Difference between revisions of "PHP-and-MySQL/C2/Arithmatic-Operators/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:00 |বেচিক(basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')ৰ টিউট'ৰ...")
 
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
|বেচিক(basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')ৰ টিউট'ৰিয়েললৈ স্বাগতম
+
|বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')ৰ টিউট'ৰিয়েললৈ স্বাগতম
 
|-
 
|-
 
|00:03
 
|00:03
|মই প্ৰথমে যোগ,বিয়োগ,পূৰণ আৰু হৰণ অপাৰেচন(operation) সমূহৰ দ্বাৰা আগবাঢ়িম
+
|মই প্ৰথমে যোগ, বিয়োগ, পূৰণ আৰু হৰণ অপাৰেচন (operation) সমূহৰ দ্বাৰা আগবাঢ়িম
 
|-
 
|-
 
|00:09
 
|00:09
|এই সমূহক যোগ(+),বিয়োগ(-),পূৰণক এটা এচতেৰিক্স(asterisk) (*) হিচাবে আৰু হৰণক এটা ফ’ৰৱাৰ্দ শ্লাচ(forward slash) (/) হিচাবে লিখা হয়   
+
|এই সমূহক যোগ (+), বিয়োগ (-), পূৰণক এটা এচতেৰিক্স (asterisk) (*) হিচাবে আৰু হৰণক এটা ফ’ৰৱাৰ্দ শ্লাচ (forward slash) (/) হিচাবে লিখা হয়   
 
|-
 
|-
 
|00:17
 
|00:17
|গতিকে, মোৰ দুটা(2) ভেৰিয়েবলচ(variables) থাকিব
+
|গতিকে, মোৰ দুটা (2) ভেৰিয়েবলচ (variables) থাকিব
 
|-
 
|-
 
|00:20
 
|00:20
|মই "$num1" নামৰ এটা ভেৰিয়েবল(variable) নিৰ্মাণ কৰিম আৰু মই তাক ছেভ('''save''') কৰিম মানটো 10ৰ সমান হোৱাকৈ আৰু "$num2"টো 2ৰ সমান হোৱাকৈ
+
|মই "$num1" নামৰ এটা ভেৰিয়েবল (variable) নিৰ্মাণ কৰিম আৰু মই তাক ছেভ ('''save''') কৰিম মানটো 10ৰ সমান হোৱাকৈ আৰু "$num2"টো 2ৰ সমান হোৱাকৈ
 
|-
 
|-
 
|00:30
 
|00:30
|গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু(decimal point) নথকা ইন্তিজাৰ ('''integer''')সংখ্যা
+
|গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু (decimal point) নথকা ইন্তিজাৰ ('''integer''') সংখ্যা
 
|-
 
|-
 
|00:34
 
|00:34
|থিক আছে,এতিয়া, ধৰাহওঁক  মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো
+
|থিক আছে, এতিয়া, ধৰাহওঁক  মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো
 
|-
 
|-
 
|00:40
 
|00:40
|গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ('''echo''') কৰিম
+
|গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ ('''echo''') কৰিম
 
|-
 
|-
 
|00:44
 
|00:44
Line 31: Line 31:
 
|-
 
|-
 
|00:47
 
|00:47
|গতিকে,সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12"
+
|গতিকে, সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12"
 
|-
 
|-
 
|00:55
 
|00:55
|থিক আছে । এতিয়া আহক বিয়োগ(minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol)স্থানান্তৰ কৰিম
+
|থিক আছে । এতিয়া আহক বিয়োগ (minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol) স্থানান্তৰ কৰিম
 
|-  
 
|-  
 
|01:01
 
|01:01
Line 40: Line 40:
 
|-
 
|-
 
|01:05
 
|01:05
|এতিয়া আহক পূৰণ(multiplication) চেষ্টা কৰো । 2ৰ  10 গুণ  হৈছে 20 আৰু আমি "20" পালো
+
|এতিয়া আহক পূৰণ (multiplication) চেষ্টা কৰো । 2ৰ  10 গুণ  হৈছে 20 আৰু আমি "20" পালো
 
|-
 
|-
 
|01:11
 
|01:11
Line 52: Line 52:
 
|-
 
|-
 
|01:27
 
|01:27
|গতিকে, মই ভাবো এই অপাৰেচন(operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব
+
|গতিকে, মই ভাবো এই অপাৰেচন (operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব
 
|-
 
|-
 
|01:39
 
|01:39
|গতিকে, 12 হৰণ 2 কৰিলে 6 দিব লাগিব
+
|গতিকে, 12 হৰণ 2 কৰিলে 6 দিব লাগিব
 
|-
 
|-
 
|01:43
 
|01:43
Line 61: Line 61:
 
|-
 
|-
 
|01:56
 
|01:56
|গতিকে, তাৰমানে, 6ৰ পৰিৱৰ্তে আমি 11 পাম
+
|গতিকে, তাৰমানে, 6ৰ পৰিৱৰ্তে আমি 11 পাম
 
|-
 
|-
 
|02:00   
 
|02:00   
|এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে(division operator) সদায় যোগ অপাৰেতৰ(addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয়
+
|এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে (division operator) সদায় যোগ অপাৰেতৰ (addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয়
 
|-
 
|-
 
|02:10
 
|02:10
|এতিয়া,এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব
+
|এতিয়া, এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব
 
|-
 
|-
 
|02:16
 
|02:16
|বন্ধনী(bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো(operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ(integer) বা এটা ভেৰিয়েবল ৰ(variable) দ্বাৰা
+
|বন্ধনী (bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো (operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ (integer) বা এটা ভেৰিয়েবলৰ (variable) দ্বাৰা
 
|-
 
|-
 
|02:29
 
|02:29
|গতিকে,ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক দিয়ে 12 হৰণ 2 যি আমাক 6 দিব লাগিব  
+
|গতিকে, ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক দিয়ে 12 হৰণ 2 যি আমাক 6 দিব লাগিব  
 
|-
 
|-
 
|02:39
 
|02:39
Line 79: Line 79:
 
|-
 
|-
 
|02:43
 
|02:43
|গতিকে, এই সমূহ হৈছে বেচিক(basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''')যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ
+
|গতিকে, এই সমূহ হৈছে বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ ('''Arithmetic Operators''') যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ
 
|-
 
|-
 
|02:48
 
|02:48

Latest revision as of 18:55, 2 June 2015

Time Narration
00:00 বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ (Arithmetic Operators)ৰ টিউট'ৰিয়েললৈ স্বাগতম
00:03 মই প্ৰথমে যোগ, বিয়োগ, পূৰণ আৰু হৰণ অপাৰেচন (operation) সমূহৰ দ্বাৰা আগবাঢ়িম
00:09 এই সমূহক যোগ (+), বিয়োগ (-), পূৰণক এটা এচতেৰিক্স (asterisk) (*) হিচাবে আৰু হৰণক এটা ফ’ৰৱাৰ্দ শ্লাচ (forward slash) (/) হিচাবে লিখা হয়
00:17 গতিকে, মোৰ দুটা (2) ভেৰিয়েবলচ (variables) থাকিব
00:20 মই "$num1" নামৰ এটা ভেৰিয়েবল (variable) নিৰ্মাণ কৰিম আৰু মই তাক ছেভ (save) কৰিম মানটো 10ৰ সমান হোৱাকৈ আৰু "$num2"টো 2ৰ সমান হোৱাকৈ
00:30 গতিকে, এই দুয়োটা হৈছে দশমিক বিন্দু (decimal point) নথকা ইন্তিজাৰ (integer) সংখ্যা
00:34 থিক আছে, এতিয়া, ধৰাহওঁক মই "num1" আৰু "num2"ক একেলগে যোগ কৰিব বিচাৰো
00:40 গতিকে মই "$num1"ক "$num2"ৰ লগত যোগ কৰাৰ উত্তৰটো ইকৌ (echo) কৰিম
00:44 আহক ইয়াক পৰীক্ষা কৰি উলিয়াওঁ
00:47 গতিকে, সেইটো হৈছে "12" । 10 আৰু 2, 'num1' আৰু 'num2'; যেতিয়া 10 আৰু 2 যোগ কৰা হয়, উত্তৰটো হৈছে "12"
00:55 থিক আছে । এতিয়া আহক বিয়োগ (minus) চেষ্টা কৰো । আমি মাত্ৰ তাত বিয়োগ চিহ্নটো (minus symbol) স্থানান্তৰ কৰিম
01:01 ৰিফ্ৰেচ (Refresh) কৰক আৰু সেইটো হ’ব "8"
01:05 এতিয়া আহক পূৰণ (multiplication) চেষ্টা কৰো । 2ৰ 10 গুণ হৈছে 20 আৰু আমি "20" পালো
01:11 তাৰপাছত, 10 হৰণ 2 হৈছে মাত্ৰ 10ৰ আধা যি হৈছে "5"
01:18 এতিয়া, আমি যি কৰিব পাৰো সেইয়া হৈছে ইয়াৰ শেষত আমি কিবা এটা সংযুক্ত কৰিব পাৰো
01:24 গতিকে, ধৰা হওঁক এইটো 'num2'ৰ দ্বাৰা হৰণ হৈছে
01:27 গতিকে, মই ভাবো এই অপাৰেচন (operation)টোৱে যি কৰিব সেইয়া হৈছে, ই "num1" আৰু "num2"ক যোগ কৰিব, গতিকে সেইটো হৈছে 10 আৰু 2 যি আমাক দিব 12 আৰু তাৰপাছত 12ক 2ৰে হৰণ হ’ব
01:39 গতিকে, 12 হৰণ 2 কৰিলে 6 দিব লাগিব
01:43 কিন্তু আচলতে ই যি কৰে সেইয়া হৈছে, ই 'num2'ক লয় আৰু ইয়াক 'num2'ৰে হৰণ কৰে যি 1 দিব আৰু তাৰলগত 'num1' যোগ কৰিব
01:56 গতিকে, তাৰমানে, 6ৰ পৰিৱৰ্তে আমি 11 পাম
02:00 এতিয়া, ইয়াৰ কাৰণটো হৈছে যে হৰণ অপাৰেতৰে (division operator) সদায় যোগ অপাৰেতৰ (addition operator)তকৈ আগতে কাম কৰে । পূৰণৰ ক্ষেত্ৰতো একে হয়
02:10 এতিয়া, এইটো সমাধান কৰিবলৈ আমি বন্ধনী (bracket) সমূহ দিব লাগিব
02:16 বন্ধনী (bracket) বিলাকে ক’ব - আমি এই অপাৰেচনটো (operation) প্ৰথমে ল’ম, ইয়াত যি আছে সেইয়া কৰিম আৰু তাৰপাছত হৰণলৈ আগবাঢ়িম যিটো হ’ব পাৰে এটা ইন্তিজাৰ (integer) বা এটা ভেৰিয়েবলৰ (variable) দ্বাৰা
02:29 গতিকে, ইয়াত ই যি কৰিব সেইটো হৈছে 'num1' যোগ 'num2' যিটো হৈছে 10 যোগ 2 যি আমাক দিয়ে 12 হৰণ 2 যি আমাক 6 দিব লাগিব
02:39 আহক তাক ৰিফ্ৰেচ (refresh) কৰো আৰু আমি দেখিছো যে ই কাম কৰিছে !
02:43 গতিকে, এই সমূহ হৈছে বেচিক (basic) আৰিথমেতিক অপাৰেতৰচ (Arithmetic Operators) যিবোৰ ব্যৱহাৰ কৰিবলৈ সহজ
02:48 যদি আপুনি যিকোনো সমস্যাৰ সন্মূখীন হয়, সদায় আপোনাৰ গণনা সমূহ এটা কেলকুলেতৰৰ (calculator) দ্বাৰা পৰীক্ষা কৰিব সিহঁতে কাম কৰাটো নিশ্বিত কৰিবলৈ
02:55 আমি শিঘ্ৰেই এই বিলাকৰ কিছু অধিক চাম
02:58 আমি ইনক্ৰিমেন্ত আৰিথমেতিক অপাৰেতৰৰ (increment arithmetic operator) বিষয়ে শিকিম যি 1ৰে বৰ্ধিত হয় কিন্তু মই তাক অলপ পলমকৈ ব্যৱহাৰ কৰিম
03:05 এই সমূহ অনুশীলণ কৰক আৰু নিশ্বিত কৰক যে আপুনি সিহঁতক ভালদৰে শিকে
03:09 দৰ্শন কৰাৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকা, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9