Netbeans/C2/Handling-Images-in-a-Java-GUI-Application/Assamese

From Script | Spoken-Tutorial
Revision as of 04:48, 4 April 2019 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ বন্ধুগণ।
00:02 Netbeans IDE দ্বাৰা Handling Images in a Java GUI Application, ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:10 আমি ধৰি লও যে আপোনি netbeans সম্পর্কে কিছু জানে।
00:15 আমি এইটোও ধৰি লও যে আপোনি JFrame form ত text fields, buttons, menus, ইত্যাদি সম্পর্কে জানে।
00:22 নহলে, Netbeans সম্বন্ধিত টিউটোৰিয়েলৰ বাবে স্পোকেন টিউটোৰিয়েলৰ ওয়েবসাইটত যাওক।
00:29 ইয়াতে, আমি ইমেজক হ্যান্ডেল কৰা সম্পর্কে বিস্তাৰিত ভাবে শিকিম।
00:34 স্যাম্পল GUI অ্যাপ্লিকেশনত তাৰ উপৰত কাম কৰা।
00:39 আমি ইয়াতে লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু v11.04 আৰু Netbeans IDE v7.1.1 ব্যবহাৰ কৰিছো।
00:52 জাভা অ্যাপ্লিকেশনত ইমেজক হ্যান্ডেল আৰু অ্যাক্সেস কৰিবলৈ getResource () মেথড ব্যবহাৰ কৰা আদর্শ উপায়।
00:59 আমি শিকিম যে অ্যাপ্লিকেশনত কোডক, ইমেজৰ সৈতে তৈয়াৰ কৰিবলৈ IDE's GUI বিল্ডাৰ কিভাবে প্রয়োগ কৰে।
01:07 এটা ইমেজ চাবলৈ, Jlabel ইয়াৰ সৈতে সহজ Jframe কিভাবে বনায়।
01:13 এই টিউটোৰিয়েলত শিকিম:
01:15 অ্যাপ্লিকেশন ফর্ম তৈয়াৰ কৰা
01:18 ইমেজৰ বাবে প্যাকেট জোড়া।
01:20 লেবেলত ইমেজ প্রদর্শন কৰা।
01:22 mouse-events আৰু pop-ups বনোৱা।
01:25 অ্যাপ্লিকেশন বনোৱা আৰু ৰান কৰা।
01:28 এতিয়া স্যাম্পল অ্যাপ্লিকেশন বনাবলৈ IDE ত যাও।
01:33 File মেনুৰ পৰা New Project চয়ন কৰক।
01:37 Categoriesৰ পৰা Java চয়ন কৰক, Projectsৰ পৰা Java Application চয়ন কৰক আৰু Next ত টিপক।
01:46 Project Name ফীল্ডত লিখক ImageDisplayApp
01:54 Create Main Class চেক-বাক্স খালি কৰক।
01:58 নিশ্চিত কৰক যে Set as Main Project চেক-বাক্স নির্বাচিত আছে।
02:03 Finish ত টিপক। প্রজেক্ট IDE ত তৈয়াৰ হৈ গৈছে।
02:08 এই অংশত, আমি Jframe form বনাম আৰু ফর্মৰ বাবে Jlabel জুড়ক।
02:14 আগতে Jframe form বনাও।
02:17 Projects উইন্ডোত ImageDisplayApp নোড খুলক।
02:23 Source Packages নোডত সো ক্লিক কৰি New, Jframe form চয়ন কৰক।
02:30 Class Name ফীল্ডত লিখক ImageDisplay
02:37 Package ফীল্ডত লিখক org.me.myimageapp
02:45 Finish ত টিপক।
02:48 এতিয়া Jlabel যোগ কৰো।
02:52 Palette ত IDE ইয়াৰ সোফালে Label কম্পোনেন্ট চয়ন কৰক আৰু Jframe ত টানক।
03:01 এতিয়াৰ বাবে, আপোনাৰ ফর্ম এইৰকমে দেখাত উচিত।
03:06 অ্যাপ্লিকেশনত ইমেজ বা অন্য ৰিসোর্স ব্যবহাৰ কৰিলে সাধাৰণতে ৰিসোর্সৰ বাবে বেলেগ ভাবে জাভা প্যাকেজ বনাই।
03:15 আপোনাৰ লোকেল ফাইল সিস্টেমত, প্যাকেজ ফোল্ডাৰৰ সৈতে মিলে।
03:19 Projects উইন্ডোত org.me.myimageapp নোডত সো ক্লিক কৰক আৰু New > Java Package চয়ন কৰক।
03:30 New Package Wizard ত org.me.myimageapp ইয়াত resources যোগ কৰক।
03:40 নতুন প্যাকেজক এতিয়া org.me.myimageapp.resources বোলা হয়।
03:47 Finish ত টিপক।
03:49 Projects উইন্ডোত, ইমেজ জোড়াৰ সময়ত org.me.myimageapp.resources ত ইমেজ দেখা উচিত।
03:59 অ্যাপ্লিকেশনত ইমেজ Jlabel কম্পোনেন্টত এমবেড কৰা হব।
04:04 এতিয়া লেবেলত ইমেজ যোগ কৰো।
04:08 GUI designer ত, লেবেল চয়ন কৰক যি ফর্মৰ বাবে জুড়াইছিলে।
04:14 Properties উইন্ডোত palette ইয়াৰ তলত, উইন্ডোৰ সোফালে Icon প্রোপাৰটিত স্ক্রোল কৰক।
04:23 ellipsis (...) বা সোফালে তিনটা ডটসত টিপক।
04:30 Icon Property ডায়ালগ বাক্সত Import to Project ত টিপক।
04:34 file chooser ত, ইমেজ যুক্ত ফোল্ডাৰত নেভিগেট কৰক যি আপোনি ব্যবহাৰ কৰিবলৈ বিছাৰে।
04:42 Next ত টিপক।
04:45 wizard ইয়াৰ Select Target Folder পেজত Resources বাছক।
04:49 আৰু Finish ত টিপক।
04:52 Finishত টিপাৰ পিছত IDE প্রজেক্টত ইমেজ কপি কৰে।
04:57 সেয়ে, আপোনি যেতিয়া অ্যাপ্লিকেশনক বনাই ৰান কৰে ইমেজ বিতৰণ যোগ্য JAR ফাইলত অন্তর্ভুক্ত হৈ যায়।
05:07 ইয়াতে OK ত টিপক।
05:11 প্রজেক্ট নোডত সো ক্লিক কৰি Clean and Build বিকল্প চয়ন কৰক।
05:18 এতিয়া আপোনি Files মেনুত যাব পাৰে, আৰু  build ফোল্ডাৰৰ ভিতৰত
05:29 dist ফোল্ডাৰত jar ফাইল দেখিব পাৰে।
05:33 imagedisplay ক্লাসত ইমেজ অ্যাক্সেস কৰিবলৈ ই কোড তৈয়াৰ কৰে।
05:38 এইটোৱে ফর্মৰ Design view ত লেবেলত ইমেজও প্রদর্শন কৰে।
05:43 এই মুহুর্তত ফর্মৰ চেহাৰা উন্নত কৰিবলৈ কিছু সহজ বস্তু কৰিব পাৰিম।
05:48 Properties উইন্ডোত Text প্রোপার্টি চয়ন কৰক।
05:56 আৰু jLabel1 মুছি দিয়ক।
06:04 এই ভ্যালুটো GUI Builder দ্বাৰা লেবেলৰ বাবে প্রদর্শিত টেক্সট ৰুপত তৈয়াৰ হৈ গৈছে।
06:10 যদিও টেক্সটৰ সলনি ইমজ প্রদর্শন কৰিবলৈ লেবেল ব্যবহাৰ কৰিছে।
06:15 সেয়ে এই টেক্সটৰ দৰকাৰ নাই।
06:18 এতিয়া, label ক ফর্মত মাঝত অনাৰ বাবে টানক।
06:26 GUI Designer ত Source ট্যাবত টিপক।
06:30 লাইনৰ বাবে তলত স্ক্রোল কৰক যি দেখায় যে Generated Code
06:33 কোডক দেখাবলৈ, Generated Code লাইনৰ বাওফালে আৰু plus sign (+)ত টিপক যি GUI Designerএ বনাইছে।
06:42 ইয়াত এইটো কী-লাইন হয়।
06:49 কাৰণ jLabel1 আইকন প্রোপার্টিৰ বাবে Property editor ব্যবহাৰ কৰিছে। IDEএ, section মেথড তৈয়াৰ কৰিছে।
06:57 সেই মেথডৰ প্যাৰামিটাৰত ImageIcon ইয়াৰ বেনামী আন্তৰিক ক্লাসত(anonymous inner class) getResource() মেথডৰ বাবে কল অন্তর্ভুক্ত কৰে।
07:10 এবাৰ ইমেজ জুড়া গলে, Design view ত ইমেজত সো ক্লিক কৰক।
07:19 Events > Mouse > mouseClicked ত টিপক।
07:24 ভিউ Source মোডত যায়।
07:28 ইয়াত mouse-click কৰাত কামবোৰ কাস্টমাইজ কৰিবলৈ কোড জুড়াব পাৰি।
07:33 pop-up তৈয়াৰ কৰিবলৈ কোডৰ কিছু লাইন যোগ কৰক, যেতিয়া ইমেজক GUI ত ক্লিক কৰা হয়।


08:00 এতিয়া পপ-আপ তৈয়াৰ কৰিবলৈ কোডৰ কিছু লাইন লিখিছো।
08:05 প্রথমে মই পপ-আপৰ বাবে নতুন Jframe বনাইছো।
08:12 আৰু defaultCloseOperation সেট কৰিছো।
08:15 আৰু অবশেষত pop-up ইয়াৰ বাবে টেক্সট প্রদান কৰিছো।
08:24 কোডৰ এই লাইন জোড়াৰ পিছত, ফাইলৰ আৰম্ভনিত দুটা স্টেটমেন্ট জুড়ি দৰকাৰী প্যাকেজ ইম্পোর্ট কৰক।
08:36 import javax.swing.*;
08:45 আৰু import java.awt.*; জুড়ক।
08:53 এইটোৱে এই প্রোগ্রামৰ বাবে দৰকাৰী প্যাকেজ ইম্পোর্ট কৰিব।
08:59 এতিয়া অ্যাপ্লিকেশনক তৈয়াৰ কৰি ৰান কৰো।
09:02 আমি ইমেজক অ্যাক্সেস আৰু প্রদর্শন কৰিবলৈ কোড তৈয়াৰ কৰিছো।
09:07 ইমেজ অ্যাক্সেস হৈছে কিনাই নিশ্চিত কৰিবলৈ অ্যাপ্লিকেশনক বনাই ৰান কৰক।
09:12 প্রথমে প্রজেক্ট Main classক সেট কৰা আবশ্যক।
09:16 Main class সেট কৰি প্রজেক্ট ৰান কৰিলে IDEএ জানে যে কোন ক্লাস ৰান কৰিব লাগে।
09:21 লগতে এইটোৱে নিশ্চিত কৰে যে অ্যাপ্লিকেশন JAR ফাইলত অ্যাপ্লিকেশন তৈয়াৰ কৰিলে Main class এলিমেন্ট তৈয়াৰ হয়।
09:33 প্রজেক্ট উইন্ডোত ImageDisplayApp প্রজেক্ট নোডত সো ক্লিক কৰি Properties চয়ন কৰক।
09:41 Project Properties ডায়ালগ বাক্সত, বাওফালে Run শ্রেণী চয়ন কৰক।
09:47 Main Class ফীল্ডৰ পিছত থাকা Browseত টিপক।
09:51 org.me.myimageapp.ImageDisplay চয়ন কৰি Select Main Class ত টিপক।
10:01 ইয়াত OK ত টিপক।
10:05 এতিয়া Project নোডত সো ক্লিক কৰি Clean & Build চয়ন কৰক।
10:11 আপোনি Files উইন্ডোত অ্যাপ্লিকেশনৰ Build প্রোপার্টিস দেখিব পাৰে।
10:20 Build ফোল্ডাৰত compiled  ক্লাস সম্মিলিত কৰে।
10:23 dist ফোল্ডাৰত নিস্পাদন যোগ্য JAR ফাইল সম্মিলিত আছে, যত কম্পাইল ক্লাস আৰু ইমেজ আছে।
10:32 এতিয়া টুল বাৰ পৰা Run চয়ন কৰক।
10:34 আমাৰ আউটপুট উইন্ডো ইমেজৰ সৈতে খোলে।
10:39 মই এতিয়া এই ইমেজত টিপিম।
10:42 pop-up শীর্ষত দেখিব পাৰে, যি ইমেজৰ বর্ণন দেখাইছে।
10:50 নির্দেশিত কামৰ বাবে,
10:54 চাৰিটা ইমেজৰ সৈতে এটা অন্য GUI বনাওক, যেনে এই টিউটোৰিয়েলত দেখোৱা হৈছে।
11:01 প্রতিটো ইমেজৰ বাবে বিভিন্ন events নির্দিষ্ট কৰক যেনে keyboard event, mouse-motion event, mouse-click event, mouse-wheel event
11:12 মই আগেই নির্দেশিত কাম কৰিছো।
11:17 এই প্রজেক্ট ৰান কৰক।
11:20 আপোনাৰ নির্দেশিত কাম এইৰকমে হোৱা উচিত।
11:26 মই ইয়াতে নির্দেশিত কামৰ বাবে keyboard-events আৰু mouse events বনাইছো।
11:34 সেয়ে সংক্ষেপে:
11:36 Jframe ফর্ম বনাইছো,
11:39 ইমেজৰ বাবে প্যাকেজ যোগ কৰিছো,
11:41 লেবেলত ইমেজ দেখাইছো।
11:44 আৰু mouse events আৰু pop-ups ও বনাইছো।
11:49 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
11:53 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
11:56 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
12:02 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
12:07 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
12:11 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
12:19 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
12:23 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
12:30 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
12:42 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। 
12:46 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi