PERL/C3/Perl-Module-Library-(CPAN)/Assamese

From Script | Spoken-Tutorial
Revision as of 22:10, 29 June 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 কেনেকৈ ব্যৱ্হাৰ কৰা হয় পাৰ্ল ম’দিউল লাইব্ৰেৰী (Perl Module Library) যি হৈছে CPAN তাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি উপলদ্ধ ম’দিউলচ ব্যৱ্হাৰ কৰিবলৈ আৰু পাৰ্লত ( PERL) নতুন ম’দিউলচ বনাবলৈ শিকিম
00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) পাৰ্ল (Perl) 5.14.2 আৰু 'gedit টেকস্ত এদিতৰ (Text Editor)
00:28 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ (text editor) ব্যৱ্হাৰ কৰিব পাৰে
00:32 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব
00:37 যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক
00:43 ম’দিউলচ (Modules): এইবোৰ হৈছে ক’ড ফাইলচ য’ত ক’মন ৰুতিনচ থাকে, যাক বিভিন্ন ৰচোতাই লিখে আৰু, এসময়ত যথেষ্ট প্ৰোগ্ৰামচে ব্যৱ্হাৰ কৰিব পাৰে
00:55 CPAN: পাৰ্ল হৈছে এটা অ’পেন চৌৰ্চ লেংগুৱেজ আৰু সকলোৱে পাৰ্লৰ ষ্টেনদাৰ্দ CPAN লাইব্ৰেৰীত (library) কনত্ৰিবিউত কৰিব পাৰে
01:03 CPAN ৰ হাজাৰতা বিভিন্ন ৰচোতাই লিখা ব্যৱ্হাৰ কৰিবলৈ সাজু ম’দিউলচ আছে
01:09 CPAN ৰ অফিচিয়েল ওৱেবচাইত হৈছে: www.cpan.org
01:17 আমি List colon colon Utilক এটা উদাহৰণ হিচাবে ল’ম আৰু ইয়াক ব্যৱ্হাৰ কৰিবলৈ চাম
01:24 ই মোক ফাংচনচলৈ প্ৰবেশ দিয়ে যি ইতিমধ্যে ম’দিউলটোৰ ভিতৰত লিখা হৈছে
01:30 টাৰ্মিনেলটোলৈ যাওঁক
01:32 লিখক: perldoc List colon colon Util
01:38 আপুনি এটা এৰ’ৰ (error) পাব পাৰে কৈ You need to install the perl hyphen doc package to use this program
01:46 ই সূচায়, আপুনি perl hyphen doc পেকেজ ইনস্তল কৰিব লাগিব
01:50 তাক কৰক Synaptic Package Manager ব্যৱ্হাৰ কৰি
01:55 সংগত লিনাক্স (Linux) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক
02:01 আপুনি ইয়াত দেখাটো হৈছে দ’কোমেনতেচন List colon colon Util ম’দিউলৰ বাবে
02:08 মন কৰিব দ’কোমেনতেচনত আছে- ম’দিউলটোৰ বৰ্ণনা, ইয়াক ব্যৱ্হাৰ কৰাৰ উদাহৰণ আৰু এটা অভাৰভিউ (overview)
02:20 perldoc viewer টো বন্ধ কৰিবলৈ 'Q' কী টিপক
02:25 পাছত, আমি List colon colon Util ম’দিউলক পাৰ্ল প্ৰোগ্ৰাম এটাত ব্যৱ্হাৰ কৰিবলৈ চাম
02:33 মই এটা চেম্প’ল প্ৰোগ্ৰাম exist underscore modules.pl খুলিম যাক মই আগতে ছেভ কৰিছিলো
02:40 exist underscore modules dot pl ফাইলটোত, পৰ্দাত দৰ্শিত ধাৰণে ক’ডটো লিখক
02:47 আহক এতিয়া ক’ডটো বুজো
02:50 use List colon colon Utilএ পাৰ্লক List colon colon Util ম’দিউলটো বিচাৰিবলৈ আৰু ল’ড (load) কৰিবলৈ কয়
03:00 qw() ফাংচনে ষ্ট্ৰিংগটোৰ পৰা ওৱৰ্দচ এক্সত্ৰেক্ত কৰে দিলিমিতাৰ এটা ব্যৱ্হাৰ কৰি আৰু ওৱৰ্দচক এখন লিষ্ট হিচাবে ঘূৰাই
03:09 ই হৈছে এটা দ্ৰুততম পদ্ধতি এৰে (array) এটাক দিক্লেয়াৰ কৰাৰ
03:13 ম’দিউল এটা ইম্প’ৰ্ত কৰোতে, ই মাত্ৰ আমাৰ প্ৰোগ্ৰামলৈ লিষ্টত সূচীত কৰা চাবৰুতিনচহে ইম্প’ৰ্ত কৰে
03:21 ইয়াত চাবৰুতিনচৰ জেনেৰেল-ইউতিলিতি লিষ্ট থাকে
03:26 ম’দিউলটোৱে এক্সপ’ৰ্ত কৰিব চাবৰুতিনচ আৰু ভেৰিয়েবলচ আমাৰ প্ৰোগ্ৰামটোলৈ
03:32 List colon colon Utilত উপলদ্ধ আটাইতকৈ জনপ্ৰিয় চাবৰুতিনচ হৈছে: first - যি লিষ্টত প্ৰথম এলিমেন্তটো ঘূৰাই
03:42 max –ই লিষ্টত উচ্চতম নিউমেৰিকেল মানটো ঘূৰাই
03:47 maxstr- লিষ্টত উচ্চতম ষ্ট্ৰিংগটো ঘূৰাই
03:52 min- ই লিষ্টত নিম্নতম নিউমেৰিকেল মানটো ঘূৰাই
03:57 minstr – লিষ্টত নিম্নতম ষ্ট্ৰিংগটো ঘূৰাই
04:02 shuffle – ই ইনপুতটোৰ মানসমূহ এটা ৰেন্দম অৰ্দাৰত ঘূৰাই
04:08 sum – লিষ্টৰ সকলো উপাদানৰ নিউমেৰিকেল চামটো ঘূৰাই
04:14 প্ৰতিটো ফাংচনৰ বাবে পৃথককৈ চৌৰ্চ ক’ড লিখাৰ প্ৰয়োজন নাই
04:18 আমি এই উপলদ্ধ চাবৰুতিনচক আমাৰ প্ৰোগ্ৰামটোত ব্যৱ্হাৰ কৰিব পাৰো
04:23 এইবোৰ হৈছে মই max, min, sum আৰু shuffle ফাংচনলৈ পঠোৱা ইনপুতচ
04:30 আৰু, এইবোৰ হৈছে প্ৰিন্ত ষ্টেতমেন্তচ
04:33 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
04:37 আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
04:40 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl exist underscore modules dot pl আৰু এন্টাৰ (Enter) টিপক
04:49 আউতপুতটো চাওঁক
04:51 ৰেন্দম নাম্বাৰত (Random number), আপুনি 0 আৰু 51ৰ মাজত যিকোনো মান পাব পাৰে
04:58 পাছত, আমি নতুন পাৰ্ল ম’দিউল এটা বনাবলৈ চাম আৰু ইয়াক CPANত যোগ কৰিম
05:04 ম’দিউল এটা বনোৱাৰ ষ্টেপচ তলত আছে:
05:08 প্লেচ এটা বনাওঁক ম’দিউলটো দেভেলপ কৰিবলৈ
05:11 ম’দিউলটোৰ বাবে স্কেলেতন (skeleton) ফাইলচ বনাওঁক
05:14 ম’দিউলটো দ’কোমেন্ত (Document) কৰক
05:16 পাৰ্ল ক’ডটো লিখক
05:18 পৰীক্ষাৰ বাবে ক’ডটো লিখক
05:20 ম’দিউলটো CPANত দিচত্ৰিবিউত কৰক
05:24 পাৰ্লক h2xs নামৰ প্ৰোগ্ৰাম এটাৰ সৈতে দিচত্ৰিবিউত কৰা হৈছে যি নতুন ম’দিউল এটাৰ বাবে ফাইলচ জেনেৰেত কৰিবলৈ ব্যৱ্হৃত হয়
05:32 Math colon colon Simpleএ আমাৰ ম’দিউল নামটো সূচীত কৰে
05:37 ই দাইৰেক্তৰীটো জেনেৰেত কৰিবলৈ ব্যৱহৃত হয় যি ম’দিউলটো চিনাক্ত কৰিব লাগিব
05:43 মূলত, ই ম’দিউলটোৰ বাবে স্কেলিতন ফাইলচ বনাই । hyphen PAX হৈছে অপচনচ যি autoload আৰু autogenerate অ’মিত কৰে
05:54 আহক এটা নতুন ম’দিউল বনাওঁ- Math colon colon Simple
05:59 ইয়াত সৰল ফাংচনচ থাকিব: add, subtract, multiply আৰু divide
06:06 আহক টাৰ্মিনেলটোলৈ ঘূৰি যাওঁ h2xs কমান্দটো এক্সিকিউত কৰিবলৈ
06:12 লিখক: h2xs hyphen PAXn Math colon colon Simple
06:20 h2xs প্ৰোগ্ৰামটোৱে ম’দিউলটো দিচত্ৰিবিউত কৰিবলৈ প্ৰয়োজনীয় এই সকলো ফাইলচ জেনেৰেত কৰে
06:27 আহক দাইৰেক্তৰীটো Math hyphen Simpleলৈ সলাওঁ
06:33 আপোনাৰ মেচিনত দাইৰেক্তৰী পাথটো (directory path) মন কৰক । ই Math forward slash Simple হ’ব পাৰে
06:41 দাইৰেক্তৰীটোত সকলো ফাইলচ লিষ্ট কৰিবলৈ "ls" লিখক । আমি তলৰ ফাইলচ চাব পাৰো
06:49 "Changes" ফাইলটো হৈছে চেঞ্জেচৰ ত্ৰেক ৰাখিবলৈ, আমাৰ ম’দিউলটোত কৰা, নতুন ভাৰ্চনচ লিখোতে
06:58 lib subdirectory ত ম’দিউলটো থাকে
07:02 MANIFEST এ এই দাইৰেক্তৰীটোত ফাইলচৰ এখন লিষ্ট ৰাখে
07:07 Makefile হৈছে এটা পাৰ্ল প্ৰোগ্ৰাম Unix Makefile এটা বনাবলৈ ব্যৱ্হৃত হয়
07:12 আমি এই Makefile ব্যৱ্হাৰ কৰিম আমাৰ ম’দিউলটো পৰীক্ষা আৰু ইনস্তল কৰিবলৈ
07:18 Test scripts 't' subdirectoryত হ’ব
07:22 tests হৈছে সৰল পাৰ্ল স্ক্ৰিপ্তচ (Perl scripts), কিন্তু এটা dot t extensionৰ সৈতে unit testingৰ বাবে ব্যৱহৃত হয়
07:30 Simple.pm হৈছে আমাৰ ম’দিউল
07:34 এই সকলো ফাইলচ স্বয়ংক্ৰিয়্ভাবে জেনেৰেত হয় যেতিয়া আমি h2xs ক’মান্দটো এক্সিকিউত কৰো
07:41 আহক simple.pm ফাইলটো খুলো
07:45 দাইৰেক্তৰীটো lib forward slash Mathলৈ সলাওঁক
07:51 এতিয়া, আমি simple.pm ফাইলটো খুলিম উপলদ্ধ উপাদান চাবলৈ
07:57 লিখক: gedit Simple.pm
08:02 আমি ইয়াত এটা দ’কোমেন্তেদ, ফাংচনেল পাৰ্ল ম’দিউল দেখিছো যি একো নকৰে
08:09 আমি এই ফাইলটোত প্ৰয়োজনীয় ফাংচনচ লিখিব লাগিব ই কিবা কৰা বনাবলৈ
08:16 তলৰ ক’ড টেকস্তটোৰ পাছত যোগ কৰক: "Preloaded methods go here"
08:22 ইয়াত, আমি চাৰিটা চাবৰুতিনচ যোগ কৰিম add, subtract, multiply আৰু divide
08:29 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
08:33 এতিয়া, আহক এটা চেম্প’ল পাৰ্ল প্ৰোগ্ৰাম বনাওঁ আমাৰ ক’ড পৰীক্ষা কৰিবলৈ যি ই সঠিকভাবে কাম কৰাক নিশ্বিত কৰিব
08:41 আহক 't' চাবদাইৰেক্তৰীৰ ভিতৰৰ Math-Simple.t টেষ্ট ফাইলটো খুলো
08:49 লিখক: gedit Math-Simple.t
08:55 তলৰ ক’ড লিখক উপলদ্ধ ক’ডটোৰ পাছত: “Insert your test code below..”
09:02 প্ৰিন্ত ষ্টেতমেন্তে আউতপুতটো প্ৰিন্ত কৰিব
09:06 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
09:10 আহক টেষ্ট স্ক্ৰিপ্তটো (test script) ৰান কৰো
09:13 লিখক: perl Math-simple.t আৰু এন্টাৰ (Enter) টিপক
09:19 আমি এই এৰ’ৰ মেচেজটো দেখিম কাৰণ পাৰ্ল স্ক্ৰিপ্তটোৱে ইয়াৰ দাইৰেক্তৰীত Simple.pm ক পোৱা নাই
09:27 lib দাইৰেক্তৰীৰ ভিতৰত চাব লাগিব । আমি কেনেকৈ এই এৰ’ৰটো ৰেক্তিফাই কৰিম?
09:33 আহক ইয়াৰ বাবে কিছু অপচনচ চাওঁ
09:37 At the rate INC হৈছে এটা বিশেষ ভেৰিয়েবল য’ত দাইৰেক্তৰীৰ এখন লিষ্ট থাকে
09:43 পাৰ্ল ম’দিউলচ আৰু লাইব্ৰেৰীচ এই দাইৰেক্তৰীৰ পৰা ল’দ কৰিব পাৰি
09:48 ক’ডটোৰ এই শাৰীটোৱে পাৰ্ল প্ৰোগ্ৰামটোক এই দাইৰেক্তৰী পাথটো ইয়াৰ at the rate INC চাৰ্চ দাইৰেক্তৰীলৈ যোগ কৰিবলৈ কয়
09:57 অন্যহাতে, আমি at the rate INCলৈ ৰান টাইমত '-I' অপচন ব্যৱ্হাৰ কৰি ফাইলচ যোগ কৰিব পাৰো
10:06 এতিয়া, আহক টাৰ্মিনেলটোলৈ যাওঁ
10:10 মই '-I' command line parameter টো ব্যৱ্হাৰ কৰি প্ৰোগ্ৰামটো এক্সিকিউত কৰিম
10:16 গতিকে, মই লিখিম: perl -Ilib t/Math-Simple.t
10:24 আউতপুতটো আশাকৰা ধৰণে আহিছে
10:27 আমি ম’দিউলটো টেষ্ট কৰিলো আৰু ই ঠিকে কাম কৰিছে
10:31 শেষৰ ষ্টেপ হৈছে ম’দিউলটো দিচত্ৰিবিউত কৰা
10:34 ম’দিউল ইনস্তল কৰাৰ সাধাৰণ প্ৰ’চিদিওৰ হৈছে এই কমান্দচ ৰান কৰাটো
10:40 ইনস্তলেচনে Perl library directoryলৈ ফাইলচ ক’পি কৰাক সামৰে
10:45 আমাৰ বহুতৰে এই দাইৰেক্তৰীত ক’পি কৰাৰ অনুমতি নাই
10:49 যিহেতু Math-Simple এটা বৰ দৰকাৰী ম’দিউল নহয়, মই ইনস্তলেচন অংশটো ব্যাখ্যা নকৰো
10:57 আমি মূলভাব চাওঁ
11:02 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: উপলদ্ধ ম’দিউলচ ব্যৱ্হাৰ কৰিবলৈ, নতুন ম’দিউলচ বনাবলৈ আৰু পাৰ্ল প্ৰোগ্ৰামত ব্যৱ্হাৰ কৰিবলৈ
11:11 এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত
11:13 Text colon colon Wrap ম’দিউলটো ব্যৱ্হাৰ কৰক
11:17 Wrap() ফাংচনটো ব্যৱ্হাৰ কৰক যি ইনপুত টেকস্তক ৰেপচ কৰিব চাফা পাৰাগ্ৰাফচ বনাবলৈ
11:24 Text colon colon Wrap ম’দিউলৰ এটা ভেৰিয়েবল আছে- "columns" । columns মানক 30লৈ সজাওঁক
11:31 টেকস্তটো প্ৰিন্ত কৰক ফ’ৰ্মেতেদ আউতপুত চাবলৈ
11:35 তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক
11:42 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
11:51 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
11:55 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত
12:02 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
12:06 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9