Moodle-Learning-Management-System/C2/Overview-of-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 09:35, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time
Narration
00:01 Overview of Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Learning Management Systems ৰ ধাৰণা (সংক্ষেপে LMS),
00:16 Moodle এটা LMS হিচাবে,
00:19 Moodle কোনে ব্যৱ্হাৰ কৰিব পাৰে আৰু Moodle ওৱেবচাইতৰ উদাহৰণ
00:26 আমি লগতে শিকিম Moodle ৰান কৰিবলৈ লগা চফতৱেৰ আৰু হাৰ্দৱেৰৰ বিষয়ে আৰু
00:33 মূল বৈশিষ্ট্যসমূহ যাক Moodle চিৰিজত বৰ্ণনা কৰা হ’ব
00:39 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীসকলে ওৱেবচাইত এটা ব্ৰাউজ কৰিবলৈ জানিব লাগিব
00:45 আহক আমি প্ৰথমে বুজো Learning Management System বা LMS কি হয়
00:53 LMS এটাই আমাক যিকোনো eLearning content বনোৱা, পৰিচালনা আৰু বিতৰণ কৰাত সহায় কৰে
01:01 উদাহৰণস্বৰূপে: শিক্ষাগত কৌৰ্চ আৰু প্ৰশিক্ষণ প্ৰোগ্ৰামচ
01:07 ই লগতে আমাক courses পৰিচালনা কৰাত সহায় কৰে
01:11 আমি কন্তেন্ত বনাব আৰু edit কৰিব পাৰো, ষ্টুদেন্তক এক্সেচ দিব পাৰো, তেওঁলোকৰ জমাক গ্ৰেদ দিব পাৰো ইত্যাদি
01:21 Moodle হৈছে এটা প্ৰতিক্ৰিয়াশীল, ফ্ৰি আৰু অপেন চৌৰ্চ চফতৱেৰ
01:27 ই হৈছে শিক্ষাগত প্ৰতিষ্ঠান সমূহত বিশ্বব্যাপি ব্যৱহৃত এটা অতিশয় জনপ্ৰিয় LMS
01:33 ইয়াৰ সুৰক্ষা নিয়ন্ত্ৰণে আমাৰ দেতাক নিৰাপদ আৰু সুৰক্ষিত ৰাখে
01:39 ইয়াৰ কিছু অতি শক্তিশালী বৈশিষ্ট্য আছে যি শিক্ষক আৰু শিক্ষাৰ্থী দুয়োকে ক্ষমতাপ্ৰদান কৰে
01:47 Moodle এ লগতে বিস্তাৰিত দকুমেন্তেচন প্ৰদান কৰে যি ইয়াক ব্যৱ্হাৰৰ বাবে সহজ কৰে
01:54 Moodle ইউজাৰ সম্প্ৰদায় আৰু ফ’ৰামৰ সহায় অতি সক্ৰিয়
02:00 Moodle ত উপলদ্ধ ফ্ৰি প্লাগিনে ইয়াক আৰু বৈশিষ্ট্য-পূৰ্ণ কৰি তোলে
02:06 Moodle ক সকলো ডিভাইচত সহজে নেভিগেত কৰিব পাৰি;

course আৰু site লেভেলত কাৰ্যকলাপ আৰু অংশগ্ৰহণৰ বিস্তাৰিত ৰিপ’ৰ্ট থাকে

02:18 সহযোগী আৰু ব্যক্তিগত শিক্ষাৰ ক্ষেত্ৰত সহায় কৰে
02:23 ফ’ৰাম, পিয়াৰ এচেচমেন্ত, গ্ৰোপ মেনেজমেন্ত, লাৰনিং পাথ ইত্যাদি ব্যৱ্হাৰ কৰিব পাৰি তাৰ বাবে
02:32 আহক চাওঁ Moodle LMS কোনে ব্যৱ্হাৰ কৰিব পাৰে:
02:36 শিক্ষাগত প্ৰতিষ্ঠান সমূহ যেনে বিশ্ববিদ্যালয়, কলেজ, স্কুল আৰু কোচিং ইনস্টিটিউট,
02:44 কর্মচাৰীৰ প্রশিক্ষণ আৰু অভিযোজনৰ বাবে কৰা ব্যৱসায়,
02:49 হস্পিতাল আৰু স্বাস্থ্যসেবা প্রশিক্ষণ কার্যক্রম,
02:53 যিকোনো eLearning ভিত্তিক প্রতিষ্ঠান
02:57 আহক Moodle ব্যৱ্হাৰ কৰি নিৰ্মিত কিছু ওৱেবচাইতচ চাওঁ
03:02 এই ধৰণৰ কলেজ
03:05 এই ধৰণৰ বেচৰকাৰী বিশ্ববিদ্যালয়
03:09 এই ধৰণৰ ট্রেইনিং ইনস্টিটিউট
03:13 এই ধৰণৰ কোচিং ইনস্টিটিউট
03:17 ব্যক্তিগত শিক্ষক যোনে তেওঁৰ পাঠ্যক্ৰমক অনলাইন কৰিব বিচাৰে আৰু বহুতো তেনে
03:24 Moodle ৰ নিম্ন URL ত ব্যৱহাৰৰ বিস্তাৰিত পৰিসংখ্যা আছে
03:30 ইয়াত, আপুনি বিভিন্ন দেশৰ নিবন্ধিত Moodle websites চাব পাৰে
03:40 Moodle ইনষ্ট’ল কৰিবলৈ, আমাক লাগে: Apache web-server,
03:46 এটা database যেনে MySQL, MariaDB বা PostgreSQL আৰু PHP
03:54 Moodle হৈছে এটা ৰিচৌৰ্চ গ্ৰহণকাৰী চফতৱেৰ
03:58 Moodle চলাবলৈ প্ৰয়োজনীয় হাৰ্ডৱেৰ হৈছে:
04:02 Disk Space: 200 MB হৈছে Moodle ক’ডৰ বাবে লগতে কন্তেন্ত জমা কৰিবলৈ স্পেচ । তথাপি, 5GB হৈছে বাস্তবিক সৰ্বনিম্ন
04:15 Processor: 1 Gigahertz সৰ্বনিম্ন, কিন্তু 2 Gigahertz দুয়েল ক’ৰ বা অধিক হৈছে গ্ৰহণযোগ্য
04:23 Memory: 512MB সৰ্বনিম্ন, কিন্তু 1GB বা অধিক হৈছে গ্ৰহণযোগ্য
04:31 এই প্রয়োজনীয়তা চিষ্টেমৰ প্রত্যাশিত লোডৰ উপৰত ভিত্তি কৰি সলনি হ’ব পাৰে
04:37 উদাহৰণস্বৰূপে: কৌৰ্চৰ সংখ্যা আৰু আশাকৰা একত্ৰিত ল’গিন
04:44 এই চিৰিজটো বনোৱাৰ সময়ত, Moodle 3.3 সর্বশেষ স্থিতিশীল সংস্কৰণ আছিলে
04:50 সদায় উপলব্ধ সর্বশেষ স্থিতিশীল সংস্কৰণৰ সৈতে কাম কৰিব লাগে
04:57 Moodle 3.3 ক নিম্নখিনি প্ৰয়োজন হয়:
05:01 Apache 2.x (বা উচ্চ সংস্কৰণ)

MariaDB 5.5.30 (বা যিকোনো উচ্চ সংস্কৰণ) আৰু

05:11 PHP 5.4.4 (বা যিকোনো উচ্চ সংস্কৰণ)
05:17 এই চিৰিজৰ বাবে, আমি নিম্ন OS আৰু চফতৱেৰ ব্যৱ্হাৰ কৰিছো:

উবুন্তো লিনাক্স OS 16.04

05:26 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 আৰু Moodle 3.3 ৰ দ্বাৰা
05:36 এই Moodle চিৰিজ দুটা অংশত বিভক্ত -
05:41 এটা হৈছে Moodle site administrators ৰ বাবে আৰু আনটো হৈছে শিক্ষকৰ বাবে
05:48 Moodle site Administrators: এ চাৰ্ভাৰত Moodle ইনষ্ট’ল কৰিব,
05:54 প্ৰতিষ্ঠানৰ গাইদলাইন অনুসৰি course categories বনাব আৰু বহুতো কৌৰ্চৰ বাবে কৌৰ্চ আৰু ইউজাৰ একাউন্ট পৰিচালনা কৰিব
06:04 ইয়াত Moodle site administrators ৰ বাবে এই চিৰিজত সামৰা কিছু মূল বৈশিষ্ট্যৰ আভাস দিয়া হৈছে
06:14 Getting ready for Moodle installation টিউট’ৰিয়েলে ব্যাখ্যা কৰে কেনেকৈ localhost ত পেকেজ চাব লাগে আৰু দেতাবেচ চেতাপ কৰিব লাগে
06:29 Installing Moodle on Local Server টিউট’ৰিয়েলে ব্যাখ্যা কৰে কেনেকৈ Moodle দাউনল’দ আৰু ইনষ্ট’ল কৰিব লাগে
06:39 Admin’s dashboard in Moodle টিউট’ৰিয়েলে Admin Dashboard ব্যাখ্যা কৰে, বিভিন্ন ব্লক আৰু প্রোফাইল পেজ আৰু প্রেফাৰেঞ্চ এডিট কৰাক
06:53 Blocks in Admin's Dashboard টিউট’ৰিয়েলে ব্যাখ্যা কৰে কেনেকৈ ব্লক যোগ আৰু দিলিত কৰা হয় আৰু
07:05 Front page চেত কৰা
07:08 পাছৰ টিউট’ৰিয়েল, Categories in Moodle ত, আমি categories আৰু subcategories বনাবলৈ শিকিম
07:19 Courses in Moodle টিউট’ৰিয়েলত, আমি কৌৰ্চ এটা বনাবলৈ শিকিম আৰু ইয়াক কনফিগাৰ কৰিম
07:28 Users in Moodle টিউট’ৰিয়েলে আমাক বুজিবলৈ সহায় কৰিব কেনেকৈ - ইউজাৰ এটা যোগ কৰা হয়,
07:36 ইউজাৰৰ প্ৰোফাইল এদিত কৰা আৰু বাল্কত ইউজাৰ আপল’দ কৰা
07:43 User Roles in Moodle টিউট’ৰিয়েলে আমাক শিকিবলৈ সহায় কৰিব কেনেকৈ ইউজাৰে বিভিন্ন ভূমিকা নিৰ্ধাৰণ কৰে
07:52 উদাহৰণস্বৰূপে: চেকেন্দাৰি admin role, teacher role আৰু student role
08:00 Moodle site administrator ৰ বাবে, ভবিষ্যতত এই চিৰিজত আৰু বহুতো টিউট’ৰিয়েলচ আহিব
08:07 আমি এতিয়া শিক্ষকৰ বাবে টিউট’ৰিয়েলচলৈ যাম
08:11 শিক্ষক দায়ী হ’ব: তেওঁলোকৰ কৌৰ্চৰ বাবে কন্তেন্ত আপলোদ আৰু এদিত কৰাত,
08:17 ষ্টুদেন্তৰ অগ্ৰগতিক মূল্যায়ন কৰিবলৈ অনুশীলনী আৰু কুইজ বনোৱা আৰু
08:22 ষ্টুদেন্তক তেওঁলোকৰ কৌৰ্চত তালিকাভুক্ত কৰা আৰু যোগাযোগ স্থাপন কৰা
08:27 এতিয়া, মই চিৰিজত শিক্ষকৰ বাবে সামৰা কিছু মূল বৈশিষ্ট্যৰ আভাস দেখুৱাম
08:34 Teacher’s dashboard in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে -

শিক্ষকৰ ড্যাচব’ৰ্দ,

প্রোফাইল সম্পাদনা কৰা আৰু প্ৰেফাৰেঞ্চ সম্পাদনা কৰা

08:46 Course Administration in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে - কেনেকৈ কৌৰ্চ চেতিংগচ কনফিগাৰ কৰে
08:53 আৰু কৌৰ্চ এটাত ক্রিয়াকলাপ আৰু ৰিচৌৰ্চেচ পৰিচালনা কৰা
08:59 Formatting course material in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে - দিফল্ট Moodle text editor ত বিভিন্ন ফৰমেত কৰাৰ অপচনক
09:10 আৰু অতিৰিক্ত কৌৰ্চ মেতেৰিয়েল যোগ কৰাক
09:15 Uploading and Editing Resources in Moodle টিউট’ৰিয়েলে ব্যাখ্যা কৰে - কেনেকৈ আপল’দ কৰা হয় এটা URL ৰিচৌৰ্চ আৰু এটা বোক ৰিচৌৰ্চ আৰু সেই ৰিচৌৰ্চক এদিত কৰা
09:29 এই চিৰিজৰ পাছৰ টিউট’ৰিয়েল হৈছে Forums and Assignments in Moodle
09:34 এই টিউট’ৰিয়েলত, আমি শিকিম: Moodle ত বিভিন্ন প্ৰকাৰৰ ফ’ৰামচৰ বিষয়ে,
09:39 আলোচনাৰ বাবে ফ’ৰাম এটা যোগ কৰা আৰু অনুশীলনী কেনেকৈ বনোৱা হয়
09:48 Question bank in Moodle টিউট’ৰিয়েলত, আমি শিকিম প্ৰশ্নৰ কেতেগ’ৰি বনোৱা আৰু question bank ত প্ৰশ্ন যোগ কৰা
09:58 Quiz in Moodle টিউট’ৰিয়েলে আমাক শিকাব: Quiz এটা বনাবলৈ আৰু QuizQuestion bank ৰ পৰা প্ৰশ্ন যোগ কৰিবলৈ
10:12 Enroll Students and Communicate in Moodle নামৰ টিউট’ৰিয়েলত আমি শিকিম:

কৌৰ্চ এটাত csv ফাইল এটাৰ দ্বাৰা আপল’দ হোৱা ষ্টুদেন্তক নথিভুক্ত কৰিবলৈ

10:25 কৌৰ্চত গ্ৰোপ বনোৱা আৰু ষ্টুদেন্তক মেচেজ আৰু নোতচ পঠোৱা
10:31 পাছলৈ, এই চিৰিজত শিক্ষক আৰু ষ্টুদেন্তৰ বাবে আৰু অধিক টিউট’ৰিয়েলচ আহিব
10:37 এতিয়াৰ বাবে, আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলত, আমি শিকিলো: Learning Management Systems ৰ ধাৰণা (সংক্ষেপে LMS)
10:48 Moodle এটা LMS হিচাবে, Moodle কোনে ব্যৱ্হাৰ কৰিব পাৰে আৰু Moodle ওৱেবচাইতৰ উদাহৰণ
10:57 আমি লগতে শিকিলো Moodle ৰান কৰিবলৈ লগা চফতৱেৰ আৰু হাৰ্দৱেৰৰ বিষয়ে আৰু মূল বৈশিষ্ট্যসমূহ যাক Moodle চিৰিজত বৰ্ণনা কৰা হ’ব
11:10 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
11:18 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
11:28 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি? অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক
11:35 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
11:45 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
11:51 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব । ই অব্যৱস্থা কমোৱাত সহায় কৰিব
11:59 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
12:05 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
12:18 মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9