Moodle-Learning-Management-System/C2/Installing-Moodle-on-Local-Server/Assamese

From Script | Spoken-Tutorial
Revision as of 09:39, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Installing Moodle on Local Server স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি Moodle দাউনল’দ আৰু ইনষ্ট’ল কৰিবলৈ শিকিম
00:15 Moodle ইনষ্ট’ল কৰিবলৈ, আপোনাৰ এটা চিষ্টেম থাকিব লাগিব যি সমৰ্থন কৰে:

Apache 2.x (বা উচ্চ সংস্কৰণ),

00:23 MariaDB 5.5.30 (বা যিকোনো উচ্চ সংস্কৰণ) আৰু PHP 5.4.4 +(বা যিকোনো উচ্চ সংস্কৰণ)
00:36 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:

উবুন্তো লিনাক্স OS 16.04

00:44 Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা
00:53 Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ
00:59 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
01:03 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
01:11 আপুনি আৰম্ভ কৰাৰ আগতে ইন্তাৰনেট সংযোগ থকাক নিশ্বিত কৰক
01:16 লগতে এই চিৰিজত আগৰ সংগত টিউট’ৰিয়েলচ চাওঁক ।

আৰু, নিশ্বিত কৰক যে পূৰ্বে প্ৰয়োজনীয়খিনি পোৱা গৈছে আৰু দেতাবেচ সঠিককৈ চেতাপ হৈছে

01:27 আমাৰ XAMPP চলি থাকিব লাগিব আৰু আমাৰ moodle-st ইউজাৰনেমৰ সৈতে দেতাবেচ এটা চেতাপ হৈ থাকিব লাগিব
01:37 প্ৰথমে, মই ওৱেব ব্ৰাউজাৰলৈ যাম আৰু XAMPP আৰম্ভ কৰিম
01:42 address bar ত, লিখক: http colon double slash 127 dot 0 dot 0 dot 1 আৰু এন্টাৰ টিপক
01:56 স্ক্ৰিণৰ শীৰ্ষত সোঁফালে মেনুত, PHPinfo ক্লিক কৰক
02:02 এতিয়া, Ctrl + F কীচ টিপক আৰু DOCUMENT underscore ROOT ৰ বাবে চাৰ্চ কৰক
02:10 ইয়াক Apache Environment টেবলত পোৱা যাব
02:14 DOCUMENT underscore ROOT ৰ মানটো হয়তো slash opt slash lampp slash htdocs বা slash var slash www হ’ব
02:30 মোৰ মেচিনত, ই হয় slash opt slash lampp slash htdocs
02:37 এই পাথৰ ন’ত এটা বনাওঁক । আমি ইয়াত Moodle ইনষ্ট’ল কৰিম
02:43 আহক এতিয়া Moodle দাউনল’দ কৰিবলৈ আৰম্ভ কৰো ।

Moodle ৰ অফিচিয়েল ওৱেবচাইতলৈ যাওঁক যি হৈছে moodle.org

02:53 ওপৰৰ মেনুত Downloads লিংকত ক্লিক কৰক । আৰু তেতিয়া, সৰ্বশেষ ৰিলিজ বুটাম MOODLE 3.3+ ক্লিক কৰক
03:04 এই টিউট’ৰিয়েল ৰেকৰ্দ কৰাৰ সময়ত, সৰ্বশেষ স্থিতিশীল Moodle সংস্কৰণ হৈছে 3.3 । আপুনি চেষ্টা কৰাৰ সময়ত ই বেলেগ হ’ব পাৰে
03:15 Download zip বুটামত ক্লিক কৰক । ই আমাৰ মেচিনত Moodle দাউনল’দ কৰিবলৈ আৰম্ভ কৰিব
03:22 মই ইতিমধ্যে এই ফাইলটো দাউনল’দ কৰিলো আৰু ই মোৰ Downloads ফ’ল্দাৰত আছে । গতিকে মই এই ষ্টেপক এৰিম
03:30 Ctrl + Alt + T কীচ একেলগে টিপি টাৰ্মিনেল খোলক
03:36 টাৰ্মিনেলত, মই দাইৰেক্তৰিটো Downloads লৈ সলাম
03:40 তাক কৰিবলৈ, কমান্দটো লিখক: cd space Downloads আৰু এন্টাৰ টিপক
03:48 আপুনি পাথটো লিখিব লাগিব য’ত আপোনাৰ চিষ্টেমত Moodle দাউনল’দ কৰিছে
03:53 আপুনি সেই দাইৰেক্তৰি পালে, ls লিখিব আৰু এন্টাৰ টিপিব তাত থকা ফাইলচ তালিকাভুক্ত কৰিবলৈ
04:01 এইটো মোৰ Moodle ইনষ্ট’লেচন ফাইল । ইয়াৰ নাম হৈছে moodle hyphen latest hyphen 33 dot zip
04:11 যদি দাউনল’দৰ সময়ত আপুনি ইয়াক কিবা অন্য নাম দিছে, তেন্তে সেই ফাইলক আপোনাৰ ফ’ল্দাৰত বিচাৰক
04:19 পাছত, আমি moodle ফ’ল্দাৰত এই zip ফাইলৰ কন্তেন্তক এক্সত্ৰেক্ত কৰিব লাগিব
04:26 command prompt ত, লিখক: sudo space unzip space moodle hyphen latest hyphen 33 dot zip space hyphen d space slash opt slash lampp slash htdocs slash । এতিয়া এন্টাৰ টিপক
04:51 আহক Ctrl + L টিপি টাৰ্মিনেল খালি কৰো
04:56 এতিয়া লিখক: cd space slash opt slash lampp slash htdocs আৰু এন্টাৰ টিপক
05:06 এই দাইৰেক্তৰিত থকা ফাইলচ তালিকাভুক্ত কৰিবলৈ, ls লিখক আৰু এন্টাৰ টিপক
05:12 আপুনি দেখিছে যে moodle নামৰ নতুন ফ’ল্দাৰ এটা বনিছে
05:18 আহক moodle ফ’ল্দাৰৰ মালিক আৰু গ্ৰোপ সদস্যলৈ read, write আৰু execute permissions দিওঁ
05:27 গতিকে, লিখক: sudo space chmod space 777 space moodle slash আৰু এন্টাৰ টিপক
05:39 যদি সুধে administrative পাচৱৰ্দ লিখক আৰু এন্টাৰ টিপক
05:45 এতিয়া ব্ৰাউজাৰলৈ যাওঁক আৰু লিখক: http colon double slash 127.0.0.1 slash moodle বা http colon double slash localhost slash moodle
06:06 মই ইয়াত মোৰ localhost IP লিখিছো
06:10 এই IP আচলতে moodle ইনষ্ট’ল হৈ থকা মেচিনৰ IP হ’ব লাগিব । মন কৰিব moodle হৈছে ফ’ল্দাৰটো য’ত আমি আগতে এক্সত্ৰেক্ত কৰিছিলো
06:23 এন্টাৰ টিপক আৰু আপুনি Moodle ইনষ্ট’লেচন পৃষ্ঠা দেখিব
06:29 দিফল্টভাবে, আমি এক নম্বৰ ষ্টেপত আছো, যি হৈছে, Configuration । মন কৰিব: Moodle বহুতো ভাষাত ইনষ্ট’ল কৰিব পাৰি
06:40 কিন্তু আমি নিজক মাত্ৰ English ভাসাতেই সীমিত কৰিম । গতিকে, ইয়াত English বাচক । Language দ্ৰপদাউনৰ তলত Next বুটামত ক্লিক কৰক
06:52 পাছৰটো হৈছে Paths পৃষ্ঠা । ইয়াতেই Web address, Moodle directory আৰু Data directory সূচীত কৰা হয়
07:02 Web address হৈছে Moodle এবাৰ ইনষ্ট’ল হ’লে এক্সেচ কৰিবলৈ আমাক লগা URL
07:08 এইটো হৈছে একেটা URL যাক আমি ওপৰত এন্টাৰ কৰিছিলো যি ইয়াত দৰ্শিত হৈছে
07:14 Moodle directory হৈছে ফ’ল্দাৰ য’ত সকলো Moodle ক’দ উপলদ্ধ
07:20 মন কৰিব ইয়াত, Web address আৰু Moodle directory দুয়োটা হৈছে এদিত কৰিব নোৱাৰা ফিল্দ । ইয়াক আমি সলাব নোৱাৰো
07:31 পাছৰটো হৈছে Data directory । এইটো হৈছে ফ’ল্দাৰ য’ত শিক্ষক আৰু ষ্টুদেন্তৰ দ্বাৰা আপল’দ কৰা সকলো ফাইল কন্তেন্ত জমা হ’ব
07:42 এই ফ’ল্দাৰত read আৰু write permission থাকিব লাগিব । গতিকে, ফাইলচ ইয়াত জমা কৰিব পাৰি
07:50 তথাপি, নিৰাপত্তাৰ কাৰণে ওৱেবত ইয়াক পোনপটিয়াকৈ এক্সেচ কৰিব নালাগে
07:57 গতিকে, ইয়াক ইনষ্ট’লেচন ফ’ল্দাৰৰ বাহিৰত ৰাখিব লাগে
08:03 lampp ফ’ল্দাৰৰ ভিতৰত থকা moodledata হৈছে দিফল্ট data directory যাক installer এ বনাবলৈ চেষ্টা কৰে
08:11 তথাপি, ইয়াত ফ’ল্দাৰ এটা বনাবলৈ ইয়াৰ পাৰমিচন নাথাকে । গতিকে, আমি এই ফ’ল্দাৰক মেনুৱেলি বনাব লাগিব আৰু ইয়াক প্ৰয়োজনীয় পাৰমিচন দিব লাগিব
08:23 terminal উইন্দ’লৈ যাওঁক । prompt ত, লিখক: sudo space mkdir space slash opt slash lampp slash moodledata আৰু এন্টাৰ টিপক
08:41 এতিয়া, লিখক: sudo space chmod space 777 space slash opt slash lampp slash moodledata আৰু এন্টাৰ টিপক
08:57 এতিয়া ব্ৰাউজাৰলৈ ঘূৰি যাওঁক আৰু Next বুটামত ক্লিক কৰক
09:02 ইয়াৰ পাছত database configuration পৃষ্ঠা আহে । দ্ৰপদাউনৰ পৰা MariaDB বাচক আৰু Next বুটামত ক্লিক কৰক
09:13 Database Host Name হিচাবে localhost লিখক
09:18 এতিয়া, আমি database name, username আৰু password ভৰাব লাগিব ।

এইবোৰ আমি আগতে phpMyAdmin ত বনাইছিলো

09:30 মই ভৰাম moodle-st database name হিচাবে
09:36 তেতিয়া moodle-st database username হিচাবে
09:41 আৰু, moodle-st মোৰ database password হিচাবে
09:46 Table Prefix আৰু আন ফিল্দক তেনেদৰেই এৰক আৰু Next ত ক্লিক কৰক
09:54 আমি এটা terms and conditions পৃষ্ঠা দেখিছো
09:59 এই ষ্টেপত আপুনি লাইচেঞ্চ এগ্ৰিমেন্ত পঢ়িব লাগিব আৰু একেটালৈ সন্মত হ’ব লাগিব । টেকস্ত পঢ়ক আৰু তেতিয়া Continue ক্লিক কৰক
10:10 পাছত আমি Server Checks পৃষ্ঠা দেখিছো । তললৈ স্ক্ৰ’ল কৰক বাৰ্তাটো চাবলৈ Your server environment meets all minimum requirements
10:23 আপুনি দেখুৱা ধৰণে অন্য এৰ’ৰ পাব পাৰে: সমাধানৰ বাবে এই টিউট’ৰিয়েলৰ Additional reading material লিংক চাওঁক
10:33 Continue ক্লিক কৰক
10:36 এই ষ্টেপে আপোনাৰ ইন্টাৰনেট স্পিদৰ ওপৰত নিৰ্ভৰ কৰি কিছু সময় ল’ব পাৰে ।

আপুনি এটা এৰ’ৰ বাৰ্তা পাব পাৰে Site is being upgraded, please retry later যদি আপুনি পৃষ্ঠাটো refresh কৰে

10:50 তেনেক্ষেত্ৰত, কিছু সময়ৰ পাছত ৰিফ্ৰেচ কৰক
10:54 Continue ক্লিক কৰক যেতিয়া আপুনি ইনষ্ট’লেচনৰ বাবে সফলতা বাৰ্তা এটা পায়
11:00 পাছৰ পৃষ্ঠা হৈছে administrator configuration
11:05 ইউজাৰনেমটো ভৰাওঁক যি আপুনি Moodle Administrative পৃষ্ঠাটোৰ বাবে বিচাৰে । মই ইউজাৰনেম admin হিচাবে ভৰাম
11:15 এতিয়া Moodle Administrator ৰ বাবে পাচৱৰ্দ এটা দিয়ক ।

ইয়াত দেখুৱা ধৰণে পাচৱৰ্দে এই নিয়মক অনুসৰণ কৰিব লাগিব

11:26 পাচৱৰ্দ এন্টাৰ কৰিবলৈ, Click to enter text লিংকত ক্লিক কৰক
11:32 মই মোৰ admin password হিচাবে Spokentutorial1@ এন্টাৰ কৰিম । পাচৱৰ্দ প্ৰকাশ কৰিবলৈ Unmask আইকণত ক্লিক কৰক
11:43 ভবিষ্যতত ব্যৱ্হাৰৰ বাবে আপুনি বনোৱা username আৰু password লিখি ৰাখক
11:49 Email address হৈছে এটা বাধ্যতামূলক ফিল্দ ।

মই ইয়াত priyankaspokentutorial@gmail.com এন্টাৰ কৰিম

11:59 Select a country দ্ৰপ-দাউনত, India বাচক ।

টাইমজ’ন হিচাবে Asia/Kolkata বাচক

12:08 আমি বাকী সকলো ফিল্দকে সিহঁতৰ দিফল্ট মানৰ সৈতে এৰিম
12:13 তললৈ স্ক্ৰ’ল কৰক আৰু Update Profile বুটামত ক্লিক কৰক
12:18 মনত ৰাখিব যে Moodle হৈছে এটা ৰিচৌৰ্চ কনজিউম কৰা চফতৱেৰ । প্ৰতিটো ষ্টেপ সম্পূৰ্ণ হ’বলৈ সময় ল’ব পাৰে
12:27 পাছৰ পৃষ্ঠাটো ল’দ হ’বলৈ অপেক্ষা কৰক আৰু পৃষ্ঠাটো বন্ধ বা refresh নকৰিব
12:34 পাছৰ স্ক্ৰিণ হৈছে Front page settings ৰ বাবে । মানুহে আমাৰ moodle site টো ভিজিত কৰিলে এই পৃষ্ঠাটো দেখিব
12:45 Full Site Name হিচাবে Digital India LMS এন্টাৰ কৰক
12:50 Short name for site হিচাবে পুনৰ Digital India LMS এন্টাৰ কৰক ।

নেভিগেচন বাৰত moodle site টোৰ নাম হিচাবে এইটো দৰ্শিত হ’ব

13:03 এতিয়াৰ বাবে, আহক Front Page Summary খালি ৰাখো ।

টাইমজ’ন Asia/Kolkata হিচাবে বাচক

13:11 পাছৰ দ্ৰপদাউন হৈছে Self Registration । যদি Self Registration সক্ৰিয় হয়, তেন্তে নতুন ইউজাৰে তেওঁলোকক নিজেই পঞ্জীয়্ণ কৰিব পাৰে
13:23 দ্ৰপদাউনৰ পৰা Disable বাচক । পাছৰটো হৈছে টেকস্ত বক্স no-reply address
13:31 এই ফিল্দত দিফল্ট মান হৈছে noreply@localhost

যিহেতু এইটো এটা বৈধ email ID নহয়, ইয়াক noreply@localhost.com লৈ সলাওঁক

13:46 এই ইমেইল ID From এদ্ৰেচ হিচাবে দেখাব, যেতিয়া Moodle ৰ দেখাবৰ বাবে কোনো ইমেইল ID নাথাকে
13:55 উদাহৰণস্বৰূপে, যদি মই মোৰ এদ্ৰেচক private হিচাবে ৰাখিব বিচাৰো, মোৰ ফালৰ পৰা পঠোৱা সকলো মেইলত এই ইমেইল ID থাকিব ।

শেষত, Save Changes বুটামত ক্লিক কৰক

14:10 আমি এতিয়া Moodle ব্যৱ্হাৰ কৰিবলৈ সাজু ।

আপুনি ইয়াত নতুন চাইতৰ সন্মুখৰ পৃষ্ঠাটো চাব পাৰে

14:17 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
14:23 এই টিউট’ৰিয়েলত, আমি শিকিলো: moodle.org ৰ পৰা Moodle দাউনল’দ কৰিবলৈ আৰু ল’কেল চাৰ্ভাৰত Moodle ইনষ্ট’ল কৰিবলৈ
14:33 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
14:41 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
14:51 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?

অনুগ্ৰহ কৰি http://forums.spoken-tutorial.org চাওঁক

15:00 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে । আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক । আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
15:10 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
15:15 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
15:21 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
15:31 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
15:45 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9