PERL/C3/Sample-PERL-program/Assamese

From Script | Spoken-Tutorial
Revision as of 20:12, 30 June 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Sample PERL programৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি এটা চেম্প’ল পাৰ্ল প্ৰোগ্ৰামত এতিয়ালৈকে সামৰা সকলো প্ৰধান ট’পিকচক সংলগ্ন কৰিবলৈ শিকিম
00:14 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) পাৰ্ল (Perl) 5.14.2 আৰু 'gedit টেকস্ত এদিতৰ (Text Editor)
00:25 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে
00:29 আগতীয়াকৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব
00:34 যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে এই ওৱেবচাইত চাওঁক
00:39 চেম্প’ল পাৰ্ল প্ৰোগ্ৰামটোৱে অঞ্চল এটাৰ বিভিন্ন ওৱেদাৰ ফ’ৰকাষ্ট ৰিপ’ৰ্তৰ আউতপুত দিব
00:46 weather dot pm হৈছে এটা ম’দিউল ফাইল যাৰ এটা জটিল দাতা ষ্ট্ৰাকচাৰ (data-structure) আছে এই প্ৰোগ্ৰামটোৰ বাবে প্ৰয়োজনীয় দাতা ধৰি ৰাখিবলৈ
00:54 ইয়াত লগতে বহুতো ফাংচনচ আছে ৰিপ’ৰ্ত জেনেৰেত কৰিবলৈ
00:59 weather underscore report dot pl হৈছে পাৰ্ল প্ৰোগ্ৰাম যি এই ম’দিউল ফাইলটো ব্যৱ্হাৰ কৰে প্ৰয়োজনীয় আউতপুতটো দিবলৈ
01:08 একে ক’ড ফাইলচ আমাৰ ওৱেবচাইতৰ এই ভিদিঅ’টোত উপলদ্ধ
01:13 code file link ত দিয়া ফাইলচ দাউনল’দ আৰু unzip কৰক
01:18 এতিয়া, আহক আমাৰ চেম্প’ল পাৰ্ল প্ৰোগ্ৰাম Weather dot pm চাওঁ
01:24 এই প্ৰোগ্ৰামটোত ক’ডৰ ব্লকটো namespace Weatherৰ তলত আছে
01:29 পাৰ্লে নেমস্পেচক পেকেজ কীৱৰ্দটো ব্যৱ্হাৰ কৰি ইমপ্লিমেন্ত কৰে
01:34 BEGIN ব্লক কম্পাইল আৰু এক্সিকিউত হয় মেইন প্ৰোগ্ৰামটোৰ আগতে
01:40 Exportএ ম’দিউলচৰ ফাংচনচ আৰু ভেৰিয়েবলচক ইউজাৰৰ নেমস্পেচলৈ এক্সপ’ৰ্ত কৰিবলৈ অনুমতি দিয়ে
01:48 At the rate EXPORT আৰু at the rate EXPORT underscore OK হৈছে এক্সপ’ৰ্ত অপাৰেচনত ব্যৱহৃত দুটা মেইন ভেৰিয়েবল
01:57 At the rate EXPORT ত ম’দিউলটোৰ চাবৰুতিন (subroutines) আৰু ভেৰিয়েবলৰ লিষ্ট থাকে
02:03 এইবোৰ কলাৰৰ নেমস্পেচত এক্সপ’ৰ্ত হ’ব
02:07 At the rate EXPORT underscore OK এ চিম্বলচ এক্সপ’ৰ্ত কৰে দিমান্দ বেচিচত
02:14 ইয়াত, মই references ব্যৱহৃত কৰিছো জটিল দাতা ষ্ট্ৰাকচাৰ বনাবলৈ, ওৱেদাৰ-ৰিপ’ৰ্ত এটাৰ বাবে প্ৰয়োজনীয় দাতা ধৰিবলৈ
02:24 $weather_report হৈছে এটা হেচ ৰেফাৰেঞ্চ (hash reference) । “place” আৰু “nstate” ৰ স্কেলাৰ মান আছে
02:32 weekly” হৈছে হেচ ৰেফাৰেঞ্চৰ (hash reference) হেচ
02:37 প্ৰতিটো সপ্তাহৰ দিনৰ চাৰিটা কীচ (keys) আছে- max underscore temp min underscore temp sunrise sunset
02:48 record underscore time” হৈছে এটা এৰে ৰেফাৰেঞ্চ (array reference) দুটা ইন্দেক্স মানৰ সৈতে
02:54 মোৰ কিছু চাবৰুতিনচ আছে বিভিন্ন অপচনচৰ ওৱেদাৰ ৰিপ’ৰ্ত দৰ্শিত কৰিবলৈ । আহক এটা এটাকৈ চাওঁ
03:01 এই ফাংচনে হেদাৰ তথ্যটো প্ৰিন্ত কৰে যেনে ৰিপ’ৰ্ত, প্লেচ, ষ্টেত আৰু বৰ্তমান তাৰিখৰ হেদাৰটো
03:10 এতিয়া, আহক পাছৰ ফাংচনটো চাওঁ display underscore daily underscore report
03:16 এই ফাংচনে পৰ্দাত দৈনিক ৰিপ’ৰ্ত প্ৰিন্ত কৰে, ওইকদে ইনপুতৰ ওপৰত নিৰ্ভৰ কৰি
03:22 আমি চিফ্ত (shift) ফাংচনটো ব্যৱ্হাৰ কৰি এটা চাবৰুতিনত পঠোৱা পাৰামিতাৰক উদ্ধাৰ কৰো
03:27 মই trim() ফাংচনটো ব্যৱ্হাৰ কৰিছো পাৰামিতাৰ মানটোৰ লিদিং আৰু ট্ৰেইলিং স্পেচক আতৰাবলৈ
03:34 এইটো হৈছে trim() ফাংচনটোৰ ক’ড
03:37 Lc() ফাংচনে প্ৰদত্ত ইনপুতটোৰ ল’ৱাৰকেচ ভাৰ্চন এটা ঘূৰাই
03:42 ই কেচ-চেনচিভিতিক অৱজ্ঞা কৰিবলৈ ব্যৱহৃত হয়
03:45 মেইন প্ৰোগ্ৰামটোৱে পাৰামিতাৰ হিচাবে পঠোৱা ওইক-দেটো, এটা ল’কেল ভেৰিয়েবল dollar week underscore day লৈ সংলগ্ন হয়
03:55 তলৰ প্ৰিন্ত ষ্টেতমেন্তটোৱে এটা সূচীত ওইক দেলৈ সংগতি ৰাখি দাতাটো প্ৰিন্ত কৰিব
04:01 আমি $weather underscore report ত মান এটাক দিৰেফাৰেঞ্চ (dereference) কৰিবলৈ এৰ’ অপাৰেতৰটো (arrow operator) ব্যৱ্হাৰ কৰিছো
04:09 ৰেফাৰেঞ্চৰ সৈতে কাম কৰোতে, আমি দিৰেফাৰেঞ্চ কৰি থকা দাতা টাইপটো বুজিব লাগিব
04:15 যদি ই এটা হেচ হয়, আমি কীটো মাজু বন্ধনীত পঠাব লাগিব
04:20 যদি ই এটা এৰে হয়, আমি ইন্দেক্স ভেলুৰ সৈতে বৰ বন্ধনী ব্যৱ্হাৰ কৰিব লাগিব
04:26 পাৰ্লৰ ৰিতাৰ্ন (return) ফাংচনে মান এটা ঘূৰাই
04:29 মেইন প্ৰোগ্ৰামটোত ফাংচনৰ ষ্টেতাচ চাবলৈ ইয়াক ব্যৱ্হাৰ কৰিব পাৰি
04:36 পাছৰ ফাংচনটো হৈছে write underscore daily underscore report
04:40 এই ফাংচনে আউত্পুত ৰিপ’ৰ্তটো ফাইল এটাত প্ৰিন্ত কৰিব
04:45 অপেন (open) ফাংচনে গ্ৰেতাৰ দেন (>) চিহ্নৰ সৈতে WRITE মোদক সূচীত কৰে
04:50 ফাইলনেমটো ওইকদে নেম আৰু dot txt এক্সতেনচনৰ সৈতে তৈয়াৰ হয়
04:56 প্ৰিন্ত ষ্টেতমেন্তে প্ৰদত্ত ওইক দে এটাৰ সংগত দাতাক ফাইল এটালৈ প্ৰিন্ত কৰিব
05:02 ই সাপ্তাহিক ৰিপ’ৰ্ত প্ৰিন্ত কৰে
05:05 মই foreach loop এটা দিক্লেয়াৰ কৰিলো হেচ ৰেফাৰেঞ্চৰ প্ৰতিটো ওইকদেক লোপ কৰিবলৈ
05:11 মই মাজু বন্ধনী ব্যৱ্হাৰ কৰিছো হেচ ৰেফাৰেঞ্চক ৰিপ্ৰেজেন্ত কৰিবলৈ আৰু দিৰেফাৰেঞ্চলৈ এৰ’ অপাৰেতৰ
05:18 মই “keys” in-built ফাংচন ব্যৱহাৰ কৰিছো হেচৰ কীচ লোপ কৰিবলৈ
05:23 display underscore daily underscore report ফাংচনে হেচৰ প্ৰত্যেকটো উপাদান প্ৰিন্ত কৰিব
05:30 এতিয়া, আহক আমি এটা পাৰ্ল প্ৰোগ্ৰাম চাওঁ, weather underscore report dot pl য’ত আমি এই ম’দিউল ফাইল Weather dot pmক ব্যৱ্হাৰ কৰিম
05:40 ইয়াত, use strict আৰু use warnings হৈছে কম্পাইলাৰ ফ্লেগচ যি কমন প্ৰোগ্ৰামিং ভুলক অৱজ্ঞা কৰিবলৈ সহায় কৰে
05:48 use Weather চেমিক’লন । ইয়াত, Weather হৈছে এটা ম’দিউল নেম যাক মই এই প্ৰোগ্ৰামটোত ব্যৱ্হাৰ কৰিছো
05:56 আমি ইতিমধ্যে দেখিছো যে এই প্ৰোগ্ৰামটোৰ বাবে প্ৰয়োজনীয় ফাংচনচ এই ম’দিউলটোত জমা হৈ আছে
06:03 ইয়াত dot pm ফাইল এক্সতেনচন দিয়াৰ প্ৰয়োজন নাই
06:08 এই প্ৰোগ্ৰামটোত, মই প্ৰদত্ত অপচনৰ ওপৰত নিৰ্ভৰ কৰি বিভিন্ন ৰিপ’ৰ্তচ প্ৰিন্ত কৰিম
06:14 ইউজাৰে অপচন এটা এন্টাৰ কৰিব লাগিব প্ৰিন্ত কৰিবলৈ: এটা নিৰ্দিষ্ট ওইক দেৰ দৈনিক ওৱেদাৰ ৰিপ’ৰ্ত, এটা নিৰ্দিষ্ট ওইক দেৰ দৈনিক ওৱেদাৰ ৰিপ’ৰ্ত এটা আউতপুত ফাইললৈ, সাপ্তাহিক ওৱেদাৰ ৰিপ’ৰ্ত
06:27 যদি অপচন '1' টিপা হয়, ই ইউজাৰক সপ্তাহৰ দিনটো এন্টাৰ কৰিবলৈ ক’ব
06:32 diamond অপাৰেতৰে STDINৰ পৰা পঢ়িব, যি হৈছে, কীবৰ্দৰ পৰা
06:38 উদাহৰণস্বৰূপে, যদি ইউজাৰে এন্টাৰ কৰে 'monday', তেন্তে ই এটা ভেৰিয়েবল dollar dayoption লৈ সংলগ্ন হ’ব, যি হৈছে এটা ল’কেল ভেৰিয়েবল
06:47 পাছত, আমি দুটা ফাংচন কল কৰা দেখিছো- display_header() আৰু display_daily_report()
06:56 এই ফাইলৰ “use Weather” ষ্টেতমেন্তটোৰ সৈতে আমি Weather dot pmত সকলো ফাংচনচ এক্সপ’ৰ্ত কৰিলো
07:03 গতিকে, পেকেজ এটাত ফাংচনচ ৰেফাৰ কৰাৰ প্ৰয়োজন নাই colon colon (::)package qualifier ব্যৱ্হাৰ কৰি
07:10 এতিয়া আহক পাছৰ অপচনটো চাওঁ
07:13 যদি অপচন '2' টিপা হয়, ই ইউজাৰক সপ্তাহৰ দিনক এন্টাৰ কৰিবলৈ ক’ব
07:19 $dayoptionক ইনপুত পাৰামিতাৰ হিচাবে function write underscore daily underscore report লৈ পঠোৱা হয়
07:27 ফাংচনটোৰ পৰা ৰিতাৰ্ন মান dollar result ভেৰিয়েবলটোত জমা হয়
07:33 প্ৰিন্ত ষ্টেতমেন্তে (Print statement) ইউজাৰক আউতপুতটোৰ বাবে টেকস্ত ফাইলটো চাবলৈ কয়
07:38 ফাইলনেমটো সপ্তাহৰ দিনটোৰ সৈতে তৈয়াৰ হয় dot txt আউতপুত ফাইল হিচাবে
07:46 যদি অপচন '3' টিপা হয়, ই সম্পূৰ্ণ সপ্তাহটোৰ বাবে ওৱেদাৰ ৰিপ’ৰ্ত প্ৰিন্ত কৰে
07:51 display underscore weekly underscore report হৈছে সাপ্তাহিক ৰিপ’ৰ্তৰ ফাংচন নাম
07:57 এই প্ৰিন্ত ষ্টেতমেন্তে এদাল হ’ৰিজ’ন্তেল লাইন আকে প্ৰদত্ত বাৰৰ বাবে
08:02 ই মাত্ৰ ৰিপ’ৰ্তটো দেখিবলৈ ভাল কৰে
08:06 শেষত, যদি অপচনটো 4 হয়, ই প্ৰোগ্ৰামটো বন্ধ কৰিব
08:11 যদি সূচীত কৰাৰ বাদে আন কিবা অপচন দিয়া হয়, প্ৰিন্ত ষ্টেতমেন্তে কয় “Incorrect option
08:19 ইয়াত, '0' এক্সিত মানটোৱে, প্ৰোগ্ৰামটো সফলভাবে চলাক সূচাই
08:25 এক্সিত মানটো '0' তকৈ বেলেগ হ’লে বুজায় যে কিবা ধৰণৰ এৰ’ৰ এটা হৈছে
08:31 এতিয়া, আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
08:34 টাৰ্মিনেলটোলৈ যাওঁক আৰু লিখক perl weather underscore report dot pl আৰু এন্টাৰ (Enter) টিপক
08:41 আমি পৰ্দাত চাৰিটা অপচন দেখিছো
08:45 '1' লিখক আৰু এন্টাৰ (Enter) টিপক
08:48 আমাক সপ্তাহৰ দিন এটা এন্টাৰ কৰিবলৈ সুধিছে । মই "monday" লিখিম আৰু এন্টাৰ (Enter) টিপক
08:56 এইটো হৈছে display underscore header()ফাংচনৰ পৰা জেনেৰেত হোৱা হেদাৰ আউতপুত
09:02 এতিয়া, আমি সোমবাৰৰ ওৱেদাৰ ৰিপ’ৰ্তটো দেখিছো
09:06 এতিয়া, মই প্ৰোগ্ৰামটো পুনৰ এবাৰ এক্সিকিউত কৰিম আন অপচনচ ব্যাখ্যা কৰিবলৈ
09:13 2 লিখক আৰু এন্টাৰ (Enter) টিপক
09:17 প্ৰমপ্তত, আমি যিকোনো সপ্তাহৰ দিন লিখিব লাগিব । মই "Wednesday" লিখিম আৰু এন্টাৰ (Enter) টিপক
09:25 আমি মেচেজ এটা দেখিছো: "Please check the file wednesday dot txt for report output"
09:32 আউতপুতটো এই টেকস্ত ফাইলত লিখা হৈছে । আহক আমি ফাইলটো খুলো আৰু উপাদান চাওঁ
09:38 লিখক: gedit wednesday dot txt আৰু এন্টাৰ (Enter) টিপক
09:44 আউতপুতটো এন্টাৰ কৰা সপ্তাহৰ দিনৰ নাম, 'txt' এক্সতেনচনৰ সৈতে বনিছে
09:51 এতিয়া, আহক আমি পাছৰ অপচনটো চাওঁ
09:54 টাৰ্মিনেলটোলৈ যাওঁক আৰু লিখক: perl weather underscore report dot pl আৰু এন্টাৰ (Enter) টিপক
10:00 '3' লিখক আৰু এন্টাৰ (Enter) টিপক
10:04 এইবাৰ, আমি সাপ্তাহিক ওৱেদাৰ ৰিপ’ৰ্তটো দেখিছো
10:08 হেচ কীচ আৰু হেচ ভেলুচ এটা ৰেন্দম অৰ্দাৰত জমা হৈছে
10:13 গতিকে, দৰ্শিত আউতপুতটো সিহত যোগ কৰা অৰ্দাৰত হোৱা নাই
10:19 আমি মূলভাব চাওঁ
10:24 এই টিউট’ৰিয়েলটোত, আমি এটা চেম্প’ল পাৰ্ল প্ৰোগ্ৰাম দেখিলো আমাৰ আগৰ টিউট’ৰিয়েলচৰ প্ৰধান ট’পিকচ সামৰি
10:32 এটা এচাইনমেন্ত হিচাবে, এটা একে ধৰণৰ পাৰ্ল প্ৰোগ্ৰাম employee underscore report.pl লিখক employee salary, designation, department, leave_balance সবিশেষ দৰ্শিত কৰিবলৈ
10:45 Employee ID বা Employee name ইনপুত হিচাবে পঠাওঁক
10:50 Employee dot pm ফাইলটোৰ ম’দিউলত প্ৰয়োজনীয় ফাংচনচ লিখক
10:56 তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:03 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:12 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
11:25 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9