Moodle-Learning-Management-System/C2/Categories-in-Moodle/Assamese

From Script | Spoken-Tutorial
Revision as of 09:44, 3 October 2019 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Categories in Moodle স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

Course category,

categories আৰু subcategories বনাবলৈ,

categories ত একচন প্ৰদৰ্শন কৰিবলৈ

00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিম:

উবুন্তো লিনাক্স OS 16.04,

Apache, MariaDB আৰু PHP পোৱা হৈছে XAMPP 5.6.30 ৰ দ্বাৰা,

Moodle 3.3 আৰু Firefox ওৱেব ব্ৰাউজাৰ

00:43 আপুনি নিজৰ পচন্দৰ যিকোনো ওৱেব ব্ৰাউজাৰ ব্যৱ্হাৰ কৰিব পাৰে
00:47 তথাপি, Internet Explorer অৱজ্ঞা কৰিব লাগিব যিহেতু ই কিছু দিচপ্লে বিসঙ্গতি ঘটায়
00:55 এই টিউট’ৰিয়েলৰ শিক্ষাৰ্থীৰ চিষ্টেমত Moodle 3.3 ইনষ্ট’ল থাকিব লাগিব
01:02 যদি নাই, অনুগ্ৰহ কৰি এই ওৱেবচাইতত সংগত Moodle টিউট’ৰিয়েলচ চাওঁক
01:09 ব্ৰাউজাৰলৈ যাওঁক আৰু আপোনাৰ 'Moodle' হ’মপেজ খোলক । XAMPP service চলি থকাক নিশ্বিত কৰক
01:18 আপোনাৰ এদমিন ইউজাৰনেম আৰু পাচৱৰ্দ সবিশেষৰে ল’গিন কৰক
01:23 আমি এতিয়া এদমিন ড্যাচব’ৰ্দত আছো
01:26 বাওঁফালে, Site Administration ক্লিক কৰক
01:31 Courses টেবত আৰু পাছত Manage courses and categories ক্লিক কৰক
01:38 আমাক Course and category management টাইটলৰ পৃষ্টা এটালৈ নিয়া হ’ব । আহক আমি বুজো course category এটা কি হয়
01:50 Course categories এ চাইত ইউজাৰৰ বাবে Moodle কৌৰ্চসমূহ সংগঠিত কৰোতে সহায় কৰে
01:57 নতুন Moodle চাইত এতাৰ বাবে দিফল্ট category হৈছে Miscellaneous
02:03 যিকোনো নতুন কৌৰ্চক দিফল্টভাবে, এই Miscellaneous category ত থোৱা হ’ব
02:09 তথাপি, শিক্ষক আৰু ষ্টুদেন্তৰ বাবে তেওঁলোকৰ কৌৰ্চক বিচৰাতো কঠিন হ’ব
02:16 কৌৰ্চসমূহ বিচৰাক সহজ কৰিবলৈ, তেওঁলোকক categories ত থ’ব লাগিব
02:23 বহুতো প্ৰতিষ্ঠানত কেম্পাচ বা দিপাৰ্তমেন্তৰ দ্বাৰা কৌৰ্চ সংগঠিত কৰে
02:30 অধিক স্বচ্ছতাৰ বাবে বর্ণনামূলক নাম থকা ভাল
02:35 আমি আগবাঢ়িম আৰু আমাৰ কৌৰ্চসমূহ দিপাৰ্তমেন্তৰ দ্বাৰা সংগঠিত কৰিম । উদাহৰণস্বৰূপে আমাৰ Maths category ত সকলো Math কৌৰ্চসমূহ থাকিব
02:47 আহক Moodle চাইতলৈ ঘূৰি যাওঁ
02:51 প্ৰথমতে আমি বুজিম Course and category management পৃষ্ঠাৰ লেআউত
02:57 বাওঁফালে, আমাৰ Navigation ব্লক আছে আৰু সোফালে, আমাৰ Content অঞ্চল আছে
03:05 Content অঞ্চল দুটা column ত বিভক্ত:

বাওঁ ক’লামে course categories দেখুৱায়,

সোঁ ক’লামে নিৰ্বাচিত category ৰ ভিতৰত থকা সকলো কৌৰ্চসমূহ দেখুৱায়

03:20 দিফল্টভাবে, ই Miscellaneous category ৰ ভিতৰত থকা কৌৰ্চসমূহ দেখুৱাইছে
03:26 এই ভিউক সোফালে অৱস্থিত মেনুৰ পৰা সলাব পাৰি
03:32 অপচনচ চাবলৈ তলৰ এৰ’ত ক্লিক কৰক
03:36 এতিয়া Course categories ক্লিক কৰক । ই ভিউক সলায় মাত্ৰ course categories দেখুৱাবলৈ
03:45 আহক এৰ’ত পুনৰ ক্লিক কৰো আৰু ভিউক সলাওঁ মাত্ৰ courses চাবলৈ । Courses ক্লিক কৰক
03:54 মন কৰিব এতিয়া এটা নতুন দ্ৰপ-দাউন বক্স আহিছে । এইটো হৈছে category দ্ৰপ-দাউন
04:02 ইয়াত, আমি category নিৰ্বাচিত কৰিব পাৰো যাৰ বাবে আমি কৌৰ্চসমূহ দেখুৱাব বিচাৰো । বৰ্তমান, ইয়াত মাত্ৰ Miscellaneous category আছে
04:13 আহক ভিউটো Course categories and courses লৈ সলাওঁ
04:19 এতিয়া আমি নতুন category এটা যোগ কৰিবলৈ Create new category লিংকত ক্লিক কৰিম
04:26 Parent category দ্ৰ’পদাউন বক্সত ক্লিক কৰক আৰু Top' নিৰ্বাচিত কৰক । লিখক: Mathematics Category name
04:36 Category ID number হৈছে এটা অপচনেল ফিল্দ । ই হৈছে এদমিন ইউজাৰৰ বাবে কৌৰ্চটো চিনাক্ত কৰিবলৈ অফলআইন কৌৰ্চসমূহৰ সৈতে
04:47 যদি আপোনাৰ কলেজে categories ৰ বাবে ID ব্যৱ্হাৰ কৰে, আপুনি সেই category ID ইয়াত ব্যৱ্হাৰ কৰিব পাৰে । এই ফিল্দ অন্য Moodle ইউজাৰলৈ দৰ্শিত নহ’ব
04:58 এতিয়াৰ বাবে, মই Category ID খালি এৰিম
05:03 Description টেকস্তবক্সত, মই লিখিম-

All mathematics courses will be listed under this category

05:12 তেতিয়া Create category বুটামত ক্লিক কৰক
05:17 আমি এতিয়া Course categories and courses ভিউত আছো
05:22 ইয়াত আমি এতিয়া দুটা category দেখিছো: Miscellaneous আৰু Mathematics
05:29 আহক এই category ক আৰু সংগঠিত কৰো । আহক 1st year Maths courses আৰু 2nd year Maths courses পৃথক কৰো
05:40 ইয়াৰ বাবে, আমি Mathematics category ৰ ভিতৰত, 1st Year Maths নামৰ এটা subcategory বনাম
05:49 লিষ্টেদ categories ৰ ওপৰত Create new category লিংকত ক্লিক কৰক
05:56 subcategory বনোৱাটো category এটা বনোৱাৰ দৰে একেই হয়
06:02 Top ক নিৰ্বাচিত নকৰিব parent category হিচাবে
06:06 তাৰ পৰিবৰ্তে, category টো নিৰ্বাচিত কৰক যাৰ ভিতৰত এই subcategory সোমাব
06:12 গতিকে ইয়াত, আমি লিখিম: 1st Year Maths category name
06:18 তাৰ পাছত, আমি এটা Description লিখিম আৰু Create category বুটামত ক্লিক কৰিম
06:26 মন কৰিব বাওঁফালৰ categories এটা tree ফৰ্মেতত লিষ্টেদ হৈছে
06:32 এটা category যাৰ subcategories আছে তাক প্ৰসাৰিত আৰু সংকুচিত কৰিবলৈ এটা toggle icon আছে
06:41 category ৰ সোফালে তিনিটা আইকন মন কৰক
06:46 সিহঁত কি হয় চাবলৈ সেই আইকনৰ ওপৰলৈ যাওঁক
06:50 eye হৈছে category টো লুকুৱাবৰ বাবে
06:53 একেটা সুচাবলৈ লুকাই থকা category এটাৰ eye ক্ৰচ কৰা থাকিব
07:00 এৰ’টো হৈছে category ওপৰ বা তললৈ নিবলৈ । ইয়াৰ লগতে এটা settings gear আইকণ আছে যি হৈছে এটা menu, তলৰ এৰ’ৱে দেখুৱা ধৰণে
07:12 Miscellaneous category ৰ বাবে settings gear আইকণত ক্লিক কৰক । ইয়াৰ category টোৰ সংগত অপচন আছে যেনে Edit, Create new subcategory, Delete ইত্যাদি
07:28 এই মেনু বন্ধ কৰিবলৈ পৃষ্ঠাটোৰ অন্য কৰবাত ক্লিক কৰক
07:32 উন্নত ভিউৰ বাবে মই বাওঁফালৰ নেভিগেচন মেনুক সংকুচিত কৰো
07:39 পাছত, Mathematics category ৰ বাবে settings gear আইকণত ক্লিক কৰক
07:45 মন কৰিব ইয়াত চাৰিটা অতিৰিক্ত চাবমেনু আছে subcategories চৰ্তিং কৰাৰ সংগতি ৰাখি
07:54 সকলো categories যাৰ subcategories আছে তাৰ এই মেনু আইতেমচ থাকিব
08:01 gear আইকণৰ সোফালে থকা সংখ্যাটোৱে সেই category ত থকা কৌৰ্চসমূহৰ সংখ্যাক সূচাই
08:09 categories তালিকাৰ তলত চৰ্তিং অপচনচ থাকে
08:14 শেষত, subcategory এটাৰ parent category টো সলাবলৈ আপচনটো আছে
08:21 এই অপচনক ব্যৱ্হাৰ কৰিবলৈ, আপুনি মোভ কৰিব বিচৰা subcategory টোৰ কাষৰ চেক-বক্সটো চেক কৰিব লাগিব
08:29 তেতিয়া নতুন parent category নিৰ্বাচিত কৰক আৰু Move ক্লিক কৰক । আমি এতিয়া এই অপচনক ব্যৱ্হাৰ নকৰো
08:38 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:44 এই টিউট’ৰিয়েলত, আমি শিকিলো:

Course category,

categories আৰু subcategories বনাবলৈ,

categories ত একচন প্ৰদৰ্শন কৰিবলৈ

08:57 আপোনাৰ বাবে এটা অনুশিলনী হৈছে:

Mathematics ৰ ভিতৰত এটা নতুন subcategory 2nd Year Maths যোগ কৰক

category Miscellaneous দিলিত কৰক

09:10 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:19 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:29 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
09:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:48 এই স্ক্ৰিপ্তটো প্ৰিয়ংকাই অৱদান দিছে । মই মৌচুম হাজৰিকাই আপোনালোকৰপৰা বিদায় লৈছো
09:58 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9