PHP-and-MySQL/C2/Common-Errors-Part-1/Assamese

From Script | Spoken-Tutorial
Revision as of 02:08, 26 June 2015 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ আৰু স্বাগতম । এইটো কথাচিত্ৰটোলৈ এটা ব্যাখ্যাতকৈ অধিক
00:07 মই আপুনি PHPত প্ৰোগ্ৰামিং কৰোতে সম্ভৱত সম্মুখীন হোৱা কিছু সাধাৰণ ভুলসমূহৰ দ্বাৰা যাম
00:13 সিহঁতৰ অধিকাংশই স্ব-ব্যাখ্যাত্মক (self explanatory)
00:17 মই ক’ম যে 50% ভুল যাৰ আপুনি সম্মুখীন হয় যেতিয়া হয়তো আপুনি হ্ঠাতে কি লিখিলে নাচালে বা আপুনি কিবা এটা এৰিলে
00:32 প্ৰত্যেকেই তেনেধৰণৰ ভুল কৰে - হয়তো এটা চেমিক’লন পাহৰা বা এটা অধিক বন্ধনী যোগ কৰা বা তেনেধৰণৰ কিবা এটা
00:41 এতিয়া মই ইয়াত কিছু পৃষ্ঠা নিৰ্মান কৰিলো । এইসমূহ হৈছে আপুনি সম্মুখীন হ’ব পৰা কিছু ভুল
00:47 তাত বহুতো আছে । এই তালিকাখন সম্পূর্ণ নহয় । ই মাত্ৰ মৌলিকসমূহৰ কিছুক সামৰিব
00:51 মই আপোনাক প্ৰত্যেকটো ভুললৈ এটাৰ পাছত আনটোকে লৈ যাবলৈ এটা কনটেক্সত এদিটৰ (context editor) পাইছো
01:00 গতিকে মই ব্যাখ্যা কৰিবলৈ যোৱা প্ৰথমটো হৈছে "html"
01:06 মই ইয়াত আমাৰ একৌ ("echo") কমান্ডত বহুতো html অন্তৰ্নীহিত কৰিছো
01:10 যদি মই ইয়াত এই পৃষ্ঠাটো ৰান কৰিবলৈ চেষ্টা কৰো, আমি ইয়াত এই ভুলটো পাওঁ
01:17 ই পাৰ্চ এৰ’ৰ (Parse error) কয় আৰু আমি ইয়াত এই বাৰ্তাটো পাওঁ
01:21 আপুনি প্ৰকৃততে এইসমূহৰ বাবে চাব লাগিব - এটা ক’মা বা এটা চেমিক’লন আশাকৰি
01:27 ই আমাক এটা শাৰী সংখ্যা দিয়ে । গতিকে যেতিয়াই আমি এই পাৰ্চ এৰ’ৰ (Parse error) সমূহৰ এটা পাম ই সদায় এটা শাৰী সংখ্যা ঘূৰাই দিব ।
01:34 ই ইয়াত শাৰী 5 কয়
01:36 গতিকে, যদি আমি শাৰী 5লৈ আহোঁ আপুনি চাব পাৰে ইয়াত সেইটো হৈছে শাৰী 5 ক’লম 19 (Ln5, Col19); আমি সকলো তথ্য পাওঁ
01:45 শাৰী 5 ইয়াত আছে
01:46 এতিয়া ইয়াত দৃষ্টিগোচৰ হোৱাকৈ একো ভুল নাই
01:50 php এ যেনেকৈ একৌ ("echo") কমান্ড ব্যাখ্যা কৰে সেইটো হৈছে আমি পোৱা আৰম্ভনী স্থানটো, আমাৰ দ্বৈত উৰ্দ্ধকমা ইয়াত আৰু আমাৰ সামৰনী স্থান ইয়াত । গতিকে এইটো হ’ব আৰম্ভনী আৰু এইটো হ’ব আমাৰ সামৰনী
02:06 এতিয়া, প্ৰকৃততে ইয়াত যি ঘটিছে সেইয়া হৈছে আমি 'html'টো অন্তৰ্নিহীত কৰাৰ বাবে,আমি মাজত দ্বৈত উৰ্দ্ধকমা ব্যৱহাৰ কৰিছো আৰু ই বুজায় যে একৌ (echo) কমান্ড (command)টো ইয়াত আৰম্ভ আৰু ইয়াত শেষ বুলি পঢ়া হ’ব
02:17 মই ভাবো যে ইয়াক মোৰ একৌ (echo) ফাংচনৰ টিউটৰিয়েলটোত বৰ্ণনা কৰিছিলো
02:21 ঠিক আছে । গতিকে আমি এই শাৰীটোত এটা ভুল পোৱাৰ কাৰণ হৈছে এইটো দ্বৈত উৰ্দ্ধকমাৰ প্ৰথম উপস্থিতি য’ত ই হ’ব নালাগিছিল
02:31 এতিয়া কাৰিকৰীভাবে, php এ ইয়াক নিব নোৱাৰে; গতিকে এইটো ইয়াত নালাগে
02:36 কিন্তু এটা চেমিক’লন আশাকৰাৰ বিষয়ে ই যি কৈছিলে সেইয়া হৈছে যেতিয়া আমি এটা একৌ (echo) শেষ কৰো, আমি এটা চেমিক’লন ব্যৱহাৰ কৰো । গতিকে, ই যি বিচাৰিছিলে সেইয়া তাত আছে
02:49 কিন্তু তাৰপাছত, আনকি ইয়াৰ পাছটো, ই একেবাৰে অৰ্থহীন হয়
02:52 গতিকে, আমি কৰিবলগাটো হৈছে ইয়াৰ সলনি আমাৰ একক উদ্ধৃতি চিহ্ন ব্যৱ্হাৰ কৰা
02:58 এতিয়া যদি মই তাক ছেভ (save) কৰো, আমি এতিয়া শাৰী 6 ত এটা ভুল (error) পাম কাৰণ ভুল (error)টো ইয়াৰ তলত আহিছে, যি 6 লৈ সলনি হৈছে
03:08 চাওঁক, আপুনি জানে, আপুনি শাৰী 6 ত বা শাৰী 6 ৰ কাষত কিবা এটা সলাব লাগিব । আপুনি বাকী বিলাকৰ কিছু আমি কৰা দেখিব; কিছুমানে প্ৰকৃত শাৰী ভুল(error)টো ঘূৰাই নিদিয়ে
03:19 আৰু আগবাঢ়ক । গতিকে আমাৰ 'html' ক’ডটো চলোৱাৰ পাছত আপুনি সেইটো পালে । নিশ্বিতভাৱে তাত কাৰ্যকাৰীতা নাই । কিন্তু আমি তাক সামৰিছো
03:28 ঠিক আছে । গতিকে মই কৰিবলৈ যোৱা পাছৰটো হৈছে চেমিক’লনটো । এইটো হৈছে এটা অন্য সাধাৰণ ভুল
03:33 আমি ইয়ালৈ ঘূৰি আহিম আৰু চেমিক’লনত টিপিম । আমি ইয়াত এটা পাৰ্চ এৰ’ৰ পাইছো "expecting(এক্সপেকটিং) a(এ) semicolon(চেমিক’লন)"
03:39 এতিয়া আমি কিয় এটা চেমিক’লন আশা কৰিছো ? এই ক’ডটো দেখাত ঠিকে আছে । আমি ইয়াত এলেক্স ("Alex")ৰ সৈতে এটা ভেৰিয়েবল পাইছো । ইয়াত আমাৰ এলেক্স ("Alex")ৰ সৈতে অন্য এটা ভেৰিয়াবল আছে
03:47 আমি এই ভেৰিয়েবল সমূহ তুলনা কৰিছো । আমাক তাত দ্বৈত সমান চিহ্ন (==) লাগে
03:52 যদি এই চৰ্তটো সত্য হয়, আমি এই বাৰ্তাটো একৌ (echo) কৰিম
03:55 এতিয়া যদি আমি ইয়ালৈ যাওঁ - শাৰী সংখ্যা 9
03:58 গতিকে নিশ্বিতভাবে, এইটো এটা অতি সহজ ক’ড । যদি এইটো অলপ জটিল হয়, আপুনি শাৰী 9 আহিলে কিন্তু এইটো প্ৰকৃততে শাৰী 9
04:07 এতিয়া তালৈ চাই, শাৰী 9 ত একো ভুল নাই
04:10 কিন্তু এক প্ৰকাৰে, সেই শাৰীটোত কিবা এটা ভুল আছে । আমি যি পাওঁ সেইয়া হৈছে php এ পৃষ্ঠা সমূহ ব্যাখ্যা কৰা পদ্ধতিটো ; এইটো এটা একক শাৰীৰ ভিত্তিত
04:19 গতিকে আমি ইয়াত দেখা ক’ডটো তাৰ সৈতে একে
04:23 সেইটোৱে প্ৰকৃততে কম্পাইল আৰু কাম কৰিব কিন্তু ইয়াৰ তলত এইটোৰ বাবে আৰু এইটো এইদৰে ইয়াত ওপৰৰ সৈতে একে; আমি এতিয়াওঁ তাৰ পাছত এটা চেমিক’লন আশা কৰি আছো
04:34 যদি আমি এইটো কৰো, এইটো এতিয়াওঁ এটা বৈধ ক’ড । গতিকে, মই তাত এটা চেমিক’লন যোগ কৰিলো, যদিও দৃশ্যত এইটো তাত হোৱা উচিত
04:42 আমি ইয়াক ইয়াৰ তললৈ নমাই আনিব পাৰো । গতিকে, মই এই ক’ডটো পুনৰ চলাম
04:53 আগবাঢ়ক । গতিকে আমি এটা সফল পৃষ্ঠা (page) পালো
04:57 নিশ্বিতভাৱে যদি মই তাক ইয়াত ওপৰত ৰাখো, সেইটোওঁ এটা বৈধ ক’ড হ’ব তাৰ দৰে
05:02 গতিকে php য়ে এই ভিত্তিত কাম নকৰে যে "there’s an error on this line"(এই শাৰীত এটা ভুল আছে)
05:07 ই সাধাৰণতে কয় যে বৰ্তমান শাৰীটো চলাব নোৱাৰি কাৰণ হয়তো পূৰ্বৰ শাৰীত এটা ভুল আছে
05:13 গতিকে, চেমিক’লনৰ অবিহনে এই শাৰীটোত এই ভুলটোৰ কাৰণে, এই শাৰীটো চলাব নোৱাৰি । সেইবাবে শাৰীটোৱে 9নং শাৰীত এটা ভুল (error) ঘূৰাই দিছে । আপুনি তাক তাত চাব পাৰে
05:29 গতিকে এই দুটা হৈছে আমি সামৰা মৌলিক ভুল
05:33 যদি আপুনি কেতিয়াবা এনে ধৰণৰ বস্তু পায়, মাত্ৰ পৰীক্ষা কৰিব আৰু ভুলটো ঘূৰাই দিয়া শাৰীটো পৰীক্ষা কৰা অনিবাৰ্য নহয়
05:40 আগত আৰু পাছ্ত পৰীক্ষা কৰক । নহয়, পাছত নহয় কিন্তু আগত পৰীক্ষা কৰক আৰু আপুনি কিবা সংশোধন কৰিব পাৰে নেকি চাওঁক
05:47 যদি প্ৰয়োজন হয় আপুনি প্ৰত্যেক একক কেৰেক্তাৰ (character)ৰ দ্বাৰা স্কেন (scan) কৰক
05:50 মই মানুহৰ পৰা বহুতো ইমেইলচ (emails) পাইছো যি সেইধৰণৰ ভুল কৰিছে আৰু তেওঁলোকক সহায় কৰিবলৈ মোৰ অসুবিধা নাই
05:56 বিনা দ্বিধাই সোধক কিন্তু আপুনি মোলৈ কিবা পঠোৱাৰ আগতে আপোনাৰ কামটো এবাৰ, দুবাৰ বা আনকি তিনিবাৰ পৰ্যন্ত পৰীক্ষা কৰক
06:04 ঠিক আছে । গতিকে, পাছৰ অংশত আমি বাকীথকা এৰ’ৰ পৃষ্ঠা (error pages) সমূহ সামৰিম । সোনকালে লগপাম । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble