PERL/C3/Downloading-CPAN-module/Assamese

From Script | Spoken-Tutorial
Revision as of 11:46, 28 June 2017 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Downloading CPAN modulesৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম কেনেকৈ প্ৰয়োজনীয় CPAN modules দাউনল’দ কৰা হয় উবুন্তো (Ubuntu) লিনাক্স (Linux) অপাৰেতিং চিষ্টেম (Operating System) আৰু ওইন্দ’চ (Windows) অপাৰেতিং চিষ্টেমত (Operating System)
00:17 এই টিউট’ৰিয়েলটোৰ ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 অপাৰেতিং চিষ্টেম (Operating System) ওইন্দ’চ (Windows) 7 পাৰ্ল (Perl) 5.14.2 আৰু 'gedit টেকস্ত এদিতৰ (Text Editor)
00:32 আপুনি নিজৰ পচন্দৰ যিকোনো টেকস্ত এদিতৰ ব্যৱ্হাৰ কৰিব পাৰে
00:36 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ পাৰ্ল (Perl) প্ৰোগ্ৰামিংৰ কামকৰা জ্ঞান থাকিব লাগিব
00:41 যদি নাই, তেন্তে সংগত পাৰ্ল (Perl) স্প’কেন টিউট’ৰিয়েলচৰ বাবে স্প’কেন টিউট’ৰিয়েলৰ ওৱেবচাইত চাওঁক
00:48 প্ৰথমে, আমি উবুন্তো (Ubuntu) লিনাক্স (Linux) OSত CPAN modules দাউনল’দ কৰিবলৈ শিকিম
00:55 টাৰ্মিনেলটোলৈ যাওঁক
00:57 লিখক sudo স্পেছ (space) cpan আৰু এন্টাৰ (Enter) টিপক । প্ৰয়োজন হ’লে পাচওৱৰ্দ দিয়ক
01:06 যদি cpan আপোনাৰ চিষ্টেমত ইনস্তলদ নাই, ই ইনস্তলেচন প্ৰচেচৰ বাবে সুধিব
01:13 অনুগ্ৰহ কৰি ষ্টেপ্চৰ সৈতে আগবাঢ়ক । ইনস্তলেচন প্ৰচেচৰ বাবে আপোনাৰ কম্পিউতাৰ ইন্তাৰনেতৰ সৈতে সংযুক্ত হৈ থাকিব লাগিব
01:21 আমি দেখিছো প্ৰমপ্তটো cpanলৈ সলনি হৈছে
01:26 ধৰক উদাহণস্বৰূপে, মই CSV ফাইল এটাৰ পৰা কিছু দাতা এক্সত্ৰেক্ত কৰিব বিচাৰো আৰু মোৰ পাৰ্ল (Perl) প্ৰোগ্ৰামটোত ব্যৱ্হাৰ কৰিব বিচাৰো
01:35 ইয়াৰ বাবে, আমি ব্যৱ্হাৰ কৰিম টেকস্ত (Text) কলন (colon) কলন (colon) CSV মদিউল
01:40 ব্যৱ্হাৰ কৰাৰ আগতে, আমি টেকস্ত (Text) কলন (colon) কলন (colon) CSV মদিউলটো ইনস্তল কৰিব লাগিব
01:46 টাৰ্মিনেলটোলৈ যাওঁক
01:48 লিখক: ইনস্তল (install) টেকস্ত (Text) কলন (colon) কলন (colon) CSV আৰু এন্টাৰ (Enter) টিপক
01:55 আমি এই মদিউলটোৰ সংগত পেকেজসমূহৰ ইনস্তলেচনটো দেখিছো
02:00 ইনস্তলেচনটো সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব আপোনাৰ ইন্তাৰনেত স্পিদটোৰ ওপৰত নিৰ্ভৰ কৰি
02:06 এতিয়া, আহক চাওঁ মদিউলটো সফলভাবে ইনস্তল হ’লনে নাই
02:12 cpanৰ পৰা ওলাবলৈ 'q' কীটো টিপক
02:16 লিখক: "instmodsh" আৰু এন্টাৰ (Enter) টিপক
02:23 সকলো ইনস্তলদ মদিউলচক তাইলিকাভুক্ত কৰিবলৈ 'l' লিখক
02:28 ইয়াত, আমি টেকস্ত (Text) কলন (colon) কলন (colon) CSV দেখিছো যি বুজায় যে মদিউলটো আমাৰ চিষ্টেমত ইনস্তল হ’ল
02:38 একজিত হ’বলৈ 'q' লিখক
02:41 এতিয়া, মই candidates.csv খুলিম যাক মই আগতে ছেভ কৰিছিলো
02:47 লিখক: gedit candidates.csv আৰু এন্টাৰ (Enter) টিপক
02:53 ইয়াত, আমি কেনদিদেতটোৰ নেম, এজ, জেন্দাৰ আৰু email সবিশেষ এটা ক’মা চেপাৰেতৰৰ সৈতে দেখিছো
03:02 এতিয়া মই csvtest.pl ফাইলটো খুলিম য’ত মই পাৰ্ল (Perl) প্ৰোগ্ৰাম এটা লিখিছিলো যি এই ম’দিউলটো ব্যৱ্হাৰ কৰে
03:11 এই প্ৰোগ্ৰামটোৱে নেম ফিল্দ (name field) মানসমূহ এক্সত্ৰেক্ত (extract) কৰিব যি csv ফাইলটোত জমা হৈ আছে
03:18 ইউজ (use) স্তেতমেন্তে টেকস্ত (Text) কলন (colon) কলন (colon) CSV ম’দিউলটোক লিদ কৰে
03:23 মই "candidates.csv" ফাইলটোক এটা ল’কেল ভেৰিয়েবল (local variable) ডলাৰ ফাইললৈ (dollar file) দিক্লেয়াৰ কৰিছো
03:29 পাছৰ স্তেতমেন্তটোৱে ফাইলটোক ৰিদ (READ) মোদত খুলিব
03:34 টেকস্ত (Text) কলন (colon) কলন (colon) CSV হৈছে ক্লাচ (class) আৰু আমি এটা ইনস্তেনচ (instance) বনাব পাৰো কনষ্ট্ৰাকতৰক (constructor) নিওৰ (new) সৈতে মাতি
03:42 এই শাৰীটোৱে চেপাৰেতৰ কেৰেক্তাৰ ক’মালৈ (,) সজাই এটা অবজেক্ত (object) বনায়
03:48 ইয়াত, "while" লোপে দাতাটোক চায়, লাইন বাই লাইন, "getline()" মেথদটো (method) ব্যৱ্হাৰ কৰি
03:54 "getline" মেথদটোৱে (method) এৰে (array) এটালৈ ৰিফাৰেঞ্চ (reference) এটা ঘূৰাই
03:58 আমি ইয়াক দিৰিফাৰেঞ্চ (dereference) কৰিব লাগিব, মানটো চাবলৈ
04:02 ইন্দেক্স (Index) অফ জিৰ’এ csv ফাইলটোত নেম ফিল্দক (name field) ৰিপ্ৰেজেন্ত কৰে
04:07 Print স্তেতমেন্তে csv ফাইলটোৰ পৰা নেমচ প্ৰিন্ত কৰে
04:11 এতিয়া, Ctrl+S টিপক ফাইলটো ছেভ (save) কৰিবলৈ
04:15 আহক প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
04:18 টাৰ্মিনেলটোলৈ ঘূৰি যাওঁক আৰু লিখক: perl csvtest.pl আৰু এন্টাৰ (Enter) টিপক
04:27 ইয়াত, আমি নেমচ ফিল্দ আউতপুত হিচাবে দেখিছো
04:32 পাছত, আহক আমি ওইন্দ’চ অপাৰেতিং চিষ্টেমত (Windows Operating System) প্ৰয়োজনীয় CPAN ম’দিউলচ দাউনল’দ কৰিবলৈ চাওঁ
04:39 যেতিয়া পাৰ্ল (Perl) ইনস্তল হ’ব, PPM নামৰ ইউতিলিতি এটা যি হৈছে Perl Package Module স্বয়ংক্ৰিয়ভাবে ইনস্তল হয়
04:48 PPM ব্যৱ্হাৰ কৰিবলৈ, আপোনাৰ কম্পিউতাৰটো ইন্তাৰনেতলৈ সংযুক্ত হৈ থাকিব লাগিব
04:53 এই ইউতিলিতিটো ব্যৱ্হাৰ কৰিব পাৰি: ম’দিউল চাৰ্চ, ইনস্তল, ৰিমুভ আৰু প্ৰয়োজনীয় ম’দিউলচ আপগ্ৰেদ কৰিবলৈ ওইন্দ’চ অপাৰেতিং চিষ্টেমত (Windows Operating System)
05:04 এতিয়া, আহক আমি ওইন্দ’চ (Windows) OSত কমান্দ ওইন্দ’ খুলো
05:09 কমান্দ ওইন্দ’ (command window) খুলিবলৈ, ষ্টাৰ্তত (Start) টিপক আৰু লিখক "cmd" আৰু এন্টাৰ (Enter) টিপক
05:17 লিখক: perl hyphen v আপোনাৰ ওইন্দ’চ (Windows) OS মেচিনত পাৰ্ল (Perl) ইনস্তল হৈ আছেনেকি চাবলৈ
05:25 আপুনি পাৰ্ল (Perl) ভাৰ্চন নাম্বাৰটো দেখিব যি আপোনাৰ মেচিনত ইনস্তল হৈ আছে
05:30 যদি পাৰ্ল ইনস্তলদ নাই, এই ওৱেবচাইতত Perl Installation টিউট’ৰিয়েলটো চাওঁক
05:36 ই আপোনাক ওইন্দ’চ (Windows) OSপাৰ্ল (Perl) কেনেকৈ ইনস্তল কৰিব লাগে ক’ব
05:41 “DOS” প্ৰমপ্তত, লিখক: ppm install টেকস্ত (Text) কলন (colon) কলন (colon) CSV আৰু এন্টাৰ (Enter) টিপক
05:49 মন কৰিব, module নেমচ কেচ চেনচিতিভ হয়
05:53 আমি দেখিছো ইনস্তলেচন প্ৰচেচটো আৰম্ভ হ’ল । ই সম্পূৰ্ণ হোৱালৈকে অপেক্ষা কৰক
06:00 মই candidates.csv আৰু csvtest.pl ফাইলক বৰ্তমান কামকৰা দাইৰেক্তৰীলৈ ক’পি কৰিলো
06:08 আমি এতিয়া পাৰ্ল (Perl) প্ৰোগ্ৰামটো একজিকিউত (execute) কৰো
06:11 কমান্দ ওইন্দ’ত (command window), লিখক: perl csvtest.pl আৰু এন্টাৰ (Enter) টিপক
06:18 এইটো আউতপুত
06:21 আমি মূলভাব চাওঁ,
06:26 এই টিউট’ৰিয়েলটোত, আমি লিনাক্স (Linux) আৰু ওইন্দ’চত (Windows) প্ৰয়োজনীয় CPAN modules দাউনল’দ কৰিবলৈ শিকিলো
06:34 এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । Date colon colon Calc ম’দিউল ইনস্তল কৰিবলৈ চেষ্টা কৰক । ম’দিউল চাৰ্চৰ বাবে প্ৰদত্ত ওৱেবচাইতটো ব্যৱ্হাৰ কৰক
06:47 তলৰ সংযোজনত থকা কথাচিত্ৰটো্বে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । ইয়াক দাউনল’দ কৰক আৰু চাওঁক
06:54 স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ দলে: স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
07:03 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
07:06 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
07:18 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9