঁ - ইয়াত মই কওঁ নেম ইকুৱেলচ এলেক্স ("name equals alex") আৰু এই ভুলটো অদৃশ্য হয়
06:41 ই দৰ্শায় যে আমাৰ কডটোত প্ৰকৃততে একো ভুল নাই কিন্তু প্ৰথম স্থানত কি ভুল আছিল , এই দাতা ভেৰিয়েবলটো তাত পূৰ্ণ হোৱা নাছিল নেকি
06:51 ই দাতা ইকুৱেলচ এবচ’লিউতলি নথিং ("data equals absolutely nothing") কোৱাৰ দৰে একে
06:58 ইয়াত, আহক মই কওঁ একৌ ভেৰিয়েবল এলেক্স ("echo variable alex") আৰু এইতো হৈছে শাৰী 5
07:05 আহক ৰিফ্ৰেছ (refresh) কৰো । আনডিফাইন্ড ভেৰিয়েবল এলেক্স, আনডিফাইন্ড ইনদেক্স নেম ("Undefined variable alex, Undefined index name")
07:11 গতিকে, আমি কৰিব লগাটো হৈছে - ঠিক আছে, আহক মই আৰম্ভনীৰ পৰা আৰম্ভ কৰো
07:19 এইটো অপূৰ্ণ হয় যদি নামটো হেদাৰত উল্লেখিত কৰা নহয়
07:23 সেইবাবে "একো দাতা নাই" আৰু গতিকে আমি "Undefined index" (আনডিফাইন্ড ইনদেক্স) ভুলটো পাওঁ যিদৰে আমি স্থাপন নকৰা ভেৰিয়েবল এটা একৌ (echo) কৰিলে "Undefined variable" (আনডিফাইন্ড ভেৰিয়েবল)টো পাওঁ
07:35 গতিকে, যেতিয়া লৈকে আমি ইয়াত কিছু দাতা থওঁ, এই ভুলটো চলি থাকিব
07:39 আহক ৰিফ্ৰেছ (refresh) কৰো
07:41 যদি আপুনি এই প্রাথমিক ভুলটোৰ পৰা পৰিত্ৰান পাব বিচাৰে, আপুনি কৰিব লগাটো হৈছে এই শাৰীটোৰ মাজত বা আৰম্ভনীত এটা "@(এত)" চিহ্ন দিয়া
07:50 যেতিয়া আমি ৰিফ্ৰেছ (refresh) কৰো, আমি একো নাপাওঁ কাৰণ কোনো ভুল (error) উৎপন্ন হোৱা নাই
07:55 কোনো গেত (get) ভেৰিয়েবল স্থাপন হোৱা নাই । আৰু যেতিয়াই আমি নেম ইকুৱেলচ এলেক্স ("name equals alex") কওঁ আমাৰ নেম (name)টো একৌ (echo) হয় ইয়াত ক’ড (code)টোৱে উল্লেখ কৰাৰ দৰে
08:04 গতিকে, যদিও আপুনি এই "if data exists" (ইফ দাতা এক্সিষ্ট)ব্যৱহাৰ কৰি আছে, কাৰিকৰীভাবে এইটো এতিয়াওঁ উপলব্ধ নহয়, যদি ইয়াত একো থোৱা নহয় । গতিকে সিহঁতক চাওঁক
08:14 এতিয়াৰ বাবে ইমানখিনিয়েই । শেষৰ অংশটোত, মই পাছৰ ভুল দুটাৰ দ্বাৰা খৰকৈ যাম । আপোনাক তাত দেখা হ’ম
08:20 মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো । দৰ্শনৰ বাবে ধন্যবাদ ।

Contributors and Content Editors

Mausamh9