Moodle-Learning-Management-System/C2/Users-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 09:47, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Users in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

ইউজাৰ এজন যোগ কৰিবলৈ,

ইউজাৰ এজনৰ প্ৰোফাইল এদিত কৰিবলৈ,

বাল্কত ইউজাৰচ আপল’দ কৰিবলৈ

00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে:

উবুন্তো লিনাক্স OS 16.04,

Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:43 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:51 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ওৱেবচাইতত কিছু কৌৰ্চ বনোৱা থাকিব লাগিব । যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:05 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি Moodle ওৱেবচাইতত ল’গিন কৰক
01:14 এতিয়া, আমি Moodle ত নতুন ইউজাৰ এটা বনাবলৈ শিকিম
01:19 Navigation block ত, Site Administration আৰু পাছত ইউজাৰচ টেবত ক্লিক কৰক
01:28 Add a new user অপচনত ক্লিক কৰক
01:32 মই ইউজাৰনেম adminuser2 হিচাবে লিখিম
01:37 তলত New Password ফিল্দলৈ স্ক্ৰ’ল কৰক । Click to enter text লিংকত ক্লিক কৰক
01:45 মনত ৰাখিব- পাচৱৰ্দে ইয়াত দেখুৱা ধৰণে ৰুলচ অনুসৰণ কৰিব লাগিব
01:51 মই মোৰ পাচৱৰ্দ Spokentutorial1@ হিচাবে লিখিম
01:57 Force password change চেকবক্সত ক্লিক কৰক
02:02 ই নতুন ইউজাৰক তেওঁৰ/তাইৰ পাচৱৰ্দ সলাবলৈ জোৰ দিয়ে যেতিয়া তেওঁ/তাই প্ৰথম বাৰ ল’গিন কৰে
02:10 বাকী থকা সবিশেষ আপোনাৰ পচন্দ অনুসৰি ইয়াত দেখুৱাৰ দৰে লিখক
02:16 Email display ত, মন কৰক মই Allow everyone to see my email address বাচিছো । ইয়াৰ কাৰণ হৈছে মই এই ইউজাৰক পাছলৈ এজন এদমিন ইউজাৰ বনাম
02:30 কিন্তু ইয়াক অন্য ইউজাৰ যেনে শিক্ষক আৰু ষ্টুদেন্তৰ বাবে অৱজ্ঞা কৰা ভাল
02:37 আমি City/Town ফিল্দক এতিয়াৰ বাবে খালি ৰাখিম । আমি পাছত ইয়াক আপদেত কৰিম যেতিয়া এই ইউজাৰক এদিত কৰিম
02:47 তেতিয়া ইয়াত দেখুৱাৰ দৰে country আৰু timezone বাচক
02:52 সকলো অৱশিষ্ট ফিল্দক দিফল্ট ৰাখক
02:56 তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Create user বুটামত ক্লিক কৰক
03:01 আমাৰ এতিয়া ২ জন ইউজাৰ আছে । System Admin2 user ক্লিক কৰক যাক আমি এইমাত্ৰ বনালো
03:10 আমি এই ইউজাৰৰ প্ৰোফাইলক এদিত কৰিব পাৰো সোঁফালে Edit Profile লিংকত ক্লিক কৰি । আহক City/Town টেকস্ত-বক্সত Mumbai লিখো
03:22 তেতিয়া তললৈ স্ক্ৰ’ল কৰক আৰু Update profile বুটামত ক্লিক কৰক । একেদৰে, আমি যিকোনো ইউজাৰৰ বাবে যিকোনো সবিশেষ এদিত কৰিব পাৰো
03:33 এই নতুন ইউজাৰৰ সোঁফালে আইকণ ৩টা চাওঁক । সিহঁতৰ প্ৰত্যেকে কি কৰে তাক চাবলৈ তালৈ যাওঁক
03:43 দিলিত আইকণে ইউজাৰক দিলিত কৰিব ।

মনত ৰাখিব: ইউজাৰ এজনক দিলিত কৰিলে সকলো ইউজাৰৰ দেতা দিলিত হ’ব, তেওঁৰ/তাইৰ কৌৰ্চ পঞ্জীয়্ণ, গ্ৰেদচ ইত্যাদি

গতিকে, এই অপচনক অধিক সাবধানে ব্যৱ্হাৰ কৰা উচিত

04:03 eye আইকণে ইউজাৰক স্থগিত কৰিব । ইউজাৰ এজনক স্থগিত কৰাই তেওঁৰ/তাইৰ একাউন্ট নিস্ক্ৰিয় কৰাক বুজাব
04:13 গতিকে, ইউজাৰে আৰু ল’গিন কৰিব নোৱাৰিব, কিন্তু তেওঁৰ/তাইৰ পঞ্জীয়্ণ, গ্ৰেদচ, ইত্যাদি সকলো জমা ৰখা হয়
04:24 ইউজাৰক দিলিত কৰাতকৈ ইয়াক কৰাতো ভাল
04:29 ভবিষ্যতৰ বাবে ই ৰেকৰ্দচ জমা ৰাখে আৰু আপুনি যেতিয়াই বিচাৰে ইউজাৰক সক্ৰিয় কৰিব পাৰে
04:37 পাছৰটো হৈছে gear আইকণ । ই আমাক Edit profile পৃষ্ঠালৈ নিব
04:43 মনত ৰাখিব delete আৰু suspend আইকণচ এদমিন ইউজাৰৰ কাষত দেখা নাযাব
04:51 ইয়াৰ কাৰণ হৈছে main system administrator কেতিয়াওঁ দিলিত বা নিস্ক্ৰিয় কৰিব নোৱাৰি
04:59 এতিয়া, আহক বাল্কত ইউজাৰচ যোগ কৰিবলৈ শিকো, যি হৈছে একেবাৰতে
05:05 ইয়াৰ বাবে, আমি নিৰ্দিষ্ট দেতাৰ সৈতে এটা নিৰ্দিষ্ট ফৰ্মেতত ফাইল এটা আপল’দ কৰিব লাগিব । গ্ৰহণযোগ্য ফাইল টাইপ হৈছে CSV
05:16 মই user-details-upoad.csv ফাইলটো খুলিম যাক মই ইতিমধ্যে বৰ্ণনাৰ বাবে বনালো
05:25 মই ব্যৱ্হাৰ কৰিছো LibreOffice Calc যি হৈছে LibreOffice Suitespreadsheet কম্প’নেন্ট
05:32 এই ফাইলত নিম্ন ক’লাম আছে:

username,

password,

firstname,

lastname,

email.

এই ৫টা ফিল্দ হৈছে বাধ্যতামূলক

05:47 ইয়াত কিছু অধিক ফিল্দচ আছে যি হৈছে অপচনেল:

institution,

department,

phone1,

address,

course1,

role1.

05:58 মনত ৰাখিব ফিল্দ টাইটলচ এই স্প্ৰেদচিতত লিখাৰ দৰে একেই হ’ব লাগিব অৰ্থাৎ সৰুফলাত । অন্যথা আপল’দে এটা এৰ’ৰ দেখাব
06:11 যদি আমাৰ মাত্ৰ এটা কৌৰ্চ থাকে য’ত ইউজাৰক ভৰ্ত্তি কৰিবলৈ, আমি ফিল্দ টাইটলত 1 দিম
06:19 অধিক কৌৰ্চত ইউজাৰক ভৰ্ত্তি কৰিবলৈ, আৰু ক’লাম যোগ কৰক course2, role2, ইত্যাদিৰ সৈতে
06:29 মনত ৰাখিব: আপুনি course1 ফিল্দত Course short name আৰু role1 ফিল্দত Role short name ইনপুত কৰিব লাগিব
06:39 Role short name ষ্টুদেন্ত এজনৰ বাবে হৈছে student আৰু শিক্ষক এজনৰ বাবে হৈছে editingteacher
06:47 আমাৰ এই CSV ফাইলটোত ৩জন ইউজাৰ থাকিব:

System Admin2 ইউজাৰ যাক ইতিমধ্যে মেনুৱেলি বনোৱা হৈছে,

এজন ইউজাৰ মাত্ৰ ৫টা বাধ্যতামূলক ফিল্দৰ সৈতে দেখুৱাবলৈ যে অন্য ফিল্দসমূহ অপচনেল আৰু এজন ইউজাৰ সকলো সবিশেষৰ সৈতে

07:08 এই CSV ফাইলটো এই টিউট’ৰিয়েলৰ Code files চেকচনত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
07:17 এই টিউট’ৰিয়েলৰ Additional Reading Material ত CSV ফাইল বনোৱাৰ বিষয়ে অধিক তথ্য আছে
07:25 এতিয়া আহক ব্ৰাউজাৰ উইন্দ’লৈ ঘূৰি যাওঁ
07:29 Navigation blockSite Administration ক্লিক কৰক
07:34 তেতিয়া Users টেবত ক্লিক কৰক । Accounts চেকচনত, Upload Users ক্লিক কৰক
07:43 Choose a file বুটামত ক্লিক কৰক । File picker টাইটলৰ সৈতে নতুন প’প-আপ উইন্দ’ এখন আহিছে
07:51 বাওঁফালৰ মেনুত Upload a file লিংকত ক্লিক কৰক, যদি সেই লিংকত ইতিমধ্যে প’প-আপ উইন্দ’ নাই
07:59 Browse / Choose a file বুটামত ক্লিক কৰক আপোনাৰ ইন্তাৰফেচত য’তে আহে । ছেভদ ফ’ল্দাৰলৈ ব্ৰাউজ কৰক আৰু CSV ফাইলটো বাচক
08:11 আমি সকলো অন্য ফিল্দচ দিফল্ট হিচাবে থাকিবলৈ দিম
08:15 পৃষ্ঠাটোৰ তলত, Upload this file বুটামত ক্লিক কৰক
08:21 এতিয়া টেকস্ত এৰিয়াত লিখা ফাইলনেমৰ সৈতে একেখন স্ক্ৰিণ ৰিফ্ৰেচ হয়
08:27 তলত থকা বুটামটো এতিয়া Upload users লৈ সলনি হ’ল । এই Upload users বুটামত ক্লিক কৰক
08:35 পাছৰ পৃষ্ঠাটোৱে আমি আপল’দ কৰি থকা ইউজাৰৰ এটা preview দেখুৱাই । মানবোৰ সঠিক হোৱাক প্ৰমাণ কৰক । এতিয়া Settings চেকচন চাওঁক
08:48 Upload type দ্ৰপ-দাউনত ৪টা অপচন আছে
08:53 উপলদ্ধ ইউজাৰৰ ৰেকৰ্দচ আপদেত কৰিবলৈ এই ৩টা অপচন ব্যৱ্হাৰ কৰিব পাৰি । আমি Add new only, skip existing users বাচিম
09:05 ই বুজায় যে যদি ইউজাৰনেম এটা ইতিমধ্যে উপলদ্ধ হয়, ই যোগ নহ’ব
09:11 New user password দ্ৰপ-দাউনত, Field required in file বাচক
09:17 Force password change ৰ ভিতৰত, All বাচক । ই সকলো ইউজাৰক প্ৰথমবাৰ ল’গিন কৰোতে তেওঁলোকৰ পাচৱৰ্দ সলাবলৈ ক’ব
09:27 আমি এই চেকচনৰ অন্য ফিল্দচ default থাকিবলৈ দিম
09:32 আহক এতিয়া Default values চেকচন চাওঁ
09:36 Email display ৰ ভিতৰত, Allow only other course members to see my email address বাচক
09:44 আপুনি দিফল্ট ফিল্দচ ইনপুত কৰিব পাৰে, যদি সি সকলো ইউজাৰৰ বাবে একে হয় । এই ফিল্দচ সকলো আপল’দ কৰা ইউজাৰৰ বাবে ব্যৱহৃত হ’ব
09:55 মই City/TownMumbai লিখিম
09:59 পাছত, Show more… ক্লিক কৰক । আৰু বহুতো ফিল্দচ আছে য’ত আমি দেতা ভৰাব পাৰো
10:07 কিন্তু মন কৰিব সিহঁতৰ কোনো বাধ্যতামূলক নহয় । গতিকে, মই এতিয়াৰ বাবে এইবোৰ খালি ৰাখিম
10:15 পৃষ্ঠাটোৰ তলত, Upload users বুটামত ক্লিক কৰক
10:20 ইয়াত দৰ্শিত হোৱা Upload users results টেবলৰ ষ্টেতাচ ক’লাম চাওঁক
10:27 প্ৰথম ইউজাৰৰ বাবে, ষ্টেতাচ বাৰ্তা হৈছে:

User not added - already registered

10:35 এই ইউজাৰ চিষ্টেমত ইতিমধ্যে উপলদ্ধ, গতিকে ইয়াক এৰা হ’ল
10:40 বাকী সকলো ইউজাৰক New users হিচাবে যোগ কৰা হ’ল
10:45 ইয়াত দৰ্শিত হোৱা ষ্টেতাচ চাওঁক
10:49 Weak passwords হৈছে সেইবোৰ যি পাচৱৰ্দ নিয়ম অনুসৰণ নকৰে
10:54 এইবোৰ চিষ্টেমত আপল’দ হয় যদিওঁ, সদায় শক্তিশালী পাচৱৰ্দ দিয়াটো দৰকাৰ
11:01 Continue বুটামত ক্লিক কৰক । আহক আমি বনোৱা সকলো ইউজাৰক চাওঁ
11:08 Site Administration ক্লিক কৰক । তেতিয়া Users টেবত ক্লিক কৰক । Accounts চেকচনৰ ভিতৰত, Browse list of users ক্লিক কৰক
11:20 আমাৰ এতিয়া ৪জন ইউজাৰ আছে
11:23 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
11:29 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

ইউজাৰ এজন যোগ কৰিবলৈ,

ইউজাৰ এজনৰ প্ৰোফাইল এদিত কৰিবলৈ,

বাল্কত ইউজাৰচ আপল’দ কৰিবলৈ

11:39 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:55 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
12:00 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:11 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো
12:15 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9