Moodle-Learning-Management-System/C2/Teachers-Dashboard-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 09:50, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 MoodleTeacher’s dashboardস্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি এটা জটিল Moodle কৌৰ্চৰ অভাৰভিওৰ বিষয়ে শিকিম
00:14 পাছত আমি শিকিম:

teachers’ dashboard ,

profile এদিত কৰিবলৈ আৰু

preferences এদিত কৰিবলৈ

00:25 শেষত, আমি Moodle কৌৰ্চৰ লগত সম্বন্ধিত কিছু প্ৰাথমিক বিৱৰণ যোগ কৰিবলৈ শিকিম
00:33 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, ব্যৱ্হাৰ কৰা হৈছে:

উবুন্তো লিনাক্স OS 16.04,

Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে

00:59 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
01:07 এই টিউট’ৰিয়েলে ধৰে যে আপোনাৰ site administrator এ এটা Moodle website চেতাপ কৰিলে আৰু আপোনাক এটা নতুন, খালি কৌৰ্চত নিয়োগ কৰিলে য’ত আপোনাৰ teacher ৰ বিশেষাধিকাৰ আছে । মোৰ system administrator এ ইতিমধ্যে নিম্নখিনি কৰিলে
01:26 মনত ৰাখিব: Teacher ভুমিকা ইউজাৰ “Rebecca Raymond”“Calculus” কৌৰ্চটোৰ বাবে দিয়া হৈছে
01:34 আপোনাৰ site administrator ক এই ওৱেবচাইতত Moodle টিউট’ৰিয়েলচ চাবলৈ কওঁক
01:41 আৰু, আপোনাৰ বাবে ইউজাৰ এজন বনাওঁক, যাৰ অতিকমেও এটা কৌৰ্চৰ বাবে teacher ৰ বিশেষাধিকাৰ আছে
01:48 Moodle হৈছে এটা অতিশয় নমনীয়, সৃজনশীল আৰু সহজে ব্যবহাৰযোগ্য শিক্ষণ আৰু শিকাৰ ব্যবস্থা
01:56 সাধাৰণতে, Moodle শিক্ষকে ব্যৱ্হাৰ কৰে -

তেওঁলোকৰ শিক্ষণ-শিকাৰ ৰিচৌৰ্চসমূহ আপল’দ কৰিবলৈ,

তেওঁলোকৰ মাল্টিমিদিয়া e-ৰিচৌৰ্চসমূহৰ সংগ্ৰহক মেনেজ কৰিবলৈ যেনে ফাইলচ, ভিদিঅচ ইত্যাদি,

02:12 ওৱেব ৰিচৌৰ্চসমূহ চেয়াৰ কৰিবলৈ আৰু শিক্ষাগত ৰিচৌৰ্চসমূহ খুলিবলৈ,

YouTube / Vimeo ভিদিঅচ এম্বেদ কৰিবলৈ,

02:22 quizzes আৰু assignments পৰিচালনা কৰিবলৈ,

সহযোগি কন্তেন্ত যেনে Wiki, Glossary ইত্যাদিৰ ব্যৱ্হাৰক উৎসাহিত কৰিবলৈ

02:34 সমলয় আৰু অবিচ্ছিন্নভাবে ষ্টুদেন্তৰ লগত যোগাযোগ কৰিবলৈ আৰু ষ্টুদেন্তৰ শিক্ষাৰ অগ্রগতি সন্ধান কৰিবলৈ
02:44 মোৰ লগত, Calculus কৌৰ্চৰ course overview আছে
02:50 মোৰ আছে- সামৰিবলগা টপিকসমূহ,

প্ৰতি সপ্তাহৰ বক্তৃতাৰ সংখ্যা,

কৌৰ্চৰ বাবে অনুশিলনীৰ মুঠ সংখ্যা,

03:01 কুইজৰ মুঠ সংখ্যা (সাপ্তাহিক বা পষেকীয়া),

end of course exams ৰ মুঠ সংখ্যা,

মাৰ্কচ বিতৰণ কৰা,

কৌৰ্চৰ উপকৰণ,

কিতাপৰ ৰেফাৰেঞ্চসমূহ

03:18 মই মোৰ কৌৰ্চ গঠণ কৰিব লাগিব আৰু Moodle ত তাৰ অনুসৰি সকলো মেতেৰিয়েলচ আপল’দ কৰিব লাগিব
03:25 ব্ৰাউজাৰলৈ যাওঁক আৰু Moodle site খোলক
03:30 হেদাৰ এটা আৰু উপলদ্ধ কৌৰ্চৰ সৈতে পৃষ্ঠা এটা দৰ্শিত হ’ব
03:35 উইন্দ’ৰ ওপৰত সোঁফালে চুকত ল’গিন লিংকত ক্লিক কৰক
03:40 মই শিক্ষক Rebecca Raymond হিচাবে ল’গিন কৰিম
03:44 আমি এটা পৃষ্ঠাত আছো যি আমাক পাচৱৰ্দ সলাবলৈ কৈছে । ইয়াৰ কাৰণ হৈছে আগতে এদমিনৰ দ্বাৰা Force password change অপচনক সক্ৰিয় কৰা হৈছিলে
03:57 বৰ্তমান পাচৱৰ্দ লিখি নতুন পাচৱৰ্দ লিখক । মই লিখিম Spokentutorial12 #
04:07 নতুন পাচৱৰ্দটো পুনৰ লিখক আৰু তেতিয়া, তলত Save changes বুটামত ক্লিক কৰক
04:15 এটা সফল বাৰ্তা আহিছে নিশ্বিত কৰি যে পাচৱৰ্দ সলনি হ’ল । Continue বুটামত ক্লিক কৰক
04:24 আমি বৰ্তমান থকা পৃষ্ঠাটোক, ড্যাচব’ৰ্দ কোৱা হয়
04:29 আমাৰ ড্যাচব’ৰ্দ ৩টা ক’লামত বিভক্ত
04:34 বাওঁফালে থকাটো হৈছে Navigation মেনু । মাজৰ বহলটো হৈছে 'Timeline' আৰু 'Courses' টেবৰ সৈতে মূখ্য Course overview এৰিয়া
04:47 সোঁফালে থকাটো হৈছে Blocks column
04:51 Courses টেবে আপুনি তালিকাভুক্ত হোৱা কৌৰ্চসমূহ দেখুৱায় । Course overview এৰিয়াত Courses টেবত ক্লিক কৰক
05:02 In Progress টেবত, আমি ইয়াত ২টা কৌৰ্চ দেখিছো: Calculus আৰু Linear Algebra । এই কৌৰ্চদুটা এদমিনৰ দ্বাৰা শিক্ষক Rebecca Raymond ক দিয়া হৈছে
05:17 ভবিষ্যতে তেওঁক দিবলগা কৌৰ্চসমূহ, Future টেবত দৰ্শিত হ’ব । একেদৰে, তেওঁৰ যিকোনো সমাপ্ত হোৱা কৌৰ্চক, Past টেবৰ ভিতৰত দেখা যাব
05:30 আহক এতিয়া আমি পৃষ্ঠাটোৰ header চাওঁ । ওপৰত বাওঁফালে চুকত, আমি Navigation Drawer বা Navigation menu চাব পাৰো
05:41 Calendar, Private Files আৰু My courses লিংকলৈ এক্সেচ দিয়ে
05:48 ই হৈছে এটা toggle মেনু যি বুজায় ইয়াত ক্লিক কৰিলে, ই ইয়াৰ ষ্টেতাচ অপেনৰ পৰা ক্ল’জলৈ আৰু বিপৰীতিভাবে সলায়
05:58 ওপৰত সোঁফালে, notifications আৰু বাৰ্তাৰ বাবে দ্ৰুত এক্সেচৰ আইকণচ আছে
06:06 ওপৰত সোঁফালে profile picture ক্লিক কৰিলে, আমাক ইউজাৰ মেনু এক্সেচ কৰিবলৈ দিব । ইয়াক লগতে কোৱা হয় quick access user menu
06:18 ইয়াত ক্লিক কৰক । এই সকলোবোৰ মেনু আইতেমচ লগতে toggle menus হয়, বাওঁফালে থকাৰ দৰে একেই
06:28 Profile অপচনত ক্লিক কৰক । Moodle ত প্ৰতিটো ইউজাৰৰ এটা profile page থাকে
06:36 ইয়াত লিংকচ থাকে যি ইউজাৰক অনুমতি দিয়ে প্ৰোফাইল তথ্য এদিত কৰিবলৈ, তেওঁলোক নথিভুক্ত হোৱা কৌৰ্চেচ চাবলৈ,
06:46 তেওঁলোকৰ blog বা ফ’ৰাম প’ষ্টসমূহ চাবলৈ, তেওঁলোকৰ এক্সেচ থকা যিকোনো ৰিপ’ৰ্তচ চাবলৈ আৰু access logs চাবলৈ যি শেষৰ বাৰ ল’গিন কৰিবলৈ ব্যৱহৃত হৈছিল
07:01 এতিয়া, আহক Edit Profile লিংকত ক্লিক কৰো
07:06 Edit Profile পৃষ্ঠা আহিছে । এই পৃষ্ঠাটো ৫টা চেকচনত বিভক্ত:

General,

User Picture,

Additional Names,

Interests,

Optional

07:24 দিফল্টভাবে General আৰু User picture চেকচনচ প্ৰসাৰিত হয়
07:30 সোঁফালে থকা ‘Expand all’ লিংকে সকলো চেকচনক প্ৰসাৰিত কৰে
07:36 আৰু যিকোনো চেকচনৰ নামত ক্লিক কৰিলে ইয়াক হয়তো প্ৰসাৰিত বা সংকুচিত কৰে
07:42 ইয়াত থকা সকলো ফিল্দ এদিত কৰিব পাৰি
07:45 মই এতিয়া কৰাৰ দৰে, আপুনি নিজৰ ব্যক্তিগত সবিশেষ General section ত ভৰাব পাৰে
07:52 এজন শিক্ষক হিচাবে, মোৰ ষ্টুদেন্তে মোৰ বিষয়ে কিছু জনাটো বিচাৰো
07:58 গতিকে, ইয়াত Description ফিল্দত, মই কিছু সবিশেষ ভৰাম
08:04 টিউট’ৰিয়েলটো ৰখাওঁক আৰু আপোনাৰ সবিশেষ ভৰাওঁক মই ইয়াত কৰাৰ দৰে
08:10 আপুনি লগতে অন্য ফিল্দচ আৰু চেকচনচত কিছু তথ্য যোগ কৰিব পাৰে । আপুনি নিজৰ পিক্সাৰো আপল’দ কৰিব পাৰে
08:19 মই General আৰু Optional চেকচনত কিছু আৰু সবিশেষ যোগ কৰিলো
08:25 তেতিয়া Update Profile বুটামত ক্লিক কৰক আৰু পৃষ্ঠাটো ছেভ কৰক
08:30 এতিয়া, ওপৰত সোফালে পুনৰ quick access user menu ক্লিক কৰক আৰু Preferences লিংকত ক্লিক কৰক
08:40 Preferences পৃষ্ঠাটোৱে ইউজাৰক তেওঁলোকে এদিত কৰিব বিচৰা বিভিন্ন চেতিংগচলৈ দ্ৰুত এক্সেচ দিয়ে
08:48 Preferences পৃষ্ঠাটো, teacher’s account এটাৰ বাবে, বিভক্ত হয় :

User account, Blogs আৰু Badges

09:00 আমি ইতিমধ্যে Edit Profile আৰু Change Password আগতে দেখিছিলো
09:06 ইয়াত আৰু কিছু অন্য প্ৰেফাৰেঞ্চ আছে

Language,

Forum,

Editor,

Course,

Calendar,

Message,

Notification

09:19 আহক Calendar preferences ক্লিক কৰো
09:23 আমি কেলেন্দাৰক ২৪-ঘন্টাৰ ফৰ্মেতত সময় দেখুৱাবলৈ চেত কৰিম
09:29 লগতে, আমি Upcoming events look-ahead২ সপ্তাহলৈ চেত কৰিম
09:35 ই বুজায়, আমি কেলেন্দাৰত পাছৰ ২ সপ্তাহৰ ভিতৰত হ’বলগা সকলো ইভেন্টৰ ন’তিফিকেচন দেখিম
09:43 Save Changes বুটামত ক্লিক কৰক
09:46 আমি এই চিৰিজত পাছত পৰবর্তী বৈশিষ্ট্যসমূহ আলোচনা কৰোতে বাকি প্রেফাৰেঞ্চ সমূহ চাম
09:54 ইয়াত তথ্যটো চাওঁক
09:57 এইটো হৈছে breadcrumb navigation । ই এটা দৰ্শন সহায়ক যি সূচায় আমি Moodle চাইতৰ শ্ৰেণীবিন্যাসৰ কোনটো পৃষ্ঠাত আছো
10:09 ই আমাক এটা উচ্চ-স্তৰৰ পৃষ্ঠালৈ মাত্ৰ এটা একক ক্লিকতে ঘূৰি যাবলৈ সহায় কৰে
10:15 ড্যাচব’ৰ্দলৈ যাবলৈ breadcrumbsড্যাচব’ৰ্দ লিংকত ক্লিক কৰক
10:21 এতিয়া, আহক Calculus কৌৰ্চৰ বাবে টপিক এটা আৰু সংক্ষিপ্ত সাৰাংশ যোগ কৰিবলৈ চাওঁ
10:28 আহক Navigation menu ত বাওঁফালে Calculus কৌৰ্চত ক্লিক কৰো
10:34 নতুন পৃষ্ঠাটোত, ওপৰত সোঁফালে gear আইকণত ক্লিক কৰক
10:40 তেতিয়া Turn editing on অপচনত ক্লিক কৰক
10:45 পৃষ্ঠাটোৱে এতিয়া অধিক এদিত অপচনচ দেখুৱাইছে
10:50 Topic 1 ৰ কাষত pencil আইকণত ক্লিক কৰক
10:55 এতিয়া, অহা টেকস্ত বক্সটোত, লিখক: Basic Calculusএন্টাৰ টিপক
11:03 টপিক নামৰ পৰিবৰ্তনক মন কৰক
11:06 এতিয়া, সেই টপিকৰ একেবাৰে সোঁফালে এদিত লিংকত ক্লিক কৰক
11:11 আৰু তেতিয়া Edit topic অপচনত ক্লিক কৰক
11:15 ই আমাক Summary পৃষ্ঠাটোলৈ নিয়ে
11:18 ইয়াত, Summary ফিল্দত, আমি টপিকটোৰ বিষয়ে এটা সংক্ষিপ্ত সাৰাংশ দিব পাৰো । মই দেখুৱা ধৰণে লিখিম
11:27 তললৈ স্ক্ৰ’ল কৰক আৰু Save Changes বুটামত ক্লিক কৰক
11:32 পৰিবৰ্তনক লক্ষ্য কৰক
11:34 এনেদৰেই আমি Moodle ত আমাৰ কৌৰ্চৰ সবিশেষ যোগ কৰিব পাৰো
11:40 আমি এতিয়া Moodle ৰ পৰা ল’গ আউত কৰিম । তাক কৰিবলৈ, ওপৰত সোঁফালে ইউজাৰ আইকণত ক্লিক কৰক । এতিয়া ল’গ আউত অপচন বাচক
11:50 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
11:56 এই টিউট’ৰিয়েলত, আমি শিকিলো:

Course overview সবিশেষ,

teachers’ dashboard ,

12:05 প্ৰোফাইল চেতিংগচ এদিত কৰিবলৈ,

Preferences চেতিংগচ আৰু

Moodle ত কৌৰ্চৰ প্ৰাথমিক সবিশেষ যোগ কৰিবলৈ

12:16 এটা অনুশিলনী হিচাবে- Calculus কৌৰ্চৰ সকলো টপিকচৰ নাম সলাওঁক

সকলো টপিকচৰ সংশ্লিষ্ট সাৰাংশ যোগ কৰক

সবিশেষৰ বাবে এই টিউট’ৰিয়েলৰ Assignment লিংক চাওঁক

12:31 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:39 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:49 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
12:53 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:06 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো
13:17 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9