PERL/C3/Referencing-and-Dereferencing/Assamese

From Script | Spoken-Tutorial
Revision as of 10:42, 6 March 2017 by Pratik kamble (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. পার্লত Referencing and Dereferencing ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক' স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি:

Scalar References Array References Hash References Dereferences আৰু array/hash referencesৰ elements(উপাদানক) যোগ কৰা, অপসাৰণ কৰা, অ্যাক্সেস কৰা সম্পর্কে শিকিম.

00:22 এই টিউটোৰিয়েলৰ বাবে, মই ব্যবহাৰ কৰিছো:

উবুন্টু লিনাক্স 12.04 অপাৰেটিং সিস্টেম পার্ল 5.14.2 Gedit টেক্সট এডিটৰ

00:33 আপোনি আপোনাৰ পছন্দৰ যি কোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰে.
00:37 আপোনাৰ এনেধৰনৰ জ্ঞান থকা উচিত:

পার্ল প্রোগ্রামিং এৰে ফাংশন আৰু হ্যাশ ফাংশন.

00:43 নহলে, এই ওয়েবসাইটত  পার্লৰ প্রাসঙ্গিক টিউটোৰিয়েলত যাওক.
00:49 এটা ৰেফাৰেন্স কি?
00:51 এটা 'ৰেফাৰেন্স' এটা 'ভেৰিয়েবল, অ্যাৰে, হ্যাশ' , বা সাবৰুটিনৰ' ' এটা 'পয়েন্টাৰ' বা ঠিকনা' ' হয়.
00:58 ইয়াৰ উচৰত প্রত্যক্ষভাবে ডেটা নাথাকে.
01:01 'ৰেফাৰেন্স' এটা সহজ, কম্প্যাক্ট 'স্কেলাৰ' মান হয়.
01:05 'ৰেফাৰেন্সে' 'পার্ল' কোডৰ কর্মক্ষমতা উন্নত কৰিব যেতিয়া আপোনি ডাঙৰ ডাটা-স্ট্রাকচাৰক পাস বা উভতাই দিয়ে.
01:12 ই মেমৰি চেভ কৰে কাৰণ এটা মান পাছ কৰাতকৈ এইটোৱে এটা 'সাবৰুটিনত' ৰেফাৰেন্স  পাছ কৰে.
01:18 জটিল 'পার্ল' ডাটা স্ট্রাকচাৰ পৰিচালনা কৰিবলৈ সহজ হৈ পৰে.
01:22 আমি শিকো এটা ৰেফাৰেন্স কীভাবে তৈয়াৰ কৰে.
01:25 ইয়াৰ আগত এটা 'ব্যাকস্ল্যাশ (\) দি আমি যি কোনো ভেৰিয়েবল, সাবৰুটিন বা মানৰ কাৰনে এটা' ৰেফাৰেন্স তৈয়াৰ কৰিব পাৰো.
01:33 এটা 'স্কেলাৰ ভেৰিয়েবল ' ইয়াত দেখোৱাৰ দৰে  ব্যাকস্ল্যাশ আৰু ডলাৰ চিহ্ন ($)ৰ দ্ৱাৰা ৰেফাৰেন্স কৰা হয়.
01:39 এটা 'অ্যাৰে ভেৰিয়েবল' 'ব্যাকস্ল্যাশ আৰু at the rate(@)চিম্বলৰ দ্ৱাৰা ৰেফাৰেন্স কৰা হয়.
01:45 এটা হ্যাশ ভেৰিয়েবল ইয়াত দেখোৱাৰ দৰে  ব্যাকস্ল্যাশ আৰু শতাংশ (%) চিম্বলৰ দ্ৱাৰা ৰেফাৰেন্স কৰা হয়.
01:53 ডি-ৰেফাৰেন্স কি হয়?
01:55 যেতিয়া এটা 'ৰেফাৰেন্স' 'ডি-ৰেফাৰেন্স কৰা হয়', প্রকৃত মান উভতি আহে.
02:00 'ডি-ৰেফাৰেন্স' 'ৰেফাৰেন্স' ভেৰিয়েবলক কাৰ্লী বন্ধনীত সংযুক্ত(পৰিক্ষেপ) দ্বাৰা সম্পন্ন কৰা হয়
02:06 আৰু বাও কাৰ্লী বন্ধনীৰ আগত তাৰ 'ৰেফাৰেন্স'ৰ ধৰণ বাচকৰ কেৰেক্টাৰ আহে.
02:12 আহক আমি চাও, ভেৰিয়েবল "'ডি-ৰেফাৰেন্স কিভাবে কৰা যায়.
02:16 এটা 'স্কেলাৰ ভেৰিয়েবল ডলাৰ চিহ্ন ($) আৰু কাৰ্লী বন্ধনীৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা হয়.
02:21 এটা ' array' ভেৰিয়েবল at the rate (@) চিম্বল আৰু কাৰ্লী বন্ধনীৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা হয়.
02:27 এটা 'হ্যাশ ভেৰিয়েবল শতাংশ (%) চিম্বল আৰু কাৰ্লী বন্ধনীৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা হয়.
02:33 আমি Scalar reference আৰু dereferenceৰ বাবে এটা সহজ প্রোগ্রাম চাও.
02:38 আমি gedit টেক্সট এডিটৰত এটা নমুনা প্রোগ্রাম খুলো.
02:43 টার্মিনেল 'খোলক আৰু টাইপ কৰক :'gedit scalarRef dot pl ampersand আৰু এন্টাৰ টিপক.
02:50 পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক.
02:55 মই কোডটো ব্যাখ্যা কৰো.
02:57 প্রথম লাইনটো scalar variable '$a' হিচাবে ঘোষণা কৰা হয় আৰু 10লৈ সক্রিয়া(initialized) কৰা হয়.
03:03 আগতেই উল্লেখ কৰা ধৰনে, এটা স্কেলাৰ ভেৰিয়েবল ব্যাকস্ল্যাশ আৰু ডলাৰ চিহ্ন ($) দ্বাৰা 'ৰেফাৰেন্স' কৰা হয়.
03:10 এই লাইনটোৱে ৰেফাৰেন্স 'হিসাবে তৈয়াৰ হোৱা ভেৰিয়েবলৰ  "মেমৰি অ্যাড্রেস 'প্রিন্ট কৰা হব'.
03:16 প্রকৃত মান প্রিন্ট কৰিবলৈ, ভেৰিয়েবলক কাৰ্লী বন্ধনীৰ পূর্বে $ চিম্বলৰ দ্বাৰা ডি-ৰেফাৰেন্স কৰা যায়.
03:23 ইয়াত,ref() ফাংচনে scalar বা array বা hashৰ নিচিনা "ৰেফাৰেন্স' টাইপক উভতাই(return) দিব.
03:30 এতিয়া, ফাইলটো চেভ কৰিবলৈ 'Ctrl + S' টিপক.
03:34 আমি প্রোগ্রামটো চলাও.
03:36 'টার্মিনেলত' যাওক আৰু টাইপ কৰক: perl scalarRef dot pl আৰু এন্টাৰ টিপক.
03:43 আউটপুটটো দেখোৱাৰ দৰে প্রদর্শন কৰা হয়.
03:46 প্রথম লাইনটোৱে মেমৰি অ্যাড্রেস' দেখায় 'যত মান 10 সংৰক্ষিত কৰা হয়.
03:51 দ্বিতীয় লাইনটোৱে প্রকৃত মান 10 উভতাই দিয়ে.
03:55 Ref() ফাংশনে আউটপুট "SCALAR" হিচাবে উভতাই দিয়ে.
03:59 ইয়াৰ পিছত, আমি চাও যে এটা নমুনা প্রোগ্রাম ব্যবহাৰ কৰি 'ৰেফাৰেন্স' আৰু 'ডি-ৰেফাৰেন্স'   কিভাবে তৈয়াৰ কৰে.
04:07 মোৰ উচৰত ইতিমধ্যে এটা নমুনা প্রোগ্রাম আছে. মই gedit টেক্সট এডিটৰত এইটোক খুলো.
04:13 'টার্মিনেলত' , টাইপ কৰক: 'gedit arrayRef dot pl ampersand আৰু এন্টাৰ টিপক.
04:20 arrayRef dot pl ফাইলত, পর্দাত প্রদর্শিত নিম্নলিখিত কোড টাইপ কৰক .
04:26 মই এতিয়া কোড ব্যাখ্যা কৰো.
04:28 ইয়াত, প্রথম লাইনত, মই এটা অ্যাৰে '@color' ঘোষণা কৰিছো আৰু তিনটা মানৰ সৈতে এইটোক সক্রিয়া(initialized) কৰা হৈছে.
04:35 এইটোক backslash @colorৰ সৈতে "'ৰেফাৰেন্স কৰা হয় যি হৈছে অ্যাৰেৰ নাম আৰু ইয়াক $ colorRefত নির্ধাৰিত কৰা হৈছে.
04:42 'প্রিন্ট' বিবৃতিয়ে  'ৰেফাৰেন্সৰ' মান আৰু 'ডি-ৰেফাৰেন্স'ৰ মান প্রিন্ট কৰিব.
04:47 এতিয়া, ফাইলটি চেভ কৰিবলৈ 'Ctrl + S' টিপক.
04:51 আমি প্রোগ্রামটো চলাও.
04:53 টার্মিনেলত যাওক আৰু টাইপ কৰক: perl arrayRef dot pl আৰু এন্টাৰ টিপক.
05:00 আউটপুটটো ইয়াত দেখোৱাৰ দৰে প্রদর্শন কৰা হয়.
05:04 প্রথম লাইনটোৱে ৰেফাৰেন্স হিসাবে তৈয়াৰ হোৱা ভেৰিয়েবলৰ মেমৰি অ্যাড্রেসৰ আউটপুট দেখায়.
05:10 দ্বিতীয় লাইনে ডি-ৰেফাৰেন্স হোৱা প্রকৃত মান দেখায়.
05:16 ইয়াৰ পিছত, আমি কিভাবে অ্যাৰেৰ বাবে direct reference ঘোষনা কৰে তাক চাও.
05:21 আমি আমাৰ প্রোগ্রামলৈ উভতি আহো.
05:24 মই এটা অ্যাৰেৰ বাবে direct referenceক দেখাবলৈ বিদ্যমান প্রোগ্রামক পৰিবর্তিত কৰিছো.
05:29 আপোনি ইয়াত দেখোৱাৰ দৰে বর্গাকাৰ বন্ধনী [ ] ব্যবহাৰ কৰি এটা অ্যাৰেৰ বাবে এটা direct reference তৈয়াৰ কৰিব পাৰে.
05:35 arrow operator (->)ক ব্যবহাৰ কৰক ডি-ৰেফাৰেন্সৰলৈ.
05:39 'প্রিন্ট' বিবৃতিয়ে আউটপুট "Green" হিসাবে প্রিন্ট কৰিব.
05:43 ইয়াত, 'প্রিন্ট' বিবৃতিয়ে সূচক[1]ৰ মান লয় i.e আমাৰ প্রোগ্রামত 'Green".
05:50 ফাইল চেভ কৰিবলৈ 'Ctrl + S' টিপক.
05:54 'টার্মিনেল'লৈ উভতি আহক আৰু টাইপ কৰক: perl arrayRef dot pl আৰু এন্টাৰ টিপক.
06:03 মই এটা উদাহৰণ দেখোৱাম যে কেনেকৈ একেই কোড ফাইলত কিভাবে direct hash reference ব্যবহাৰ কৰিব পাৰি.সেয়ে, geditলৈ যোৱা যাওক.
06:11 আপোনি ইয়াত দেখোৱাৰ দৰে কাৰ্লী বন্ধনী ব্যবহাৰ {} কৰি এটা হ্যাশত direct reference তৈয়াৰ কৰিব পাৰে.
06:18 এইটোক dereference কৰিবলৈ arrow operator (->) ব্যবহাৰ কৰক. hash key হৈছে “Name”.
06:24 এই কোডৰ  ব্লকক দেখাবলৈ উভয় 'প্রিন্ট' বিবৃতিয়ে আউটপুট হিসাবে "সুনীল"ক প্রিন্ট কৰিব.
06:31 পৰবর্তী আমি চাম যে এটা নমুনা প্রোগ্রামৰ সৈতে  "অ্যাৰে ৰেফাৰেন্সত" উপাদানক কিভাবে যোগ, অপসাৰণ, অ্যাক্সেস  কৰিব পাৰে.
06:39 মোৰ উচৰত ইতিমধ্যে এটা নমুনা প্রোগ্রাম আছে. আমাকে 'gedit টেক্সট এডিটৰত মই এইটো খুলো.
06:45 টার্মিনেল 'টো খোলক আৰু টাইপ কৰক:' gedit arrayRefadd dot pl ampersand আৰু এন্টাৰ টিপক.
06:54 'arrayRefadd.pl'  ফাইলটো বর্তমানে 'geditত খোলা আছে. ইয়াত দেখোৱাৰ দৰে, আপোনাৰ ফাইলত কোড টাইপ কৰক.
07:02 প্রথম লাইনটোৱে অ্যাৰে সূচনা(initializes) কৰে.
07:06 আমি backslash @numarrayৰ সৈতে এটা অ্যাৰেক reference কৰিছো আৰু $refত নির্ধাৰিত কৰিছো.
07:13 এতিয়া, আমি চাও কিভাবে array referenceৰ পৰা এটা বিশেষ উপাদানক অ্যাক্সেস কৰিবলৈ পাৰি.
07:19 আমি এটা নির্দিষ্ট মানক অ্যাক্সেস কৰিবলৈ বর্গাকাৰ বন্ধনীত "[]" অ্যাৰে সূচকক ব্যবহাৰ কৰিব লাগিব আৰু ইয়াক ' 'ডি-ৰেফাৰেন্স' কৰিবলৈ 'arrow অপাৰেটৰ ব্যবহাৰ কৰিবলৈ প্ৰয়োজন হব.
07:28 'প্রিন্ট' বিবৃতিয়ে সূচক [0]ৰ মান প্রিন্ট কৰিব.
07:32 'push() ফাংশনে অ্যাৰে ৰেফাৰেন্সৰ শেষৰ অবস্থানত elements(উপাদান) যোগ কৰে. আমাৰ ক্ষেত্রত, বিদ্যমান অ্যাৰেৰ শেষলৈ 1, 2, 3, 4ত  5, 6, 7 যোগ কৰা হয়.
07:47 array referenceত যোগ কৰাৰ পিছত, এই 'প্রিন্ট' বিবৃতিয়ে আউটপুট দেখায়.
07:53 pop() ফাংশনে এটা 'অ্যাৰে ৰেফাৰেন্স' ৰ শেষৰ অবস্থানৰ পৰা এটা '(element)উপাদানক' অতৰুৱাই দিয়ে.
07:58 আমাৰ উদাহৰণত, 7ক বিদ্যমান অ্যাৰে ৰেফাৰেন্সৰ পৰা অতৰুৱা হব.
08:03  অ্যাৰে ৰেফাৰেন্সৰ পৰা অতৰুৱাৰ পিছত  'প্রিন্ট'  বিবৃতিয়ে আউটপুট দেখায়.
08:08  এতিয়া,  ফাইলটো চেভ কৰিবলৈ  'Ctrl + S' টিপক.
08:11  আমি প্রোগ্রামটো চলাও.
08:14   'টার্মিনেললৈ' উভতি যাওক আৰু টাইপ কৰক: perl arrayRefadd dot pl আৰু এন্টাৰ টিপক.
08:22  ইয়াত দেখোৱাৰ দৰে আউটপুট প্রদর্শন কৰা হয়.
08:26  এতিয়া, আমি হ্যাশ ৰেফাৰেন্সৰ উপাদানক, যোগ  অপসাৰণ আৰু একসেচ কৰিবলৈ আৰু এটা নমুনা প্রোগ্রাম চাও.
08:34 'টার্মিনেলত টাইপ কৰক: gedit hashRefadd dot pl ampersand আৰু এন্টৰ টিপক.
08:42  এইটোৱে 'geditত hashRefadd.pl ফাইলেটো খুলিব.
08:47 মই এটা নমুনা প্রোগ্রাম ব্যাখ্যা কৰো.
08:50  মই এটা direct hash reference  ঘোষণা কৰিছো যাক এটা scalar ভেৰিয়েবল $weektempত সংৰক্ষণ কৰা যাব পাৰে.
08:57 মই  'হ্যাশ ৰেফাৰেন্স' ক দেখাবলৈ কাৰ্লী বন্ধনী আৰু "ডি-ৰেফাৰেন্স'ৰ বাবে arrow operator  ব্যবহাৰ কৰিছো.
09:04  এই কোডে সোমবাৰ পৰা শুক্রবাৰলৈকে তাপমাত্রা মান সঞ্চয় কৰে.
09:09 মই হ্যাশৰ চাবিৰে 'লুপ' কৰিবলৈ   “keys”  বিল্ট ইন ফাংশন ব্যবহাৰ কৰিছো.
09:15 'প্রিন্ট'  বিবৃতিয়ে হ্যাশৰ প্রতিটো উপাদানক প্রিন্ট কৰিব.
09:19 আমি ইয়াত দেখোৱাৰ দৰে আমি এটা  'উপাদান' ৰ বিশেষ মূল্য অ্যাক্সেস কৰিবলৈ পাৰো.
09:25 'প্রিন্ট'  বিবৃতিয়ে সোমবাৰৰ তাপমাত্রা প্রিন্ট কৰিব.
09:29  এতিয়া ফাইলটো চেভ কৰক.
09:32  টার্মিনেললৈ যাওক আৰু টাইপ কৰক:'perl hashRefadd dot pl আৰু আউটপুট চাবলৈ এন্টাৰ টিপক.
09:41   hash keys আৰু hash values বোৰ এটা ৰেন্ডম ক্রমত সংৰক্ষণ কৰা হয়.
09:46  প্রদর্শিত আউটপুট সেই ক্রমৰ সৈতে সম্পর্কিত নাই যত সেইবোৰক যোগ কৰা হৈছিল.
09:52 ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ অাহিছো. সংক্ষেপে.
09:57  এই টিউটোৰিয়েলত আমি 

Scalar References Array References Hash References Dereferences আৰু array/hash referencesৰ elements(উপাদানক) উদাহৰনৰ সৈতে যোগ কৰা, অপসাৰণ কৰা, অ্যাক্সেস কৰা সম্পর্কে শিকিছো.

10:14  ইয়াতে আপোনাৰ বাবে এটা অনুশীলনী আছে. আমাৰ hashRefadd dot pl  ফাইলত hash weektempত “Saturday” আৰু “Sunday” নামৰ দুটা নতুন কি যোগ কৰক.
10:24   কী “Saturday”ক শেষলৈ অতৰুৱাই দিয়ক.
10:27 হ্যাশ  'weektempক প্রিন্ট কৰক.
10:30 প্রোগ্রামক চেভ আৰু এক্সিকিউট কৰক. এতিয়া পৰীক্ষাৰ ফলাফল চাওক.
10:35  নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পক সংক্ষিপ্ত বিবৰণ কৰে.দয়া কৰি ডাউনলোড কৰি চাওক.
10:42 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
10:51  এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
11:02  আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, Pratik kamble