Difference between revisions of "PERL/C2/Hash-in-Perl/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 440: Line 440:
 
|-
 
|-
 
|08:58
 
|08:58
|আকৌ চমুকৈ চাও
+
|আকৌ চমুকৈ চাও এই তিউতৰিয়েলত আমি শিকিলো-
 
+
|-
+
|08:59
+
|এই তিউতৰিয়েলত আমি শিকিলো-
+
  
 
|-
 
|-

Revision as of 10:02, 5 March 2017

Time
Narration
00:01 Perl’ত Hashৰ স্পৌকেন তিওতৰিয়েললৈ আপোনালোকক স্বাগতম।
00:05 এই তিওতৰিয়েলত আমি শিকিম;
00:09 PerlHash আৰু
00:11 hashৰ এলিমেন্ত এক্সেচ কৰিবলৈ।
00:14 এই তিওতৰিয়েলত মই ব্যৱহাৰ কৰি আছু
00:16 Ubuntu Linux12.04 অপাৰেতিং চিচতেম
00:21 Perl 5.14.2 আৰু
00:24 gedit টেক্সট এদিএদিতৰ।
00:26 আপনাৰ মমন পচন্দৰ মতে যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে।
00:30 এই তিওতৰিয়েল প্রেকতিচ কৰিবলৈ আপোনাৰ Perlৰ ‘’’ভেৰিয়েবল আৰু দাতা স্ত্রাকচাৰ ৰৰ জ্ঞান থাকিব লাগিব।
00:38 comments, loops, conditional statements and Arrays' (‘’’কমেন্ত, লোপ, কন্দিচ্যনেল স্তেতমেন্ত’’)’ৰ জ্ঞান থাকিলে আৰু ভাল।
00:46 অনুগ্রহ কৰি ‘’’স্পকেন তিওতৰিয়েল’’’ ৱেবচাইত’ত থকা সম্পৰ্কীয় স্পকেন তিওতৰিয়েল চাওক।
00:52 Hash এটা ক্ৰমত নথকা দাতাৰ হয়


00:56 এইটো এটা ‘’’কি/ভেল্যো পেয়াৰ দাটা স্ত্রাকচাৰ ।
00:59 Hash কিবোৰ অদ্বিতিয়।

অসাধারণ

01:01 পিছে Hashৰ প্রতিলিপি মূল্য / মান থাকিব পাৰে।
01:05 এইয়া Hashৰ দিল্রেৰেস্যন।
01:08 আহক আমি চাও Hash ৰ পৰা এতা ‘কি’ৰ ভেল্যু/মান কেনেকৈ পায়।
01:12 এতা কি’ৰ ভেল্যু/মান এক্সেচ/উপয়োগ কৰাৰ চিন্ত্যেক্স হয়
01:17 hashName কাৰ্লি ব্ৰেকেট খোলক single quote keyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক
01:26 ব’লক আমি এতা চেম্পল 'প্রগ্রেম বয়ৱহাৰ কৰি hash' বুজো।
01:31 মই আগতেই gedit perlHash dot plফাইলত ক’দ টাইপ কৰি থৈছো।
01:37 আপোনাৰ perlHash dot pl ফাইলত দেখোৱা ক’দ টাইপ কৰক।
01:42 Perl Hash ‘%’ চাইনেৰে দিক্লেৰ কৰে।
01:47 এইয়া Hashৰ কি হয়।
01:49 আৰু এইয়াই Hashৰ ভেল্যু হয়।
01:53 মন কৰিব, Hashৰ কি উপয়োগ কৰিবলৈ এজনে dollar চাইন ব্যৱহাৰ কৰিব লাগিব।
01:59 ফাইল চেভ কৰিবলৈ Ctrl + S প্রেচ কৰক।
02:02 তাৰ পিছত তাৰমিনেল যাওক আৰু‘পাৰ্ল স্ক্রিপ্ত’ এইদৰে এক্জিক্যুত কৰক।
02:08 perl perlHash dot pl
02:11 আৰু এন্তাৰ প্রেচ কৰক।
02:14 আওতপোত তাৰমিনেলত দেখা পাম।
02:19 এতিয়া আচাম কি’বোৰ hashৰ পৰা কেনেকৈ যোগ আৰু নাইকিয়া কৰে।
02:24 যোগ কৰাৰ
02:26 চিন্ত্যেক্স হহ’ল dollar hashName কাৰ্লি ব্ৰেকেট খোলক
02:30 single quote KeyName single quote
02:34 কাৰ্লি ব্ৰেকেট বন্ধ কৰক equal to value semicolon
02:40 নাইকিয়া কৰিবলৈ delete dollar hashName কাৰ্লি ব্ৰেকেট খোলক
02:46 single quote KeyName single quote কাৰ্লি ব্ৰেকেট বন্ধ কৰক semicolon
02:53 আহক এতিয়া এতা চেম্পল প্রগ্রেম এটা বুজো।
02:58 মই আগতেই hashKeyOperations dot pl ফাইলত ক’দ টাইপ কৰি থৈছো।
03:05 এইয়া hashৰ দিক্লেৰেস্বন হয়।
03:08 আমি hashৰ পৰা key যোগ আৰু নাইকিয়া কৰিম।
03:13 ইয়াতে আমি আগতেই বনোৱা hash'key যোগ কৰিম।
03:18 ইটা ভেৰিয়েবল’ত ভেল্যু এচাইন কৰাৰ দৰে হয়।
03:23 দিলিত কি-ৱৰ্দ এটা কি নাইকিয়া কৰিবলৈ ব্যৱহাৰ কৰা হয়।
03:27 আমি কি নাইকিয়া কৰিবলৈ কি পাছ কৰিব লাগে।
03:31 ফাইল চেভ কৰিবলৈ Ctrl+S প্রেছ কৰক।
03:35 তাৰমিনেললৈ যাওকে আৰু Perl script এক্জি্ক্যুত কৰক
03:40 perl hashKeyOperations dot pl
03:44 আৰু এন্তাৰ প্রেচ কৰক।
03:47 আওতপোত তাৰমিনেল’ত দেখা পাব।
03:52 ব’লক আমি চাও hash key আৰু valueবোৰ কেনেকৈ চৰ্ত্ কৰে।
03:57 sort keyৰ চিন্ত্যেক্স হ’ল-
04:00 sort ব্ৰেকেট খোলক keys percentage hashName ব্ৰেকেট বন্ধ কৰকsemicolon
04:07 ঠিক একেদৰেই আমি hash values sort এনেদৰে কৰিব পাৰো
04:11 sort ব্ৰেকেট খোলক values percentage hashName ব্ৰেকেট বন্ধ কৰক semicolon
04:18 ব’লক আমি এটা চেম্পল প্রোগ্রাম sorting ফাঙ্কচ্যনেলিতিৰ সহায়ত বুজো।
04:24 মই geditত থকা sortHash dot pl’লৈ বদলি হৈ ল’লো।
04:30 sortHash dot pl ফাইল’ত স্ক্রিন’ত দেখোৱা ক’দ লিখক।
04:36 ইয়াতে আমি এদ্রেছৰ hash দিক্লেৰ কৰিছো।
04:41 ইয়াতে আমি কি চৰ্ত্ কৰিবলৈ আমি আগৰেই পৰা থকা sort' ফাঙ্কচ্যনৰ লগতে key ফাঙ্কচ্যন ব্যৱহাৰ কৰিছো।
04:49 hash key বোৰ আখৰক্রমে চৰ্ত্ কৰে।
04:54 ঠিক একেদৰেই আমি hashৰ মূল্যৰ ওপৰত চৰ্ত্ ফাঙ্কচ্যন ব্যৱহাৰ কৰিব পাৰো।
04:59 নিউমাৰিক কি বা মূল্যৰ ওপৰতো আমি চৰ্টিং ব্যৱহাৰ কৰিব পাৰো।
05:05 ফাইল চেভ কৰি তাৰমিনেল’লৈ ঘুৰি যাওক।
05:09 perl sortHash dot pl টাইপ কৰা স্ক্রিপ্ত এক্জি্কিওত কৰক আৰু এন্তাৰ টিপক।
05:17 আওত্পোত তাৰমিনেল’তত দেখোৱাৰ দৰে হ’ব।
05:22 এতিয়া চাওচাও ব’ললক hashৰ কি আৰু মূল্য কেনেকৈ আনে।
05:27 Perlএ আমাক hash কি আৰু মূল্য আনিবলৈ ইন-বিল্ত্ ফাঙ্কচ্যন দিয়ে।
05:34 কি-ফাঙ্কচ্যন hash ৰ সকলোবোৰ কি পাবলৈ ব্যৱহাৰ কৰে।
05:40 ভেল্যু ফাঙ্কচ্যনে কি’ৰৰৰ সকলোবোৰ মূল্য উভতাই কিন্তু
05:46 each ফাঙ্কচ্যনে hashৰ ওপৰতেই ইতাৰেত কৰে আৰু hashৰ পৰা কি বা মূল্যৰ পেয়াৰ উভতাই।
05:53 এটা চেম্পল প্রোগ্রামৰ সহায়ত ব’লক এইবোৰ বুজো।
05:57 ইয়াৰ ককাৰণে আমি আগতেই তৈয়াৰ কৰি থোৱা perlHash dot pl স্ক্রিপ্ত্ ব্যৱহাৰ কৰিম।
06:07 স্ক্রীনত দিদিয়া ক’দ টাইপ কৰক;
06:12 ব’লক এতিয়া আমি ক’দটো বু্জো।
06:15 hashত থকা কি ফাঙ্কচ্যনে এৰে’ উভতাই, য’ত hashৰ সকলো কি থাকে।
06:22 hashত থকা ভেলো ফাঙ্কচ্যনে এৰে’ উভতাই য’ত hashৰ সকলো কিবোৰৰ মূল্য থাকে।
06:30 each ফাঙ্কচ্যনে কি/ভেল্যু’ৰ পেয়াৰ উভতাই।
06:34 ইয়াতে আমি হ্ৱাইল লোপ ব্যৱহাৰ কৰিছো।
06:36 ই প্রতিটো hashৰ কি/ভেল্যু পেয়াৰ ইতাৰেত কৰে, যি each ফাঙ্কচ্যনে উভতাই।
06:43 Ctrl+S প্রেছ কৰি ফাইল চেভ কৰক।
06:48 এতিয়া স্ক্রিপ্ত এক্জিকিউত কৰক তাৰমিনেল’ত এইয়া টাইপ কৰি-
06:53 perl perlHash dot pl
06:58 আৰু এন্তাৰ প্রেছ কৰক।
07:01 তাৰমিনেল’ত আউতপোত এনেকে দেখা পাম।
07:05 এতিয়া আমি hashৰ ওপৰত লোপ লগাবলৈ আৰু বেলেগ পদ্ধতি চাম।
07:10 আমি প্রতিটো hashৰ কি’ৰ ওপৰত ইতাৰেত কৰিবলৈ foreach লোপ ব্যৱহাৰ কৰিব পাৰো।
07:15 তাৰ পাছত কি’ৰ ভেল্যুৰ ওপৰত কিছুমান একচ্যন কৰিব পাৰো।
07:20 স্ক্রীনত ইয়াৰ চিন্তেক্স দেখোৱা হৈছে।
07:24 ইয়াতে, foreach loopৰ ইতাৰেচ্যনে hashৰ কি $variableত এচাইন কৰিব।
07:32 তাৰ পাছত ই কিবা একচ্যন বা মূল্য পাবলৈ $variable ব্যৱহাৰ কৰিব।
07:40 ঠিক একেদৰেই আমি hash valuesৰ ওপৰত লোপ লগাব পাৰো স্ক্রিন’ত দেখোৱাৰ দৰে।
07:47 আম এটা চেম্পল প্রগ্রেম চাম।
07:49 সেইকাৰণে মই gedit loopingOverHash dot plলৈ যাম।
07:55 loopingOverHash dot plত দেখোৱাৰ দৰে ক’দ টাইপ কৰক।
08:02 এই ক’দে hashৰ এটা কি উভতাই।
08:07 আমাৰ এই কেছত,
08:09 প্রথমবাৰ dollar key ($key) Department কি হিছাপে আছে।
08:15 পাছৰ foreach’’’ ইতাৰেচ্যনত, নেম কি উভতাই।
08:21 মন কৰকঃ Hash এটা ক্ৰমত নথকা সংগ্রহিত দাতা হয়
08:26 সেইকাৰণে, ঘূৰাই অনা কি’বোৰ hash বনোৱাৰ সময়ত থকা ক্রমত নেথাকে।
08:33 ভেল্যুত থকা লোপেও থিক এনেদৰেই কাম কৰে।
08:38 Ctrl + S প্রেছ কৰি ফাইল চেভ কৰক।
08:41 তাৰ পিছত, তাৰমিনেল’লৈ যাওক আৰু Perl script এনেদৰি এক্জিক্যুত কৰক
08:46 perl loopingOverHash dot pl
08:50 আৰু এন্তাৰ প্রেছ কৰক।
08:53 তাৰমিনেলত আউতপোত এনেদৰে দেখোৱা হ’ব।
08:58 আকৌ চমুকৈ চাও এই তিউতৰিয়েলত আমি শিকিলো-
09:01 Perlত থকা Hash আৰু
09:03 Hashৰ এলিমেন্ত এক্সেচ কৰা
09:05 চেম্পল প্রগ্রেমৰ ব্যৱহাৰ কৰি।
09:08 এইয়া আপোনাৰ কাৰণে এটা এচাইনমেন্ত-
09:11 Hash দিক্লেৰ কৰক student name কি হিছাপে ৰাখি
09:15 আৰু তাৰ/তাইৰ পাৰচেন্তেজ ভেল্যু হিছাপে।
09:18 কি, ভেল্যু আৰু each ফাঙ্কচ্যন ব্যৱহাৰ কৰি hashৰ ওপৰত লোপ লগাই।
09:24 তাৰ পিত প্রতিতো ছাত্রৰ পাৰচেন্তেজ প্রিন্ট কৰক।
09:29 তলত দিয়া লিঙ্কত থকা ভিদিঅ চাওক।
09:32 স্পকেন তিউতৰিয়েল ইয়াতে সমাপ্ত হ’ল।
09:37 আপোনাৰ ভাল বেন্দ্বৱিথ নেথাকিলে আপোনি ভিদিঅ দাওনল’দ কৰি চাব পাৰে
09:42 স্পকেন তিউতৰিয়েল প্রজেক্ত তিমে কৰ্মশা্লা আয়োজন কৰে স্পকেন তিউতৰিয়েল ব্যৱহাৰ কৰি
09:49 অনলাইন পৰীক্ষা উত্তিৰ্ণ কৰা সকলক চাৰ্তিফিকেত দিয়ে।
09:53 আৰু তথ্যৰ কাৰণে অনুগ্রহ কৰি spoken hyphen tutorial dot org’ত খবৰ কৰক।
10:02 স্পকেন তিউতৰিয়েল প্রজেক্ত তক তো ই তিছাৰ’ৰ এটা ভাগ।
10:06 ইয়াক সমৰ্থিত কৰিছে নেচ্যনেল মিছ্যন অন এদুকেচ্যন ICT, MHRD, Government of Indiaৰ দ্বাৰা।
10:15 এই মিছ্যনৰ অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro’ত আছে।


10:26 আশা কৰো আপোনি Perl তিউতৰিয়েল ভাল পালে।
10:30 এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো
10:33 লগত থকাৰ কাৰণে ধন্যৱাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble