PERL/C2/for-for-each-loops/Assamese

From Script | Spoken-Tutorial
Revision as of 09:38, 5 March 2017 by Pratik kamble (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ. Perl (পার্ল')ত ' 'foreach Loops ৰ স্পকেন টিউটোৰিয়াল লৈ আপোনাক স্বাগতম
00:06 এই টিউটোৰিয়েলত. আমি শিকিম: Perl (পার্ল')'ত for loop আৰু
00:11 ' Perl (পার্ল')'ত 'Foreach loop
00:13 আমি 'Ubuntu Linux 12.04 অপাৰেটিং সিস্টেম আৰু 'Perl 5.14.2 ব্যবহাৰ কৰিছো
00:21 আমি gedit' text editor (টেক্সট এডিটৰো)' ব্যবহাৰ কৰিম
00:25 আপোনি আপনাৰ পছন্দ মতে কোনো টেক্সট এডিটৰ (text editor) ব্যবহাৰ কৰিব পাৰিব.
00:29 আপোনাৰ উচৰত ' Perl (পার্ল')'ত variable (ভেৰিয়েবল) আৰু 'comments (মন্তব্য)ৰ মৌলিক জ্ঞান থাকিব লাগিব
00:33 নহলে 'স্পকেন টিউটোৰিয়েল' ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাওক
00:40 (Perl)'পার্লে আমাক বিভিন্ন মানৰ বাবে এটা শর্ত (condition) বাৰে বাৰে প্ৰশিক্ষন কৰিবলৈ এটা প্রক্রিয়া উপলব্ধ কৰে. এইটো loops ব্যবহাৰ কৰি কৰা হয়.
00:49 Perl (পার্ল)ত বিভিন্ন ধৰনৰ loops আছে;
00:52 for loop
00:53 foreach loop while loop &
00:55 ' do-while loop এই টিউটোৰিয়েলত আমি for আৰু 'foreach loop চাম
01:01 Perl (পার্ল)ত' forloopয়ে এটা কোডক নির্দিষ্ট সময়ৰ বাবে দেখোৱাবলৈ ব্যবহাৰ কৰা হয়.
01:07 for loopৰ সিনট্যাক্স (syntax) নিম্নৰুপে দিয় হল:
01:10 for space ব্ৰেকেট খোলক variable initialization semicolon condition semicolon increment
01:20 ব্ৰেকেট বন্ধ কৰক আৰু এন্টাৰ টিপক
01:22 কাৰ্লী বন্ধনী খোলক
01:24 কোডক একাধিক বাৰ কার্যকৰ কৰা হব
01:28 কাৰ্লী বন্ধনী বন্ধ কৰক
01:30 এতিয়া আমি for loop এটা উদাহৰণ চাও.
01:33 'টার্মিনাল খোলক আৰু টাইপ কৰক; 'gedit forLoop.pl space & (ampersand)
01:42 এন্টাৰ টিপক এইটোৱে gedit'forLoop.pl ফাইল খুলিব.
01:48 কোডৰ নিম্নলিখিত টাইপ কৰক; hash exclamation mark slash u s r slash bin slash perl'
01:58 এন্টাৰ টিপক
02:00 ' for space ব্ৰেকেট খোলক dollar i equals to zero semicolon space dollar i less than or equal to four semicolon space dollar i plus plus ব্ৰেকেট বন্ধ কৰক'
02:18 স্পেচ কাৰ্লী বন্ধনী খোলক আৰু এন্টাৰ টিপক
02:21 লিখক print space double quote Value of i colon space dollar i slash n double quote বন্ধ কৰকsemicolon
02:35 আৰু এন্টাৰ টিপক এতিয়া কাৰ্লী বন্ধনী বন্ধ কৰক
02:39 ফাইল খন চেভ কৰিবলৈ Ctrl+S টিপক
02:42 for loop য়ে কি কৰে ব্যাখ্যা কৰা যাওক
02:46 i ভেৰিয়েবলক শূন্য লৈ সক্রিয়া (initialized) কৰা হৈছে.
02:50 পিছত, শর্তটো (condition) প্ৰশিক্ষন কৰা হৈছে.
02:53 এই ক্ষেত্রেত শর্তটো (condition) i less than or equal to 4.
02:59 এই শর্তটো (condition) যদি সত্য হয় তেনেহলে কাৰ্লী বন্ধনীত কোডটো কার্যকৰ কৰা হব.
03:05 ইয়াৰ মানে প্রথম'print স্তেটমেন্ট "Value of i colon 0"
03:11 'টার্মিনেলত' প্রদর্শন কৰা হব.
03:14 ইয়াৰ পিছত i ভেৰিয়েবলটো '1ৰ দ্বাৰা মান বৃদ্ধি হয় '.
03:18 আৰু for' loop শর্তটো (condition) আকৌ এবাৰ প্ৰশিক্ষন কৰা হয়.
03:23 এই লুপটো প্রস্থান কৰিব যেতিয়া i ৰ মান '4তকৈ দাঙৰ হব
03:29 এই ক্ষেত্রত for loopi = 0, 1, 2, 3, 4ৰ বাবে কার্যকৰ কৰা হব
03:38 যিমোট '5 বাৰ হয়.
03:41 এতিয়া টার্মিনেললৈ যাওক
03:44 কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক:
03:48 perl hyphen c forLoop dot pl
03:54 আৰু এন্টাৰ টিপক
03:56 ইয়াত এটা বার্তা প্রদর্শন কৰে
03:58 forLoop.pl syntax OK
04:01 সেয়ে আমাৰ উচৰত কোনো চেনটেক্চ নাই
04:03 এতিয়া perl forLoop dot pl টাইপ কৰি পাৰ্ল (Perl) স্ক্ৰীপ্ট দেখোৱা যাওক আৰু এন্টাৰ টিপক
04:11 এইয়া আউটপুট টার্মিনেলত দেখোৱা হব.
04:16 এতিয়া আমি foreach loop দেখো.
04:19 আমি যদি এটা 'Array (অ্যাৰে) বাবে এটা শর্ত পুনৰায় কৰিব বিচাৰিছো আমি ' 'foreach লুপৰ ব্যবহাৰ কৰিব পাৰো
04:25 সিনট্যাক্স হল: foreach space dollar variable স্পেচ ব্ৰেকেটত at the rate array স্পেচ
04:35 কাৰ্লী বন্ধনী খোলক
04:37 ' perform action on each element of an array এন্টাৰ টিপক
04:42 কাৰ্লী বন্ধনী বন্ধ কৰক
04:44 'অনুগ্রহ কৰি লক্ষ্য কৰক:' আমি অ্যাৰে (array) অ্যাৰেৰ আৰম্ভৰ (array initialization) আৰু পৰবর্তী টিউটোৰিয়েলত এটা অ্যাৰেক (array) সংজ্ঞা আদি আৱৰণ কৰিম.
04:52 এতিয়া আমি ' 'foreach লুপৰ এটা উদাহৰণ চাও.
04:56 'টার্মিনেল'খোলক আৰু 'gedit foreachLoop dot pl স্পেচ ampersand আৰু এন্টাৰ টিপক
05:08 এইটোৱে 'geditforeachLoop.pl ফাইলটো খুলিব.
05:12 নিম্নলিখিত কোড লিখক
05:15 ' hash exclamation mark slash u s r slash bin slash perl' আৰু এন্টাৰ টিপক
05:25 ' at the rate myarray space is equal to space ব্ৰেকেট খোলক ten comma twenty comma thirty ব্ৰেকেট বন্ধ কৰক semicolon'
05:39 এন্টাৰ টিপক
05:41 ' foreach space dollar var space ব্ৰেকেট খোলক at the rate myarray ব্ৰেকেট বন্ধ কৰক space'
05:52 কাৰ্লী বন্ধনী খোলক, এন্টাৰ প্ৰেচ কৰক আৰু টাইপ কৰক
05:56 ' print space double quote Element of an array is colon dollar var slash n দবল কোট বন্ধ কৰক ' semicolon'
06:13 এন্টাৰ প্ৰেচ কৰক আৰু কাৰ্লী বন্ধনী বন্ধ কৰক
06:17 ফাইলখন চেভ কৰিবলৈ 'Ctrl + s প্রেস কৰক.
06:20 এই কোডটো কি কৰে ব্যাখ্যা কৰা যাওক. এটা অ্যাৰে 'myArray' ঘোষণা কৰা হয়.
06:27 ইয়াত 3 টা উপাদান আছে 10, 20 আৰু 30
06:33 Foreach loop(লুপ)ৰ প্রতিটো পুনৰাবৃত্তিত (ডলাৰ) dollar varত এটা (array) অ্যাৰেৰ একক উপাদান থাকিব
06:40 এটা (array) অ্যাৰেৰ প্রতিটো উপাদানৰ বাবে 'Foreach (keyword)কিৱৰ্দে এই লুপটো পুনৰাবৃত্তি কৰে.
06:47 তাৰ মানে কাৰ্লী বন্ধনীত থকা কোডটোৱে প্রতি myArray' এলিমেন্টৰ বাবে কার্যকৰ কৰা হব.
06:55 Back-slash n য়ে এটা নতুন লাইনত প্রম্পটটো স্থাপন কৰিব
07:00 ইয়াৰ মানে প্রথম '(উপাদান')element '10টো' টার্মিনেলত প্রদর্শন কৰা হব.
07:06 তাৰপিছত 20 আৰু গৈ থাকিব, যেতিয়ালৈকে সকলো উপাদানৰ প্ৰিন্ট কৰা হয়
07:12 এই লুপটোৱে myArrayত থকা সকলো উপাদানৰ প্ৰিন্ট কৰাৰ পিছত প্রস্থান কৰিব.
07:17 এতিয়া টার্মিনাললৈ যাওক আৰু কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰক (compilation or syntax errors) প্ৰশিক্ষন কৰিবলৈ নিম্নলিখিত টাইপ কৰক
07:24 'perl hyphen c foreachLoop dot pl আৰু এন্টাৰ টিপক
07:32 এই লাইনটো টার্মিনালত দেখোৱা হব
07:36 কোনো কম্পাইলেশন অথবা সিনট্যাক্স এৰৰ (compilation or syntax errors) নাই.
07:38 সেয়ে আমি 'Perl (পার্ল) স্ক্রিপ্ট দেখোৱাও .
07:41 টাইপ কৰক perl foreachLoop dot plআৰু এন্টাৰ টিপক
07:48 এইয়া আউটপুট টার্মিনালত দেখোৱা হব.
07:54 সেয়ে for' loop আৰু foreach loopৰ বাবে ইমানেই
07:57 আমি সংক্ষেপ কৰো.
07:59 এই টিউটোৰিয়েলত আমি শিকিছো
08:02 Perl (পার্ল)ত'for loop আৰু foreach loop
08:06 কিছু নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.
08:07 ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে -
08:10 Spoken Tutorial স্ট্রিং এটা ঘোষণা কৰক
08:13 ইয়াক 5 বাৰ প্ৰইন্ট কৰক
08:16 এটা এৰেৰ ৰং এনেধৰনৰ ঘোষনা কৰক @colorArray = ব্ৰেকেট খোলক in single quote red comma white comma blue ব্ৰেকেট বন্ধ কৰক আৰু
08:32 'Foreach' লুপ ব্যবহাৰ কৰি এটা অ্যাৰেৰ উপাদান প্ৰিন্ট কৰক
08:36 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক
08:40 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:43 যদি আপোনাৰবেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:48 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:55 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:59 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:07 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:12 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:20 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:31 আমি আশা কৰিছো যে এই পাৰ্ল টিউটৰিয়েল আপোনি উপভোগ কৰিছে.
09:34 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
09:36 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble