Moodle-Learning-Management-System/C2/User-Roles-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 09:48, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 User Roles in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: কেনেকৈ ইউজাৰ এজনক এদমিন ভূমিকা দিয়া হয়,
00:13 কৌৰ্চ এটাত শিক্ষক এজন নিয়োগ কৰা আৰু কৌৰ্চ এটাত ষ্টুদেন্ত এজনক ভৰ্ত্তি কৰা
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰা হৈছে: উবুন্তো লিনাক্স OS 16.04 ব্যৱ্হাৰ কৰি,
00:28 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

00:42 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে । তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:54 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ Moodle ওৱেবচাইতত কিছু কৌৰ্চ নিৰ্মিত হৈ থাকিব লাগিব
01:01 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত আগৰ Moodle টিউট’ৰিয়েলচ চাওঁক
01:08 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ ব্যৱ্হাৰ কৰি Moodle ওৱেবচাইতত ল’গিন কৰক
01:16 আমি এতিয়া এদমিন ড্যাচব’ৰ্দত আছো
01:19 আহক আমি Course and Category Management পৃষ্ঠাটোলৈ যাওঁ
01:24 আপোনাৰ Moodle interface ত এই কৌৰ্চসমূহ থকাতো নিশ্বিত কৰক । যদি নাই, টিউট’ৰিয়েলটো ৰখাওঁক সিহঁতক বনাবলৈ আৰু তেতিয়া পুনৰ আৰম্ভ কৰক
01:34 আহক আমি বনোৱা সকলো ইউজাৰক চাওঁ
01:38 Site Administration ত ক্লিক কৰক
01:41 পাছত ইউজাৰচ টেবত ক্লিক কৰক
01:44 Accounts চেকচনৰ ভিতৰত, Browse list of users ত ক্লিক কৰক
01:50 আমাৰ এতিয়া চাৰিজন ইউজাৰ আছে
01:53 আহক ইউজাৰ Priya Sinha ত ক্লিক কৰো আৰু তেওঁৰ প্ৰোফাইল এদিত কৰো
01:59 গতিকে, User details চেকচনত Edit Profile লিংকত ক্লিক কৰক
02:04 তললৈ স্ক্ৰ’ল কৰক আৰু অপচনেল চেকচন বিচাৰক । পাছত ইয়াত ক্লিক কৰক প্ৰসাৰিত কৰিবলৈ
02:11 মন কৰিব যে Institution, Department, Phone আৰু Address ফিল্দচ দৰ্শিত হৈছে । এইবোৰ হৈছে আমি CSV ফাইলত এন্টাৰ কৰাবিলাক
02:23 আহক ইউজাৰৰ তালিকালৈ পুনৰ ঘূৰি যাওঁ । তাক কৰিবলৈ, Site Administration -> Users -> Browse list of users ত ক্লিক কৰক
02:33 আহক এই ইউজাৰ System Admin2administrator role প্ৰদান কৰো
02:39 বাওফালৰ মেনুত, Site Administration ত ক্লিক কৰক আৰু পাছত ইউজাৰচ টেবত
02:46 তললৈ স্ক্ৰ’ল কৰক Permissions চেকচনলৈ আৰু Site Administrators ক্লিক কৰক
02:52 ইয়াত ইউজাৰৰ দুটা চেত আছে । প্ৰথম চেতত বৰ্তমান site administrators ৰ নাম আছে আৰু দ্বিতীয় চেতত আন সকলো ইউজাৰৰ তালিকা আছে
03:05 দুয়োখন তালিকাৰ মাজত, বিভিন্ন একচন প্ৰদৰ্শন কৰিবলৈ বুটাম আছে
03:11 ইউজাৰচ বক্সৰ পৰা, আহক System Admin2 ইউজাৰত ক্লিক কৰো
03:17 যদি বহুতো ইউজাৰ থাকে, চাৰ্চ কৰিবলৈ ইউজাৰচ বক্সৰ তলত চাৰ্চ বক্স ব্যৱ্হাৰ কৰক । আৰু তেতিয়া, Add বুটামত ক্লিক কৰক
03:26 Confirm বক্সত, Continue বুটামত ক্লিক কৰক
03:30 এতিয়া দুজন এদমিন ইউজাৰ আছে । আমি যিমান বিচাৰো আমাৰ সিমান এদমিন ইউজাৰ থাকিব পাৰে
03:38 তথাপি, Main administrator মাত্ৰ এজনহে থাকিব পাৰে । Main administrator ক চিষ্টেমৰ পৰা কেতিয়াওঁ দিলিত কৰিব নোৱাৰি
03:48 আহক এতিয়া Calculus কৌৰ্চৰ শিক্ষক হিচাবে Rebecca Raymond ক নিয়োগ কৰো
03:55 ইয়াক কৰিবলৈ, Course and category management পৃষ্ঠাটলৈ যাওঁক, ইয়াত দেখুৱা ধৰণে
04:02 1st Year Maths চাবকেতেগ’ৰিত ক্লিক কৰক ইয়াৰ ভিতৰত থকা কৌৰ্চসমূহ চাবলৈ
04:09 Calculus কৌৰ্চত ক্লিক কৰক । কৌৰ্চৰ সবিশেষ চাবলৈ তললৈ স্ক্ৰ’ল কৰক । Enrolled Users ক্লিক কৰক
04:19 আমি দেখিছো যে ইউজাৰ Priya Sinha এই কৌৰ্চত নথিভুক্ত হৈছে
04:25 আমি ইয়াক upload user CSV ৰ দ্বাৰা কৰিলো
04:29 Moodle ত, শিক্ষকসহ সকলোকে, কৌৰ্চলৈ নথিভুক্ত কৰিব লাগে
04:35 কৌৰ্চত তেওঁলোকৰ বৰ্তমান ভুমিকাৰ ওপৰত ভিত্তি কৰি নতুন ভুমিকা নিয়োগ কৰা হৈছে
04:41 Enrol users বুটামত হয়তো সোফালে ওপৰত বা সোফালে তলত ক্লিক কৰক
04:48 প’প-আপ উইন্দ’ এখন আহে
04:51 ইয়াত এখন দ্ৰপদাউন আছে Assign roles ৰ বাবে, Enrolment options ৰ বাবে ফিল্দচ আৰু এটা চাৰ্চ বুটাম আছে
05:00 আমি বৰ্তমান এই কৌৰ্চত নিযুক্ত নকৰা সকলো ইউজাৰৰ এখন তালিকা দেখিছো
05:06 Assign roles দ্ৰপদাউনত, Teacher নিৰ্বাচিত কৰক
05:11 তেতিয়া Rebecca Raymond ৰ কাষত Enrol বুটামত ক্লিক কৰক
05:16 শেষত, পৃষ্ঠাটোৰ তলত Finish Enrolling users বুটামত ক্লিক কৰক
05:24 ষ্টুদেন্তক একেধৰণেই কৌৰ্চ এটাত নিয়োগ কৰিব পাৰি
05:28 শিক্ষকৰ ভুমিকাৰ পৰা Rebecca Raymond ক অনিযুক্ত কৰিবলৈ, Roles columnTrash আইকনত ক্লিক কৰক
05:36 Confirm Role Change প’পআপ বক্সত, Remove বুটামত ক্লিক কৰক
05:42 ইয়াত থকা Assign role আইকনো লগতে ব্যৱ্হাৰ কৰিব পাৰি ইতিমধ্যে নথিভুক্ত কৰা ইউজাৰক ভুমিকা এটা দিবলৈ
05:50 সকলো role নামসহ এটা সৰু প’প-আপ উইন্দ’ খুলিবলৈ ইয়াত ক্লিক কৰক
05:56 Rebecca Raymond ক শিক্ষকৰ ভুমিকা দিবলৈ Teacher ত ক্লিক কৰক । বক্সটো নিজে বন্ধ হয়
06:04 একেবাৰে সোফালে থকা trash আইকনত ক্লিক কৰি ইউজাৰক কৌৰ্চ এটাৰ পৰা অ-নথিভুক্ত কৰিব পাৰি
06:11 সোফালে থকা gear আইকন হৈছে user enrolment সবিশেষ এদিত কৰিবলৈ । ইয়াত ক্লিক কৰক
06:20 ইয়াত এটা অপচন আছে ইউজাৰক স্থগিত কৰিবলৈ আৰু enrolment আৰম্ভ আৰু শেষ হোৱা তাৰিখক সলাবলৈ
06:28 enrolment পৃষ্ঠাটোলৈ ঘূৰি যাবলৈ Cancel বুটামত ক্লিক কৰক
06:33 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
06:39 এই টিউট’ৰিয়েলত, আমি শিকিলো কেনেকৈ:

ইউজাৰ এজনক এদমিন ভূমিকা দিয়া হয়,

কৌৰ্চ এটাত শিক্ষক এজন নিয়োগ কৰা আৰু

কৌৰ্চ এটাত ষ্টুদেন্ত এজনক ভৰ্ত্তি কৰা

06:52 আপোনাৰ বাবে এটা অনুশিলনী হৈছে:

Linear Algebra কৌৰ্চত Rebecca Raymond ক এগৰাকী শিক্ষয়িত্ৰী হিচাবে নিয়োগ কৰক

07:00 Linear Algebra কৌৰ্চত Priya Sinha ক এজনী ষ্টুদেন্ত হিচাবে নিয়োগ কৰক
07:06 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
07:14 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
07:22 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
07:26 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:38 মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9