Difference between revisions of "PERL/C2/Data-Structures/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 4: Line 4:
 
|-
 
|-
 
| 00:00
 
| 00:00
| ' পার্লত ''Data Structures'''ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
+
| ' পার্লত '''Data Structures'''ৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
  
 
|-
 
|-
Line 12: Line 12:
 
|-
 
|-
 
| 00:11
 
| 00:11
| ইয়াত আমি '' ' Ubuntu Linux12.04 ' '' 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 '''  ব্যবহাৰ কৰিছো  
+
| ইয়াত আমি ''' Ubuntu Linux12.04 ''' 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 '''  ব্যবহাৰ কৰিছো  
 
|-
 
|-
 
| 00:18
 
| 00:18
| আমি ' '' gedit ' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম.
+
| আমি ''' gedit''' টেক্সট এডিটৰ ''ও ব্যবহাৰ কৰিম.
 
|-
 
|-
 
| 00:22
 
| 00:22
Line 34: Line 34:
 
|-
 
|-
 
| 00:44
 
| 00:44
|  ''Scalar'''
+
|  ''Scalar''' '''Array'''
|-
+
| 00:45
+
| '''Array'''
+
 
|-
 
|-
 
| 00:46
 
| 00:46
Line 214: Line 211:
 
|-
 
|-
 
| 05:41
 
| 05:41
| এন্টাৰ টিপক
+
| এন্টাৰ টিপক একক কোটত কিৰ নাম একক কোট স্পেচ ইকুয়েলটো গ্ৰেটাৰ দেন সাইন স্পেচ ভেলো কমা
|-
+
| 05:42
+
|একক কোটত কিৰ নাম একক কোট স্পেচ ইকুয়েলটো গ্ৰেটাৰ দেন সাইন স্পেচ ভেলো কমা
+
 
|-
 
|-
 
| 05:50
 
| 05:50
Line 274: Line 268:
 
|-
 
|-
 
| 07:05
 
| 07:05
| সংক্ষেপ কৰা যাওক .
+
| সংক্ষেপ কৰা যাওক . এই টিউটোৰিয়েলত, আমি শিকিছো -
|-
+
| 07:06
+
| এই টিউটোৰিয়েলত, আমি শিকিছো -
+
 
|-
 
|-
 
| 07:09
 
| 07:09
|' scalar  
+
|' scalar '' Array আৰু
|-
+
| 07:10
+
|'' Array আৰু
+
 
|-
 
|-
 
| 07:11
 
| 07:11

Latest revision as of 09:56, 5 March 2017

Time
Narration
00:00 ' পার্লত Data Structuresৰ ( ডেটা স্ট্ৰাকছাৰ) স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
00:05 এই টিউটোৰিয়েলত , আমি পার্লত উপলব্ধ Data Structuresৰ বিষয়ে শিকিম
00:11 ইয়াত আমি Ubuntu Linux12.04 'অপাৰেটিং সিস্টেম আৰু Perl 5.14.2 ব্যবহাৰ কৰিছো
00:18 আমি gedit টেক্সট এডিটৰ ও ব্যবহাৰ কৰিম.
00:22 আপোনি আপোনাৰ পছন্দ মতে যিকোনো টেক্সট এডিটৰ ব্যবহাৰ কৰিব পাৰিব.
00:25 আপোনাৰ ' পার্লত' (Perl)' ' ভেৰিয়েবলৰ মৌলিক জ্ঞান থাকিব লাগিব
00:29 comments, loops আৰু conditional statementsৰ জ্ঞান থকা এটা অতিৰিক্ত সুবিধা হয়.
00:36 অনুগ্ৰগ কৰি ওয়েবসাইটত প্রাসঙ্গিক স্পকেন টিউটোৰিয়েল চাই লব.
00:41 ' পার্লত (Perl) 3 ধৰনৰ ' ডাটা স্ট্রাকচাৰ আছে
00:44 Scalar' Array
00:46 Hash' যাক Associative Array বোলিও কোৱা হয়
00:50 Scalar: এই ধৰনৰ ' ডাটা স্ট্রাকচাৰ (data structure)' যিকোনো ' ডাটা টাইপ ৰ এটি মান ধৰি ৰাখে
00:56 ' ডাটা টাইপ (data type) ' string, number, double ইত্যাদি হব পাৰে
01:01 ই এটা ' array বা এটা  hash ৰ লৈকে ৰেফাৰেন্স ধৰি ৰাখিব পাৰে
01:06 ' মন কৰক পার্লত ( Perl)" থকা ৰেফাৰেন্স ' ' পৰবর্তী টিউটোৰিয়েলত আবৰণ কৰা হব.
01:11 স্কালাৰ (scalar) নিচিনা ডাটা স্ট্রাকচাৰ ভেৰিয়েবলক ঘোষনা কৰা নিচিনা একেই
01:16 $count = 12 semicolon
01:20 $string = একক উদ্ধৃতিত 'I am scalar of type string' সেমিকোলন .
01:26 আমি ' স্কালাৰত(scalar) 'নিম্নলিখিত অপাৰেশন সম্পাদন কৰিব পাৰো
01:30 ইয়ালৈ এটি মান ধার্য কৰক
01:32 এটা স্কালাৰক' (scalar) অন্য এটালৈ ধার্য কৰক
01:35 ' নম্বৰত Arithmetic operations scalarবোৰ যেনে add, subtract ইত্যাদি
01:41 স্ট্রিং স্কালাৰত স্ট্রিং অপাৰেশন যেনে concatenation, substr ইত্যাদি
01:48 এতিয়া আমি "স্কালাৰ ডাটা স্ট্রাকচাৰ(scalar data structure) ৰ এটি উদাহৰণ চাও
01:52 টার্মিনাললৈ যাওক আৰু টাইপ কৰক gedit scalars dot pl স্পেস & আৰু এন্টাৰ টিপক
02:01 ই ' scalars ডট PL ফাইল geditত খোলে'
02:05 পর্দাত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.
02:09 এইট স্কালৰলৈ declaration আৰু assignment হয়
02:13 এইবোৰ কিছো গাণিতিক অপাৰেশন (arithmetic operations) হয় যি নম্বৰৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয়
02:19 এইবোৰ কিছো স্ট্রিং অপাৰেশন (string operations) হয় যি স্ট্রিংৰ উপৰত সম্পাদনা কৰিব পাৰি যি স্কালাৰ এটা ধৰন হয়
02:25 substr এটা PERL ফাংশন হয় যি আউটপুট হিসাবে ' ' স্ট্রিং ৰ অংশ প্রদান কৰে
02:30 ইয়াত ' সূচক 0 এটি স্ট্রিংৰ ' , আৰম্ভ নির্ধাৰণ কৰে অর্থাত্ আমি যৰ পৰা স্ট্রিং নিষ্কাশন (extraction) কৰা আৰম্ভ কৰিব পাৰো
02:39 আৰু 11য়ে অফসেট উল্লেখ কৰে যৰলৈকে আমি ' স্ট্রিং ' আউটপুটত বিছাৰো
02:46 ফাইলটি সংৰক্ষণ কৰিবলৈ ctrl + s প্রেস কৰক'
02:50 তাৰপিছত টার্মিনাললৈ যাওক আৰু ' পার্ল স্ক্রিপ্টক '
02:55 perl scalars dot pl' হিসাবে প্ৰৰ্দশন কৰক আৰু এন্টাৰ টিপক
03:00 টার্মিনালেত হাইলাইট হিসাবে থকাটো আউটপুট হয়
03:05 এতিয়া, আমি পার্লত array data structure চাও
03:09 Array :' উপাদানবোৰৰ এটা তালিকা হয়
03:12 উপাদানসমূহ 'স্ট্রিং, সংখ্যা' ইত্যাদি হব পাৰে
03:16 ইয়াত এটা index আছে যি 'অ্যাৰেত বিভিন্ন অপাৰেশন সম্পাদন কৰিবলৈ ব্যবহাৰ কৰা হয়
03:22 Index ' শূন্যৰে আৰম্ভ হয়.
03:25 অন্যান্য প্রোগ্রামিং ভাষাৰ নিচিনা, পার্লত এইটোক ব্যবহাৰ কৰাৰ পূর্বে, এটা অ্যাৰে বা তাৰ দৈর্ঘ্য ঘোষণা কৰাৰ কোনো প্রয়োজন নাই.
03:33 Perl array ('পার্ল অ্যাৰে')য়ে, ইয়াৰ পৰা উপাদানবোৰ অতৰুৱা বা যোগ কৰাৰ অনুযায়ী কম বা ব্ৃদ্ধী কৰে
03:39 এটা অ্যাৰে লিখিবলৈ চিনটেক্চ হৈছে;
03:41 at the rate variableName space equal to space খোলা বন্ধনী উপাদানবোৰৰ তালিকা কমাৰে পৃথক কৰি বন্ধ বন্ধনী সেমিকোলন
03:54 এতিয়া array data structureঅৰ এটা উদাহৰণ চাও
03:57 'টার্মিনেললৈ যাওক আৰু gedit perlArray dot pl space & আৰু এন্টাৰ টিপক
04:08 এইটোৱে 'perlArray dot PL' ফাইলটো 'gedit'ত খুলে.
04:12 পর্দাত প্রদর্শিত হোৱাৰ নিচিনা নিম্নলিখিত কোড টাইপ কৰক.
04:18 এই'টো number array হয় যত number type (ধৰনৰ) উপাদান বোৰ আছে
04:23 এই'টো string array হয় যত string টাইপ উপাদানবোৰ আছে
04:29 এইটো 'অ্যাৰেত' দুয়ুটা উপাদান number আৰু string টাইপ আছে.
04:34 এই উদাহৰনে পার্লত বিভিন্ন ধৰনৰ 'অ্যাৰে'দেখোৱায়.
04:39 এইধৰনে যি আমি' 'পার্লত 'অ্যাৰেক প্রিন্ট কৰিব পাৰো
04:43 ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
04:47 তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script ক এনেধৰনে দেখোৱাওক
04:52 perl perlArray dot pl আৰু এন্টাৰ টিপক
04:59 এইয়া আউটপুট টার্মিনালত প্রদর্শিত হয়
05:04 এতিয়া, আমি পার্লত Hash data structure চাও
05:08 Hashক বিকল্প হিচাবে Associative array বোলি কোৱা হয়
05:12 এইটো Key Value pair data structure হয়
05:15 ' hashত Key অতুলনিয় হয় .
05:18 যদি একেই key যোগ কৰা হয় ,তেনেহলে সেই keyৰ মান keyটোলৈ সর্বশেষ নির্ধাৰিত হোৱাৰ মানৰ দ্ৱাৰা ' বাতিল (overridde) কৰা হব
05:28 Value ' ডুপ্লিকেট হব পাৰে.
05:30 এটি কোনো 'ডাটা টাইপৰ' মান 'ধৰি ৰাখে
05:34 hash এৰ সিনটেক্চ হয়;
05:36 পাৰ্চেনতেজ ভেৰিয়েবল নেম স্পেচ ইকুয়েলটো স্পেচ ব্ৰেকেট খোলক
05:41 এন্টাৰ টিপক একক কোটত কিৰ নাম একক কোট স্পেচ ইকুয়েলটো গ্ৰেটাৰ দেন সাইন স্পেচ ভেলো কমা
05:50 এন্টাৰ টিপক
05:52 একক কোটত কিৰ নাম একক কোট স্পেচ ইকুয়েলটো গ্ৰেটাৰ দেন সাইন স্পেচ ভেলো কমা
05:58 এন্টাৰ টিপক
06:00 বন্ধ বন্ধনী সেমিকোলন
06:03 এতিয়া আমি 'hash data structureৰ এটা উদাহৰণ চাও.
06:07 টার্মিনাললৈ যাও আৰু টাইপ কৰক
06:10 gedit perlHash dot pl space & এন্টাৰ টিপক
06:18 এইটোৱে perlHash dot pl ফাইলটো 'geditত খুলে
06:22 পর্দাযত প্রদর্শিত হোৱাৰ দৰে নিম্নলিখিত কোড টাইপ কৰক.
06:27 এই 'হ্যাশ'এ এটা বিষয়ত প্রাপ্ত মাৰ্কস নির্দেশ কৰে.
06:31 এই উদাহৰনটোৱে 'হ্যাশ'ৰ ব্যবহাৰ দেখোৱায়.
06:35 এতোয়া চাও আমি 'হ্যাশ'ৰ প্রিন্ট কিভাবে কৰে
06:38 এতিয়াৰ বাবে, মাত্ৰ,মই 'হ্যাশ প্ৰীন্ট কৰা পথটো মন কৰক
06:42 বিস্তাৰিত ব্যাখ্যা পৰবর্তী টিউটোৰিয়ালত দেখোৱা হব.
06:47 ফাইলটি সংৰক্ষণ কৰিবলৈ Ctrl + S টিপক
06:50 তাৰপিছত টার্মিনাললৈ যাওক আৰু Perl script (পার্ল স্ক্রিপ্ট) এনেধৰনে প্ৰৰ্দশন কৰক
06:55 perl perlHash dot pl আৰুএন্টাৰ টিপক
07:01 নিম্নলিখিত আউটপুট টার্মিনালত প্রদর্শিত হয়
07:05 সংক্ষেপ কৰা যাওক . এই টিউটোৰিয়েলত, আমি শিকিছো -
07:09 ' scalar Array আৰু
07:11 ' Perlত Hash Data Structure
07:13 নমুনা প্রোগ্রাম ব্যবহাৰ কৰি.
07:15 আপোনাৰ বাবে নিয়োগ এটা-
07:17 scalar variable ঘোষণা কৰক
07:19 এইটোক type float ৰ মান ধার্য কৰক আৰু তাৰপিছত এইটোক প্ৰীন্ট কৰক
07:23 ৰঙা,হালধীয়া আৰু সেউজীয়া ৰঙৰ অ্যাৰেক ঘোষণা আৰু প্ৰীন্ট কৰক
07:28 Employee নাম আৰু তাৰ বিভাগ থকা hash এটাক ঘোষনা আৰু প্ৰীন্ট কৰক
07:33 Hint: 'Employee' =>(equal to greater than sign) 'John' comma
07:38 'Department' =>(equal to greater than sign) 'Engineering'
07:42 এই লিন্কত উপলব্ধ ভিদিওটো চাওক
07:46 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
07:49 যদি আপোনাৰ বেন্দৱিথ (bandwidth) ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
07:53 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
07:59 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:03 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:10 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:15 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:22 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:33 আশা কৰিছো আপোনি এই পার্ল টিউটোৰিয়াল ভুক্ত কৰিছে
08:35 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
08:38 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble